1 Corinthians 13 (IRVA)

1 যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ। 2 মই যদি ভাববাণী পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ। 3 আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই। 4 প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়, 5 ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷ 6 ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে, 7 প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে। 8 প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, সেইবোৰ গুচিব; জ্ঞান হ’লে, সেই জনো লুপ্ত হ’ব। 9 কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ; 10 কিন্তু সম্পূৰ্ণতা উপস্থিত হ’লে, সেই খণ্ডবোৰ লুপ্ত হ’ব। 11 যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ৷ যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ। 12 কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম। 13 কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।

In Other Versions

1 Corinthians 13 in the ANGEFD

1 Corinthians 13 in the ANTPNG2D

1 Corinthians 13 in the AS21

1 Corinthians 13 in the BAGH

1 Corinthians 13 in the BBPNG

1 Corinthians 13 in the BBT1E

1 Corinthians 13 in the BDS

1 Corinthians 13 in the BEV

1 Corinthians 13 in the BHAD

1 Corinthians 13 in the BIB

1 Corinthians 13 in the BLPT

1 Corinthians 13 in the BNT

1 Corinthians 13 in the BNTABOOT

1 Corinthians 13 in the BNTLV

1 Corinthians 13 in the BOATCB

1 Corinthians 13 in the BOATCB2

1 Corinthians 13 in the BOBCV

1 Corinthians 13 in the BOCNT

1 Corinthians 13 in the BOECS

1 Corinthians 13 in the BOGWICC

1 Corinthians 13 in the BOHCB

1 Corinthians 13 in the BOHCV

1 Corinthians 13 in the BOHLNT

1 Corinthians 13 in the BOHNTLTAL

1 Corinthians 13 in the BOICB

1 Corinthians 13 in the BOILNTAP

1 Corinthians 13 in the BOITCV

1 Corinthians 13 in the BOKCV

1 Corinthians 13 in the BOKCV2

1 Corinthians 13 in the BOKHWOG

1 Corinthians 13 in the BOKSSV

1 Corinthians 13 in the BOLCB

1 Corinthians 13 in the BOLCB2

1 Corinthians 13 in the BOMCV

1 Corinthians 13 in the BONAV

1 Corinthians 13 in the BONCB

1 Corinthians 13 in the BONLT

1 Corinthians 13 in the BONUT2

1 Corinthians 13 in the BOPLNT

1 Corinthians 13 in the BOSCB

1 Corinthians 13 in the BOSNC

1 Corinthians 13 in the BOTLNT

1 Corinthians 13 in the BOVCB

1 Corinthians 13 in the BOYCB

1 Corinthians 13 in the BPBB

1 Corinthians 13 in the BPH

1 Corinthians 13 in the BSB

1 Corinthians 13 in the CCB

1 Corinthians 13 in the CUV

1 Corinthians 13 in the CUVS

1 Corinthians 13 in the DBT

1 Corinthians 13 in the DGDNT

1 Corinthians 13 in the DHNT

1 Corinthians 13 in the DNT

1 Corinthians 13 in the ELBE

1 Corinthians 13 in the EMTV

1 Corinthians 13 in the ESV

1 Corinthians 13 in the FBV

1 Corinthians 13 in the FEB

1 Corinthians 13 in the GGMNT

1 Corinthians 13 in the GNT

1 Corinthians 13 in the HARY

1 Corinthians 13 in the HNT

1 Corinthians 13 in the IRVB

1 Corinthians 13 in the IRVG

1 Corinthians 13 in the IRVH

1 Corinthians 13 in the IRVK

1 Corinthians 13 in the IRVM

1 Corinthians 13 in the IRVM2

1 Corinthians 13 in the IRVO

1 Corinthians 13 in the IRVP

1 Corinthians 13 in the IRVT

1 Corinthians 13 in the IRVT2

1 Corinthians 13 in the IRVU

1 Corinthians 13 in the ISVN

1 Corinthians 13 in the JSNT

1 Corinthians 13 in the KAPI

1 Corinthians 13 in the KBT1ETNIK

1 Corinthians 13 in the KBV

1 Corinthians 13 in the KJV

1 Corinthians 13 in the KNFD

1 Corinthians 13 in the LBA

1 Corinthians 13 in the LBLA

1 Corinthians 13 in the LNT

1 Corinthians 13 in the LSV

1 Corinthians 13 in the MAAL

1 Corinthians 13 in the MBV

1 Corinthians 13 in the MBV2

1 Corinthians 13 in the MHNT

1 Corinthians 13 in the MKNFD

1 Corinthians 13 in the MNG

1 Corinthians 13 in the MNT

1 Corinthians 13 in the MNT2

1 Corinthians 13 in the MRS1T

1 Corinthians 13 in the NAA

1 Corinthians 13 in the NASB

1 Corinthians 13 in the NBLA

1 Corinthians 13 in the NBS

1 Corinthians 13 in the NBVTP

1 Corinthians 13 in the NET2

1 Corinthians 13 in the NIV11

1 Corinthians 13 in the NNT

1 Corinthians 13 in the NNT2

1 Corinthians 13 in the NNT3

1 Corinthians 13 in the PDDPT

1 Corinthians 13 in the PFNT

1 Corinthians 13 in the RMNT

1 Corinthians 13 in the SBIAS

1 Corinthians 13 in the SBIBS

1 Corinthians 13 in the SBIBS2

1 Corinthians 13 in the SBICS

1 Corinthians 13 in the SBIDS

1 Corinthians 13 in the SBIGS

1 Corinthians 13 in the SBIHS

1 Corinthians 13 in the SBIIS

1 Corinthians 13 in the SBIIS2

1 Corinthians 13 in the SBIIS3

1 Corinthians 13 in the SBIKS

1 Corinthians 13 in the SBIKS2

1 Corinthians 13 in the SBIMS

1 Corinthians 13 in the SBIOS

1 Corinthians 13 in the SBIPS

1 Corinthians 13 in the SBISS

1 Corinthians 13 in the SBITS

1 Corinthians 13 in the SBITS2

1 Corinthians 13 in the SBITS3

1 Corinthians 13 in the SBITS4

1 Corinthians 13 in the SBIUS

1 Corinthians 13 in the SBIVS

1 Corinthians 13 in the SBT

1 Corinthians 13 in the SBT1E

1 Corinthians 13 in the SCHL

1 Corinthians 13 in the SNT

1 Corinthians 13 in the SUSU

1 Corinthians 13 in the SUSU2

1 Corinthians 13 in the SYNO

1 Corinthians 13 in the TBIAOTANT

1 Corinthians 13 in the TBT1E

1 Corinthians 13 in the TBT1E2

1 Corinthians 13 in the TFTIP

1 Corinthians 13 in the TFTU

1 Corinthians 13 in the TGNTATF3T

1 Corinthians 13 in the THAI

1 Corinthians 13 in the TNFD

1 Corinthians 13 in the TNT

1 Corinthians 13 in the TNTIK

1 Corinthians 13 in the TNTIL

1 Corinthians 13 in the TNTIN

1 Corinthians 13 in the TNTIP

1 Corinthians 13 in the TNTIZ

1 Corinthians 13 in the TOMA

1 Corinthians 13 in the TTENT

1 Corinthians 13 in the UBG

1 Corinthians 13 in the UGV

1 Corinthians 13 in the UGV2

1 Corinthians 13 in the UGV3

1 Corinthians 13 in the VBL

1 Corinthians 13 in the VDCC

1 Corinthians 13 in the YALU

1 Corinthians 13 in the YAPE

1 Corinthians 13 in the YBVTP

1 Corinthians 13 in the ZBP