2 Chronicles 5 (IRVA)

1 এইদৰে যিহোৱাৰ গৃহৰ বাবে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হ’ল। পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই ঈশ্বৰৰ গৃহৰ ভঁৰালত হ’ল। 2 তাৰ পাছত চলোমনে দায়ূদৰ নগৰ সেই চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুকটি আনিবৰ কাৰণে ইস্ৰায়েলৰ বৃদ্ধসকলক, ফৈদৰ মুখীয়ালসকলক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ অধ্যক্ষসকলক যিৰূচালেমত গোট খুৱালে। 3 তাতে সপ্তম মাহত উৎসৱৰ সময়ত ইস্ৰায়েলৰ সকলো লোকে ৰজাৰ ওচৰলৈ আহি গোট খালে। 4 তাতে ইস্ৰায়েলৰ সকলো বৃদ্ধলোক আহিল আৰু লেবীয়াসকলে নিয়ম-চন্দুকটি তুলি ল’লে। 5 তেওঁলোকে নিয়ম চন্দুক, সাক্ষাৎ কৰা তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তু ল’লে৷ এই সকলো বস্তু লেবীয়া ফৈদৰ পুৰোহিতসকলে লৈ আনিলে। 6 তাতে চলোমন ৰজাই, তেওঁৰ ওচৰত গোট খোৱা ইস্ৰায়েলৰ গোটেই মণ্ডলীৰ সৈতে নিয়ম-চন্দুকৰ আগত ভেড়া, গৰু আদি বলিদান কৰি আছিল; সেয়ে বাহুল্যৰ কাৰণে অসংখ্য আৰু অগণ্য আছিল। 7 পাছত পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুকটি গৃহৰ অন্তঃস্থানলৈ অৰ্থাৎ মহা পবিত্ৰ স্থানলৈ লৈ গৈ কৰূব দুটাৰ ডেউকাৰ তলত তাৰ নিজ ঠাইত স্থাপন কৰিলে। 8 কিয়নো কৰূব দুটাই নিয়ম-চন্দুকৰ ওপৰত ডেউকা মেলি আছিল আৰু দুটাই চন্দুকটি আৰু তাৰ কঢ়িওৱা কানমাৰিবোৰ ঢাকি ধৰিছিল। 9 সেই দুডাল কানমাৰি ইমান দীঘল আছিল, যে তাৰ মূৰ অন্তঃস্থানৰ আগত পবিত্ৰ স্থানৰ পৰা দেখা যায় কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়৷ সেয়ে আজিলৈকে সেই ঠাইত আছে। 10 মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকলে ওলাই অহা কালত, যিহোৱাই তেওঁলোকে সৈতে এটি নিয়ম-চুক্তি পতা সময়ত, হোৰেব পৰ্ব্বতত মোচিয়ে চন্দুকটিৰ ভিতৰত যি দুখন ফলি ৰাখিছিল, তাৰ বাহিৰে তাত আৰু একো নাছিল। 11 পাছত পুৰোহিতসকল সেই পবিত্ৰ স্থানৰ পৰা ওলাই আহিল৷ উপস্থিত হোৱা পুৰোহিতসকলে নিজকে পবিত্ৰ কৰিছিল; তেওঁলোকে নিজকে আন দলৰ পৰা পৃথক কৰি ঈশ্বৰে তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক বিচৰা আগতে তেওঁলোকে নিজকে আনুষ্ঠানিক ভাবে পবিত্ৰকৰণ কৰিছিল৷ 12 আৰু যি লেবীয়াসকলৰ গায়ক আছিল, তেওঁলোক অৰ্থাৎ আচফ, হেমন, যিদূথূন আৰু তেওঁলোকৰ পুত্ৰ ও ভাইসকল সকলোৱে মিহি শণ সূতাৰ বস্ত্ৰ পিন্ধি, হাতত তাল, নেবল আৰু বীণা লৈ, যজ্ঞবেদীৰ পূব ফালে থিয় হৈ আছিল৷ তেওঁলোকৰ লগত এশ বিশ জন পুৰোহিতে থাকি তুৰী বজাই আছিল। 13 তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷ 14 সেই মেঘৰ কাৰণে পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হ’ব নোৱাৰা হ’ল, কিয়নো ঈশ্বৰৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ আছিল।

In Other Versions

2 Chronicles 5 in the ANGEFD

2 Chronicles 5 in the ANTPNG2D

2 Chronicles 5 in the AS21

2 Chronicles 5 in the BAGH

2 Chronicles 5 in the BBPNG

2 Chronicles 5 in the BBT1E

2 Chronicles 5 in the BDS

2 Chronicles 5 in the BEV

2 Chronicles 5 in the BHAD

2 Chronicles 5 in the BIB

2 Chronicles 5 in the BLPT

2 Chronicles 5 in the BNT

2 Chronicles 5 in the BNTABOOT

2 Chronicles 5 in the BNTLV

2 Chronicles 5 in the BOATCB

2 Chronicles 5 in the BOATCB2

2 Chronicles 5 in the BOBCV

2 Chronicles 5 in the BOCNT

2 Chronicles 5 in the BOECS

2 Chronicles 5 in the BOGWICC

2 Chronicles 5 in the BOHCB

2 Chronicles 5 in the BOHCV

2 Chronicles 5 in the BOHLNT

2 Chronicles 5 in the BOHNTLTAL

2 Chronicles 5 in the BOICB

2 Chronicles 5 in the BOILNTAP

2 Chronicles 5 in the BOITCV

2 Chronicles 5 in the BOKCV

2 Chronicles 5 in the BOKCV2

2 Chronicles 5 in the BOKHWOG

2 Chronicles 5 in the BOKSSV

2 Chronicles 5 in the BOLCB

2 Chronicles 5 in the BOLCB2

2 Chronicles 5 in the BOMCV

2 Chronicles 5 in the BONAV

2 Chronicles 5 in the BONCB

2 Chronicles 5 in the BONLT

2 Chronicles 5 in the BONUT2

2 Chronicles 5 in the BOPLNT

2 Chronicles 5 in the BOSCB

2 Chronicles 5 in the BOSNC

2 Chronicles 5 in the BOTLNT

2 Chronicles 5 in the BOVCB

2 Chronicles 5 in the BOYCB

2 Chronicles 5 in the BPBB

2 Chronicles 5 in the BPH

2 Chronicles 5 in the BSB

2 Chronicles 5 in the CCB

2 Chronicles 5 in the CUV

2 Chronicles 5 in the CUVS

2 Chronicles 5 in the DBT

2 Chronicles 5 in the DGDNT

2 Chronicles 5 in the DHNT

2 Chronicles 5 in the DNT

2 Chronicles 5 in the ELBE

2 Chronicles 5 in the EMTV

2 Chronicles 5 in the ESV

2 Chronicles 5 in the FBV

2 Chronicles 5 in the FEB

2 Chronicles 5 in the GGMNT

2 Chronicles 5 in the GNT

2 Chronicles 5 in the HARY

2 Chronicles 5 in the HNT

2 Chronicles 5 in the IRVB

2 Chronicles 5 in the IRVG

2 Chronicles 5 in the IRVH

2 Chronicles 5 in the IRVK

2 Chronicles 5 in the IRVM

2 Chronicles 5 in the IRVM2

2 Chronicles 5 in the IRVO

2 Chronicles 5 in the IRVP

2 Chronicles 5 in the IRVT

2 Chronicles 5 in the IRVT2

2 Chronicles 5 in the IRVU

2 Chronicles 5 in the ISVN

2 Chronicles 5 in the JSNT

2 Chronicles 5 in the KAPI

2 Chronicles 5 in the KBT1ETNIK

2 Chronicles 5 in the KBV

2 Chronicles 5 in the KJV

2 Chronicles 5 in the KNFD

2 Chronicles 5 in the LBA

2 Chronicles 5 in the LBLA

2 Chronicles 5 in the LNT

2 Chronicles 5 in the LSV

2 Chronicles 5 in the MAAL

2 Chronicles 5 in the MBV

2 Chronicles 5 in the MBV2

2 Chronicles 5 in the MHNT

2 Chronicles 5 in the MKNFD

2 Chronicles 5 in the MNG

2 Chronicles 5 in the MNT

2 Chronicles 5 in the MNT2

2 Chronicles 5 in the MRS1T

2 Chronicles 5 in the NAA

2 Chronicles 5 in the NASB

2 Chronicles 5 in the NBLA

2 Chronicles 5 in the NBS

2 Chronicles 5 in the NBVTP

2 Chronicles 5 in the NET2

2 Chronicles 5 in the NIV11

2 Chronicles 5 in the NNT

2 Chronicles 5 in the NNT2

2 Chronicles 5 in the NNT3

2 Chronicles 5 in the PDDPT

2 Chronicles 5 in the PFNT

2 Chronicles 5 in the RMNT

2 Chronicles 5 in the SBIAS

2 Chronicles 5 in the SBIBS

2 Chronicles 5 in the SBIBS2

2 Chronicles 5 in the SBICS

2 Chronicles 5 in the SBIDS

2 Chronicles 5 in the SBIGS

2 Chronicles 5 in the SBIHS

2 Chronicles 5 in the SBIIS

2 Chronicles 5 in the SBIIS2

2 Chronicles 5 in the SBIIS3

2 Chronicles 5 in the SBIKS

2 Chronicles 5 in the SBIKS2

2 Chronicles 5 in the SBIMS

2 Chronicles 5 in the SBIOS

2 Chronicles 5 in the SBIPS

2 Chronicles 5 in the SBISS

2 Chronicles 5 in the SBITS

2 Chronicles 5 in the SBITS2

2 Chronicles 5 in the SBITS3

2 Chronicles 5 in the SBITS4

2 Chronicles 5 in the SBIUS

2 Chronicles 5 in the SBIVS

2 Chronicles 5 in the SBT

2 Chronicles 5 in the SBT1E

2 Chronicles 5 in the SCHL

2 Chronicles 5 in the SNT

2 Chronicles 5 in the SUSU

2 Chronicles 5 in the SUSU2

2 Chronicles 5 in the SYNO

2 Chronicles 5 in the TBIAOTANT

2 Chronicles 5 in the TBT1E

2 Chronicles 5 in the TBT1E2

2 Chronicles 5 in the TFTIP

2 Chronicles 5 in the TFTU

2 Chronicles 5 in the TGNTATF3T

2 Chronicles 5 in the THAI

2 Chronicles 5 in the TNFD

2 Chronicles 5 in the TNT

2 Chronicles 5 in the TNTIK

2 Chronicles 5 in the TNTIL

2 Chronicles 5 in the TNTIN

2 Chronicles 5 in the TNTIP

2 Chronicles 5 in the TNTIZ

2 Chronicles 5 in the TOMA

2 Chronicles 5 in the TTENT

2 Chronicles 5 in the UBG

2 Chronicles 5 in the UGV

2 Chronicles 5 in the UGV2

2 Chronicles 5 in the UGV3

2 Chronicles 5 in the VBL

2 Chronicles 5 in the VDCC

2 Chronicles 5 in the YALU

2 Chronicles 5 in the YAPE

2 Chronicles 5 in the YBVTP

2 Chronicles 5 in the ZBP