Isaiah 34 (IRVA)

1 হে জাতি সমূহ ওচৰলৈ আহা আৰু শুনা, হে লোক সমূহ মনোযোগ দিয়া!পৃথিৱী আৰু ইয়াক পৰিপূর্ণ কৰা সকলোৱে, জগত আৰু তাৰ পৰা উৎপন্ন হোৱা সকলোৱে অৱশ্যে শুনক। 2 কাৰণ সকলো জাতিৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ আছে, আৰু তেওঁলোকৰ সকলো সৈন্যৰ বিৰুদ্ধে তেওঁ অগ্নিশর্মা;তেওঁ তেওঁলোকক সম্পূর্ণ ভাবে ধ্বংস কৰিব, বধ কৰিবলৈ তেওঁ তেওঁলোকক প্রাণীহত্যা কাৰীৰ হাতত শোধাই দিব। 3 তেওঁলোকৰ নিহত সকলক মৈদাম নিদিয়াকৈ থ’ব; তেওঁলোকৰ মৰা শৱবোৰৰ পৰা চাৰিও ফালে দুৰ্গন্ধ হ’ব,তেওঁলোকৰ তেজেৰে পৰ্ব্বতবোৰ ভিজিব। 4 আকাশৰ সকলো তৰাবোৰ অদৃশ্য হৈ যাব,আৰু নুৰিওৱা পুথিৰ দৰে আকাশক নুৰিওৱা হ’ব; আৰু তাৰ সকলো তৰা অদৃশ্য হ’ব,দ্ৰাক্ষালতাৰ পৰা পাত লেৰেলি সৰি পৰাৰ দৰে, আৰু বেচিকৈ পকা ডিমৰু যি দৰে ডিমৰু গছৰ পৰা সৰি পৰে, 5 কাৰণ যেতিয়া মোৰ তৰোৱালে স্বৰ্গত পূর্ণ হোৱাকৈ তেজ পান কৰিব;চোৱা, এইটো এতিয়া ইদোমৰ ওপৰলৈ আহিব, সেই লোকসকললৈ মই ধ্বংস কৰিবলৈ পঠিয়াম। 6 যিহোৱাৰ তৰোৱাল তেজেৰে টোপাটোপে পৰা, আৰু চর্বিৰে আবৃত,ভেৰা আৰু ছাগলীবোৰৰ তেজেৰে টোপাটোপে পৰা, মতা ভেড়া ছাগলীৰ মুত্রাশয়ৰ চর্বিৰে আবৃত।কাৰণ যিহোৱাই বস্ৰা নগৰত বলিদান কৰিছে আৰু ইদোম দেশত মহাহত্যা হৈছে। 7 তেওঁলোকৰ সৈতে ভতৰা গৰুও হত্যা কৰা হ’ব আৰু কম বয়সীয়া ভতৰা গৰুৰ সৈতে বুঢ়া গৰুও।তেওঁলোকৰ দেশ তেজেৰে মাতাল হ’ব, আৰু তেওঁলোকৰ ধুলি চর্বিৰে চর্বিযুক্ত হ’ব। 8 কাৰণ এইয়ে যিহোৱাৰ প্ৰতিশোধ লোৱা দিন হ’ব, চিয়োনৰ অৰ্থে পোনৰ প্ৰতিফল দিয়া বছৰ হ’ব। 9 ইদোমৰ নৈবোৰ আলকতৰালৈ পৰিণত হ’ব, তাইৰ ধূলিবোৰ গন্ধক হ’ব,আৰু তাইৰ দেশ প্ৰজ্বলিত আলকতৰা হ’ব। 10 সেয়ে দিনে ৰাতিয়ে জ্বলিব; চিৰকাললৈ ইয়াৰ ধোঁৱা উঠিব;পুৰুষানুক্ৰমে ই অনুর্বৰ হৈ থাকিব; কোনেও তাৰ মাজেদি চিৰকাললৈকে নাযাব। 11 কিন্তু বনৰীয়া চৰাই আৰু পশু তাত বাস কৰিব, ফেঁচা আৰু ঢোঁৰা কাউৰীয়ে তাত বাহ সাজিব।তেওঁ তাৰ ওপৰত ধ্বংসৰ পৰিমাণ-জৰী আৰু ওলোম সূতা বিস্তাৰ কৰিব। 12 তাইৰ প্ৰধান লোকসকলৰৰাজ্য বুলি কবলৈ একো নথাকিব, আৰু তাইৰ ৰাজকুমাৰসকলৰ কাকো নাথাকিব। 13 তাইৰ ৰাজপ্রসাদবোৰ কাঁইটে ছাটি ধৰিব, চোৰাত গছ আৰু কাঁইটীয়া জাৰণি তাইৰ দুর্গ হ’ব।এইয়া শিয়ালৰ বসতি স্থান আৰু উট পক্ষীৰ কাৰণে ঠাই হ’ব। 14 বনৰীয়া জন্তু আৰু ৰাংকুকুৰে তাত লগ হ’ব, আৰু বনৰীয়া ছাগলীয়ে ইটোৱে সিটোৰ বাবে চিঞৰিব।সেই ঠাইত নিশাচৰ জন্তুৱে নিবাস কৰিব, আৰু নিজৰ বাবে বিশ্ৰামৰ ঠাই বিচাৰি পাব। 15 ফেঁচাই বাহ সাজি, কণী উমনি দি পোৱালি জগাব, আৰু পোৱালবোৰক সুৰক্ষা দিব।হয় সেই ঠাইত প্রতিজনী শেন চৰাইয়ে নিজৰ সঙ্গীৰ সৈতে গোট খাব। 16 যিহোৱাৰ নুৰিয়া পুথিত একাদিক্রমে বিচাৰা; ইয়াৰ এটাৰো অভাব নহ’ব।সঙ্গী বাবে কাৰো অভাৱ নহ’ব, কাৰণ যিহোৱাই নিজৰ মুখেৰে এই আদেশ দিলে, আৰু তেওঁৰ আত্মাই সিহঁতক গোটালে। 17 তেওঁ সিহঁতৰ বাবে চিঠি খেলালে, আৰু সিহঁতৰ বাবে তেওঁ নিজৰ হাতেৰে পৰিমাণ-জৰীৰ দ্বাৰাই তাক ভাগ বাটি দিলে।সিহঁতে তাক সদাকালৰ বাবে অধিকাৰ কৰিব, পুৰুষানুক্ৰমে তাত বাস কৰিব।

In Other Versions

Isaiah 34 in the ANGEFD

Isaiah 34 in the ANTPNG2D

Isaiah 34 in the AS21

Isaiah 34 in the BAGH

Isaiah 34 in the BBPNG

Isaiah 34 in the BBT1E

Isaiah 34 in the BDS

Isaiah 34 in the BEV

Isaiah 34 in the BHAD

Isaiah 34 in the BIB

Isaiah 34 in the BLPT

Isaiah 34 in the BNT

Isaiah 34 in the BNTABOOT

Isaiah 34 in the BNTLV

Isaiah 34 in the BOATCB

Isaiah 34 in the BOATCB2

Isaiah 34 in the BOBCV

Isaiah 34 in the BOCNT

Isaiah 34 in the BOECS

Isaiah 34 in the BOGWICC

Isaiah 34 in the BOHCB

Isaiah 34 in the BOHCV

Isaiah 34 in the BOHLNT

Isaiah 34 in the BOHNTLTAL

Isaiah 34 in the BOICB

Isaiah 34 in the BOILNTAP

Isaiah 34 in the BOITCV

Isaiah 34 in the BOKCV

Isaiah 34 in the BOKCV2

Isaiah 34 in the BOKHWOG

Isaiah 34 in the BOKSSV

Isaiah 34 in the BOLCB

Isaiah 34 in the BOLCB2

Isaiah 34 in the BOMCV

Isaiah 34 in the BONAV

Isaiah 34 in the BONCB

Isaiah 34 in the BONLT

Isaiah 34 in the BONUT2

Isaiah 34 in the BOPLNT

Isaiah 34 in the BOSCB

Isaiah 34 in the BOSNC

Isaiah 34 in the BOTLNT

Isaiah 34 in the BOVCB

Isaiah 34 in the BOYCB

Isaiah 34 in the BPBB

Isaiah 34 in the BPH

Isaiah 34 in the BSB

Isaiah 34 in the CCB

Isaiah 34 in the CUV

Isaiah 34 in the CUVS

Isaiah 34 in the DBT

Isaiah 34 in the DGDNT

Isaiah 34 in the DHNT

Isaiah 34 in the DNT

Isaiah 34 in the ELBE

Isaiah 34 in the EMTV

Isaiah 34 in the ESV

Isaiah 34 in the FBV

Isaiah 34 in the FEB

Isaiah 34 in the GGMNT

Isaiah 34 in the GNT

Isaiah 34 in the HARY

Isaiah 34 in the HNT

Isaiah 34 in the IRVB

Isaiah 34 in the IRVG

Isaiah 34 in the IRVH

Isaiah 34 in the IRVK

Isaiah 34 in the IRVM

Isaiah 34 in the IRVM2

Isaiah 34 in the IRVO

Isaiah 34 in the IRVP

Isaiah 34 in the IRVT

Isaiah 34 in the IRVT2

Isaiah 34 in the IRVU

Isaiah 34 in the ISVN

Isaiah 34 in the JSNT

Isaiah 34 in the KAPI

Isaiah 34 in the KBT1ETNIK

Isaiah 34 in the KBV

Isaiah 34 in the KJV

Isaiah 34 in the KNFD

Isaiah 34 in the LBA

Isaiah 34 in the LBLA

Isaiah 34 in the LNT

Isaiah 34 in the LSV

Isaiah 34 in the MAAL

Isaiah 34 in the MBV

Isaiah 34 in the MBV2

Isaiah 34 in the MHNT

Isaiah 34 in the MKNFD

Isaiah 34 in the MNG

Isaiah 34 in the MNT

Isaiah 34 in the MNT2

Isaiah 34 in the MRS1T

Isaiah 34 in the NAA

Isaiah 34 in the NASB

Isaiah 34 in the NBLA

Isaiah 34 in the NBS

Isaiah 34 in the NBVTP

Isaiah 34 in the NET2

Isaiah 34 in the NIV11

Isaiah 34 in the NNT

Isaiah 34 in the NNT2

Isaiah 34 in the NNT3

Isaiah 34 in the PDDPT

Isaiah 34 in the PFNT

Isaiah 34 in the RMNT

Isaiah 34 in the SBIAS

Isaiah 34 in the SBIBS

Isaiah 34 in the SBIBS2

Isaiah 34 in the SBICS

Isaiah 34 in the SBIDS

Isaiah 34 in the SBIGS

Isaiah 34 in the SBIHS

Isaiah 34 in the SBIIS

Isaiah 34 in the SBIIS2

Isaiah 34 in the SBIIS3

Isaiah 34 in the SBIKS

Isaiah 34 in the SBIKS2

Isaiah 34 in the SBIMS

Isaiah 34 in the SBIOS

Isaiah 34 in the SBIPS

Isaiah 34 in the SBISS

Isaiah 34 in the SBITS

Isaiah 34 in the SBITS2

Isaiah 34 in the SBITS3

Isaiah 34 in the SBITS4

Isaiah 34 in the SBIUS

Isaiah 34 in the SBIVS

Isaiah 34 in the SBT

Isaiah 34 in the SBT1E

Isaiah 34 in the SCHL

Isaiah 34 in the SNT

Isaiah 34 in the SUSU

Isaiah 34 in the SUSU2

Isaiah 34 in the SYNO

Isaiah 34 in the TBIAOTANT

Isaiah 34 in the TBT1E

Isaiah 34 in the TBT1E2

Isaiah 34 in the TFTIP

Isaiah 34 in the TFTU

Isaiah 34 in the TGNTATF3T

Isaiah 34 in the THAI

Isaiah 34 in the TNFD

Isaiah 34 in the TNT

Isaiah 34 in the TNTIK

Isaiah 34 in the TNTIL

Isaiah 34 in the TNTIN

Isaiah 34 in the TNTIP

Isaiah 34 in the TNTIZ

Isaiah 34 in the TOMA

Isaiah 34 in the TTENT

Isaiah 34 in the UBG

Isaiah 34 in the UGV

Isaiah 34 in the UGV2

Isaiah 34 in the UGV3

Isaiah 34 in the VBL

Isaiah 34 in the VDCC

Isaiah 34 in the YALU

Isaiah 34 in the YAPE

Isaiah 34 in the YBVTP

Isaiah 34 in the ZBP