Psalms 5 (IRVA)

1 হে যিহোৱা, মোৰ কথালৈ কাণ পাতা; মোৰ হুমুনিয়াহ শুনা। 2 হে মোৰ ৰজা, মোৰ ঈশ্বৰ,তুমি মোৰ কাতৰোক্তিৰ স্বৰ শুনা;কিয়নো মই তোমাৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ। 3 হে যিহোৱা, প্রতি ৰাতিপুৱাতে তুমি মোৰ মাত শুনিবলৈ পোৱা;ৰাতিপুৱাই মই তোমাৰ সন্মুখত মোৰ নিবেদন উৎসৰ্গ কৰি বাট চাই থাকো। 4 তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা;দুষ্ট লোকে তোমাৰ লগত থাকিব নোৱাৰে। 5 যিসকল অহংকাৰী লোক, তেওঁলোক তোমাৰ চকুৰ সন্মুখত থিয় হ’ব নোৱাৰিব;সকলো দুষ্কর্ম কৰা লোকক তুমি ঘৃণা কৰা। 6 যিসকলে মিছা কথা কয় তেওঁলোকক তুমি বিনষ্ট কৰিবা;যিহোৱাই ৰক্তপাতকাৰী আৰু ছলনাকাৰীক ঘৃণা কৰে। 7 কিন্তু মই তোমাৰ অসীম প্রেমৰ যোগেদিতোমাৰ গৃহত সোমাম,মই ভয়েৰে সৈতে তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ চাইমোৰ মূৰ নত কৰিম। 8 হে যিহোৱা, মোৰ অনেক শত্রু থকাৰ কাৰণেতুমি মোক তোমাৰ নিজ ধাৰ্মিকতাৰ পথত চলাই নিয়া;তোমাৰ পথ মোৰ সন্মুখত সৰল কৰি দিয়া। 9 মোৰ শত্রুবোৰৰ মুখত সত্যতা নাই।সিহঁতৰ হৃদয়ত ধ্বংসৰ মনোভাৱ থাকে।সিহঁতৰ ডিঙিৰ নলীবোৰ যেন মুকলি মৈদাম,সিহঁতে কপটভাৱে জিভাৰে প্রশংসাৰ কথা কয়। 10 হে ঈশ্বৰ, তুমি সিহঁতক নিজৰ দোষৰ ভাৰ বহন কৰিবলৈ দিয়া;সিহঁত নিজ নিজ পৰামর্শতে পতিত হওঁক।সিহঁতৰ অধিক অপৰাধৰ কাৰণে তুমি সিহঁতক খেদাই দিয়া;কিয়নো সিহঁতে তোমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে। 11 কিন্তু যিসকলে তোমাত আশ্ৰয় লয়, তেওঁলোক আনন্দিত হওঁক;তেওঁলোকে আনন্দেৰে চিৰকাল গীত-গান কৰক,তেওঁলোকৰ ওপৰত তোমাৰ নিৰাপত্তা প্রসাৰিত কৰাযাতে তোমাৰ নামক যিসকলে প্ৰেম কৰে, তেওঁলোকে তোমাত আনন্দ পায়। 12 কিয়নো হে যিহোৱা, যিসকল ধাৰ্মিক, তুমি তেওঁলোকক আশীৰ্বাদ কৰা;তোমাৰ দয়াৰে তুমি তেওঁলোকক ঢালৰ নিচিনাকৈ আৱৰি ৰাখিছা।

In Other Versions

Psalms 5 in the ANGEFD

Psalms 5 in the ANTPNG2D

Psalms 5 in the AS21

Psalms 5 in the BAGH

Psalms 5 in the BBPNG

Psalms 5 in the BBT1E

Psalms 5 in the BDS

Psalms 5 in the BEV

Psalms 5 in the BHAD

Psalms 5 in the BIB

Psalms 5 in the BLPT

Psalms 5 in the BNT

Psalms 5 in the BNTABOOT

Psalms 5 in the BNTLV

Psalms 5 in the BOATCB

Psalms 5 in the BOATCB2

Psalms 5 in the BOBCV

Psalms 5 in the BOCNT

Psalms 5 in the BOECS

Psalms 5 in the BOGWICC

Psalms 5 in the BOHCB

Psalms 5 in the BOHCV

Psalms 5 in the BOHLNT

Psalms 5 in the BOHNTLTAL

Psalms 5 in the BOICB

Psalms 5 in the BOILNTAP

Psalms 5 in the BOITCV

Psalms 5 in the BOKCV

Psalms 5 in the BOKCV2

Psalms 5 in the BOKHWOG

Psalms 5 in the BOKSSV

Psalms 5 in the BOLCB

Psalms 5 in the BOLCB2

Psalms 5 in the BOMCV

Psalms 5 in the BONAV

Psalms 5 in the BONCB

Psalms 5 in the BONLT

Psalms 5 in the BONUT2

Psalms 5 in the BOPLNT

Psalms 5 in the BOSCB

Psalms 5 in the BOSNC

Psalms 5 in the BOTLNT

Psalms 5 in the BOVCB

Psalms 5 in the BOYCB

Psalms 5 in the BPBB

Psalms 5 in the BPH

Psalms 5 in the BSB

Psalms 5 in the CCB

Psalms 5 in the CUV

Psalms 5 in the CUVS

Psalms 5 in the DBT

Psalms 5 in the DGDNT

Psalms 5 in the DHNT

Psalms 5 in the DNT

Psalms 5 in the ELBE

Psalms 5 in the EMTV

Psalms 5 in the ESV

Psalms 5 in the FBV

Psalms 5 in the FEB

Psalms 5 in the GGMNT

Psalms 5 in the GNT

Psalms 5 in the HARY

Psalms 5 in the HNT

Psalms 5 in the IRVB

Psalms 5 in the IRVG

Psalms 5 in the IRVH

Psalms 5 in the IRVK

Psalms 5 in the IRVM

Psalms 5 in the IRVM2

Psalms 5 in the IRVO

Psalms 5 in the IRVP

Psalms 5 in the IRVT

Psalms 5 in the IRVT2

Psalms 5 in the IRVU

Psalms 5 in the ISVN

Psalms 5 in the JSNT

Psalms 5 in the KAPI

Psalms 5 in the KBT1ETNIK

Psalms 5 in the KBV

Psalms 5 in the KJV

Psalms 5 in the KNFD

Psalms 5 in the LBA

Psalms 5 in the LBLA

Psalms 5 in the LNT

Psalms 5 in the LSV

Psalms 5 in the MAAL

Psalms 5 in the MBV

Psalms 5 in the MBV2

Psalms 5 in the MHNT

Psalms 5 in the MKNFD

Psalms 5 in the MNG

Psalms 5 in the MNT

Psalms 5 in the MNT2

Psalms 5 in the MRS1T

Psalms 5 in the NAA

Psalms 5 in the NASB

Psalms 5 in the NBLA

Psalms 5 in the NBS

Psalms 5 in the NBVTP

Psalms 5 in the NET2

Psalms 5 in the NIV11

Psalms 5 in the NNT

Psalms 5 in the NNT2

Psalms 5 in the NNT3

Psalms 5 in the PDDPT

Psalms 5 in the PFNT

Psalms 5 in the RMNT

Psalms 5 in the SBIAS

Psalms 5 in the SBIBS

Psalms 5 in the SBIBS2

Psalms 5 in the SBICS

Psalms 5 in the SBIDS

Psalms 5 in the SBIGS

Psalms 5 in the SBIHS

Psalms 5 in the SBIIS

Psalms 5 in the SBIIS2

Psalms 5 in the SBIIS3

Psalms 5 in the SBIKS

Psalms 5 in the SBIKS2

Psalms 5 in the SBIMS

Psalms 5 in the SBIOS

Psalms 5 in the SBIPS

Psalms 5 in the SBISS

Psalms 5 in the SBITS

Psalms 5 in the SBITS2

Psalms 5 in the SBITS3

Psalms 5 in the SBITS4

Psalms 5 in the SBIUS

Psalms 5 in the SBIVS

Psalms 5 in the SBT

Psalms 5 in the SBT1E

Psalms 5 in the SCHL

Psalms 5 in the SNT

Psalms 5 in the SUSU

Psalms 5 in the SUSU2

Psalms 5 in the SYNO

Psalms 5 in the TBIAOTANT

Psalms 5 in the TBT1E

Psalms 5 in the TBT1E2

Psalms 5 in the TFTIP

Psalms 5 in the TFTU

Psalms 5 in the TGNTATF3T

Psalms 5 in the THAI

Psalms 5 in the TNFD

Psalms 5 in the TNT

Psalms 5 in the TNTIK

Psalms 5 in the TNTIL

Psalms 5 in the TNTIN

Psalms 5 in the TNTIP

Psalms 5 in the TNTIZ

Psalms 5 in the TOMA

Psalms 5 in the TTENT

Psalms 5 in the UBG

Psalms 5 in the UGV

Psalms 5 in the UGV2

Psalms 5 in the UGV3

Psalms 5 in the VBL

Psalms 5 in the VDCC

Psalms 5 in the YALU

Psalms 5 in the YAPE

Psalms 5 in the YBVTP

Psalms 5 in the ZBP