1 Chronicles 26 (IRVA)

1 দুৱৰী সকলৰ বিভাগসমূহ তলত দিয়া হ’ল:কোৰহীয়া সকলৰ পৰা, কোৰিৰ পুত্ৰ মচেলেমিয়া আচফৰ এজন বংশধৰ আছিল। 2 মচেলেমিয়াৰ পুত্র সকল: প্রথম পুত্র জখৰিয়া, দ্বিতীয় যিদীয়েল, তৃতীয় জবদিয়া, চতুৰ্থ যৎনীয়েল, 3 পঞ্চম এলম, ষষ্ঠ যোহোহানন, আৰু সপ্তম ইলিহোঐনয়। 4 ওবেদ-ইদোমৰ পুত্র সকল: প্রথম পুত্র চময়িয়া, দ্বিতীয় যিহোজাবদ, তৃতীয় যোৱাহ, চতুৰ্থ চাখৰ, পঞ্চম নথনেল, 5 ষষ্ঠ অম্মীয়েল, সপ্তম ইচাখৰ, আৰু অষ্টম পিয়ুলতয়, কাৰণ ঈশ্বৰে ওবেদ-ইদোমক আশীৰ্ব্বাদ কৰিছিল। 6 তেওঁৰ পুত্র চময়িয়াৰ কেইজনো পুত্র জন্মিল; তেওঁলোকে নিজৰ পৰিয়াল সকলক শাসন কৰিছিল; তেওঁলোক বহুতো দক্ষতা সম্পন্ন লোক আছিল। 7 চময়িয়াৰ পুত্র সকল হ’ল অৎনী, ৰফায়েল, ওবেদ, আৰু ইলজাবদ। তেওঁৰ সম্পৰ্কীয় ইলীহু ও চমখিয়াও বহুতো দক্ষতা সম্পন্ন লোক আছিল। 8 এওঁলোক সকলোৱেই ওবেদ-ইদোমৰ বংশধৰ আছিল। তেওঁলোক, তেওঁলোকৰ পুত্র সকল আৰু সম্পৰ্কীয় সকল ঈশ্বৰৰ আবাসৰ পৰিচৰ্যাৰ তেওঁলোকৰ কাম কৰাত সক্ষম লোক আছিল। তেওঁলোকৰ মাজৰ বাষষ্টি জন ওবেদ-ইদোমৰ সম্পৰ্কীয় আছিল। 9 মচেলেমিয়াৰ পুত্র সকল আৰু সম্পৰ্কীয় সকল, সক্ষম লোকসকল,, সৰ্বমুঠ ওঠৰ জন আছিল। 10 মৰাৰীৰ এজন বংশধৰ হোচাৰ পুত্র সকল: চিম্ৰী এজন নেতা, যদিও তেওঁ প্রথম পুত্র নাছিল, তথাপিও তেওঁৰ পিতৃয়ে তেওঁক নেতৃত্বৰ ভাৰ দিছিল, 11 দ্বিতীয় হিল্কিয়া, তৃতীয় টবলিয়া, আৰু চতুৰ্থ জখৰিয়া। হোচাৰ পুত্র আৰু সম্পৰ্কীয় লোকসকল সংখ্যাত তেৰ জন আছিল। 12 দুৱৰী সকলৰ বিভাগবোৰে তেওঁলোকৰ নেতা সকলৰ লগত যোগাযোগ কৰি তেওঁলোকৰ সম্পৰ্কীয় সকলৰ দৰে, যিহোৱাৰ গৃহত পৰিচৰ্যা কৰি, তেওঁলোকৰ কৰিবলগীয়া কাৰ্য কৰে। 13 তেওঁলোকে সকলো সম্পৰ্কীয় সকলৰ লগত যোগাযোগ কৰি সৰু কি বৰ সকলোৱে প্ৰত্যেক দুৱাৰৰ বাবে চিঠি খেলালে। 14 যেতিযা পূব দিশৰ দুৱাৰৰ বাবে চিঠি খেলালে তেতিয়া চেলেমিয়াৰ নাম উঠিল। তেওঁৰ পুত্র জখৰিয়া ভাল পৰামৰ্শ দিওঁতা লোক আছিল, চিঠি খেলত উত্তৰ দিশৰ বাবে তেওঁৰ নাম উঠিল। 15 দক্ষিণ দিশৰ দুৱাৰৰ বাবে ওবেদ-ইদোমক নির্ধাৰণ কৰে; আৰু তেওঁৰ পুত্র সকলক ভঁৰালৰ বাবে নির্ধাৰন কৰে। 16 পশ্চিম দিশৰ দুৱাৰৰ সৈতে ওপৰলৈ উঠি যোৱা বাটৰ চল্লেখৎ দুৱাৰো চূপ্পীম আৰু হোচাৰ নামত নির্ধাৰন কৰে। প্রতেক পৰিয়ালৰ কাৰণে; ৰখীয়া সকল আছিল। 17 পূবফালে ছয় জন লেবীয়া লোক, উত্তৰফালে প্রতিদিনে চাৰি জন, দক্ষিণ ফালেও প্রতিদিনে চাৰি জন, আৰু ভঁৰালত দুজন দুজন। 18 পশ্চিমফালৰ চোতালত চাৰি জনক নিযুক্ত কৰে, চাৰি জন বাটত আৰু চোতালত দুজন। 19 এইদৰেই দুৱৰী সকলক ভাগ কৰা হ’ল। তেওঁলোক সকলো কোৰহীয়া আৰু মৰাৰীয়া বংশৰ পৰা অহা লোক আছিল। 20 লেবীয়াসকলৰ ভিতৰত, অহিয়া ঈশ্বৰৰ গৃহৰ আৰু পবিত্ৰীকৃত বস্তুৰ ভঁৰালৰ দায়িত্বত আছিল। 21 লদ্দনৰ বংশধৰ সকল, তেওঁৰ পৰা অহা গেৰ্চোনীয়াৰ বংশধৰ সকল, আৰু যি সকল গের্চোনীয়াৰ লদ্দনৰ পৰিয়ালৰ নেতা আছিল, তেওঁলোক যিহীয়েলী আৰু তেওঁৰ পুত্র সকল। 22 যেথম আৰু যোৱেল তেওঁৰ ভায়েক আছিল। তেওঁলোকো যিহোৱাৰ গৃহৰ ভঁৰালৰ দায়িত্বত আছিল। 23 অম্ৰমীয়া, যিচহৰীয়া, হিব্ৰোণীয়া, আৰু উজ্জীয়েলীয়াৰ গোষ্ঠীৰ পৰাও তাত দুৱৰী আছিল। 24 গেৰ্চোমৰ বংশৰ মোচিৰ পুত্র চবূৱেল ভঁৰালৰ তদাৰক কৰিছিল। 25 তেওঁৰ সম্পৰ্কীয় লোক সকল ইলিয়েজৰৰ গোষ্ঠীৰ পৰা আছিল আৰু চবুৱেলৰ পুত্র ৰহবিয়া আছিল।ৰহবিয়াৰ পুত্র যিচয়া,যিচয়াৰ পুত্র যোৰাম,যোৰামৰ পুত্র জিখ্ৰী,জিখ্ৰীৰ পুত্র চলোমোৎ। 26 দায়ুদ ৰজা, পৰিয়ালৰ মূল লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, আৰু সেনাপতিসকলে যিবোৰ বস্তু পবিত্ৰ কৰিছিল, সেইবোৰ চলোমোৎ আৰু তেওঁৰ সম্বন্ধীয় লোকসকলে সেই ভঁৰালৰ তদাৰক কৰিছিল। 27 যিহোৱাৰ গৃহ মেৰামতি কৰিবৰ অৰ্থে তেওঁলোকে যুদ্ধত পোৱা লূটদ্ৰব্যৰ মাজৰ অনেক বস্তু উৎসর্গ কৰিছিল। 28 চমূৱেল ভাববাদীয়ে, কীচৰ পুত্ৰ চৌলে, নেৰৰ পুত্ৰ অবনেৰে, আৰু চৰূয়াৰ পুত্ৰ যোৱাবে যিবিলাক বস্তু উৎসর্গ কৰিছিল, এই সকলোৰ দায়িত্বত তেওঁলোক আছিল। উৎসর্গ কৰা সকলো বস্তু চলোমোৎ আৰু তেওঁৰ সম্পৰ্কীয়া লোক সকলৰ নিৰাপত্তাত আছিল। 29 যিচহৰীয়াৰ বংশধৰ সকলৰ, কননিয়া আৰু তেওঁৰ পুত্ৰসকলক ইস্ৰায়েলৰ সমাজৰ কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তাৰ কাৰ্যৰ বাবে নিযুক্ত কৰে। 30 হিব্ৰোণীয়াৰ বংশধৰসকল, হচবিয়া আৰু তেওঁৰ ভাইসকল এক হাজাৰ সাত শ সক্ষম লোক আছিল, তেওঁলোকক যিহোৱাৰ কাৰ্য আৰু ৰজাৰ কাৰ্যত নিযুক্ত কৰা হছিল। তেওঁলোক যৰ্দ্দনৰ পশ্চিমফালে আছিল। 31 হিব্ৰোণীয়াৰ বংশধৰ সকলৰ পৰা যিৰিয়া তেওঁৰ বংশৰ মূখ্য লোক আছিল। তেওঁ তেওঁলোকৰ পৰিয়ালৰ তালিকাৰ পৰা গণনা কৰা লোক আছিল। দায়ূদৰ ৰাজত্বৰ চল্লিশ বছৰত তেওঁলোকে লিপিৱদ্ধ কৰা নথি পত্র পৰীক্ষা কৰি তেওঁলোকৰ মাজত গিলিয়দৰ যাজেৰক দক্ষতা সম্পন্ন লোক বিচাৰি পালে। 32 যাজেৰকৰ দুই হাজাৰ সাত শ সম্পৰ্কীয় লোক আছিল, যিসকল পৰিয়ালৰ সক্ষম লোক আছিল। দায়ূদে ঈশ্বৰীয় আৰু ৰাজকীয় কাম কৰিবলৈ, ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধা জাতিবোৰৰ ওপৰত তেওঁলোকক অধ্যক্ষ পাতিলে।

In Other Versions

1 Chronicles 26 in the ANGEFD

1 Chronicles 26 in the ANTPNG2D

1 Chronicles 26 in the AS21

1 Chronicles 26 in the BAGH

1 Chronicles 26 in the BBPNG

1 Chronicles 26 in the BBT1E

1 Chronicles 26 in the BDS

1 Chronicles 26 in the BEV

1 Chronicles 26 in the BHAD

1 Chronicles 26 in the BIB

1 Chronicles 26 in the BLPT

1 Chronicles 26 in the BNT

1 Chronicles 26 in the BNTABOOT

1 Chronicles 26 in the BNTLV

1 Chronicles 26 in the BOATCB

1 Chronicles 26 in the BOATCB2

1 Chronicles 26 in the BOBCV

1 Chronicles 26 in the BOCNT

1 Chronicles 26 in the BOECS

1 Chronicles 26 in the BOGWICC

1 Chronicles 26 in the BOHCB

1 Chronicles 26 in the BOHCV

1 Chronicles 26 in the BOHLNT

1 Chronicles 26 in the BOHNTLTAL

1 Chronicles 26 in the BOICB

1 Chronicles 26 in the BOILNTAP

1 Chronicles 26 in the BOITCV

1 Chronicles 26 in the BOKCV

1 Chronicles 26 in the BOKCV2

1 Chronicles 26 in the BOKHWOG

1 Chronicles 26 in the BOKSSV

1 Chronicles 26 in the BOLCB

1 Chronicles 26 in the BOLCB2

1 Chronicles 26 in the BOMCV

1 Chronicles 26 in the BONAV

1 Chronicles 26 in the BONCB

1 Chronicles 26 in the BONLT

1 Chronicles 26 in the BONUT2

1 Chronicles 26 in the BOPLNT

1 Chronicles 26 in the BOSCB

1 Chronicles 26 in the BOSNC

1 Chronicles 26 in the BOTLNT

1 Chronicles 26 in the BOVCB

1 Chronicles 26 in the BOYCB

1 Chronicles 26 in the BPBB

1 Chronicles 26 in the BPH

1 Chronicles 26 in the BSB

1 Chronicles 26 in the CCB

1 Chronicles 26 in the CUV

1 Chronicles 26 in the CUVS

1 Chronicles 26 in the DBT

1 Chronicles 26 in the DGDNT

1 Chronicles 26 in the DHNT

1 Chronicles 26 in the DNT

1 Chronicles 26 in the ELBE

1 Chronicles 26 in the EMTV

1 Chronicles 26 in the ESV

1 Chronicles 26 in the FBV

1 Chronicles 26 in the FEB

1 Chronicles 26 in the GGMNT

1 Chronicles 26 in the GNT

1 Chronicles 26 in the HARY

1 Chronicles 26 in the HNT

1 Chronicles 26 in the IRVB

1 Chronicles 26 in the IRVG

1 Chronicles 26 in the IRVH

1 Chronicles 26 in the IRVK

1 Chronicles 26 in the IRVM

1 Chronicles 26 in the IRVM2

1 Chronicles 26 in the IRVO

1 Chronicles 26 in the IRVP

1 Chronicles 26 in the IRVT

1 Chronicles 26 in the IRVT2

1 Chronicles 26 in the IRVU

1 Chronicles 26 in the ISVN

1 Chronicles 26 in the JSNT

1 Chronicles 26 in the KAPI

1 Chronicles 26 in the KBT1ETNIK

1 Chronicles 26 in the KBV

1 Chronicles 26 in the KJV

1 Chronicles 26 in the KNFD

1 Chronicles 26 in the LBA

1 Chronicles 26 in the LBLA

1 Chronicles 26 in the LNT

1 Chronicles 26 in the LSV

1 Chronicles 26 in the MAAL

1 Chronicles 26 in the MBV

1 Chronicles 26 in the MBV2

1 Chronicles 26 in the MHNT

1 Chronicles 26 in the MKNFD

1 Chronicles 26 in the MNG

1 Chronicles 26 in the MNT

1 Chronicles 26 in the MNT2

1 Chronicles 26 in the MRS1T

1 Chronicles 26 in the NAA

1 Chronicles 26 in the NASB

1 Chronicles 26 in the NBLA

1 Chronicles 26 in the NBS

1 Chronicles 26 in the NBVTP

1 Chronicles 26 in the NET2

1 Chronicles 26 in the NIV11

1 Chronicles 26 in the NNT

1 Chronicles 26 in the NNT2

1 Chronicles 26 in the NNT3

1 Chronicles 26 in the PDDPT

1 Chronicles 26 in the PFNT

1 Chronicles 26 in the RMNT

1 Chronicles 26 in the SBIAS

1 Chronicles 26 in the SBIBS

1 Chronicles 26 in the SBIBS2

1 Chronicles 26 in the SBICS

1 Chronicles 26 in the SBIDS

1 Chronicles 26 in the SBIGS

1 Chronicles 26 in the SBIHS

1 Chronicles 26 in the SBIIS

1 Chronicles 26 in the SBIIS2

1 Chronicles 26 in the SBIIS3

1 Chronicles 26 in the SBIKS

1 Chronicles 26 in the SBIKS2

1 Chronicles 26 in the SBIMS

1 Chronicles 26 in the SBIOS

1 Chronicles 26 in the SBIPS

1 Chronicles 26 in the SBISS

1 Chronicles 26 in the SBITS

1 Chronicles 26 in the SBITS2

1 Chronicles 26 in the SBITS3

1 Chronicles 26 in the SBITS4

1 Chronicles 26 in the SBIUS

1 Chronicles 26 in the SBIVS

1 Chronicles 26 in the SBT

1 Chronicles 26 in the SBT1E

1 Chronicles 26 in the SCHL

1 Chronicles 26 in the SNT

1 Chronicles 26 in the SUSU

1 Chronicles 26 in the SUSU2

1 Chronicles 26 in the SYNO

1 Chronicles 26 in the TBIAOTANT

1 Chronicles 26 in the TBT1E

1 Chronicles 26 in the TBT1E2

1 Chronicles 26 in the TFTIP

1 Chronicles 26 in the TFTU

1 Chronicles 26 in the TGNTATF3T

1 Chronicles 26 in the THAI

1 Chronicles 26 in the TNFD

1 Chronicles 26 in the TNT

1 Chronicles 26 in the TNTIK

1 Chronicles 26 in the TNTIL

1 Chronicles 26 in the TNTIN

1 Chronicles 26 in the TNTIP

1 Chronicles 26 in the TNTIZ

1 Chronicles 26 in the TOMA

1 Chronicles 26 in the TTENT

1 Chronicles 26 in the UBG

1 Chronicles 26 in the UGV

1 Chronicles 26 in the UGV2

1 Chronicles 26 in the UGV3

1 Chronicles 26 in the VBL

1 Chronicles 26 in the VDCC

1 Chronicles 26 in the YALU

1 Chronicles 26 in the YAPE

1 Chronicles 26 in the YBVTP

1 Chronicles 26 in the ZBP