Judges 10 (IRVA)

1 অবীমেলকৰ পাছত তোলা নামৰ ইচাখৰ বংশৰ এজন লোকে ইস্রায়েলী লোকসকলক উদ্ধাৰ কৰিবলৈ আহিল। পূৱাৰ পুত্ৰ তোলা আৰু দোদোৰ নাতি তেওঁ ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলৰ চামীৰত বাস কৰিছিল। 2 তেওঁ তেইশ বছৰ ধৰি ইস্ৰায়েলৰ বিচাৰকর্তা আছিল। তাৰ পাছত তেওঁৰ মৃত্যু হ’ল আৰু চামীৰত তেওঁক মৈদাম দিয়া হ’ল। 3 তোলাৰ পাছত গিলিয়দীয়া যায়ীৰ বাইশ বছৰ ইস্ৰায়েলী লোকসকলৰ বিচাৰকর্তা আছিল। 4 যায়ীৰৰ ত্ৰিশ জন পুতেক আছিল আৰু তেওঁলোকে ত্ৰিশটা গাধত উঠি ফুৰিছিল: তেওঁলোকৰ ত্ৰিশখন নগৰ আছিল; আজিও সেই নগৰবোৰক হব্বোৎ-যায়ীৰ বোলা হয়। 5 যায়ীৰৰ মৃত্যুৰ পাছত কামোনত তেওঁক মৈদাম দিয়া হ’ল। 6 ইস্ৰায়েলী লোকসকলে যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিবলৈ ধৰিলে; তেওঁলোকে বাল-দেৱতা, অষ্টাৰেৎ দেবী আৰু অৰাম, চীদোন, মোৱাব, অম্মোন আৰু পলেষ্টীয়াসকলৰ দেৱ-দেৱীসকলৰ পূজা কৰিবলৈ ধৰিলে। এইদৰে তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে আৰু তেওঁৰ উপাসনা নকৰিলে। 7 সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু পলেষ্টীয়া আৰু অম্মোনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে। 8 তেওঁলোকে সেই বছৰত ইস্ৰায়েলীয়াসকলক উপদ্রৱ কৰি জয় কৰিলে; ওঠৰ বছৰ ধৰি যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দৰ ইমোৰীয়া দেশত বাস কৰা সকলো ইস্ৰায়েলীয়া লোকক তেওঁলোকে উপদ্রৱ কৰিছিল। 9 অম্মোনীয়াসকলে যিহূদা, বিন্যামীন আৰু ইফ্ৰয়িম ফৈদৰ বিপক্ষে যুদ্ধ কৰিবলৈ যৰ্দ্দন পাৰ হৈ গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে অতিশয় কষ্ট ভোগ কৰিলে। 10 তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, “আমি নিজ ঈশ্বৰক ত্যাগ কৰি বাল-দেৱতাবোৰক পূজা কৰি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” 11 যিহোৱাই তেওঁলোকক ক’লে, “মই জানো মিচৰীয়া, ইমোৰীয়া, অম্মোনীয়া আৰু পলেষ্টীয়াসকলৰ পৰা তোমালোকক উদ্ধাৰ কৰা নাছিলো? 12 যেতিয়া চীদোনীয়া, অমালেকীয়া আৰু মায়োনীয়াসকলে তোমালোকক উপদ্ৰৱ কৰিছিল, তেতিয়া তোমালোকে মোৰ আগত কাতৰোক্তি কৰিছিলা আৰু মই তোমালোকক তেওঁলোকৰ অধীনৰ পৰা উদ্ধাৰ কৰিছিলোঁ। 13 তথাপিও তোমালোকে মোক পুনৰ ত্যাগ কৰিলা আৰু আন দেৱ-দেৱীসকলক পূজা কৰিবলৈ ধৰিলা; গতিকে মই তোমালোকক বাৰে বাৰে ৰক্ষা কৰি নাথাকিম। 14 যি দেৱতাবোৰক তোমালোকে পূজা কৰিছিলা তেওঁলোকৰ ওচৰলৈ গৈ কাতৰোক্তি কৰা; সঙ্কটৰ সময়ত তেওঁলোকেই তোমালোকক ৰক্ষা কৰক।” 15 কিন্তু ইস্ৰায়েলীয়াসকলে যিহোৱাক ক’লে, “আমি পাপ কৰিলোঁ; আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকেই আমালৈ কৰক; অনুগ্রহ কৰি কেৱল এইবাৰ আপুনি আমাক উদ্ধাৰ কৰক।” 16 তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল, সেইসকলো দূৰ কৰি তেওঁলোকে যিহোৱাৰ সেৱা কৰিলে; তাতে ইস্ৰায়েলৰ কষ্ট দেখি যিহোৱাই দূখ কৰিলে। 17 তেতিয়া অম্মোনীয়াসকলে একগোট হৈ গিলিয়দত ছাউনি পাতিলে আৰু ইস্ৰায়েলী লোকসকলেও লগ হৈ মিস্পাত ছাউনি পাতিলে। 18 গিলিয়দৰ নেতাসকলে এজনে আন জনক ক’লে, “অম্মোনীয়াসকলৰ লগত প্রথমে কোনে যুদ্ধ আৰম্ভ কৰিব? যিজনে কৰিব, তেঁৱেই গিলিয়দ-নিবাসী সকলো লোকৰ ওপৰত নেতা হ’ব।”

In Other Versions

Judges 10 in the ANGEFD

Judges 10 in the ANTPNG2D

Judges 10 in the AS21

Judges 10 in the BAGH

Judges 10 in the BBPNG

Judges 10 in the BBT1E

Judges 10 in the BDS

Judges 10 in the BEV

Judges 10 in the BHAD

Judges 10 in the BIB

Judges 10 in the BLPT

Judges 10 in the BNT

Judges 10 in the BNTABOOT

Judges 10 in the BNTLV

Judges 10 in the BOATCB

Judges 10 in the BOATCB2

Judges 10 in the BOBCV

Judges 10 in the BOCNT

Judges 10 in the BOECS

Judges 10 in the BOGWICC

Judges 10 in the BOHCB

Judges 10 in the BOHCV

Judges 10 in the BOHLNT

Judges 10 in the BOHNTLTAL

Judges 10 in the BOICB

Judges 10 in the BOILNTAP

Judges 10 in the BOITCV

Judges 10 in the BOKCV

Judges 10 in the BOKCV2

Judges 10 in the BOKHWOG

Judges 10 in the BOKSSV

Judges 10 in the BOLCB

Judges 10 in the BOLCB2

Judges 10 in the BOMCV

Judges 10 in the BONAV

Judges 10 in the BONCB

Judges 10 in the BONLT

Judges 10 in the BONUT2

Judges 10 in the BOPLNT

Judges 10 in the BOSCB

Judges 10 in the BOSNC

Judges 10 in the BOTLNT

Judges 10 in the BOVCB

Judges 10 in the BOYCB

Judges 10 in the BPBB

Judges 10 in the BPH

Judges 10 in the BSB

Judges 10 in the CCB

Judges 10 in the CUV

Judges 10 in the CUVS

Judges 10 in the DBT

Judges 10 in the DGDNT

Judges 10 in the DHNT

Judges 10 in the DNT

Judges 10 in the ELBE

Judges 10 in the EMTV

Judges 10 in the ESV

Judges 10 in the FBV

Judges 10 in the FEB

Judges 10 in the GGMNT

Judges 10 in the GNT

Judges 10 in the HARY

Judges 10 in the HNT

Judges 10 in the IRVB

Judges 10 in the IRVG

Judges 10 in the IRVH

Judges 10 in the IRVK

Judges 10 in the IRVM

Judges 10 in the IRVM2

Judges 10 in the IRVO

Judges 10 in the IRVP

Judges 10 in the IRVT

Judges 10 in the IRVT2

Judges 10 in the IRVU

Judges 10 in the ISVN

Judges 10 in the JSNT

Judges 10 in the KAPI

Judges 10 in the KBT1ETNIK

Judges 10 in the KBV

Judges 10 in the KJV

Judges 10 in the KNFD

Judges 10 in the LBA

Judges 10 in the LBLA

Judges 10 in the LNT

Judges 10 in the LSV

Judges 10 in the MAAL

Judges 10 in the MBV

Judges 10 in the MBV2

Judges 10 in the MHNT

Judges 10 in the MKNFD

Judges 10 in the MNG

Judges 10 in the MNT

Judges 10 in the MNT2

Judges 10 in the MRS1T

Judges 10 in the NAA

Judges 10 in the NASB

Judges 10 in the NBLA

Judges 10 in the NBS

Judges 10 in the NBVTP

Judges 10 in the NET2

Judges 10 in the NIV11

Judges 10 in the NNT

Judges 10 in the NNT2

Judges 10 in the NNT3

Judges 10 in the PDDPT

Judges 10 in the PFNT

Judges 10 in the RMNT

Judges 10 in the SBIAS

Judges 10 in the SBIBS

Judges 10 in the SBIBS2

Judges 10 in the SBICS

Judges 10 in the SBIDS

Judges 10 in the SBIGS

Judges 10 in the SBIHS

Judges 10 in the SBIIS

Judges 10 in the SBIIS2

Judges 10 in the SBIIS3

Judges 10 in the SBIKS

Judges 10 in the SBIKS2

Judges 10 in the SBIMS

Judges 10 in the SBIOS

Judges 10 in the SBIPS

Judges 10 in the SBISS

Judges 10 in the SBITS

Judges 10 in the SBITS2

Judges 10 in the SBITS3

Judges 10 in the SBITS4

Judges 10 in the SBIUS

Judges 10 in the SBIVS

Judges 10 in the SBT

Judges 10 in the SBT1E

Judges 10 in the SCHL

Judges 10 in the SNT

Judges 10 in the SUSU

Judges 10 in the SUSU2

Judges 10 in the SYNO

Judges 10 in the TBIAOTANT

Judges 10 in the TBT1E

Judges 10 in the TBT1E2

Judges 10 in the TFTIP

Judges 10 in the TFTU

Judges 10 in the TGNTATF3T

Judges 10 in the THAI

Judges 10 in the TNFD

Judges 10 in the TNT

Judges 10 in the TNTIK

Judges 10 in the TNTIL

Judges 10 in the TNTIN

Judges 10 in the TNTIP

Judges 10 in the TNTIZ

Judges 10 in the TOMA

Judges 10 in the TTENT

Judges 10 in the UBG

Judges 10 in the UGV

Judges 10 in the UGV2

Judges 10 in the UGV3

Judges 10 in the VBL

Judges 10 in the VDCC

Judges 10 in the YALU

Judges 10 in the YAPE

Judges 10 in the YBVTP

Judges 10 in the ZBP