Psalms 118 (IRVA)

1 যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়,কাৰণ তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে। 2 ইস্ৰায়েলে কওঁক,“তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।” 3 হাৰোণৰ বংশই কওঁক,“তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।” 4 যিহোৱালৈ ভয় ৰাখোঁতাসকলে কওঁক,“তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।” 5 মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ;যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে। 6 যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ;মানুহে মোক কি কৰিব পাৰে? 7 মোক সহায় কৰিবলৈ যিহোৱা মোৰ পক্ষত আছে;গতিকে মই মোৰ বিৰোধীবোৰৰ পৰাজয় দেখা পাম। 8 মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল। 9 অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল। 10 সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে;মই যিহোৱাৰ অধিকাৰেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। 11 তেওঁলোকে মোক আগুৰি ধৰিলে,হয়, মোক আগুৰি ধৰিলে;মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। 12 তেওঁলোকে মৌ-মাখিৰ দৰে মোক বেৰি ধৰিলে;কাঁইটীয়া বনৰ জুইৰ দৰে ততালিকে তেওঁলোক নুমাই গ’ল;মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। 13 মই যেন পৰি যাও, তাৰ বাবে তেওঁলোকে মোক জোৰকৈ ঠেলা মাৰিছিল,কিন্তু যিহোৱাই মোক সহায় কৰিলে। 14 যিহোৱা মোৰ বল আৰু প্রবল শক্তি;তেঁৱেই মোৰ পৰিত্ৰাণ হ’ল। 15 ধাৰ্মিকসকলৰ তম্বুত বিজয়ৰ আনন্দপূর্ণ ধ্বনি হ’ল;“যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।” 16 যিহোৱাৰ সোঁ-হাত উত্তোলিত হ’ল;যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে। 17 মোৰ মৃত্যু নহ’ব, কিন্তু মই জীয়াই থাকিম,আৰু যিহোৱাই কৰা কাৰ্যবোৰ ঘোষণা কৰিম। 18 যিহোৱাই মোক বৰকৈ শাস্তি দিলে;কিন্তু তেওঁ মোক মৃত্যুৰ হাতত শোধাই নিদিলে। 19 মোলৈ ধাৰ্মিকতাৰ দুৱাৰবোৰ মুকলি কৰি দিয়া,যাতে সেইবোৰৰ ভিতৰত সোমাই মই যিহোৱাৰ ধন্যবাদ কৰিব পাৰোঁ। 20 এয়াই যিহোৱাৰ দুৱাৰ; ইয়াৰ মাজেদিয়েই ধাৰ্মিকসকল সোমায়। 21 মই তোমাৰ ধন্যবাদ কৰোঁ;কিয়নো তুমি মোক উত্তৰ দিলা;তুমি মোৰ পৰিত্ৰাণ থ’লো। 22 ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে,সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল। 23 এইয়া যিহোৱাৰেই কার্য,আমাৰ দৃষ্টিত অতি আচৰিত লাগে। 24 এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে;আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ। 25 হে যিহোৱা, মিনতি কৰোঁ, তুমি আমাক ৰক্ষা কৰা!হে যিহোৱা, আমি তোমাক মিনতি কৰোঁ, সফলতা দান কৰা! শুভ কৰা। 26 ধন্য সেইজন, যি জন যিহোৱাৰ নামেৰে আহিছে;আমি যিহোৱাৰ গৃহৰ পৰা তোমালোকক আশীর্বাদ কৰিছোঁ। 27 যিহোৱাই ঈশ্বৰ আৰু তেঁৱেই আমাক দীপ্তি দিলে;তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ শিঙলৈকে বান্ধা। 28 তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ কৰিম;তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ মহিমা কীর্তন কৰিম। 29 তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়;তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।

In Other Versions

Psalms 118 in the ANGEFD

Psalms 118 in the ANTPNG2D

Psalms 118 in the AS21

Psalms 118 in the BAGH

Psalms 118 in the BBPNG

Psalms 118 in the BBT1E

Psalms 118 in the BDS

Psalms 118 in the BEV

Psalms 118 in the BHAD

Psalms 118 in the BIB

Psalms 118 in the BLPT

Psalms 118 in the BNT

Psalms 118 in the BNTABOOT

Psalms 118 in the BNTLV

Psalms 118 in the BOATCB

Psalms 118 in the BOATCB2

Psalms 118 in the BOBCV

Psalms 118 in the BOCNT

Psalms 118 in the BOECS

Psalms 118 in the BOGWICC

Psalms 118 in the BOHCB

Psalms 118 in the BOHCV

Psalms 118 in the BOHLNT

Psalms 118 in the BOHNTLTAL

Psalms 118 in the BOICB

Psalms 118 in the BOILNTAP

Psalms 118 in the BOITCV

Psalms 118 in the BOKCV

Psalms 118 in the BOKCV2

Psalms 118 in the BOKHWOG

Psalms 118 in the BOKSSV

Psalms 118 in the BOLCB

Psalms 118 in the BOLCB2

Psalms 118 in the BOMCV

Psalms 118 in the BONAV

Psalms 118 in the BONCB

Psalms 118 in the BONLT

Psalms 118 in the BONUT2

Psalms 118 in the BOPLNT

Psalms 118 in the BOSCB

Psalms 118 in the BOSNC

Psalms 118 in the BOTLNT

Psalms 118 in the BOVCB

Psalms 118 in the BOYCB

Psalms 118 in the BPBB

Psalms 118 in the BPH

Psalms 118 in the BSB

Psalms 118 in the CCB

Psalms 118 in the CUV

Psalms 118 in the CUVS

Psalms 118 in the DBT

Psalms 118 in the DGDNT

Psalms 118 in the DHNT

Psalms 118 in the DNT

Psalms 118 in the ELBE

Psalms 118 in the EMTV

Psalms 118 in the ESV

Psalms 118 in the FBV

Psalms 118 in the FEB

Psalms 118 in the GGMNT

Psalms 118 in the GNT

Psalms 118 in the HARY

Psalms 118 in the HNT

Psalms 118 in the IRVB

Psalms 118 in the IRVG

Psalms 118 in the IRVH

Psalms 118 in the IRVK

Psalms 118 in the IRVM

Psalms 118 in the IRVM2

Psalms 118 in the IRVO

Psalms 118 in the IRVP

Psalms 118 in the IRVT

Psalms 118 in the IRVT2

Psalms 118 in the IRVU

Psalms 118 in the ISVN

Psalms 118 in the JSNT

Psalms 118 in the KAPI

Psalms 118 in the KBT1ETNIK

Psalms 118 in the KBV

Psalms 118 in the KJV

Psalms 118 in the KNFD

Psalms 118 in the LBA

Psalms 118 in the LBLA

Psalms 118 in the LNT

Psalms 118 in the LSV

Psalms 118 in the MAAL

Psalms 118 in the MBV

Psalms 118 in the MBV2

Psalms 118 in the MHNT

Psalms 118 in the MKNFD

Psalms 118 in the MNG

Psalms 118 in the MNT

Psalms 118 in the MNT2

Psalms 118 in the MRS1T

Psalms 118 in the NAA

Psalms 118 in the NASB

Psalms 118 in the NBLA

Psalms 118 in the NBS

Psalms 118 in the NBVTP

Psalms 118 in the NET2

Psalms 118 in the NIV11

Psalms 118 in the NNT

Psalms 118 in the NNT2

Psalms 118 in the NNT3

Psalms 118 in the PDDPT

Psalms 118 in the PFNT

Psalms 118 in the RMNT

Psalms 118 in the SBIAS

Psalms 118 in the SBIBS

Psalms 118 in the SBIBS2

Psalms 118 in the SBICS

Psalms 118 in the SBIDS

Psalms 118 in the SBIGS

Psalms 118 in the SBIHS

Psalms 118 in the SBIIS

Psalms 118 in the SBIIS2

Psalms 118 in the SBIIS3

Psalms 118 in the SBIKS

Psalms 118 in the SBIKS2

Psalms 118 in the SBIMS

Psalms 118 in the SBIOS

Psalms 118 in the SBIPS

Psalms 118 in the SBISS

Psalms 118 in the SBITS

Psalms 118 in the SBITS2

Psalms 118 in the SBITS3

Psalms 118 in the SBITS4

Psalms 118 in the SBIUS

Psalms 118 in the SBIVS

Psalms 118 in the SBT

Psalms 118 in the SBT1E

Psalms 118 in the SCHL

Psalms 118 in the SNT

Psalms 118 in the SUSU

Psalms 118 in the SUSU2

Psalms 118 in the SYNO

Psalms 118 in the TBIAOTANT

Psalms 118 in the TBT1E

Psalms 118 in the TBT1E2

Psalms 118 in the TFTIP

Psalms 118 in the TFTU

Psalms 118 in the TGNTATF3T

Psalms 118 in the THAI

Psalms 118 in the TNFD

Psalms 118 in the TNT

Psalms 118 in the TNTIK

Psalms 118 in the TNTIL

Psalms 118 in the TNTIN

Psalms 118 in the TNTIP

Psalms 118 in the TNTIZ

Psalms 118 in the TOMA

Psalms 118 in the TTENT

Psalms 118 in the UBG

Psalms 118 in the UGV

Psalms 118 in the UGV2

Psalms 118 in the UGV3

Psalms 118 in the VBL

Psalms 118 in the VDCC

Psalms 118 in the YALU

Psalms 118 in the YAPE

Psalms 118 in the YBVTP

Psalms 118 in the ZBP