Genesis 10 (IRVA)

1 নোহৰ পুত্ৰ চেম, হাম আৰু যেফতৰ বংশৰ বিৱৰণ এই: জলপ্লাৱনৰ পাছত তেওঁলোকৰ বহুতো সন্তান জন্ম হ’ল। 2 যেফতৰ সন্তানসকলৰ নাম গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক আৰু তীৰচ। 3 গোমৰৰ সন্তান সকল হ’ল অস্কিনজ, ৰীফৎ, আৰু তোগৰ্মা। 4 যাবনৰ সন্তান সকল হ’ল ইলীচা, তৰ্চীচ, কিত্তীম আৰু দোদানীম। 5 যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল। 6 হামৰ সন্তান সকলৰ নাম কুচ, মিচৰ, পূট, আৰু কনান। 7 কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান। 8 কুচৰ পুত্ৰৰ নাম নিম্ৰোদ; এই নিম্রোদ পৃথিবীত এজন মহা-পৰাক্ৰমী পুৰুষ হৈ উঠিছিল। 9 যিহোৱাৰ সন্মুখত তেওঁ আছিল এজন পৰাক্ৰমী চিকাৰী। সেইবাবে তেওঁৰ তুলনা দি এই লোক-প্রবাদ আছে, “নিম্রোদৰ নিচিনা, যিহোৱাৰ সন্মুখতো এজন পৰাক্রমী চিকাৰী।” 10 নিম্রোদৰ ৰাজত্বৰ প্রথম ঠাইবোৰ আছিল চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি। 11 তেওঁ সেই ঠাইৰ পৰা অচুৰ দেশলৈকে গ’ল; তেওঁ নীনবি, ৰহোবোৎ-ঈৰ, কেলহ, 12 আৰু ৰেচন, এইবোৰ নগৰ নির্ম্মাণ কৰিলে। নীনবি আৰু কেলহৰ মাজত অৱস্থিত ৰেচন এখন মহানগৰ আছিল। 13 লুদীয়া, অনামীয়া, লহাবীয়া, নপ্তুহীয়া, 14 পথ্ৰোচীয়া, কচলুহীয়া আৰু কপ্তোৰীয়াসকল মিচৰৰ বংশৰ লোক আছিল। পলেষ্টীয়াসকল এই কচলুহীয়াসকলৰ পৰা আহিছিল। 15 কনান, চীদোন আৰু হেতৰ পিতৃ আছিল। চীদোন আছিল কনানৰ প্রথম সন্তান। 16 যিবুচীয়া ইমোৰীয়া, গিৰ্গাচীয়া, 17 হিব্বীয়া, অৰ্কীয়া, চীনীয়া, 18 অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলো কনানৰ বংশৰ লোক আছিল। পাছত কনানীয়া গোষ্ঠীবোৰ বিস্তাৰিত হৈ পৰিল। 19 কনানীয়াসকলৰ সীমা চীদোনপৰা গৰাৰৰ ফালে গাজা পর্যন্ত আৰু চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীমলৈ যোৱাৰ ফালে লেচা পর্যন্ত আছিল। 20 নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল হামৰ বংশৰ লোক। 21 যেফতৰ ডাঙৰ ককায়েক চেমৰো সন্তান-সন্ততি হ’ল। চেম এবৰৰ বংশধৰসকলৰ আদি পুৰুষ আছিল। 22 চেমৰ পুত্রসকল থ’ল এলম, অচুৰ, অৰ্ফকচদৰ, লুদ আৰু অৰাম। 23 অৰামৰ পুত্রসকল উচ, হুল, গেথৰ, আৰু মচ। 24 অৰ্ফকচদৰ সন্তানৰ নাম চেলহ আৰু চেলহৰ সন্তানৰ নাম এবৰ। 25 এবৰৰ দুজন পুত্ৰ আছিল। তেওঁলোকৰ এজনৰ নাম পেলগ, কিয়নো তেওঁৰ দিনতে পৃথিৱী বিভক্ত হৈছিল। পেলগৰ ভায়েকৰ নাম আছিল যক্তন। 26 যক্তনৰ পুত্ৰসকলৰ নাম অলমোদদ, চেলফ, হচমাবৎ, যেৰহ, 27 হদোৰাম, উজল, দিক্লা, 28 ওবল, অবীমায়েল, চিবা, 29 ওফীৰ, হবীলা আৰু যোবব; এইলোক সকলোৱেই যক্তনৰ সন্তান। 30 মেচাৰ পৰা পূব দিশৰ ছফাৰ পৰ্ব্বতলৈকে যোৱা অঞ্চলত তেওঁলোকে বসবাস কৰিছিল। 31 নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল চেমৰ বংশৰ লোক। 32 এয়াই হ’ল বংশানুক্রমে আৰু জাতি অনুসাৰে নোহৰ পুত্রসকলৰ গোষ্ঠী। জলপ্লাৱনৰ পাছত এওঁলোকৰ বংশৰ লোকসকলেই পৃথক পৃথক জাতি হ’ল আৰু গোটেই পৃথিৱীতে সিচঁৰিত হ’ল।

In Other Versions

Genesis 10 in the ANGEFD

Genesis 10 in the ANTPNG2D

Genesis 10 in the AS21

Genesis 10 in the BAGH

Genesis 10 in the BBPNG

Genesis 10 in the BBT1E

Genesis 10 in the BDS

Genesis 10 in the BEV

Genesis 10 in the BHAD

Genesis 10 in the BIB

Genesis 10 in the BLPT

Genesis 10 in the BNT

Genesis 10 in the BNTABOOT

Genesis 10 in the BNTLV

Genesis 10 in the BOATCB

Genesis 10 in the BOATCB2

Genesis 10 in the BOBCV

Genesis 10 in the BOCNT

Genesis 10 in the BOECS

Genesis 10 in the BOGWICC

Genesis 10 in the BOHCB

Genesis 10 in the BOHCV

Genesis 10 in the BOHLNT

Genesis 10 in the BOHNTLTAL

Genesis 10 in the BOICB

Genesis 10 in the BOILNTAP

Genesis 10 in the BOITCV

Genesis 10 in the BOKCV

Genesis 10 in the BOKCV2

Genesis 10 in the BOKHWOG

Genesis 10 in the BOKSSV

Genesis 10 in the BOLCB

Genesis 10 in the BOLCB2

Genesis 10 in the BOMCV

Genesis 10 in the BONAV

Genesis 10 in the BONCB

Genesis 10 in the BONLT

Genesis 10 in the BONUT2

Genesis 10 in the BOPLNT

Genesis 10 in the BOSCB

Genesis 10 in the BOSNC

Genesis 10 in the BOTLNT

Genesis 10 in the BOVCB

Genesis 10 in the BOYCB

Genesis 10 in the BPBB

Genesis 10 in the BPH

Genesis 10 in the BSB

Genesis 10 in the CCB

Genesis 10 in the CUV

Genesis 10 in the CUVS

Genesis 10 in the DBT

Genesis 10 in the DGDNT

Genesis 10 in the DHNT

Genesis 10 in the DNT

Genesis 10 in the ELBE

Genesis 10 in the EMTV

Genesis 10 in the ESV

Genesis 10 in the FBV

Genesis 10 in the FEB

Genesis 10 in the GGMNT

Genesis 10 in the GNT

Genesis 10 in the HARY

Genesis 10 in the HNT

Genesis 10 in the IRVB

Genesis 10 in the IRVG

Genesis 10 in the IRVH

Genesis 10 in the IRVK

Genesis 10 in the IRVM

Genesis 10 in the IRVM2

Genesis 10 in the IRVO

Genesis 10 in the IRVP

Genesis 10 in the IRVT

Genesis 10 in the IRVT2

Genesis 10 in the IRVU

Genesis 10 in the ISVN

Genesis 10 in the JSNT

Genesis 10 in the KAPI

Genesis 10 in the KBT1ETNIK

Genesis 10 in the KBV

Genesis 10 in the KJV

Genesis 10 in the KNFD

Genesis 10 in the LBA

Genesis 10 in the LBLA

Genesis 10 in the LNT

Genesis 10 in the LSV

Genesis 10 in the MAAL

Genesis 10 in the MBV

Genesis 10 in the MBV2

Genesis 10 in the MHNT

Genesis 10 in the MKNFD

Genesis 10 in the MNG

Genesis 10 in the MNT

Genesis 10 in the MNT2

Genesis 10 in the MRS1T

Genesis 10 in the NAA

Genesis 10 in the NASB

Genesis 10 in the NBLA

Genesis 10 in the NBS

Genesis 10 in the NBVTP

Genesis 10 in the NET2

Genesis 10 in the NIV11

Genesis 10 in the NNT

Genesis 10 in the NNT2

Genesis 10 in the NNT3

Genesis 10 in the PDDPT

Genesis 10 in the PFNT

Genesis 10 in the RMNT

Genesis 10 in the SBIAS

Genesis 10 in the SBIBS

Genesis 10 in the SBIBS2

Genesis 10 in the SBICS

Genesis 10 in the SBIDS

Genesis 10 in the SBIGS

Genesis 10 in the SBIHS

Genesis 10 in the SBIIS

Genesis 10 in the SBIIS2

Genesis 10 in the SBIIS3

Genesis 10 in the SBIKS

Genesis 10 in the SBIKS2

Genesis 10 in the SBIMS

Genesis 10 in the SBIOS

Genesis 10 in the SBIPS

Genesis 10 in the SBISS

Genesis 10 in the SBITS

Genesis 10 in the SBITS2

Genesis 10 in the SBITS3

Genesis 10 in the SBITS4

Genesis 10 in the SBIUS

Genesis 10 in the SBIVS

Genesis 10 in the SBT

Genesis 10 in the SBT1E

Genesis 10 in the SCHL

Genesis 10 in the SNT

Genesis 10 in the SUSU

Genesis 10 in the SUSU2

Genesis 10 in the SYNO

Genesis 10 in the TBIAOTANT

Genesis 10 in the TBT1E

Genesis 10 in the TBT1E2

Genesis 10 in the TFTIP

Genesis 10 in the TFTU

Genesis 10 in the TGNTATF3T

Genesis 10 in the THAI

Genesis 10 in the TNFD

Genesis 10 in the TNT

Genesis 10 in the TNTIK

Genesis 10 in the TNTIL

Genesis 10 in the TNTIN

Genesis 10 in the TNTIP

Genesis 10 in the TNTIZ

Genesis 10 in the TOMA

Genesis 10 in the TTENT

Genesis 10 in the UBG

Genesis 10 in the UGV

Genesis 10 in the UGV2

Genesis 10 in the UGV3

Genesis 10 in the VBL

Genesis 10 in the VDCC

Genesis 10 in the YALU

Genesis 10 in the YAPE

Genesis 10 in the YBVTP

Genesis 10 in the ZBP