Deuteronomy 10 (IRVA)
1 সেই সময়ত যিহোৱাই মোক কৈছিল, “তুমি আগৰ বাৰৰ দৰেই দুখন শিলৰ ফলি কাটি লোৱা আৰু পর্বতৰ ওপৰত মোৰ ওচৰলৈ উঠি আহাঁ। তাৰ লগতে কাঠৰ এটা চন্দুকো নিৰ্ম্মাণ কৰি ল’বা। 2 তুমি আগেয়ে যি দুখন শিলৰ ফলি ভাঙি পেলালা তাৰ ওপৰত যি কথা লিখা আছিল, মই তাকে এই ফলি দুখনত লিখি দিম। পাছত তুমি সেই দুখন লৈ চন্দুকত ভৰাই থবা।” 3 সেইবাবে মই চিটীম কাঠৰ এটা চন্দুক সাজিছিলোঁ আৰু আগৰ দৰেই শিলৰ দুখন ফলি কাটি লৈছিলোঁ; তাৰ পাছত ফলি দুখন হাতত লৈ পৰ্বতৰ ওপৰলৈ উঠি গ’লো। 4 যিহোৱাই প্রথম ফলি দুটাৰ ওপৰত যি কথা লিখিছিল, এই দুটাৰ ওপৰতো তাকে লিখি ফলি দুখন মোক দিলে। এই কথাবোৰেই হৈছে তেওঁৰ দহ আজ্ঞা যি তেওঁ আপোনালোক সকলো একগোট হোৱা দিনা পৰ্বতৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক কৈছিল। 5 তাৰ পাছত যিহোৱাৰ আজ্ঞা অনুসাৰে মই পৰ্বতৰ পৰা উভটি নামি আহি মই তৈয়াৰ কৰা সেই চন্দুকৰ ভিতৰত ফলি দুখন থলোঁ; সেইবোৰ এতিয়াও তাতে আছে।’ 6 তাৰ পাছত ইস্ৰায়েলীয়াসকল বোৰোৎবনেই যাকনৰ পৰা মোচেৰালৈ যাত্ৰা কৰিছিল; সেই ঠাইতে হাৰোণৰ মৃত্যু হৈছিল আৰু তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ ইলিয়াজৰে তেওঁৰ সলনি পুৰোহিতৰ কাৰ্য কৰিবলৈ ধৰিলে। 7 সেই ঠাইৰ পৰা তেওঁলোকে গুদগোদালৈ যাত্ৰা কৰিছিল আৰু তাৰ পৰা যটবাথালৈ গৈছিল। যটবাথাত বহুতো জুৰি আছিল। 8 সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ লেবীয়া ফৈদক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে। 9 সেই কাৰণে লেবীয়াসকলে তেওঁলোকৰ ইস্রায়েলীয়া ককাই ভাইসকলৰ মাজত সম্পত্তিৰ কোনো ভাগ বা দেশৰ অধিকাৰ পোৱা নাই। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে যিহোৱাই তেওঁলোকৰ আধিপত্য। 10 পূৰ্বৰ দৰেই সেইবাৰো মই চল্লিশ দিন আৰু চল্লিশ ৰাতি পৰ্বতৰ ওপৰত আছিলোঁ আৰু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল। আপোনালোকক ধ্বংস কৰি দিয়াৰ ইচ্ছা যিহোৱাৰ নাছিল। 11 যিহোৱাই মোক কৈছিল, “তুমি উঠি লোকসকলক পৰিচালনা কৰি আগে আগে যাত্ৰা কৰা; মই তেওঁলোকৰ পূর্বপুৰুষসকলৰ ওচৰত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলোঁ সেই দেশলৈ গৈ তেওঁলোকে যেন তাক অধিকাৰ কৰে।” 12 ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে; 13 লগতে আপোনালোকৰ ভালৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত যিহোৱাৰ যি সকলো আজ্ঞা আৰু বিধি আপোনালোকক দিছো, সেই সকলোকে যেন পালন কৰে। 14 শুনক, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ। 15 কেৱল আপোনালোকৰ পূর্বপুৰুষসকলৰ প্রতি যিহোৱা সন্তুষ্ট আছিল বাবেই তেওঁ তেওঁলোকক প্ৰেম কৰিছিল। তেওঁ তেওঁলোকৰ পাছত, তেওঁলোকৰ বংশধৰ আপোনালোকক আন সকলো জাতিৰ মাজৰ পৰা বাচি ল’লে। আজিও আপোনালোক তেওঁৰ সেই মনোনীত জাতি। 16 সেয়ে, আপোনালোকে আপোনালোকৰ অন্তঃকৰণৰ চুন্নত কৰক; আপোনালোক ঠৰডিঙীয়া নহ’ব। 17 কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়। 18 তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে। 19 আপোনালোকেও বিদেশীক প্ৰেম কৰিব; কিয়নো মিচৰ দেশত আপোনালোকো বিদেশী আছিল। 20 আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাকেই ভয় কৰিব আৰু তেওঁৰেই আৰাধনা কৰিব; তেওঁতেই লাগি থাকিব আৰু তেওঁৰ নামেৰেই প্রতিজ্ঞা কৰিব। 21 তেওঁৱেই আপোনালোকৰ প্ৰশংসা, তেওঁৱেই আপোনালোকৰ ঈশ্বৰ। আপোনালোকে নিজ চকুৰে যি সকলো মহৎ আৰু ভয়ঙ্কৰ কাৰ্যবোৰ দেখিছে তাক তেওঁ আপোনালোকৰ কাৰণেই কৰিছে। 22 আপোনালোকৰ যি পূৰ্ব–পুৰুষসকল মিচৰলৈ গৈছিল তেওঁলোক সংখ্যাত মাত্র সত্তৰ জন আছিল আৰু এতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সংখ্যা আকাশৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে।
In Other Versions
Deuteronomy 10 in the ANGEFD
Deuteronomy 10 in the ANTPNG2D
Deuteronomy 10 in the AS21
Deuteronomy 10 in the BAGH
Deuteronomy 10 in the BBPNG
Deuteronomy 10 in the BBT1E
Deuteronomy 10 in the BDS
Deuteronomy 10 in the BEV
Deuteronomy 10 in the BHAD
Deuteronomy 10 in the BIB
Deuteronomy 10 in the BLPT
Deuteronomy 10 in the BNT
Deuteronomy 10 in the BNTABOOT
Deuteronomy 10 in the BNTLV
Deuteronomy 10 in the BOATCB
Deuteronomy 10 in the BOATCB2
Deuteronomy 10 in the BOBCV
Deuteronomy 10 in the BOCNT
Deuteronomy 10 in the BOECS
Deuteronomy 10 in the BOGWICC
Deuteronomy 10 in the BOHCB
Deuteronomy 10 in the BOHCV
Deuteronomy 10 in the BOHLNT
Deuteronomy 10 in the BOHNTLTAL
Deuteronomy 10 in the BOICB
Deuteronomy 10 in the BOILNTAP
Deuteronomy 10 in the BOITCV
Deuteronomy 10 in the BOKCV
Deuteronomy 10 in the BOKCV2
Deuteronomy 10 in the BOKHWOG
Deuteronomy 10 in the BOKSSV
Deuteronomy 10 in the BOLCB
Deuteronomy 10 in the BOLCB2
Deuteronomy 10 in the BOMCV
Deuteronomy 10 in the BONAV
Deuteronomy 10 in the BONCB
Deuteronomy 10 in the BONLT
Deuteronomy 10 in the BONUT2
Deuteronomy 10 in the BOPLNT
Deuteronomy 10 in the BOSCB
Deuteronomy 10 in the BOSNC
Deuteronomy 10 in the BOTLNT
Deuteronomy 10 in the BOVCB
Deuteronomy 10 in the BOYCB
Deuteronomy 10 in the BPBB
Deuteronomy 10 in the BPH
Deuteronomy 10 in the BSB
Deuteronomy 10 in the CCB
Deuteronomy 10 in the CUV
Deuteronomy 10 in the CUVS
Deuteronomy 10 in the DBT
Deuteronomy 10 in the DGDNT
Deuteronomy 10 in the DHNT
Deuteronomy 10 in the DNT
Deuteronomy 10 in the ELBE
Deuteronomy 10 in the EMTV
Deuteronomy 10 in the ESV
Deuteronomy 10 in the FBV
Deuteronomy 10 in the FEB
Deuteronomy 10 in the GGMNT
Deuteronomy 10 in the GNT
Deuteronomy 10 in the HARY
Deuteronomy 10 in the HNT
Deuteronomy 10 in the IRVB
Deuteronomy 10 in the IRVG
Deuteronomy 10 in the IRVH
Deuteronomy 10 in the IRVK
Deuteronomy 10 in the IRVM
Deuteronomy 10 in the IRVM2
Deuteronomy 10 in the IRVO
Deuteronomy 10 in the IRVP
Deuteronomy 10 in the IRVT
Deuteronomy 10 in the IRVT2
Deuteronomy 10 in the IRVU
Deuteronomy 10 in the ISVN
Deuteronomy 10 in the JSNT
Deuteronomy 10 in the KAPI
Deuteronomy 10 in the KBT1ETNIK
Deuteronomy 10 in the KBV
Deuteronomy 10 in the KJV
Deuteronomy 10 in the KNFD
Deuteronomy 10 in the LBA
Deuteronomy 10 in the LBLA
Deuteronomy 10 in the LNT
Deuteronomy 10 in the LSV
Deuteronomy 10 in the MAAL
Deuteronomy 10 in the MBV
Deuteronomy 10 in the MBV2
Deuteronomy 10 in the MHNT
Deuteronomy 10 in the MKNFD
Deuteronomy 10 in the MNG
Deuteronomy 10 in the MNT
Deuteronomy 10 in the MNT2
Deuteronomy 10 in the MRS1T
Deuteronomy 10 in the NAA
Deuteronomy 10 in the NASB
Deuteronomy 10 in the NBLA
Deuteronomy 10 in the NBS
Deuteronomy 10 in the NBVTP
Deuteronomy 10 in the NET2
Deuteronomy 10 in the NIV11
Deuteronomy 10 in the NNT
Deuteronomy 10 in the NNT2
Deuteronomy 10 in the NNT3
Deuteronomy 10 in the PDDPT
Deuteronomy 10 in the PFNT
Deuteronomy 10 in the RMNT
Deuteronomy 10 in the SBIAS
Deuteronomy 10 in the SBIBS
Deuteronomy 10 in the SBIBS2
Deuteronomy 10 in the SBICS
Deuteronomy 10 in the SBIDS
Deuteronomy 10 in the SBIGS
Deuteronomy 10 in the SBIHS
Deuteronomy 10 in the SBIIS
Deuteronomy 10 in the SBIIS2
Deuteronomy 10 in the SBIIS3
Deuteronomy 10 in the SBIKS
Deuteronomy 10 in the SBIKS2
Deuteronomy 10 in the SBIMS
Deuteronomy 10 in the SBIOS
Deuteronomy 10 in the SBIPS
Deuteronomy 10 in the SBISS
Deuteronomy 10 in the SBITS
Deuteronomy 10 in the SBITS2
Deuteronomy 10 in the SBITS3
Deuteronomy 10 in the SBITS4
Deuteronomy 10 in the SBIUS
Deuteronomy 10 in the SBIVS
Deuteronomy 10 in the SBT
Deuteronomy 10 in the SBT1E
Deuteronomy 10 in the SCHL
Deuteronomy 10 in the SNT
Deuteronomy 10 in the SUSU
Deuteronomy 10 in the SUSU2
Deuteronomy 10 in the SYNO
Deuteronomy 10 in the TBIAOTANT
Deuteronomy 10 in the TBT1E
Deuteronomy 10 in the TBT1E2
Deuteronomy 10 in the TFTIP
Deuteronomy 10 in the TFTU
Deuteronomy 10 in the TGNTATF3T
Deuteronomy 10 in the THAI
Deuteronomy 10 in the TNFD
Deuteronomy 10 in the TNT
Deuteronomy 10 in the TNTIK
Deuteronomy 10 in the TNTIL
Deuteronomy 10 in the TNTIN
Deuteronomy 10 in the TNTIP
Deuteronomy 10 in the TNTIZ
Deuteronomy 10 in the TOMA
Deuteronomy 10 in the TTENT
Deuteronomy 10 in the UBG
Deuteronomy 10 in the UGV
Deuteronomy 10 in the UGV2
Deuteronomy 10 in the UGV3
Deuteronomy 10 in the VBL
Deuteronomy 10 in the VDCC
Deuteronomy 10 in the YALU
Deuteronomy 10 in the YAPE
Deuteronomy 10 in the YBVTP
Deuteronomy 10 in the ZBP