Numbers 36 (IRVA)
1 পাছত যোচেফৰ সন্তান সকলৰ গোষ্ঠীবোৰৰ মাজৰ মনচিৰ নাতিয়েক মাখীৰৰ পুত্ৰ গিলিয়দৰ গোষ্ঠীৰ পিতৃ-বংশৰ মূল ব্যক্তিসকলে মোচিৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ মূল ব্যক্তি যি অধ্যক্ষসকল, 2 তেওঁলোকৰ ওচৰলৈ আহি এই কথা ক’লে, “ইস্ৰায়েলৰ সন্তান সকলক আধিপত্যৰ অৰ্থে এই দেশ চিঠি খেলাই দিবলৈ, যিহোৱাই মোৰ প্ৰভুক আজ্ঞা কৰিলে আৰু আমাৰ ভাই চলফাদৰ আধিপত্য তেওঁৰ জীয়েকসকলক দিবলৈ মোৰ প্ৰভুৱে যিহোৱাৰ পৰা আজ্ঞা পালে। 3 কিন্তু ইস্ৰায়েলৰ সন্তান সকলৰ আন ফৈদৰ কোনো লোকেৰে সৈতে যদি তেওঁলোক বিয়া হয় তেন্তে আমাৰ পিতৃৰ আধিপত্যৰ পৰা তেওঁলোকৰ অধিকাৰ কটা যাব আৰু তেওঁলোক যি ফৈদৰ হ’ব, সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তাক যোগ কৰা হ’ব; এইদৰে তেওঁক আমাৰ উত্তৰাধিকাৰৰ ভাগৰ পৰা কটা যাব। 4 আৰু যেতিয়া ইস্ৰায়েলৰ সন্তান সকলৰ যোৱেল বছৰ হ’ব, তেতিয়া তেওঁলোক যি ফৈদৰ হ’ব, সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তেওঁলোকৰ উত্তৰাধীকাৰ যোগ কৰা হ’ব; এইদৰে আমাৰ পিতৃৰ ফৈদৰ ভাগৰ পৰা তেওঁলোকৰ উত্তৰাধীকাৰ কটা যাব।” 5 তাতে মোচিয়ে যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা কৰিলে, “যোচেফৰ সন্তান সকলৰ ফৈদে ঠিক কৈছে। 6 যিহোৱাই চলফাদৰ জীয়েকসকলৰ বিষয়ে এই আজ্ঞা কৰিছে, ‘তেওঁলোকে যাক ভাল পায়, তাৰে সৈতে বিয়া হ’ব পাৰিব কিন্তু কেৱল নিজৰ পিতৃ-বংশৰ কোনো গোষ্ঠীৰ মাজতহে বিয়া হ’ব পাৰিব।’ 7 এইদৰে ইস্ৰায়েলৰ সন্তান সকলৰ কোনো আধিপত্য এক ফৈদৰ পৰা আন ফৈদলৈ নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ আধিপত্যতে থাকিব লাগিব। 8 আৰু ইস্ৰায়েলৰ সন্তান সকলে প্ৰতিজনে যেন নিজ নিজ পিতৃৰ আধিপত্য ভোগ কৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ কোনো ফৈদৰ মাজত আধিপত্য পোৱা প্ৰতিজনী জীয়েক নিজ পিতৃ-বংশৰ গোষ্ঠীৰ মাজৰ কোনো পুৰুষে সৈতে বিয়া হ’ব লাগিব। 9 তেতিয়া এক ফৈদৰ পৰা আন ফৈদলৈ কোনো আধিপত্য নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰত্যেক ফৈদ নিজ নিজ আধিপত্যতে থাকিব লাগিব।” 10 চলফাদৰ জীয়েকসকলে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে। 11 কিয়নো মহলা, তিৰ্চা হগ্লা, মিল্কা আৰু নোৱা, চলফাদৰ এই জীয়েক কেইজনীয়ে নিজৰ বৰ বাপেক কি দদায়েকৰ পুতেকসকলৰ সৈতে বিয়া হ’ল। 12 যোচেফৰ পুত্ৰ মনচিৰ সন্তান সকলৰ গোষ্ঠীৰ মাজত তেওঁলোকৰ বিয়া হোৱাত, তেওঁলোকৰ আধিপত্য, তেওঁলোকৰ পিতৃ-গোষ্ঠীৰ ফৈদতেই থাকিল। 13 যিহোৱাই যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত মোচিৰ দ্বাৰাই ইস্ৰায়েলৰ সন্তান সকলক এই সকলো আজ্ঞা আৰু শাসন-প্ৰণালী দিলে।
In Other Versions
Numbers 36 in the ANGEFD
Numbers 36 in the ANTPNG2D
Numbers 36 in the AS21
Numbers 36 in the BAGH
Numbers 36 in the BBPNG
Numbers 36 in the BBT1E
Numbers 36 in the BDS
Numbers 36 in the BEV
Numbers 36 in the BHAD
Numbers 36 in the BIB
Numbers 36 in the BLPT
Numbers 36 in the BNT
Numbers 36 in the BNTABOOT
Numbers 36 in the BNTLV
Numbers 36 in the BOATCB
Numbers 36 in the BOATCB2
Numbers 36 in the BOBCV
Numbers 36 in the BOCNT
Numbers 36 in the BOECS
Numbers 36 in the BOGWICC
Numbers 36 in the BOHCB
Numbers 36 in the BOHCV
Numbers 36 in the BOHLNT
Numbers 36 in the BOHNTLTAL
Numbers 36 in the BOICB
Numbers 36 in the BOILNTAP
Numbers 36 in the BOITCV
Numbers 36 in the BOKCV
Numbers 36 in the BOKCV2
Numbers 36 in the BOKHWOG
Numbers 36 in the BOKSSV
Numbers 36 in the BOLCB
Numbers 36 in the BOLCB2
Numbers 36 in the BOMCV
Numbers 36 in the BONAV
Numbers 36 in the BONCB
Numbers 36 in the BONLT
Numbers 36 in the BONUT2
Numbers 36 in the BOPLNT
Numbers 36 in the BOSCB
Numbers 36 in the BOSNC
Numbers 36 in the BOTLNT
Numbers 36 in the BOVCB
Numbers 36 in the BOYCB
Numbers 36 in the BPBB
Numbers 36 in the BPH
Numbers 36 in the BSB
Numbers 36 in the CCB
Numbers 36 in the CUV
Numbers 36 in the CUVS
Numbers 36 in the DBT
Numbers 36 in the DGDNT
Numbers 36 in the DHNT
Numbers 36 in the DNT
Numbers 36 in the ELBE
Numbers 36 in the EMTV
Numbers 36 in the ESV
Numbers 36 in the FBV
Numbers 36 in the FEB
Numbers 36 in the GGMNT
Numbers 36 in the GNT
Numbers 36 in the HARY
Numbers 36 in the HNT
Numbers 36 in the IRVB
Numbers 36 in the IRVG
Numbers 36 in the IRVH
Numbers 36 in the IRVK
Numbers 36 in the IRVM
Numbers 36 in the IRVM2
Numbers 36 in the IRVO
Numbers 36 in the IRVP
Numbers 36 in the IRVT
Numbers 36 in the IRVT2
Numbers 36 in the IRVU
Numbers 36 in the ISVN
Numbers 36 in the JSNT
Numbers 36 in the KAPI
Numbers 36 in the KBT1ETNIK
Numbers 36 in the KBV
Numbers 36 in the KJV
Numbers 36 in the KNFD
Numbers 36 in the LBA
Numbers 36 in the LBLA
Numbers 36 in the LNT
Numbers 36 in the LSV
Numbers 36 in the MAAL
Numbers 36 in the MBV
Numbers 36 in the MBV2
Numbers 36 in the MHNT
Numbers 36 in the MKNFD
Numbers 36 in the MNG
Numbers 36 in the MNT
Numbers 36 in the MNT2
Numbers 36 in the MRS1T
Numbers 36 in the NAA
Numbers 36 in the NASB
Numbers 36 in the NBLA
Numbers 36 in the NBS
Numbers 36 in the NBVTP
Numbers 36 in the NET2
Numbers 36 in the NIV11
Numbers 36 in the NNT
Numbers 36 in the NNT2
Numbers 36 in the NNT3
Numbers 36 in the PDDPT
Numbers 36 in the PFNT
Numbers 36 in the RMNT
Numbers 36 in the SBIAS
Numbers 36 in the SBIBS
Numbers 36 in the SBIBS2
Numbers 36 in the SBICS
Numbers 36 in the SBIDS
Numbers 36 in the SBIGS
Numbers 36 in the SBIHS
Numbers 36 in the SBIIS
Numbers 36 in the SBIIS2
Numbers 36 in the SBIIS3
Numbers 36 in the SBIKS
Numbers 36 in the SBIKS2
Numbers 36 in the SBIMS
Numbers 36 in the SBIOS
Numbers 36 in the SBIPS
Numbers 36 in the SBISS
Numbers 36 in the SBITS
Numbers 36 in the SBITS2
Numbers 36 in the SBITS3
Numbers 36 in the SBITS4
Numbers 36 in the SBIUS
Numbers 36 in the SBIVS
Numbers 36 in the SBT
Numbers 36 in the SBT1E
Numbers 36 in the SCHL
Numbers 36 in the SNT
Numbers 36 in the SUSU
Numbers 36 in the SUSU2
Numbers 36 in the SYNO
Numbers 36 in the TBIAOTANT
Numbers 36 in the TBT1E
Numbers 36 in the TBT1E2
Numbers 36 in the TFTIP
Numbers 36 in the TFTU
Numbers 36 in the TGNTATF3T
Numbers 36 in the THAI
Numbers 36 in the TNFD
Numbers 36 in the TNT
Numbers 36 in the TNTIK
Numbers 36 in the TNTIL
Numbers 36 in the TNTIN
Numbers 36 in the TNTIP
Numbers 36 in the TNTIZ
Numbers 36 in the TOMA
Numbers 36 in the TTENT
Numbers 36 in the UBG
Numbers 36 in the UGV
Numbers 36 in the UGV2
Numbers 36 in the UGV3
Numbers 36 in the VBL
Numbers 36 in the VDCC
Numbers 36 in the YALU
Numbers 36 in the YAPE
Numbers 36 in the YBVTP
Numbers 36 in the ZBP