Proverbs 18 (IRVA)

1 যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাংক্ষা সিদ্ধিৰ চেষ্টা কৰে,আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে। 2 অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়,কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে। 3 যেতিয়া দুষ্ট লোক আহে, তেওঁৰ লগত অপমানো আহে;আৰু অপমানৰ লগত নিন্দাও আহে। 4 মানুহৰ মুখৰ কথা গভীৰ জলৰ দৰে;প্রজ্ঞাৰ ভুমুক বৈ থকা জুৰিৰ নিচিনা। 5 দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয়,আৰু ন্যায় কৰা সকলৰ বিচাৰ অগ্রাহ্য কৰা ভাল নহয়। 6 অজ্ঞানী লোকৰ ওঁঠে তেওঁৰ লগত বিবাদ আনে,আৰু তেওঁৰ মুখৰ কথাই তেওঁক মাৰ খোৱাই। 7 অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে,আৰু তেওঁৰ ওঁঠে তেওঁক ফান্দত পেলাই। 8 পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে;সেয়ে শৰীৰৰ ভিতৰৰ অংশলৈকে সোমায় যায়। 9 আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে,তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে। 10 যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ;সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়। 11 ধনৱানৰ ধন-সম্পত্তিয়েই তেওঁৰ দৃঢ় নগৰ;আৰু তেওঁৰ কল্পনাত সেইবোৰ ওখ দেৱালৰ দৰে। 12 পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়,কিন্তু নম্ৰতা সন্মানৰ আগে আহে। 13 যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে,সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান। 14 মানুহৰ আত্মাই অসুস্থতাতো জীয়াই ৰাখিব;কিন্তু ভগ্ন আত্মাক কোনে সহিব পাৰে? 15 বুধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে,আৰু জ্ঞানী লোকে শুনাৰ দ্বাৰাই জ্ঞান বিচাৰি পায়। 16 মানুহৰ উপহাৰে হয়তো পথ মুকলি কৰিব পাৰে,আৰু গণ্যমান্য লোকৰ আগলৈ তেওঁক লৈ যায়। 17 যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে;তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱা জন নিৰ্দোষী যেন বোধ হয়; 18 চিঠি-খেলে বিবাদ সমাপ্ত কৰে,আৰু পৰাক্রমী বিপক্ষ সকলক পৃথকে ৰাখে। 19 দৃঢ় নগৰ জয় কৰাতকৈ ক্ষুদ্ধ ভায়েকক জয় কৰা টান;আৰু বিবাদ দূৰ্গত লগোৱা মাৰিৰ দৰে। 20 নিজৰ মুখৰ ফলেৰে পেট পৰিপূৰ্ণ হয়;আৰু তেওঁৰ ওঁঠৰ শস্যৰে তেওঁ সন্তুষ্ট হয়। 21 জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে;আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব। 22 যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়,আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে। 23 দৰিদ্ৰ লোকে কৃপাৰ বাবে বিনয় কৰে;কিন্তু ধনৱান লোকে কঠুৱা উত্তৰ দিয়ে। 24 যি জনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে, তেওঁ নিজৰ সৰ্ব্বনাশলৈহে তাকে কৰে;কিন্তু এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়।

In Other Versions

Proverbs 18 in the ANGEFD

Proverbs 18 in the ANTPNG2D

Proverbs 18 in the AS21

Proverbs 18 in the BAGH

Proverbs 18 in the BBPNG

Proverbs 18 in the BBT1E

Proverbs 18 in the BDS

Proverbs 18 in the BEV

Proverbs 18 in the BHAD

Proverbs 18 in the BIB

Proverbs 18 in the BLPT

Proverbs 18 in the BNT

Proverbs 18 in the BNTABOOT

Proverbs 18 in the BNTLV

Proverbs 18 in the BOATCB

Proverbs 18 in the BOATCB2

Proverbs 18 in the BOBCV

Proverbs 18 in the BOCNT

Proverbs 18 in the BOECS

Proverbs 18 in the BOGWICC

Proverbs 18 in the BOHCB

Proverbs 18 in the BOHCV

Proverbs 18 in the BOHLNT

Proverbs 18 in the BOHNTLTAL

Proverbs 18 in the BOICB

Proverbs 18 in the BOILNTAP

Proverbs 18 in the BOITCV

Proverbs 18 in the BOKCV

Proverbs 18 in the BOKCV2

Proverbs 18 in the BOKHWOG

Proverbs 18 in the BOKSSV

Proverbs 18 in the BOLCB

Proverbs 18 in the BOLCB2

Proverbs 18 in the BOMCV

Proverbs 18 in the BONAV

Proverbs 18 in the BONCB

Proverbs 18 in the BONLT

Proverbs 18 in the BONUT2

Proverbs 18 in the BOPLNT

Proverbs 18 in the BOSCB

Proverbs 18 in the BOSNC

Proverbs 18 in the BOTLNT

Proverbs 18 in the BOVCB

Proverbs 18 in the BOYCB

Proverbs 18 in the BPBB

Proverbs 18 in the BPH

Proverbs 18 in the BSB

Proverbs 18 in the CCB

Proverbs 18 in the CUV

Proverbs 18 in the CUVS

Proverbs 18 in the DBT

Proverbs 18 in the DGDNT

Proverbs 18 in the DHNT

Proverbs 18 in the DNT

Proverbs 18 in the ELBE

Proverbs 18 in the EMTV

Proverbs 18 in the ESV

Proverbs 18 in the FBV

Proverbs 18 in the FEB

Proverbs 18 in the GGMNT

Proverbs 18 in the GNT

Proverbs 18 in the HARY

Proverbs 18 in the HNT

Proverbs 18 in the IRVB

Proverbs 18 in the IRVG

Proverbs 18 in the IRVH

Proverbs 18 in the IRVK

Proverbs 18 in the IRVM

Proverbs 18 in the IRVM2

Proverbs 18 in the IRVO

Proverbs 18 in the IRVP

Proverbs 18 in the IRVT

Proverbs 18 in the IRVT2

Proverbs 18 in the IRVU

Proverbs 18 in the ISVN

Proverbs 18 in the JSNT

Proverbs 18 in the KAPI

Proverbs 18 in the KBT1ETNIK

Proverbs 18 in the KBV

Proverbs 18 in the KJV

Proverbs 18 in the KNFD

Proverbs 18 in the LBA

Proverbs 18 in the LBLA

Proverbs 18 in the LNT

Proverbs 18 in the LSV

Proverbs 18 in the MAAL

Proverbs 18 in the MBV

Proverbs 18 in the MBV2

Proverbs 18 in the MHNT

Proverbs 18 in the MKNFD

Proverbs 18 in the MNG

Proverbs 18 in the MNT

Proverbs 18 in the MNT2

Proverbs 18 in the MRS1T

Proverbs 18 in the NAA

Proverbs 18 in the NASB

Proverbs 18 in the NBLA

Proverbs 18 in the NBS

Proverbs 18 in the NBVTP

Proverbs 18 in the NET2

Proverbs 18 in the NIV11

Proverbs 18 in the NNT

Proverbs 18 in the NNT2

Proverbs 18 in the NNT3

Proverbs 18 in the PDDPT

Proverbs 18 in the PFNT

Proverbs 18 in the RMNT

Proverbs 18 in the SBIAS

Proverbs 18 in the SBIBS

Proverbs 18 in the SBIBS2

Proverbs 18 in the SBICS

Proverbs 18 in the SBIDS

Proverbs 18 in the SBIGS

Proverbs 18 in the SBIHS

Proverbs 18 in the SBIIS

Proverbs 18 in the SBIIS2

Proverbs 18 in the SBIIS3

Proverbs 18 in the SBIKS

Proverbs 18 in the SBIKS2

Proverbs 18 in the SBIMS

Proverbs 18 in the SBIOS

Proverbs 18 in the SBIPS

Proverbs 18 in the SBISS

Proverbs 18 in the SBITS

Proverbs 18 in the SBITS2

Proverbs 18 in the SBITS3

Proverbs 18 in the SBITS4

Proverbs 18 in the SBIUS

Proverbs 18 in the SBIVS

Proverbs 18 in the SBT

Proverbs 18 in the SBT1E

Proverbs 18 in the SCHL

Proverbs 18 in the SNT

Proverbs 18 in the SUSU

Proverbs 18 in the SUSU2

Proverbs 18 in the SYNO

Proverbs 18 in the TBIAOTANT

Proverbs 18 in the TBT1E

Proverbs 18 in the TBT1E2

Proverbs 18 in the TFTIP

Proverbs 18 in the TFTU

Proverbs 18 in the TGNTATF3T

Proverbs 18 in the THAI

Proverbs 18 in the TNFD

Proverbs 18 in the TNT

Proverbs 18 in the TNTIK

Proverbs 18 in the TNTIL

Proverbs 18 in the TNTIN

Proverbs 18 in the TNTIP

Proverbs 18 in the TNTIZ

Proverbs 18 in the TOMA

Proverbs 18 in the TTENT

Proverbs 18 in the UBG

Proverbs 18 in the UGV

Proverbs 18 in the UGV2

Proverbs 18 in the UGV3

Proverbs 18 in the VBL

Proverbs 18 in the VDCC

Proverbs 18 in the YALU

Proverbs 18 in the YAPE

Proverbs 18 in the YBVTP

Proverbs 18 in the ZBP