1 Samuel 11 (IRVA)
1 অম্মোনীয়া নাহচে উঠি আহি যাবেচ-গিলিয়দৰ বিৰুদ্ধে ছাউনি পাতিলে। যাবেচৰ আটাই লোকে নাহচক ক’লে, “আপুনি আমাৰ সৈতে এটা চুক্তি কৰক; তেতিয়াহে আমি আপোনাৰ অধীনত থাকিম।” 2 কিন্তু অম্মোনীয়া নাহচে তেওঁলোকক ক’লে, “মই এইদৰে তোমালোকৰ লগত চুক্তি কৰিম, তোমালোক সকলোৰে সোঁ চকু কঢ়া যাব আৰু তাৰ দ্বাৰাই মই গোটেই ইস্ৰায়েলক অপমান কৰিম।” 3 তেতিয়া যাবেচৰ বৃদ্ধ লোকসকলে তেওঁক ক’লে, “আমি ইস্ৰায়েল দেশৰ সকলো ফালে যেন দূত পঠাব পাৰোঁ এই কাৰণে আপুনি সাত দিন আমাক অকলে এৰি দিয়ক। কোনোৱে যদি আমাক উদ্ধাৰ নকৰে, তেন্তে আমি আপোনাৰ ওচৰত নিজকে সমৰ্পণ কৰিম।” 4 বাৰ্তাবহকসকল চৌলৰ নগৰ গিবিয়ালৈ আহিল। তাতে লোকসকলৰ পৰা যিবোৰ কথা শুনি আহিছিল সেই কথাবোৰ লোকসকলক ক’লে; তেতিয়া লোকসকলে উচ্চস্বৰে কান্দিবলৈ ধৰিলে। 5 সেই সময়ত চৌলে পথাৰৰ পৰা বলধ গৰুবোৰৰ পাছে পাছে আহি আছিল; তাতে তেওঁ লোকসকলক সুধিলে, “লোকসকলৰ কি হৈছে, তেওঁলোকে যে কান্দিছে?” তেতিয়া লোকসকলে যাবেচৰ লোকে কোৱা কথাবোৰ চৌলক ক’লে। 6 সেই বাতৰি শুনাৰ লগে লগে ঈশ্বৰৰ আত্মাই চৌলত স্থিতি ল’লে আৰু তেওঁৰ অতিৰিক্ত খং উঠিল। 7 তেওঁ বলধ গৰুৰ পৰা যুৱঁলী ডাল আতৰালে আৰু ডোখৰ ডোখৰ কৰি কাটি বাৰ্তাবাহকৰ দ্বাৰাই ইস্ৰায়েল দেশৰ চাৰিওফালে পঠিয়াই দিলে। তেওঁ ক’লে, “যিসকলে চৌল আৰু চমূৱেলৰ পাছত ওলাই নাহে, তেওঁলোকৰ বলধ গৰুবোৰলৈকো এইদৰে কৰা হ’ব।” তাতে যিহোৱাৰ ভয়ত লোক সকল এজন মানুহৰ দৰে একেলগে বাহিৰলৈ ওলাই আহিল। 8 যেতিয়া তেওঁ বেজকত লোক সকলৰ গণনা কৰিলে তেতিয়া ইস্ৰায়েলৰ সন্তান সকলৰ তিনি লাখ আৰু যিহূদাৰ ত্ৰিশ হাজাৰ লোক পোৱা গ’ল। 9 তালৈ অহা বার্তাবাহকক তেওঁলোকে ক’লে, “তোমালোকে গৈ যাবেচ-গিলিয়দৰ লোকসকলক এই কথা ক’বা, ‘কাইলৈ সূর্যৰ প্ৰখৰ ৰ’দ হোৱাৰ সময়ত তোমালোকক উদ্ধাৰ কৰা হ’ব’।” পাছত বার্তাবহকে যাবেচৰ লোকসকলক সেই কথা কোৱাত, তেওঁলোক আনন্দিত হ’ল। 10 তাৰ পাছত যাবেচৰ লোকে নাহচক ক’লে, “কাইলৈ আমি তোমালোকৰ ওচৰত সমর্পণ কৰিম, তাতে তোমালোকৰ দৃষ্টিত যি ভাল তাকে আমালৈ কৰিবা।” 11 পাছদিনা চৌলে তেওঁৰ লোকসকলক তিনিটা দলত বিভক্ত কৰিলে। ৰাতিপুৱা তেওঁলোক ছাউনিৰ মাজলৈ আহি, প্রখৰ ৰ’দ নোহোৱালৈকে অম্মোনীয়াসকলক আক্রমণ কৰি পৰাস্ত কৰিলে। যি সকল জীয়াই থাকিল, লোকসকল এইদৰে ছিন্ন ভিন্ন হৈ গ’ল যে, তেওঁলোক কোনো দুজন একেলগে নাথাকিল। 12 সেয়ে লোকসকলে চমূৱেলক ক’লে, “চৌল আমাৰ ওপৰত ৰজা হ’বনে বুলি কোৱা লোকসকল কোন?’ সেই মানুহসকলক আনা, “আমি তেওঁলোকক প্ৰাণদণ্ড দিওঁ।” 13 কিন্তু চৌলে ক’লে, “আজি কাৰোঁ প্ৰাণদণ্ড নহ’ব কিয়নো আজি যিহোৱাই ইস্ৰায়েলক উদ্ধাৰ কৰিলে।” 14 তাৰ পাছত চমূৱেলে লোকসকলক ক’লে, “আহা, আমি গিলগললৈ গৈ সেই ঠাইত পুনৰ ৰাজত্ৱ কৰোঁহক।” 15 তাতে সকলো লোক গিলগললৈ গৈ সেই গিলগলতে যিহোৱাৰ সাক্ষাতে চৌলক ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে; সেই ঠাইতে চৌল আৰু ইস্ৰায়েলৰ সকলো লোক আনন্দত উল্লাসিত হ’ল।
In Other Versions
1 Samuel 11 in the ANGEFD
1 Samuel 11 in the ANTPNG2D
1 Samuel 11 in the AS21
1 Samuel 11 in the BAGH
1 Samuel 11 in the BBPNG
1 Samuel 11 in the BBT1E
1 Samuel 11 in the BDS
1 Samuel 11 in the BEV
1 Samuel 11 in the BHAD
1 Samuel 11 in the BIB
1 Samuel 11 in the BLPT
1 Samuel 11 in the BNT
1 Samuel 11 in the BNTABOOT
1 Samuel 11 in the BNTLV
1 Samuel 11 in the BOATCB
1 Samuel 11 in the BOATCB2
1 Samuel 11 in the BOBCV
1 Samuel 11 in the BOCNT
1 Samuel 11 in the BOECS
1 Samuel 11 in the BOGWICC
1 Samuel 11 in the BOHCB
1 Samuel 11 in the BOHCV
1 Samuel 11 in the BOHLNT
1 Samuel 11 in the BOHNTLTAL
1 Samuel 11 in the BOICB
1 Samuel 11 in the BOILNTAP
1 Samuel 11 in the BOITCV
1 Samuel 11 in the BOKCV
1 Samuel 11 in the BOKCV2
1 Samuel 11 in the BOKHWOG
1 Samuel 11 in the BOKSSV
1 Samuel 11 in the BOLCB
1 Samuel 11 in the BOLCB2
1 Samuel 11 in the BOMCV
1 Samuel 11 in the BONAV
1 Samuel 11 in the BONCB
1 Samuel 11 in the BONLT
1 Samuel 11 in the BONUT2
1 Samuel 11 in the BOPLNT
1 Samuel 11 in the BOSCB
1 Samuel 11 in the BOSNC
1 Samuel 11 in the BOTLNT
1 Samuel 11 in the BOVCB
1 Samuel 11 in the BOYCB
1 Samuel 11 in the BPBB
1 Samuel 11 in the BPH
1 Samuel 11 in the BSB
1 Samuel 11 in the CCB
1 Samuel 11 in the CUV
1 Samuel 11 in the CUVS
1 Samuel 11 in the DBT
1 Samuel 11 in the DGDNT
1 Samuel 11 in the DHNT
1 Samuel 11 in the DNT
1 Samuel 11 in the ELBE
1 Samuel 11 in the EMTV
1 Samuel 11 in the ESV
1 Samuel 11 in the FBV
1 Samuel 11 in the FEB
1 Samuel 11 in the GGMNT
1 Samuel 11 in the GNT
1 Samuel 11 in the HARY
1 Samuel 11 in the HNT
1 Samuel 11 in the IRVB
1 Samuel 11 in the IRVG
1 Samuel 11 in the IRVH
1 Samuel 11 in the IRVK
1 Samuel 11 in the IRVM
1 Samuel 11 in the IRVM2
1 Samuel 11 in the IRVO
1 Samuel 11 in the IRVP
1 Samuel 11 in the IRVT
1 Samuel 11 in the IRVT2
1 Samuel 11 in the IRVU
1 Samuel 11 in the ISVN
1 Samuel 11 in the JSNT
1 Samuel 11 in the KAPI
1 Samuel 11 in the KBT1ETNIK
1 Samuel 11 in the KBV
1 Samuel 11 in the KJV
1 Samuel 11 in the KNFD
1 Samuel 11 in the LBA
1 Samuel 11 in the LBLA
1 Samuel 11 in the LNT
1 Samuel 11 in the LSV
1 Samuel 11 in the MAAL
1 Samuel 11 in the MBV
1 Samuel 11 in the MBV2
1 Samuel 11 in the MHNT
1 Samuel 11 in the MKNFD
1 Samuel 11 in the MNG
1 Samuel 11 in the MNT
1 Samuel 11 in the MNT2
1 Samuel 11 in the MRS1T
1 Samuel 11 in the NAA
1 Samuel 11 in the NASB
1 Samuel 11 in the NBLA
1 Samuel 11 in the NBS
1 Samuel 11 in the NBVTP
1 Samuel 11 in the NET2
1 Samuel 11 in the NIV11
1 Samuel 11 in the NNT
1 Samuel 11 in the NNT2
1 Samuel 11 in the NNT3
1 Samuel 11 in the PDDPT
1 Samuel 11 in the PFNT
1 Samuel 11 in the RMNT
1 Samuel 11 in the SBIAS
1 Samuel 11 in the SBIBS
1 Samuel 11 in the SBIBS2
1 Samuel 11 in the SBICS
1 Samuel 11 in the SBIDS
1 Samuel 11 in the SBIGS
1 Samuel 11 in the SBIHS
1 Samuel 11 in the SBIIS
1 Samuel 11 in the SBIIS2
1 Samuel 11 in the SBIIS3
1 Samuel 11 in the SBIKS
1 Samuel 11 in the SBIKS2
1 Samuel 11 in the SBIMS
1 Samuel 11 in the SBIOS
1 Samuel 11 in the SBIPS
1 Samuel 11 in the SBISS
1 Samuel 11 in the SBITS
1 Samuel 11 in the SBITS2
1 Samuel 11 in the SBITS3
1 Samuel 11 in the SBITS4
1 Samuel 11 in the SBIUS
1 Samuel 11 in the SBIVS
1 Samuel 11 in the SBT
1 Samuel 11 in the SBT1E
1 Samuel 11 in the SCHL
1 Samuel 11 in the SNT
1 Samuel 11 in the SUSU
1 Samuel 11 in the SUSU2
1 Samuel 11 in the SYNO
1 Samuel 11 in the TBIAOTANT
1 Samuel 11 in the TBT1E
1 Samuel 11 in the TBT1E2
1 Samuel 11 in the TFTIP
1 Samuel 11 in the TFTU
1 Samuel 11 in the TGNTATF3T
1 Samuel 11 in the THAI
1 Samuel 11 in the TNFD
1 Samuel 11 in the TNT
1 Samuel 11 in the TNTIK
1 Samuel 11 in the TNTIL
1 Samuel 11 in the TNTIN
1 Samuel 11 in the TNTIP
1 Samuel 11 in the TNTIZ
1 Samuel 11 in the TOMA
1 Samuel 11 in the TTENT
1 Samuel 11 in the UBG
1 Samuel 11 in the UGV
1 Samuel 11 in the UGV2
1 Samuel 11 in the UGV3
1 Samuel 11 in the VBL
1 Samuel 11 in the VDCC
1 Samuel 11 in the YALU
1 Samuel 11 in the YAPE
1 Samuel 11 in the YBVTP
1 Samuel 11 in the ZBP