Deuteronomy 6 (IRVA)
1 আপোনালোকৰ ঈশ্বৰ যিহোৱাই এইবোৰ আজ্ঞা, নিয়ম আৰু ব্যৱস্থা আপোনালোকক শিকাবৰ কাৰণে মোক নির্দেশ দিলে যাতে যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকে সেইবোৰ পালন কৰি চলিব। 2 আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ বংশধৰসকলে যেন আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ভয় ৰাখি মই দিয়া সকলো নিয়ম আৰু আজ্ঞাবোৰ গোটেই জীৱন কালত পালন কৰে আৰু তাৰ ফলত আপোনালোকৰ আয়ুস যেন দীঘল হয়। 3 সেয়ে, হে ইস্ৰায়েলীয়াসকল, মনোযোগেৰে শুনক আৰু সেইবোৰ মানি চলক। আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ শপত অনুসাৰে গাখীৰ মধু বোৱা দেশত আপোনালোকৰ যেন মঙ্গল হয় আৰু আপোনালোক যেন বহুবংশ হয়। 4 হে ইস্ৰায়েলীয়াসকল, শুনক আমাৰ ঈশ্বৰ যিহোৱা এজনেই; 5 আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক। 6 আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে। 7 আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব। 8 আপোনাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিব, আৰু সেইবোৰ আপোনাৰ দুই চকুৰ মাজত ভুষণস্বৰূপ হ’ব লাগে। 9 আপোনাৰ ঘৰৰ দুৱাৰৰ খুটাত আৰু বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিব। 10 আপোনালোকৰ পূর্ব–পুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ আগত ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁ আপোনালোকক লৈ যাব; সেই ঠাইত এনে ডাঙৰ আৰু সুন্দৰ নগৰবোৰ আছে, যাক আপোনালোকে সজা নাই। 11 এনে ধৰণৰ সকলো উত্তম দ্রব্যৰে ঘৰবোৰ পূর্ণ হৈ আছে, যিহক আপোনালোকে ভৰোৱা নাই; এনে নাদ আছে, যিহক আপোনালোকে খনা নাই; এনে দ্ৰাক্ষাবাৰী জিতগছবোৰ আছে, যিহক আপোনালোকে ৰোৱা নাই; তাত এই সকলো খাই তৃপ্ত হ’ব। 12 কিন্তু সাৱধান হ’ব, আপোনালোকে যিহোৱাক যেন পাহৰি নাযায়, যি জনে আপোনালোকক মিচৰ দেশৰ দাসত্বৰ বন্ধনগৃহৰ পৰা বাহিৰ কৰি আনিলে। 13 আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিব, কেৱল তেওঁৰেই আৰাধনা কৰিব, আৰু তেওঁৰ নামেৰেই শপত খাব। 14 আপোনালোকে, আপোনালোকৰ চাৰিওফালে থকা জাতিবোৰৰ দেৱতাবোৰৰ পাছত নচলিব; 15 কিয়নো, আপোনালোকৰ মাজত থকা আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ আপোনালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা আপোনালোকক উচ্ছন্ন কৰিব। 16 আপোনালোকে মচ্ছাত যেনেকৈ নিজ ঈশ্বৰ যিহোৱাক পৰীক্ষা কৰিছিল, তেনেকৈ তেওঁক পৰীক্ষা নকৰিব। 17 আপোনালোকে নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞা, শাসন-প্রণালী আৰু নিয়মবোৰ অৱশ্যেই যত্নেৰে পালন কৰিব লাগিব। 18 ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি যি ন্যায় আৰু সজ কাম আপোনালোকে তাকে কৰিব, তেহে আপোনালোকৰ মঙ্গল হ’ব আৰু যিহোৱাই যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলক শপত কৰিছিল, আপোনালোকে সেই উত্তম দেশ অধিকাৰ কৰিব; 19 যিহোৱাৰ বাক্য অনুসাৰে আপোনালোকৰ আগৰ পৰা আপোনালোকৰ সকলো শত্রুক আপোনালোকে দূৰ কৰিব পাৰিব। 20 ভৱিষ্যতে যেতিয়া আপোনালোকৰ সন্তানে সুধিব, যে, “আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰৰ অৰ্থ কি?” 21 তেতিয়া আপোনালোকে নিজ সন্তানক ক’ব, “আমি মিচৰ দেশত ফৰৌণৰ দাস আছিলোঁ; পাছত ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে। 22 ঈশ্বৰ যিহোৱাই আমাৰ চকুৰ সন্মুখতে মিচৰলৈ, ফৰৌণ আৰু তেওঁৰ বংশলৈ, মহৎ আৰু ভয়ঙ্কৰ ক্লেশযুক্ত চিন আৰু অদ্ভুত লক্ষণ দেখুৱালে। 23 সেই ঠাইৰ পৰা তেওঁ আমাক বাহিৰ কৰি আনিলে যাতে যি দেশ দিম বুলি তেওঁ আমাৰ পূর্ব-পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশলৈ আনি তাক আমাক দিব পাৰে। 24 আজিৰ দৰে সদায় আমাৰ মঙ্গল হবলৈ আৰু আমাক জীয়াই ৰাখিবলৈ যিহোৱাই আমাক এই সকলো নিয়ম পালন কৰিবলৈ আৰু তেওঁক ভয় কৰি চলিবলৈ আজ্ঞা দিছে। 25 আমি যদি নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞাৰ দৰে তেওঁলৈ ভয় ৰাখি এই সকলো পালন কৰি সেই মতে কাৰ্য কৰোঁ, তেন্তে সেয়ে হ’ব আমাৰ ধাৰ্মিকতা।”
In Other Versions
Deuteronomy 6 in the ANGEFD
Deuteronomy 6 in the ANTPNG2D
Deuteronomy 6 in the AS21
Deuteronomy 6 in the BAGH
Deuteronomy 6 in the BBPNG
Deuteronomy 6 in the BBT1E
Deuteronomy 6 in the BDS
Deuteronomy 6 in the BEV
Deuteronomy 6 in the BHAD
Deuteronomy 6 in the BIB
Deuteronomy 6 in the BLPT
Deuteronomy 6 in the BNT
Deuteronomy 6 in the BNTABOOT
Deuteronomy 6 in the BNTLV
Deuteronomy 6 in the BOATCB
Deuteronomy 6 in the BOATCB2
Deuteronomy 6 in the BOBCV
Deuteronomy 6 in the BOCNT
Deuteronomy 6 in the BOECS
Deuteronomy 6 in the BOGWICC
Deuteronomy 6 in the BOHCB
Deuteronomy 6 in the BOHCV
Deuteronomy 6 in the BOHLNT
Deuteronomy 6 in the BOHNTLTAL
Deuteronomy 6 in the BOICB
Deuteronomy 6 in the BOILNTAP
Deuteronomy 6 in the BOITCV
Deuteronomy 6 in the BOKCV
Deuteronomy 6 in the BOKCV2
Deuteronomy 6 in the BOKHWOG
Deuteronomy 6 in the BOKSSV
Deuteronomy 6 in the BOLCB
Deuteronomy 6 in the BOLCB2
Deuteronomy 6 in the BOMCV
Deuteronomy 6 in the BONAV
Deuteronomy 6 in the BONCB
Deuteronomy 6 in the BONLT
Deuteronomy 6 in the BONUT2
Deuteronomy 6 in the BOPLNT
Deuteronomy 6 in the BOSCB
Deuteronomy 6 in the BOSNC
Deuteronomy 6 in the BOTLNT
Deuteronomy 6 in the BOVCB
Deuteronomy 6 in the BOYCB
Deuteronomy 6 in the BPBB
Deuteronomy 6 in the BPH
Deuteronomy 6 in the BSB
Deuteronomy 6 in the CCB
Deuteronomy 6 in the CUV
Deuteronomy 6 in the CUVS
Deuteronomy 6 in the DBT
Deuteronomy 6 in the DGDNT
Deuteronomy 6 in the DHNT
Deuteronomy 6 in the DNT
Deuteronomy 6 in the ELBE
Deuteronomy 6 in the EMTV
Deuteronomy 6 in the ESV
Deuteronomy 6 in the FBV
Deuteronomy 6 in the FEB
Deuteronomy 6 in the GGMNT
Deuteronomy 6 in the GNT
Deuteronomy 6 in the HARY
Deuteronomy 6 in the HNT
Deuteronomy 6 in the IRVB
Deuteronomy 6 in the IRVG
Deuteronomy 6 in the IRVH
Deuteronomy 6 in the IRVK
Deuteronomy 6 in the IRVM
Deuteronomy 6 in the IRVM2
Deuteronomy 6 in the IRVO
Deuteronomy 6 in the IRVP
Deuteronomy 6 in the IRVT
Deuteronomy 6 in the IRVT2
Deuteronomy 6 in the IRVU
Deuteronomy 6 in the ISVN
Deuteronomy 6 in the JSNT
Deuteronomy 6 in the KAPI
Deuteronomy 6 in the KBT1ETNIK
Deuteronomy 6 in the KBV
Deuteronomy 6 in the KJV
Deuteronomy 6 in the KNFD
Deuteronomy 6 in the LBA
Deuteronomy 6 in the LBLA
Deuteronomy 6 in the LNT
Deuteronomy 6 in the LSV
Deuteronomy 6 in the MAAL
Deuteronomy 6 in the MBV
Deuteronomy 6 in the MBV2
Deuteronomy 6 in the MHNT
Deuteronomy 6 in the MKNFD
Deuteronomy 6 in the MNG
Deuteronomy 6 in the MNT
Deuteronomy 6 in the MNT2
Deuteronomy 6 in the MRS1T
Deuteronomy 6 in the NAA
Deuteronomy 6 in the NASB
Deuteronomy 6 in the NBLA
Deuteronomy 6 in the NBS
Deuteronomy 6 in the NBVTP
Deuteronomy 6 in the NET2
Deuteronomy 6 in the NIV11
Deuteronomy 6 in the NNT
Deuteronomy 6 in the NNT2
Deuteronomy 6 in the NNT3
Deuteronomy 6 in the PDDPT
Deuteronomy 6 in the PFNT
Deuteronomy 6 in the RMNT
Deuteronomy 6 in the SBIAS
Deuteronomy 6 in the SBIBS
Deuteronomy 6 in the SBIBS2
Deuteronomy 6 in the SBICS
Deuteronomy 6 in the SBIDS
Deuteronomy 6 in the SBIGS
Deuteronomy 6 in the SBIHS
Deuteronomy 6 in the SBIIS
Deuteronomy 6 in the SBIIS2
Deuteronomy 6 in the SBIIS3
Deuteronomy 6 in the SBIKS
Deuteronomy 6 in the SBIKS2
Deuteronomy 6 in the SBIMS
Deuteronomy 6 in the SBIOS
Deuteronomy 6 in the SBIPS
Deuteronomy 6 in the SBISS
Deuteronomy 6 in the SBITS
Deuteronomy 6 in the SBITS2
Deuteronomy 6 in the SBITS3
Deuteronomy 6 in the SBITS4
Deuteronomy 6 in the SBIUS
Deuteronomy 6 in the SBIVS
Deuteronomy 6 in the SBT
Deuteronomy 6 in the SBT1E
Deuteronomy 6 in the SCHL
Deuteronomy 6 in the SNT
Deuteronomy 6 in the SUSU
Deuteronomy 6 in the SUSU2
Deuteronomy 6 in the SYNO
Deuteronomy 6 in the TBIAOTANT
Deuteronomy 6 in the TBT1E
Deuteronomy 6 in the TBT1E2
Deuteronomy 6 in the TFTIP
Deuteronomy 6 in the TFTU
Deuteronomy 6 in the TGNTATF3T
Deuteronomy 6 in the THAI
Deuteronomy 6 in the TNFD
Deuteronomy 6 in the TNT
Deuteronomy 6 in the TNTIK
Deuteronomy 6 in the TNTIL
Deuteronomy 6 in the TNTIN
Deuteronomy 6 in the TNTIP
Deuteronomy 6 in the TNTIZ
Deuteronomy 6 in the TOMA
Deuteronomy 6 in the TTENT
Deuteronomy 6 in the UBG
Deuteronomy 6 in the UGV
Deuteronomy 6 in the UGV2
Deuteronomy 6 in the UGV3
Deuteronomy 6 in the VBL
Deuteronomy 6 in the VDCC
Deuteronomy 6 in the YALU
Deuteronomy 6 in the YAPE
Deuteronomy 6 in the YBVTP
Deuteronomy 6 in the ZBP