Psalms 55 (IRVA)

1 হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা,মোৰ নিবেদনৰ সময়ত নিজকে লুকুৱাই নাৰাখিবা। 2 মোলৈ মনোযোগ কৰা, মোক উত্তৰ দিয়া; 3 শত্ৰুৰ কথাৰ কাৰণে,দুষ্টৰ অত্যাচাৰৰ বাবে,তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে,তেওঁলোকে ক্ৰোধেৰে মোক নির্যাতন চলাইছে। 4 মোৰ হৃদয়ত অত্যন্ত যন্ত্ৰণা পাইছে,মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে। 5 ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে;আতঙ্কিত হৈ ভয়াভিভূত হৈছোঁ। 6 মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে!তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন, 7 চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলোহেঁতেন;গৈ অৰণ্যত বাস কৰিলোহেঁতেন। [চেলা] 8 প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা,শীঘ্ৰে মই আশ্ৰয় স্থানলৈ গলোহেঁতেন। 9 হে’ প্ৰভু, তেওঁলোকক ধ্বংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা;মই হিংস্রতা, শত্রুতা নগৰৰ ভিতৰত দেখিছোঁ। 10 তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে;অপৰাধ আৰু দুষ্টতা তাৰ ভিতৰত আছে। 11 ইয়াৰ ভিতৰত মন্দতা আছে;পথবোৰৰ পৰা উপদ্ৰৱ আৰু প্ৰতাৰণা নুগুচে। 12 কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়;কৰা হলে, মই তাক সহিলোহেঁতেন;মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়;কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন। 13 কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ;মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা। 14 আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ;লোক সকলৰ সৈতে আমি ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ। 15 মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক,জীয়াই জীয়াই চিয়োললৈ নামি যাওঁক;কিয়নো তেওঁলোকৰ বাসস্থান আৰু মনত দুষ্টতা আছে। 16 মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম;তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব। 17 গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম;তাতে তেওঁ মোৰ মাত শুনিব। 18 কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল;মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে। 19 ঈশ্বৰ, যি জন অৱশেষ অনাদি কালৰে পৰা আছে;তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব। [চেলা]যি মানুহৰ পৰিবৰ্ত্তন নাই;তেওঁলোকে ঈশ্বৰক ভয় নকৰে। 20 মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে;তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে। 21 তেওঁৰ মুখ মাখনৰ নিচিনা কোমল,কিন্তু তেওঁৰ অন্তৰ বিদ্রোহী;তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া,সেইবোৰ খাপৰ পৰা ওলোৱা তৰোৱালৰ নিচিনা। 22 যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব;তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে। 23 কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাতলৈ নমাই আনিবা;ৰক্তপাত কৰা আৰু ছলনাকাৰী মানুহবোৰে আধা বয়সো নাপাব;কিন্তু মই হ’লে, তোমাৰ ওপৰত ভাৰসা কৰিম।

In Other Versions

Psalms 55 in the ANGEFD

Psalms 55 in the ANTPNG2D

Psalms 55 in the AS21

Psalms 55 in the BAGH

Psalms 55 in the BBPNG

Psalms 55 in the BBT1E

Psalms 55 in the BDS

Psalms 55 in the BEV

Psalms 55 in the BHAD

Psalms 55 in the BIB

Psalms 55 in the BLPT

Psalms 55 in the BNT

Psalms 55 in the BNTABOOT

Psalms 55 in the BNTLV

Psalms 55 in the BOATCB

Psalms 55 in the BOATCB2

Psalms 55 in the BOBCV

Psalms 55 in the BOCNT

Psalms 55 in the BOECS

Psalms 55 in the BOGWICC

Psalms 55 in the BOHCB

Psalms 55 in the BOHCV

Psalms 55 in the BOHLNT

Psalms 55 in the BOHNTLTAL

Psalms 55 in the BOICB

Psalms 55 in the BOILNTAP

Psalms 55 in the BOITCV

Psalms 55 in the BOKCV

Psalms 55 in the BOKCV2

Psalms 55 in the BOKHWOG

Psalms 55 in the BOKSSV

Psalms 55 in the BOLCB

Psalms 55 in the BOLCB2

Psalms 55 in the BOMCV

Psalms 55 in the BONAV

Psalms 55 in the BONCB

Psalms 55 in the BONLT

Psalms 55 in the BONUT2

Psalms 55 in the BOPLNT

Psalms 55 in the BOSCB

Psalms 55 in the BOSNC

Psalms 55 in the BOTLNT

Psalms 55 in the BOVCB

Psalms 55 in the BOYCB

Psalms 55 in the BPBB

Psalms 55 in the BPH

Psalms 55 in the BSB

Psalms 55 in the CCB

Psalms 55 in the CUV

Psalms 55 in the CUVS

Psalms 55 in the DBT

Psalms 55 in the DGDNT

Psalms 55 in the DHNT

Psalms 55 in the DNT

Psalms 55 in the ELBE

Psalms 55 in the EMTV

Psalms 55 in the ESV

Psalms 55 in the FBV

Psalms 55 in the FEB

Psalms 55 in the GGMNT

Psalms 55 in the GNT

Psalms 55 in the HARY

Psalms 55 in the HNT

Psalms 55 in the IRVB

Psalms 55 in the IRVG

Psalms 55 in the IRVH

Psalms 55 in the IRVK

Psalms 55 in the IRVM

Psalms 55 in the IRVM2

Psalms 55 in the IRVO

Psalms 55 in the IRVP

Psalms 55 in the IRVT

Psalms 55 in the IRVT2

Psalms 55 in the IRVU

Psalms 55 in the ISVN

Psalms 55 in the JSNT

Psalms 55 in the KAPI

Psalms 55 in the KBT1ETNIK

Psalms 55 in the KBV

Psalms 55 in the KJV

Psalms 55 in the KNFD

Psalms 55 in the LBA

Psalms 55 in the LBLA

Psalms 55 in the LNT

Psalms 55 in the LSV

Psalms 55 in the MAAL

Psalms 55 in the MBV

Psalms 55 in the MBV2

Psalms 55 in the MHNT

Psalms 55 in the MKNFD

Psalms 55 in the MNG

Psalms 55 in the MNT

Psalms 55 in the MNT2

Psalms 55 in the MRS1T

Psalms 55 in the NAA

Psalms 55 in the NASB

Psalms 55 in the NBLA

Psalms 55 in the NBS

Psalms 55 in the NBVTP

Psalms 55 in the NET2

Psalms 55 in the NIV11

Psalms 55 in the NNT

Psalms 55 in the NNT2

Psalms 55 in the NNT3

Psalms 55 in the PDDPT

Psalms 55 in the PFNT

Psalms 55 in the RMNT

Psalms 55 in the SBIAS

Psalms 55 in the SBIBS

Psalms 55 in the SBIBS2

Psalms 55 in the SBICS

Psalms 55 in the SBIDS

Psalms 55 in the SBIGS

Psalms 55 in the SBIHS

Psalms 55 in the SBIIS

Psalms 55 in the SBIIS2

Psalms 55 in the SBIIS3

Psalms 55 in the SBIKS

Psalms 55 in the SBIKS2

Psalms 55 in the SBIMS

Psalms 55 in the SBIOS

Psalms 55 in the SBIPS

Psalms 55 in the SBISS

Psalms 55 in the SBITS

Psalms 55 in the SBITS2

Psalms 55 in the SBITS3

Psalms 55 in the SBITS4

Psalms 55 in the SBIUS

Psalms 55 in the SBIVS

Psalms 55 in the SBT

Psalms 55 in the SBT1E

Psalms 55 in the SCHL

Psalms 55 in the SNT

Psalms 55 in the SUSU

Psalms 55 in the SUSU2

Psalms 55 in the SYNO

Psalms 55 in the TBIAOTANT

Psalms 55 in the TBT1E

Psalms 55 in the TBT1E2

Psalms 55 in the TFTIP

Psalms 55 in the TFTU

Psalms 55 in the TGNTATF3T

Psalms 55 in the THAI

Psalms 55 in the TNFD

Psalms 55 in the TNT

Psalms 55 in the TNTIK

Psalms 55 in the TNTIL

Psalms 55 in the TNTIN

Psalms 55 in the TNTIP

Psalms 55 in the TNTIZ

Psalms 55 in the TOMA

Psalms 55 in the TTENT

Psalms 55 in the UBG

Psalms 55 in the UGV

Psalms 55 in the UGV2

Psalms 55 in the UGV3

Psalms 55 in the VBL

Psalms 55 in the VDCC

Psalms 55 in the YALU

Psalms 55 in the YAPE

Psalms 55 in the YBVTP

Psalms 55 in the ZBP