Psalms 83 (IRVA)
1 হে ঈশ্বৰ, তুমি মনে মনে নাথাকিবা! হে ঈশ্বৰ তুমি মুখ বন্ধ কৰি নিসাৰ হৈ নাথাকিবা! 2 চোৱা, তোমাৰ শত্রুবোৰে কেনেকৈ আলোড়নৰ সৃষ্টি কৰিছে;তোমাক ঘৃণা কৰা সকলে নিজৰ মূৰ দাঙিছে। 3 তোমাৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কুমন্ত্ৰণা কৰিছে;তুমি যিসকলক ৰক্ষা কৰিছা, সেই লোকসকলৰ বিৰুদ্ধে তেওঁলোকে একেলগে কু-মন্ত্রণা কৰিছে। 4 তেওঁলোকে কয়, “আহাঁ, আমি এক জাতি হিচাবে তেওঁলোকক উচ্ছন্ন কৰোঁহক,যাতে ইস্ৰায়েলৰ নাম পুনৰ কেতিয়াও সোঁৱৰণ কৰা নহ’ব। 5 তেওঁলোক একমনা হৈ ষড়যন্ত্র কৰিছে;তেওঁলোকে তোমাৰ বিৰুদ্ধে এটি নিয়ম কৰিছে। 6 তেওঁলোক হ’ল, তম্বুবাসী ইদোমৰ ইশ্মায়েলীয়াসকল,মোৱাবীয়া আৰু হাগৰীয়াসকল, 7 গবালীয়া, অম্মোনীয়া, অমালেকীয়া আৰু তূৰ নিবাসীসকলৰ সৈতে পলেষ্টিয়াসকল; 8 অচুৰীয়াসকলেও তেওঁলোকৰ সংগত যোগ দিছে;লোটৰ উত্তৰপুৰুষসকলৰ বাহু সবল কৰাত তেওঁলোকে সহায় কৰিছে। 9 তুমি মিদিয়নীয়াসকলৰ প্রতি যি কৰিছিলা, কীচোন নদীৰ পাৰত চীচৰা আৰু যাবীনৰ প্রতি যি কৰিছিলা, এওঁলোকৰ ক্ষেত্ৰতো তাকেই কৰা। 10 চীচৰা আৰু যাবীন অয়িন-দোৰত ধ্বংস হৈ গ’ল।তেওঁলোক মাটিৰ ওপৰত গোবৰৰ দৰে পৰি আছিল। 11 তেওঁলোকৰ প্রধান লোকসকলৰ দশা তুমি ওৰেব আৰু জেবৰ নিচিনা কৰা;তেওঁলোকৰ অধিপতিৰ সকলো দশা জেবহ আৰু চলমুন্নাৰ নিচিনা কৰা। 12 তেওঁলোকে কৈছিল, “আহাঁ আমি ঈশ্বৰৰ চৰণীয়া ভূমি আমাৰ নিজৰ কাৰণে অধিকাৰ কৰি লওহঁক।” 13 হে মোৰ ঈশ্বৰ, তুমি তেওঁলোকক বা’মাৰলী বতাহত ঘূৰি থকা ধুলিৰ নিচিনা কৰা,বতাহে উড়ুৱাই নিয়া তুঁহৰ নিচিনা কৰা। 14 বনজুইয়ে অৰণ্যক যেনেকৈ দগ্ধ কৰি দিয়ে,জুইৰ শিখাই পর্বতবোৰ জ্বলাই দিয়ে, 15 সেইদৰে তোমাৰ ধুমুহাৰে তুমি তেওঁলোকক খেদি যোৱা,আৰু তোমাৰ প্ৰচণ্ড বতাহেৰে তেওঁলোকক ভয় খুউৱা। 16 হে যিহোৱা, লজ্জাৰে তুমি তেওঁলোকৰ মুখ ঢাকি দিয়া,যাতে হে যিহোৱা, তেওঁলোকে তোমাৰ নাম মাতিব, 17 তেওঁলোক চিৰকালৰ বাবে লজ্জিত হওঁক আৰু ভীষণ ভাৱে আতঙ্কিত হওঁক;তেওঁলোক অপমানিত হৈ বিনষ্ট হওক। 18 তেওঁলোকে যেন জানিব পাৰে যে তোমাৰ নাম যিহোৱা,তুমি, কেৱল তুমিয়েই সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।
In Other Versions
Psalms 83 in the ANGEFD
Psalms 83 in the ANTPNG2D
Psalms 83 in the AS21
Psalms 83 in the BAGH
Psalms 83 in the BBPNG
Psalms 83 in the BBT1E
Psalms 83 in the BDS
Psalms 83 in the BEV
Psalms 83 in the BHAD
Psalms 83 in the BIB
Psalms 83 in the BLPT
Psalms 83 in the BNT
Psalms 83 in the BNTABOOT
Psalms 83 in the BNTLV
Psalms 83 in the BOATCB
Psalms 83 in the BOATCB2
Psalms 83 in the BOBCV
Psalms 83 in the BOCNT
Psalms 83 in the BOECS
Psalms 83 in the BOGWICC
Psalms 83 in the BOHCB
Psalms 83 in the BOHCV
Psalms 83 in the BOHLNT
Psalms 83 in the BOHNTLTAL
Psalms 83 in the BOICB
Psalms 83 in the BOILNTAP
Psalms 83 in the BOITCV
Psalms 83 in the BOKCV
Psalms 83 in the BOKCV2
Psalms 83 in the BOKHWOG
Psalms 83 in the BOKSSV
Psalms 83 in the BOLCB
Psalms 83 in the BOLCB2
Psalms 83 in the BOMCV
Psalms 83 in the BONAV
Psalms 83 in the BONCB
Psalms 83 in the BONLT
Psalms 83 in the BONUT2
Psalms 83 in the BOPLNT
Psalms 83 in the BOSCB
Psalms 83 in the BOSNC
Psalms 83 in the BOTLNT
Psalms 83 in the BOVCB
Psalms 83 in the BOYCB
Psalms 83 in the BPBB
Psalms 83 in the BPH
Psalms 83 in the BSB
Psalms 83 in the CCB
Psalms 83 in the CUV
Psalms 83 in the CUVS
Psalms 83 in the DBT
Psalms 83 in the DGDNT
Psalms 83 in the DHNT
Psalms 83 in the DNT
Psalms 83 in the ELBE
Psalms 83 in the EMTV
Psalms 83 in the ESV
Psalms 83 in the FBV
Psalms 83 in the FEB
Psalms 83 in the GGMNT
Psalms 83 in the GNT
Psalms 83 in the HARY
Psalms 83 in the HNT
Psalms 83 in the IRVB
Psalms 83 in the IRVG
Psalms 83 in the IRVH
Psalms 83 in the IRVK
Psalms 83 in the IRVM
Psalms 83 in the IRVM2
Psalms 83 in the IRVO
Psalms 83 in the IRVP
Psalms 83 in the IRVT
Psalms 83 in the IRVT2
Psalms 83 in the IRVU
Psalms 83 in the ISVN
Psalms 83 in the JSNT
Psalms 83 in the KAPI
Psalms 83 in the KBT1ETNIK
Psalms 83 in the KBV
Psalms 83 in the KJV
Psalms 83 in the KNFD
Psalms 83 in the LBA
Psalms 83 in the LBLA
Psalms 83 in the LNT
Psalms 83 in the LSV
Psalms 83 in the MAAL
Psalms 83 in the MBV
Psalms 83 in the MBV2
Psalms 83 in the MHNT
Psalms 83 in the MKNFD
Psalms 83 in the MNG
Psalms 83 in the MNT
Psalms 83 in the MNT2
Psalms 83 in the MRS1T
Psalms 83 in the NAA
Psalms 83 in the NASB
Psalms 83 in the NBLA
Psalms 83 in the NBS
Psalms 83 in the NBVTP
Psalms 83 in the NET2
Psalms 83 in the NIV11
Psalms 83 in the NNT
Psalms 83 in the NNT2
Psalms 83 in the NNT3
Psalms 83 in the PDDPT
Psalms 83 in the PFNT
Psalms 83 in the RMNT
Psalms 83 in the SBIAS
Psalms 83 in the SBIBS
Psalms 83 in the SBIBS2
Psalms 83 in the SBICS
Psalms 83 in the SBIDS
Psalms 83 in the SBIGS
Psalms 83 in the SBIHS
Psalms 83 in the SBIIS
Psalms 83 in the SBIIS2
Psalms 83 in the SBIIS3
Psalms 83 in the SBIKS
Psalms 83 in the SBIKS2
Psalms 83 in the SBIMS
Psalms 83 in the SBIOS
Psalms 83 in the SBIPS
Psalms 83 in the SBISS
Psalms 83 in the SBITS
Psalms 83 in the SBITS2
Psalms 83 in the SBITS3
Psalms 83 in the SBITS4
Psalms 83 in the SBIUS
Psalms 83 in the SBIVS
Psalms 83 in the SBT
Psalms 83 in the SBT1E
Psalms 83 in the SCHL
Psalms 83 in the SNT
Psalms 83 in the SUSU
Psalms 83 in the SUSU2
Psalms 83 in the SYNO
Psalms 83 in the TBIAOTANT
Psalms 83 in the TBT1E
Psalms 83 in the TBT1E2
Psalms 83 in the TFTIP
Psalms 83 in the TFTU
Psalms 83 in the TGNTATF3T
Psalms 83 in the THAI
Psalms 83 in the TNFD
Psalms 83 in the TNT
Psalms 83 in the TNTIK
Psalms 83 in the TNTIL
Psalms 83 in the TNTIN
Psalms 83 in the TNTIP
Psalms 83 in the TNTIZ
Psalms 83 in the TOMA
Psalms 83 in the TTENT
Psalms 83 in the UBG
Psalms 83 in the UGV
Psalms 83 in the UGV2
Psalms 83 in the UGV3
Psalms 83 in the VBL
Psalms 83 in the VDCC
Psalms 83 in the YALU
Psalms 83 in the YAPE
Psalms 83 in the YBVTP
Psalms 83 in the ZBP