Psalms 135 (IRVA)

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।যিহোৱাৰ নামৰ প্ৰশংসা কৰা।হে যিহোৱাৰ দাসবোৰ, তেওঁৰ প্রশংসা কৰা। 2 তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা! 3 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়;তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়। 4 কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক,নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে। 5 কিয়নো মই জানো যে যিহোৱা মহান,আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান। 6 আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে। 7 তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে;তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে। 8 তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তান সকলক আঘাত কৰিছিল;মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে। 9 হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে;ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে। 10 তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে। 11 ইমোৰীয়াবোৰৰ ৰজা চীহোন,বাচানৰ ৰজা ওগক বধ কৰিলে;কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে। 12 তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে;নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে। 13 হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী;হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী। 14 কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব,নিজ দাসবোৰক কৃপা কৰিব। 15 জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ;সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য। 16 সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে;চকু আছে, কিন্তু নেদেখে; 17 কাণ আছে, কিন্তু নুশুনে,সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই। 18 সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা;সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা। 19 হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; 20 হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;হে যিহোৱালৈ ভয় ৰখা ভক্তসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা। 21 চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক;তেওঁ যিৰূচালেমত নিবাস কৰে।তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

In Other Versions

Psalms 135 in the ANGEFD

Psalms 135 in the ANTPNG2D

Psalms 135 in the AS21

Psalms 135 in the BAGH

Psalms 135 in the BBPNG

Psalms 135 in the BBT1E

Psalms 135 in the BDS

Psalms 135 in the BEV

Psalms 135 in the BHAD

Psalms 135 in the BIB

Psalms 135 in the BLPT

Psalms 135 in the BNT

Psalms 135 in the BNTABOOT

Psalms 135 in the BNTLV

Psalms 135 in the BOATCB

Psalms 135 in the BOATCB2

Psalms 135 in the BOBCV

Psalms 135 in the BOCNT

Psalms 135 in the BOECS

Psalms 135 in the BOGWICC

Psalms 135 in the BOHCB

Psalms 135 in the BOHCV

Psalms 135 in the BOHLNT

Psalms 135 in the BOHNTLTAL

Psalms 135 in the BOICB

Psalms 135 in the BOILNTAP

Psalms 135 in the BOITCV

Psalms 135 in the BOKCV

Psalms 135 in the BOKCV2

Psalms 135 in the BOKHWOG

Psalms 135 in the BOKSSV

Psalms 135 in the BOLCB

Psalms 135 in the BOLCB2

Psalms 135 in the BOMCV

Psalms 135 in the BONAV

Psalms 135 in the BONCB

Psalms 135 in the BONLT

Psalms 135 in the BONUT2

Psalms 135 in the BOPLNT

Psalms 135 in the BOSCB

Psalms 135 in the BOSNC

Psalms 135 in the BOTLNT

Psalms 135 in the BOVCB

Psalms 135 in the BOYCB

Psalms 135 in the BPBB

Psalms 135 in the BPH

Psalms 135 in the BSB

Psalms 135 in the CCB

Psalms 135 in the CUV

Psalms 135 in the CUVS

Psalms 135 in the DBT

Psalms 135 in the DGDNT

Psalms 135 in the DHNT

Psalms 135 in the DNT

Psalms 135 in the ELBE

Psalms 135 in the EMTV

Psalms 135 in the ESV

Psalms 135 in the FBV

Psalms 135 in the FEB

Psalms 135 in the GGMNT

Psalms 135 in the GNT

Psalms 135 in the HARY

Psalms 135 in the HNT

Psalms 135 in the IRVB

Psalms 135 in the IRVG

Psalms 135 in the IRVH

Psalms 135 in the IRVK

Psalms 135 in the IRVM

Psalms 135 in the IRVM2

Psalms 135 in the IRVO

Psalms 135 in the IRVP

Psalms 135 in the IRVT

Psalms 135 in the IRVT2

Psalms 135 in the IRVU

Psalms 135 in the ISVN

Psalms 135 in the JSNT

Psalms 135 in the KAPI

Psalms 135 in the KBT1ETNIK

Psalms 135 in the KBV

Psalms 135 in the KJV

Psalms 135 in the KNFD

Psalms 135 in the LBA

Psalms 135 in the LBLA

Psalms 135 in the LNT

Psalms 135 in the LSV

Psalms 135 in the MAAL

Psalms 135 in the MBV

Psalms 135 in the MBV2

Psalms 135 in the MHNT

Psalms 135 in the MKNFD

Psalms 135 in the MNG

Psalms 135 in the MNT

Psalms 135 in the MNT2

Psalms 135 in the MRS1T

Psalms 135 in the NAA

Psalms 135 in the NASB

Psalms 135 in the NBLA

Psalms 135 in the NBS

Psalms 135 in the NBVTP

Psalms 135 in the NET2

Psalms 135 in the NIV11

Psalms 135 in the NNT

Psalms 135 in the NNT2

Psalms 135 in the NNT3

Psalms 135 in the PDDPT

Psalms 135 in the PFNT

Psalms 135 in the RMNT

Psalms 135 in the SBIAS

Psalms 135 in the SBIBS

Psalms 135 in the SBIBS2

Psalms 135 in the SBICS

Psalms 135 in the SBIDS

Psalms 135 in the SBIGS

Psalms 135 in the SBIHS

Psalms 135 in the SBIIS

Psalms 135 in the SBIIS2

Psalms 135 in the SBIIS3

Psalms 135 in the SBIKS

Psalms 135 in the SBIKS2

Psalms 135 in the SBIMS

Psalms 135 in the SBIOS

Psalms 135 in the SBIPS

Psalms 135 in the SBISS

Psalms 135 in the SBITS

Psalms 135 in the SBITS2

Psalms 135 in the SBITS3

Psalms 135 in the SBITS4

Psalms 135 in the SBIUS

Psalms 135 in the SBIVS

Psalms 135 in the SBT

Psalms 135 in the SBT1E

Psalms 135 in the SCHL

Psalms 135 in the SNT

Psalms 135 in the SUSU

Psalms 135 in the SUSU2

Psalms 135 in the SYNO

Psalms 135 in the TBIAOTANT

Psalms 135 in the TBT1E

Psalms 135 in the TBT1E2

Psalms 135 in the TFTIP

Psalms 135 in the TFTU

Psalms 135 in the TGNTATF3T

Psalms 135 in the THAI

Psalms 135 in the TNFD

Psalms 135 in the TNT

Psalms 135 in the TNTIK

Psalms 135 in the TNTIL

Psalms 135 in the TNTIN

Psalms 135 in the TNTIP

Psalms 135 in the TNTIZ

Psalms 135 in the TOMA

Psalms 135 in the TTENT

Psalms 135 in the UBG

Psalms 135 in the UGV

Psalms 135 in the UGV2

Psalms 135 in the UGV3

Psalms 135 in the VBL

Psalms 135 in the VDCC

Psalms 135 in the YALU

Psalms 135 in the YAPE

Psalms 135 in the YBVTP

Psalms 135 in the ZBP