Isaiah 16 (IRVA)

1 মৰুপ্রান্তৰ চেলাৰ পৰা চিয়োন-জীয়াৰীৰ পৰ্ব্বতলৈদেশৰ শাসনকৰ্ত্তাৰ ওচৰলৈ মেৰ-ছাগ পোৱালিবোৰ পঠাই দিয়া। 2 ভ্রমি ফুৰা চৰাই আৰু সিঁচৰিত হৈ থকা বাহঁৰ দৰে,মোৱাবৰ মহিলাসকল অৰ্ণোন নদীৰ পাৰত আছে। 3 “পৰামৰ্শ দিয়া, ন্যায় বিচাৰ কৰা, দুপৰীয়া ৰাতি হোৱাৰ দৰে ছাঁ প্রদান কৰা;পলাতক লোকসকলক লুকুৱাই ৰাখা, আৰু তেওঁলোকক বিশ্বাসঘাত নকৰিবা। 4 মোৱাবৰ পৰা অহা শৰণাৰ্থী সকলক তোমালোকৰ লগত বাস কৰিবলৈ দিয়া;বিনাশৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বাবে লুকাই থকা ঠাই হোৱা।”কিয়নো অত্যাচৰ, আৰু ধ্বংস বন্ধ কৰা হ’ব;অপমান কৰা সকল দেশৰ পৰা অদৃশ্য হ’ব। 5 বিশ্বাসযোগ্য নিয়মেৰে এখন সিংহাসন স্থাপিত হ’ব, আৰু দায়ূদৰ তম্বুৰ পৰা এজন বিশ্বাসী তাত বহিব।তেওঁ ন্যায় বিচাৰ বিচৰা দৰে তেওঁ বিচাৰ কৰিব, আৰু ধাৰ্মিকতাৰে কাৰ্য কৰিব। 6 আমি মোৱাবৰ অহংকাৰ, আৰু তেওঁৰ গৰ্বৰ কথা শুনিলোঁ,তেওঁৰ আত্মগৌৰৱ, আৰু তেওঁৰ ক্রোধৰ বিষয়েও শুনিলো; কিন্তু তেওঁৰ আত্মগৌৰৱ মূল্যহীন। 7 সেয়ে মোৱাবৰ বাবে মোৱাব প্ৰতিজনে বিলাপ কৰিছে;আৰু সম্পূৰ্ণভাৱে ধ্বংস হৈ যোৱা কীৰ-হেৰচতৰ বাবে বিলাপ আৰু শোক কৰিছে। 8 হিচবোনৰ পথাৰবোৰ আৰু চিবমাৰ দ্ৰাক্ষালতা শুকাই গ’ল।দেশৰবোৰৰ শাসনকৰ্ত্তাসকলে উত্তম দ্রাক্ষাগুটি গচকিব,সেইবোৰে যাজেৰ গৈ পাইছিল; আৰু মৰুভুমিত বিয়পি পৰিছিল।ইয়াৰ পোখাবোৰ বিদেশলৈকে বিস্তাৰিত হৈছে; সেইবোৰ সাগৰৰ ওপৰেৰে গৈছে। 9 বাস্তৱিকতে মই চিবমাৰ দ্রাক্ষাবাৰীৰ কাৰণে যাজেৰৰ সৈতে কান্দিম।হে হিচবোন, আৰু ইলিয়ালি, মই মোৰ চকুলোৰে পানী দিম;তোমাৰ পথাৰৰ গ্রীষ্মকালৰ ফল আৰু শস্য দোৱাৰ কাৰণে মই আনন্দৰ উচ্চধ্বনি সমাপ্ত কৰিম। 10 আনন্দ আৰু উল্লাস ফলৱান বাৰীৰ পৰা দূৰ কৰা হ’ব; আৰু তোমাৰ দ্ৰাক্ষাবাৰীবোৰত গান বা আনন্দ ধ্বনি আৰু নহ’ব;দ্ৰাক্ষাকুণ্ডত গচকি দ্ৰাক্ষাৰস উলিয়াবলৈ কোনো গচকা লোক নাথাকিব; মই দ্ৰাক্ষাবাৰীৰ গচকা আনন্দ ধ্বনি থমালোঁ। 11 সেয়ে মোৰ হৃদয়ৰ শ্বাসনিশ্বাস মোৱাবৰ বাবে আৰু মোৰ অন্তৰৰ ভাগবোৰ কীৰ-হেৰচতৰ বাবে এখন বীণাৰ দৰে বাজিছে। 12 যেতিয়া মোৱাবে ওখ স্থানত নিজকে পৰিধান কৰিব,আৰু প্ৰাৰ্থনা কৰিবলৈ তেওঁৰ মন্দিৰত সোমাব, তেতিয়া তেওঁৰ প্রাৰ্থনা কৃতকাৰ্য নহ’ব। 13 এয়ে যিহোৱাই মোৱাবৰ বিষয়ে পূৰ্বতে কোৱা বাক্য; 14 পুনৰ যিহোৱাই কৈছে, “তিনি বছৰৰ ভিতৰত মোৱাবৰ গৌৰৱ দূৰ কৰা হ’ব; তেওঁৰ অনেক লোকৰ ওপৰিও, তেওঁৰ অৱশিষ্ট ভাগ অতি ক্ষুদ্ৰ আৰু নগণ্য হ’ব।

In Other Versions

Isaiah 16 in the ANGEFD

Isaiah 16 in the ANTPNG2D

Isaiah 16 in the AS21

Isaiah 16 in the BAGH

Isaiah 16 in the BBPNG

Isaiah 16 in the BBT1E

Isaiah 16 in the BDS

Isaiah 16 in the BEV

Isaiah 16 in the BHAD

Isaiah 16 in the BIB

Isaiah 16 in the BLPT

Isaiah 16 in the BNT

Isaiah 16 in the BNTABOOT

Isaiah 16 in the BNTLV

Isaiah 16 in the BOATCB

Isaiah 16 in the BOATCB2

Isaiah 16 in the BOBCV

Isaiah 16 in the BOCNT

Isaiah 16 in the BOECS

Isaiah 16 in the BOGWICC

Isaiah 16 in the BOHCB

Isaiah 16 in the BOHCV

Isaiah 16 in the BOHLNT

Isaiah 16 in the BOHNTLTAL

Isaiah 16 in the BOICB

Isaiah 16 in the BOILNTAP

Isaiah 16 in the BOITCV

Isaiah 16 in the BOKCV

Isaiah 16 in the BOKCV2

Isaiah 16 in the BOKHWOG

Isaiah 16 in the BOKSSV

Isaiah 16 in the BOLCB

Isaiah 16 in the BOLCB2

Isaiah 16 in the BOMCV

Isaiah 16 in the BONAV

Isaiah 16 in the BONCB

Isaiah 16 in the BONLT

Isaiah 16 in the BONUT2

Isaiah 16 in the BOPLNT

Isaiah 16 in the BOSCB

Isaiah 16 in the BOSNC

Isaiah 16 in the BOTLNT

Isaiah 16 in the BOVCB

Isaiah 16 in the BOYCB

Isaiah 16 in the BPBB

Isaiah 16 in the BPH

Isaiah 16 in the BSB

Isaiah 16 in the CCB

Isaiah 16 in the CUV

Isaiah 16 in the CUVS

Isaiah 16 in the DBT

Isaiah 16 in the DGDNT

Isaiah 16 in the DHNT

Isaiah 16 in the DNT

Isaiah 16 in the ELBE

Isaiah 16 in the EMTV

Isaiah 16 in the ESV

Isaiah 16 in the FBV

Isaiah 16 in the FEB

Isaiah 16 in the GGMNT

Isaiah 16 in the GNT

Isaiah 16 in the HARY

Isaiah 16 in the HNT

Isaiah 16 in the IRVB

Isaiah 16 in the IRVG

Isaiah 16 in the IRVH

Isaiah 16 in the IRVK

Isaiah 16 in the IRVM

Isaiah 16 in the IRVM2

Isaiah 16 in the IRVO

Isaiah 16 in the IRVP

Isaiah 16 in the IRVT

Isaiah 16 in the IRVT2

Isaiah 16 in the IRVU

Isaiah 16 in the ISVN

Isaiah 16 in the JSNT

Isaiah 16 in the KAPI

Isaiah 16 in the KBT1ETNIK

Isaiah 16 in the KBV

Isaiah 16 in the KJV

Isaiah 16 in the KNFD

Isaiah 16 in the LBA

Isaiah 16 in the LBLA

Isaiah 16 in the LNT

Isaiah 16 in the LSV

Isaiah 16 in the MAAL

Isaiah 16 in the MBV

Isaiah 16 in the MBV2

Isaiah 16 in the MHNT

Isaiah 16 in the MKNFD

Isaiah 16 in the MNG

Isaiah 16 in the MNT

Isaiah 16 in the MNT2

Isaiah 16 in the MRS1T

Isaiah 16 in the NAA

Isaiah 16 in the NASB

Isaiah 16 in the NBLA

Isaiah 16 in the NBS

Isaiah 16 in the NBVTP

Isaiah 16 in the NET2

Isaiah 16 in the NIV11

Isaiah 16 in the NNT

Isaiah 16 in the NNT2

Isaiah 16 in the NNT3

Isaiah 16 in the PDDPT

Isaiah 16 in the PFNT

Isaiah 16 in the RMNT

Isaiah 16 in the SBIAS

Isaiah 16 in the SBIBS

Isaiah 16 in the SBIBS2

Isaiah 16 in the SBICS

Isaiah 16 in the SBIDS

Isaiah 16 in the SBIGS

Isaiah 16 in the SBIHS

Isaiah 16 in the SBIIS

Isaiah 16 in the SBIIS2

Isaiah 16 in the SBIIS3

Isaiah 16 in the SBIKS

Isaiah 16 in the SBIKS2

Isaiah 16 in the SBIMS

Isaiah 16 in the SBIOS

Isaiah 16 in the SBIPS

Isaiah 16 in the SBISS

Isaiah 16 in the SBITS

Isaiah 16 in the SBITS2

Isaiah 16 in the SBITS3

Isaiah 16 in the SBITS4

Isaiah 16 in the SBIUS

Isaiah 16 in the SBIVS

Isaiah 16 in the SBT

Isaiah 16 in the SBT1E

Isaiah 16 in the SCHL

Isaiah 16 in the SNT

Isaiah 16 in the SUSU

Isaiah 16 in the SUSU2

Isaiah 16 in the SYNO

Isaiah 16 in the TBIAOTANT

Isaiah 16 in the TBT1E

Isaiah 16 in the TBT1E2

Isaiah 16 in the TFTIP

Isaiah 16 in the TFTU

Isaiah 16 in the TGNTATF3T

Isaiah 16 in the THAI

Isaiah 16 in the TNFD

Isaiah 16 in the TNT

Isaiah 16 in the TNTIK

Isaiah 16 in the TNTIL

Isaiah 16 in the TNTIN

Isaiah 16 in the TNTIP

Isaiah 16 in the TNTIZ

Isaiah 16 in the TOMA

Isaiah 16 in the TTENT

Isaiah 16 in the UBG

Isaiah 16 in the UGV

Isaiah 16 in the UGV2

Isaiah 16 in the UGV3

Isaiah 16 in the VBL

Isaiah 16 in the VDCC

Isaiah 16 in the YALU

Isaiah 16 in the YAPE

Isaiah 16 in the YBVTP

Isaiah 16 in the ZBP