Genesis 23 (IRVA)

1 চাৰা এশ সাতাইশ বছৰ কাল জীয়াই আছিল। এয়ে আছিল চাৰাৰ জীৱনৰ আয়ুসৰ কাল। 2 কনান দেশৰ কিৰিয়ৎ-অর্ব্ব নগৰত অর্থাৎ হিব্ৰোণত তেওঁৰ মৃত্যু হ’ল; তাতে অব্ৰাহামে চাৰাৰ কাৰণে কান্দি কান্দি শোক কৰিলে। 3 পাছত অব্ৰাহামে তেওঁৰ মৃত ভার্য্যাৰ ওচৰৰ পৰা উঠি গৈ সেই ঠাইৰ হেতৰ সন্তান সকলক ক’লে, 4 “মই আপোনালোকৰ মাজত এজন বিদেশী হিচাবে বাস কৰিছোঁ। সেয়ে, দয়া কৰি আপোনালোকৰ মাজৰ এডোখৰ স্থান আমাৰ অধিকাৰত দিয়ক যাতে মই মোৰ মৃতকক মৈদাম দিব পাৰোঁ।” 5 তেতিয়া হেতৰ সন্তান সকলে অব্ৰাহামক উত্তৰ দি ক’লে, 6 “হে মালিক, আমাৰ কথা শুনক; আপুনি আমাৰ মাজত ঈশ্বৰৰ এজন নিযুক্ত ৰজা স্বৰূপ; আমাৰ মৈদামবোৰৰ আটাইতকৈ উত্তমটো নির্বাচন কৰি তাতেই আপোনাৰ মৃতকক মৈদাম দিয়ক। আপোনাৰ মৃতকক মৈদাম দিবৰ কাৰণে আমাৰ মাজৰ কোনেও নিজৰ মৈদামস্থান এৰি দিবলৈ আপত্তি নকৰিব।” 7 তেতিয়া অব্ৰাহামে উঠি সেই দেশৰ লোকসকলৰ অর্থাৎ হেতৰ বাসিন্দাসকলৰ আগত নতশিৰে প্ৰণিপাত কৰিলে। 8 তেওঁলোকৰ সৈতে কথা-বতৰা হৈ ক’লে, “মোৰ মৃতকৰ মৈদাম দিবলৈ তোমালোক যে সন্মত হৈছা এই কাৰণে মোৰ কথা শুনা মোৰ হৈ চোহৰৰ পুত্র ইফ্রোণৰ সৈতে আলোচনা কৰা। 9 পথাৰৰ মুৰত যিটো মকপেলাৰ গুহা আছে সেইটো মই কিনিবলৈ বিছাৰো, ইফ্রোণ সেই গুহাৰ গৰাকী সেয়ে যি মূল্য হয় সকলো মই পৰিশোধ কৰিম। মই বিছাৰো মোৰ পত্নীৰ মৈদামৰ বাবে যে এই ঠাই কিনি লৈছোঁ তাৰ সাক্ষী আপোনালোক হ’ব।” 10 তেতিয়া হেতৰ সন্তান সকলৰ মাজত ইফ্রোণ বহি আছিল। হেতৰ সন্তান সকল আৰু নগৰৰ প্রৱেশ দুৱাৰেদি সোমোৱা সকলোৱে শুনাকৈ, হিত্তীয়া ইফ্ৰোণে অব্ৰাহামক উত্তৰ দি ক’লে, 11 “নহয়, মোৰ মালিক, মোৰ কথা শুনক, পথাৰ খন মই আপোনাক দিছোঁ আৰু তাত থকা গুহাটো মই আপোনাক দিছোঁ; মই স্ব-জাতীয় সকলৰ সাক্ষাতেই আপোনাক দিছোঁ; যাতে আপোনাৰ ইচ্ছামতে নিজ পত্নীক মৈদাম দিয়ে।” 12 তাতে অব্ৰাহামে সেই বাসিন্দাসকলৰ আগত নতশিৰে প্রণিপাত কৰিলে। 13 আৰু বাসিন্দাসকলে শুনাকৈ ইফ্রোণক ক’লে, কিন্তু “মই সেই মাটিৰ উচিত দাম আপোনাক দিবলৈ বিচাৰো। মই দিয়া দাম অনুগ্রহ কৰি আপুনি গ্রহণ কৰক, পাছত মই সেই ঠাইত মোৰ মৃত পত্নীক মৈদাম দিম।” 14 তেতিয়া ইফ্রোণে অব্ৰাহামক উত্তৰ দি ক’লে, 15 “হে মোৰ মালিক, মোৰ কথা শুনক, চাৰিশ চেকল ৰূপৰ মাটি; আপোনাৰ আৰু মোৰ মাজত সিনো কি বস্তু? এতেকে আপোনাৰ মৃতকৰ মৈদাম দিয়কগৈ।” 16 পাছত অব্ৰাহামে ইফ্রোণৰ কথাত মান্তি হৈ, হেতৰ সন্তান সকলে শুনাকৈ তেওঁ যি ৰূপৰ কথা কৈছিল, সেই চাৰি শ চেকল ৰূপ বণীয়াহঁতৰ দ্বাৰাই জুখি তেওঁক দিলে। 17 মম্ৰিৰ সন্মুখত মকপেলাত ইফ্রোণৰ যি পথাৰ আছিল, সেই পথাৰ আৰু তাত থকা গুহা আৰু সেই পথাৰৰ আটাইবোৰ গছ, তাৰ চাৰিও সীমাৰ ভিতৰত থকা গছ, এই সকলোতে, 18 হেতৰ সন্তান সকল, তাৰ নগৰৰ দুৱাৰেদি সোমোৱা সকলোৰে আগতে অব্ৰাহামৰ স্বত্বাধিকাৰ নিশ্চয় কৰা হ’ল। 19 পাছে অব্ৰাহামে কনান দেশৰ মম্ৰিৰ অৰ্থাৎ হিব্ৰোণৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ গুহাত তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিলে। 20 এই দৰে মৈদামৰ ঠাই অধিকাৰৰ অৰ্থে, সেই পথাৰ আৰু তাত থকা গুহাত, হেতৰ সন্তান সকলৰ দ্বাৰাই অব্ৰাহামৰ স্বত্বাধিকাৰ স্থিৰ কৰা হ’ল।

In Other Versions

Genesis 23 in the ANGEFD

Genesis 23 in the ANTPNG2D

Genesis 23 in the AS21

Genesis 23 in the BAGH

Genesis 23 in the BBPNG

Genesis 23 in the BBT1E

Genesis 23 in the BDS

Genesis 23 in the BEV

Genesis 23 in the BHAD

Genesis 23 in the BIB

Genesis 23 in the BLPT

Genesis 23 in the BNT

Genesis 23 in the BNTABOOT

Genesis 23 in the BNTLV

Genesis 23 in the BOATCB

Genesis 23 in the BOATCB2

Genesis 23 in the BOBCV

Genesis 23 in the BOCNT

Genesis 23 in the BOECS

Genesis 23 in the BOGWICC

Genesis 23 in the BOHCB

Genesis 23 in the BOHCV

Genesis 23 in the BOHLNT

Genesis 23 in the BOHNTLTAL

Genesis 23 in the BOICB

Genesis 23 in the BOILNTAP

Genesis 23 in the BOITCV

Genesis 23 in the BOKCV

Genesis 23 in the BOKCV2

Genesis 23 in the BOKHWOG

Genesis 23 in the BOKSSV

Genesis 23 in the BOLCB

Genesis 23 in the BOLCB2

Genesis 23 in the BOMCV

Genesis 23 in the BONAV

Genesis 23 in the BONCB

Genesis 23 in the BONLT

Genesis 23 in the BONUT2

Genesis 23 in the BOPLNT

Genesis 23 in the BOSCB

Genesis 23 in the BOSNC

Genesis 23 in the BOTLNT

Genesis 23 in the BOVCB

Genesis 23 in the BOYCB

Genesis 23 in the BPBB

Genesis 23 in the BPH

Genesis 23 in the BSB

Genesis 23 in the CCB

Genesis 23 in the CUV

Genesis 23 in the CUVS

Genesis 23 in the DBT

Genesis 23 in the DGDNT

Genesis 23 in the DHNT

Genesis 23 in the DNT

Genesis 23 in the ELBE

Genesis 23 in the EMTV

Genesis 23 in the ESV

Genesis 23 in the FBV

Genesis 23 in the FEB

Genesis 23 in the GGMNT

Genesis 23 in the GNT

Genesis 23 in the HARY

Genesis 23 in the HNT

Genesis 23 in the IRVB

Genesis 23 in the IRVG

Genesis 23 in the IRVH

Genesis 23 in the IRVK

Genesis 23 in the IRVM

Genesis 23 in the IRVM2

Genesis 23 in the IRVO

Genesis 23 in the IRVP

Genesis 23 in the IRVT

Genesis 23 in the IRVT2

Genesis 23 in the IRVU

Genesis 23 in the ISVN

Genesis 23 in the JSNT

Genesis 23 in the KAPI

Genesis 23 in the KBT1ETNIK

Genesis 23 in the KBV

Genesis 23 in the KJV

Genesis 23 in the KNFD

Genesis 23 in the LBA

Genesis 23 in the LBLA

Genesis 23 in the LNT

Genesis 23 in the LSV

Genesis 23 in the MAAL

Genesis 23 in the MBV

Genesis 23 in the MBV2

Genesis 23 in the MHNT

Genesis 23 in the MKNFD

Genesis 23 in the MNG

Genesis 23 in the MNT

Genesis 23 in the MNT2

Genesis 23 in the MRS1T

Genesis 23 in the NAA

Genesis 23 in the NASB

Genesis 23 in the NBLA

Genesis 23 in the NBS

Genesis 23 in the NBVTP

Genesis 23 in the NET2

Genesis 23 in the NIV11

Genesis 23 in the NNT

Genesis 23 in the NNT2

Genesis 23 in the NNT3

Genesis 23 in the PDDPT

Genesis 23 in the PFNT

Genesis 23 in the RMNT

Genesis 23 in the SBIAS

Genesis 23 in the SBIBS

Genesis 23 in the SBIBS2

Genesis 23 in the SBICS

Genesis 23 in the SBIDS

Genesis 23 in the SBIGS

Genesis 23 in the SBIHS

Genesis 23 in the SBIIS

Genesis 23 in the SBIIS2

Genesis 23 in the SBIIS3

Genesis 23 in the SBIKS

Genesis 23 in the SBIKS2

Genesis 23 in the SBIMS

Genesis 23 in the SBIOS

Genesis 23 in the SBIPS

Genesis 23 in the SBISS

Genesis 23 in the SBITS

Genesis 23 in the SBITS2

Genesis 23 in the SBITS3

Genesis 23 in the SBITS4

Genesis 23 in the SBIUS

Genesis 23 in the SBIVS

Genesis 23 in the SBT

Genesis 23 in the SBT1E

Genesis 23 in the SCHL

Genesis 23 in the SNT

Genesis 23 in the SUSU

Genesis 23 in the SUSU2

Genesis 23 in the SYNO

Genesis 23 in the TBIAOTANT

Genesis 23 in the TBT1E

Genesis 23 in the TBT1E2

Genesis 23 in the TFTIP

Genesis 23 in the TFTU

Genesis 23 in the TGNTATF3T

Genesis 23 in the THAI

Genesis 23 in the TNFD

Genesis 23 in the TNT

Genesis 23 in the TNTIK

Genesis 23 in the TNTIL

Genesis 23 in the TNTIN

Genesis 23 in the TNTIP

Genesis 23 in the TNTIZ

Genesis 23 in the TOMA

Genesis 23 in the TTENT

Genesis 23 in the UBG

Genesis 23 in the UGV

Genesis 23 in the UGV2

Genesis 23 in the UGV3

Genesis 23 in the VBL

Genesis 23 in the VDCC

Genesis 23 in the YALU

Genesis 23 in the YAPE

Genesis 23 in the YBVTP

Genesis 23 in the ZBP