Psalms 10 (IRVA)
1 হে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা?সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা? 2 অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে;তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক; 3 দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে;লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে। 4 দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়;“ঈশ্বৰে ইয়াক বিচাৰি নাপাব;”তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, “ঈশ্বৰ বুলি কোনো নাই।” 5 সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়;তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে,সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত;তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে। 6 তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব।আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।” 7 তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ;তেওঁলোকৰ জিভাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে। 8 গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে;সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দ্দোষীক হত্যা কৰে;কোনোবাই অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে। 9 তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে;তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে;তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়। 10 তেওঁলোকে চাপৰি কুঁজা হৈঅসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে। 11 তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে;তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।” 12 হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা;নির্যাতিত সকলক পাহৰি নাযাবা। 13 দুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে?তেওঁলোকে কিয় মনে মনে ভাৱে যে,“তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?” 14 কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা;অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া,তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা;অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে;তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা 15 দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা;তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা। 16 যিহোৱা চিৰকালৰ ৰজা;তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব। 17 হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা;তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা,তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা; 18 এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব;তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।
In Other Versions
Psalms 10 in the ANGEFD
Psalms 10 in the ANTPNG2D
Psalms 10 in the AS21
Psalms 10 in the BAGH
Psalms 10 in the BBPNG
Psalms 10 in the BBT1E
Psalms 10 in the BDS
Psalms 10 in the BEV
Psalms 10 in the BHAD
Psalms 10 in the BIB
Psalms 10 in the BLPT
Psalms 10 in the BNT
Psalms 10 in the BNTABOOT
Psalms 10 in the BNTLV
Psalms 10 in the BOATCB
Psalms 10 in the BOATCB2
Psalms 10 in the BOBCV
Psalms 10 in the BOCNT
Psalms 10 in the BOECS
Psalms 10 in the BOGWICC
Psalms 10 in the BOHCB
Psalms 10 in the BOHCV
Psalms 10 in the BOHLNT
Psalms 10 in the BOHNTLTAL
Psalms 10 in the BOICB
Psalms 10 in the BOILNTAP
Psalms 10 in the BOITCV
Psalms 10 in the BOKCV
Psalms 10 in the BOKCV2
Psalms 10 in the BOKHWOG
Psalms 10 in the BOKSSV
Psalms 10 in the BOLCB
Psalms 10 in the BOLCB2
Psalms 10 in the BOMCV
Psalms 10 in the BONAV
Psalms 10 in the BONCB
Psalms 10 in the BONLT
Psalms 10 in the BONUT2
Psalms 10 in the BOPLNT
Psalms 10 in the BOSCB
Psalms 10 in the BOSNC
Psalms 10 in the BOTLNT
Psalms 10 in the BOVCB
Psalms 10 in the BOYCB
Psalms 10 in the BPBB
Psalms 10 in the BPH
Psalms 10 in the BSB
Psalms 10 in the CCB
Psalms 10 in the CUV
Psalms 10 in the CUVS
Psalms 10 in the DBT
Psalms 10 in the DGDNT
Psalms 10 in the DHNT
Psalms 10 in the DNT
Psalms 10 in the ELBE
Psalms 10 in the EMTV
Psalms 10 in the ESV
Psalms 10 in the FBV
Psalms 10 in the FEB
Psalms 10 in the GGMNT
Psalms 10 in the GNT
Psalms 10 in the HARY
Psalms 10 in the HNT
Psalms 10 in the IRVB
Psalms 10 in the IRVG
Psalms 10 in the IRVH
Psalms 10 in the IRVK
Psalms 10 in the IRVM
Psalms 10 in the IRVM2
Psalms 10 in the IRVO
Psalms 10 in the IRVP
Psalms 10 in the IRVT
Psalms 10 in the IRVT2
Psalms 10 in the IRVU
Psalms 10 in the ISVN
Psalms 10 in the JSNT
Psalms 10 in the KAPI
Psalms 10 in the KBT1ETNIK
Psalms 10 in the KBV
Psalms 10 in the KJV
Psalms 10 in the KNFD
Psalms 10 in the LBA
Psalms 10 in the LBLA
Psalms 10 in the LNT
Psalms 10 in the LSV
Psalms 10 in the MAAL
Psalms 10 in the MBV
Psalms 10 in the MBV2
Psalms 10 in the MHNT
Psalms 10 in the MKNFD
Psalms 10 in the MNG
Psalms 10 in the MNT
Psalms 10 in the MNT2
Psalms 10 in the MRS1T
Psalms 10 in the NAA
Psalms 10 in the NASB
Psalms 10 in the NBLA
Psalms 10 in the NBS
Psalms 10 in the NBVTP
Psalms 10 in the NET2
Psalms 10 in the NIV11
Psalms 10 in the NNT
Psalms 10 in the NNT2
Psalms 10 in the NNT3
Psalms 10 in the PDDPT
Psalms 10 in the PFNT
Psalms 10 in the RMNT
Psalms 10 in the SBIAS
Psalms 10 in the SBIBS
Psalms 10 in the SBIBS2
Psalms 10 in the SBICS
Psalms 10 in the SBIDS
Psalms 10 in the SBIGS
Psalms 10 in the SBIHS
Psalms 10 in the SBIIS
Psalms 10 in the SBIIS2
Psalms 10 in the SBIIS3
Psalms 10 in the SBIKS
Psalms 10 in the SBIKS2
Psalms 10 in the SBIMS
Psalms 10 in the SBIOS
Psalms 10 in the SBIPS
Psalms 10 in the SBISS
Psalms 10 in the SBITS
Psalms 10 in the SBITS2
Psalms 10 in the SBITS3
Psalms 10 in the SBITS4
Psalms 10 in the SBIUS
Psalms 10 in the SBIVS
Psalms 10 in the SBT
Psalms 10 in the SBT1E
Psalms 10 in the SCHL
Psalms 10 in the SNT
Psalms 10 in the SUSU
Psalms 10 in the SUSU2
Psalms 10 in the SYNO
Psalms 10 in the TBIAOTANT
Psalms 10 in the TBT1E
Psalms 10 in the TBT1E2
Psalms 10 in the TFTIP
Psalms 10 in the TFTU
Psalms 10 in the TGNTATF3T
Psalms 10 in the THAI
Psalms 10 in the TNFD
Psalms 10 in the TNT
Psalms 10 in the TNTIK
Psalms 10 in the TNTIL
Psalms 10 in the TNTIN
Psalms 10 in the TNTIP
Psalms 10 in the TNTIZ
Psalms 10 in the TOMA
Psalms 10 in the TTENT
Psalms 10 in the UBG
Psalms 10 in the UGV
Psalms 10 in the UGV2
Psalms 10 in the UGV3
Psalms 10 in the VBL
Psalms 10 in the VDCC
Psalms 10 in the YALU
Psalms 10 in the YAPE
Psalms 10 in the YBVTP
Psalms 10 in the ZBP