Isaiah 55 (IRVA)

1 “হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই,সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা। 2 যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় জোখা? আৰু যি হে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা?সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা। 3 মনোযোগ দিয়া আৰু মোৰ ওচৰলৈ আহাঁ! শুনা, তাৰ দ্বাৰাই তোমালোকৰ প্ৰাণ যেন সজীব হয়!মই নিশ্চয় তোমালোকৰ সৈতে অনন্তকলীয়া চুক্তি, দায়ূদক দিয়া বিশ্ৱাসযোগ্য নিয়মৰ চুক্তি স্থাপন কৰিম। 4 চোৱা, মই তেওঁক দেশবোৰৰ সাক্ষীস্বৰূপে, আৰু লোকসকলৰ মুখ্য ব্যক্তি আৰু অধ্যক্ষস্বৰূপে নিযুক্ত কৰিলোঁ।” 5 চোৱা, যি জাতিক তোমালোকে নাজানা, এনে জাতিক তোমালোকে আহ্বান কৰিবা, আৰু যি জাতিয়ে তোমালোকক নাজানে, এনে জাতি তোমালোকৰ ওচৰলৈ দৌৰি আহিব;তোমালোকৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, যি জনে তোমালোকক গৌৰৱাম্বিত কৰিলে, তেওঁৰ বাবে এনে ঘটিব। 6 যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা। 7 দুষ্ট লোকে তেওঁলোকৰ পথ আৰু পাপীলোকে তেওঁলোকৰ চিন্তাধাৰা ত্যাগ কৰক।তেওঁলোক যিহোৱালৈ ঘুৰি আহক, তাতে তেওঁ তেওঁলোকক দয়া কৰিব; আৰু যি জনে প্ৰচুৰ পৰিমাণে তেওঁলোকক ক্ষমা কৰিব, আমাৰ সেই ঈশ্বৰলৈ ঘুৰি আহাঁ। 8 “কাৰণ মোৰ চিন্তাধাৰা তোমালোকৰ চিন্তাধাৰা নহয়, বা তোমালোকৰ পথ মোৰ পথ নহয়” এইয়া যিহোৱাৰ ঘোষনা। 9 “কাৰণ যি দৰে পৃথিবীতকৈ আকাশ-মণ্ডল ওখ, সেই দৰে তোমালোকৰ সকলো পথতকৈ মোৰ পথ ওখ, আৰু তোমালোকৰ চিন্তাধাৰাতকৈ মোৰ চিন্তাধাৰা। 10 কাৰণ যি দৰে বৰষুণ আৰু হিম আকাশৰ পৰা নামি আহে,আৰু পৃথিবীক যেতিয়ালৈকে নিভিজাই তেতিয়ালৈকে ঘুৰি নাযায়,ই উৎপন্ন কৰিবলৈ আৰু গজালি মেলিবলৈ ভূমি প্রস্তুত কৰে, গুটি সিঁচোতাক ফল দিয়ে আৰু খাওঁতাক আহাৰ দিয়ে, 11 সেয়ে মোৰ মুখৰ পৰা ওলোৱা বাক্যও সেই দৰে ওলায় যায়: সেয়ে ফলপ্রদ নোহোৱাকৈ মোলৈ ঘুৰি নাহিব,কিন্তু মই ইচ্ছা কৰাৰ দৰেই সম্পন্ন কৰিব, আৰু যিহৰ বাবে ইয়াক পঠাওঁ, সেই বিষয়ত সফল হ’ব। 12 সেয়ে তোমালোক আনন্দেৰে বেবিলনৰ পৰা বাহিৰ ওলাই যাবা, আৰু তোমালোকক শান্তিৰে নিয়া হ’ব;পৰ্ব্বত আৰু পাহাৰবোৰে তোমালোকৰ আগত উচ্চ-স্বৰে আনন্দ কৰিব, আৰু পথাৰত থকা গছবোৰে হাত তালি দিব। 13 কাঁইট গছৰ সলনি চিৰসেউজীয়া গছ গজিব; আৰু কাঁইটীয়া জাৰণিৰ পৰিবর্তে সুগন্ধি পাত আৰু ফুলযুক্ত গছ গজিব;আৰু সেয়ে যিহোৱা আৰু তেওঁৰ নামৰ বাবে হ’ব, কেতিয়াও লুপ্ত নোহোৱা, অনন্ত কালৰ বাবে এক চিন হ’ব।

In Other Versions

Isaiah 55 in the ANGEFD

Isaiah 55 in the ANTPNG2D

Isaiah 55 in the AS21

Isaiah 55 in the BAGH

Isaiah 55 in the BBPNG

Isaiah 55 in the BBT1E

Isaiah 55 in the BDS

Isaiah 55 in the BEV

Isaiah 55 in the BHAD

Isaiah 55 in the BIB

Isaiah 55 in the BLPT

Isaiah 55 in the BNT

Isaiah 55 in the BNTABOOT

Isaiah 55 in the BNTLV

Isaiah 55 in the BOATCB

Isaiah 55 in the BOATCB2

Isaiah 55 in the BOBCV

Isaiah 55 in the BOCNT

Isaiah 55 in the BOECS

Isaiah 55 in the BOGWICC

Isaiah 55 in the BOHCB

Isaiah 55 in the BOHCV

Isaiah 55 in the BOHLNT

Isaiah 55 in the BOHNTLTAL

Isaiah 55 in the BOICB

Isaiah 55 in the BOILNTAP

Isaiah 55 in the BOITCV

Isaiah 55 in the BOKCV

Isaiah 55 in the BOKCV2

Isaiah 55 in the BOKHWOG

Isaiah 55 in the BOKSSV

Isaiah 55 in the BOLCB

Isaiah 55 in the BOLCB2

Isaiah 55 in the BOMCV

Isaiah 55 in the BONAV

Isaiah 55 in the BONCB

Isaiah 55 in the BONLT

Isaiah 55 in the BONUT2

Isaiah 55 in the BOPLNT

Isaiah 55 in the BOSCB

Isaiah 55 in the BOSNC

Isaiah 55 in the BOTLNT

Isaiah 55 in the BOVCB

Isaiah 55 in the BOYCB

Isaiah 55 in the BPBB

Isaiah 55 in the BPH

Isaiah 55 in the BSB

Isaiah 55 in the CCB

Isaiah 55 in the CUV

Isaiah 55 in the CUVS

Isaiah 55 in the DBT

Isaiah 55 in the DGDNT

Isaiah 55 in the DHNT

Isaiah 55 in the DNT

Isaiah 55 in the ELBE

Isaiah 55 in the EMTV

Isaiah 55 in the ESV

Isaiah 55 in the FBV

Isaiah 55 in the FEB

Isaiah 55 in the GGMNT

Isaiah 55 in the GNT

Isaiah 55 in the HARY

Isaiah 55 in the HNT

Isaiah 55 in the IRVB

Isaiah 55 in the IRVG

Isaiah 55 in the IRVH

Isaiah 55 in the IRVK

Isaiah 55 in the IRVM

Isaiah 55 in the IRVM2

Isaiah 55 in the IRVO

Isaiah 55 in the IRVP

Isaiah 55 in the IRVT

Isaiah 55 in the IRVT2

Isaiah 55 in the IRVU

Isaiah 55 in the ISVN

Isaiah 55 in the JSNT

Isaiah 55 in the KAPI

Isaiah 55 in the KBT1ETNIK

Isaiah 55 in the KBV

Isaiah 55 in the KJV

Isaiah 55 in the KNFD

Isaiah 55 in the LBA

Isaiah 55 in the LBLA

Isaiah 55 in the LNT

Isaiah 55 in the LSV

Isaiah 55 in the MAAL

Isaiah 55 in the MBV

Isaiah 55 in the MBV2

Isaiah 55 in the MHNT

Isaiah 55 in the MKNFD

Isaiah 55 in the MNG

Isaiah 55 in the MNT

Isaiah 55 in the MNT2

Isaiah 55 in the MRS1T

Isaiah 55 in the NAA

Isaiah 55 in the NASB

Isaiah 55 in the NBLA

Isaiah 55 in the NBS

Isaiah 55 in the NBVTP

Isaiah 55 in the NET2

Isaiah 55 in the NIV11

Isaiah 55 in the NNT

Isaiah 55 in the NNT2

Isaiah 55 in the NNT3

Isaiah 55 in the PDDPT

Isaiah 55 in the PFNT

Isaiah 55 in the RMNT

Isaiah 55 in the SBIAS

Isaiah 55 in the SBIBS

Isaiah 55 in the SBIBS2

Isaiah 55 in the SBICS

Isaiah 55 in the SBIDS

Isaiah 55 in the SBIGS

Isaiah 55 in the SBIHS

Isaiah 55 in the SBIIS

Isaiah 55 in the SBIIS2

Isaiah 55 in the SBIIS3

Isaiah 55 in the SBIKS

Isaiah 55 in the SBIKS2

Isaiah 55 in the SBIMS

Isaiah 55 in the SBIOS

Isaiah 55 in the SBIPS

Isaiah 55 in the SBISS

Isaiah 55 in the SBITS

Isaiah 55 in the SBITS2

Isaiah 55 in the SBITS3

Isaiah 55 in the SBITS4

Isaiah 55 in the SBIUS

Isaiah 55 in the SBIVS

Isaiah 55 in the SBT

Isaiah 55 in the SBT1E

Isaiah 55 in the SCHL

Isaiah 55 in the SNT

Isaiah 55 in the SUSU

Isaiah 55 in the SUSU2

Isaiah 55 in the SYNO

Isaiah 55 in the TBIAOTANT

Isaiah 55 in the TBT1E

Isaiah 55 in the TBT1E2

Isaiah 55 in the TFTIP

Isaiah 55 in the TFTU

Isaiah 55 in the TGNTATF3T

Isaiah 55 in the THAI

Isaiah 55 in the TNFD

Isaiah 55 in the TNT

Isaiah 55 in the TNTIK

Isaiah 55 in the TNTIL

Isaiah 55 in the TNTIN

Isaiah 55 in the TNTIP

Isaiah 55 in the TNTIZ

Isaiah 55 in the TOMA

Isaiah 55 in the TTENT

Isaiah 55 in the UBG

Isaiah 55 in the UGV

Isaiah 55 in the UGV2

Isaiah 55 in the UGV3

Isaiah 55 in the VBL

Isaiah 55 in the VDCC

Isaiah 55 in the YALU

Isaiah 55 in the YAPE

Isaiah 55 in the YBVTP

Isaiah 55 in the ZBP