Ezekiel 31 (IRVA)

1 তেতিয়া আমাৰ নিৰ্বাসনৰ একাদশ বছৰৰ তৃতীয় মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 2 “হে মনুষ্য সন্তান, মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ চাৰিওফালে থকা দাস সমূহক কোৱা,‘তুমি তোমাৰ মহত্ত্বত কাৰ নিচিনা? 3 চোৱা! অচূৰ লিবানোনত সুন্দৰ ডাল, ঘন ছাঁ আৰু ওখ হৈ থকা এজোপা এৰচ গছৰ দৰে আছিল;আৰু তাৰ ওপৰ ভাগ মেঘস্পৰ্শী যেন হৈছিল। 4 জল সমূহে তাক ডাঙৰ-দীঘল কৰিছিল; অগাধ জলে তাক বঢ়াইছিল। তাৰ সুঁতিবোৰ তাৰ ৰোৱা ঠাইৰ চাৰিওফালে বৈছিল,আৰু সি নিজৰ সুঁতিবোৰ পথাৰৰ আটাই গছৰ গুৰিলৈ পঠাইছিল। 5 এই হেতুকে ওখই সি পথাৰৰ আটাই গছতকৈ ওখ আছিল; সি পঠোৱা অনেক পানীৰ কাৰণে তাৰ ডালবোৰ বৃদ্ধি হৈছিল, আৰু প্রচুৰ জল পোৱাত তাৰ শাখাবোৰ দীঘল আৰু অনেক হৈছিল। 6 তাৰ ডালবোৰত আকাশৰ আটাই পক্ষীয়ে বাহ লৈছিল, তাৰ শাখাবোৰৰ তলত আটাই বনৰীয়া জন্তুৱে পোৱালি জগাইছিল।আৰু তাৰ ছাঁত আটাই মহাজাতিয়ে বাস কৰিছিল। 7 এইদৰে, তাৰ শিপা অনেক জল সমূহৰ কাষত থকাত, সি নিজ মহত্ত্বত আৰু নিজ ডালবোৰৰ দৈৰ্ঘত সুন্দৰ আছিল। 8 ঈশ্বৰৰ উদ্যানৰ এৰচ গছবোৰে তাক লুকুৱাব নোৱাৰিছিল!দেৱদাৰু গছবোৰ তাৰ ডালবোৰৰ নিচিনা নাছিল, আৰু অৰ্ম্মোন গছবোৰ তাৰ শাখাবোৰৰ নিচিনা নাছিল;আৰু ঈশ্বৰৰ উদ্যানত থকা কোনো গছ সৌন্দৰ্য্যত তাৰ নিচিনা নাছিল। 9 মই তাক অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ;যে, ঈশ্বৰৰ উদ্যানত থকা এদনৰ সকলো গছে তাক ঈৰ্ষা কৰিছিল’!” 10 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: সি উচ্চতাত ওখ হোৱাৰ, আৰু সি তাৰ ওপৰ ভাগ মেঘস্পৰ্শী কৰাৰ, আৰু তাৰ হৃদয় নিজৰ উচ্চতাত গৰ্ব্বিত হোৱাৰ কাৰণে, 11 মই তাক জাতিবোৰ পৰাক্ৰমী জনৰ হাতত সমৰ্পণ কৰিলোঁ! এই শাসনকৰ্ত্তাই তেওঁৰ বিৰুদ্ধে উচিত কাৰ্য কৰিলে আৰু তাৰ দুষ্টতাৰ কাৰণে তাক দূৰ কৰি দিয়া হ’ল! 12 আৰু জাতিবোৰৰ ভয়ানক বিদেশীসকলে তেওঁক কাটি এৰি থৈ গ’ল। পৰ্ব্বতবোৰৰ ওপৰত আৰু আটাই উপত্যকাত তাৰ ডালবোৰ পৰি আছে, আৰু দেশৰ আটাই জুৰিবোৰৰ কাষত তাৰ শাখবোৰ ভাগি গ’ল। আৰু তেতিয়া পৃথিৱীৰ সকলো জাতিবোৰে তেওঁৰ ছাঁৰ পৰা নামি গ’ল আৰু এৰি গুচি গ’ল। 13 পৰি থকা সেই গছডালত আকাশৰ আটাই পক্ষীবোৰে তাত বাস কৰিছে,আৰু তাৰ শাখাৰ ওপৰত আটাই বনৰীয়া জন্তু বহি আছে। 14 জল সমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰিবলৈ, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাসকলৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ বাবে, মই ইয়াকে কৰিলোঁ। কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ আধা ভাগলৈ, গাতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তান সকলৰ মাজত সমৰ্পিত হ’ল।” 15 প্ৰভু যিহোৱাই এই কথা কৈছে: “সি চিয়োললৈ নামি যোৱা দিনা মই শোকৰ আজ্ঞা দিলোঁ; মই তাৰ কাৰণে অগাধ জলক ঢাকিলোঁ, তাক সুঁতিবোৰ বন্ধ কৰিলোঁ, আৰু মহাজল সমূহক স্থগিত কৰা হ’ল; মই তাৰ বাবে লিবানোনক শোক কৰালোঁ, আৰু পথাৰৰ আটাই গছ তাৰ বাবে জঁয় পৰিল। 16 গাতলৈ নামিব লগাবোৰে সৈতে মই তাক চিয়োললৈ পেলোৱা সময়ত তাৰ পতনৰ শব্দত মই জাতিবোৰক কঁপালো; আৰু এদনৰ আটাই গছে, লিবানোনৰ মনোনীত আৰু উৎকৃষ্ট পানী পান কৰা আটাইবোৰে পৃথিৱীৰ অৰ্ধভাগত শান্তনা পালে। 17 যিসকলে তাৰ বাহুস্বৰূপ আছিল, যিসকলে জাতিবোৰৰ মাজত তাৰ ছাঁত বাস কৰিছিল, তেওঁলোকো তৰোৱালৰ দ্বাৰাই হত হোৱা লোকৰ গুৰিলৈ তাৰে সৈতে চিয়োললৈ নামি গ’ল। 18 এইদৰে তুমি প্ৰতাপত আৰু মহত্ত্বত এদনৰ গছবোৰৰ মাজত কাৰ সদৃশ? তথাপি পৃথিৱীৰ অধোভাগলৈ এদনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ’ব; তৰোৱালৰ দ্বাৰাই হত হোৱাসকলে সৈতে অচুন্নৎসকলৰ মাজত তুমিও পৰি থাকিবা! ফৰৌণ আৰু তাৰ আটাই লোক সকলৰ এইৰূপ গতি হ’ব!” এয়েই প্ৰভু যিহোৱাই কৰা ঘোষণা!

In Other Versions

Ezekiel 31 in the ANGEFD

Ezekiel 31 in the ANTPNG2D

Ezekiel 31 in the AS21

Ezekiel 31 in the BAGH

Ezekiel 31 in the BBPNG

Ezekiel 31 in the BBT1E

Ezekiel 31 in the BDS

Ezekiel 31 in the BEV

Ezekiel 31 in the BHAD

Ezekiel 31 in the BIB

Ezekiel 31 in the BLPT

Ezekiel 31 in the BNT

Ezekiel 31 in the BNTABOOT

Ezekiel 31 in the BNTLV

Ezekiel 31 in the BOATCB

Ezekiel 31 in the BOATCB2

Ezekiel 31 in the BOBCV

Ezekiel 31 in the BOCNT

Ezekiel 31 in the BOECS

Ezekiel 31 in the BOGWICC

Ezekiel 31 in the BOHCB

Ezekiel 31 in the BOHCV

Ezekiel 31 in the BOHLNT

Ezekiel 31 in the BOHNTLTAL

Ezekiel 31 in the BOICB

Ezekiel 31 in the BOILNTAP

Ezekiel 31 in the BOITCV

Ezekiel 31 in the BOKCV

Ezekiel 31 in the BOKCV2

Ezekiel 31 in the BOKHWOG

Ezekiel 31 in the BOKSSV

Ezekiel 31 in the BOLCB

Ezekiel 31 in the BOLCB2

Ezekiel 31 in the BOMCV

Ezekiel 31 in the BONAV

Ezekiel 31 in the BONCB

Ezekiel 31 in the BONLT

Ezekiel 31 in the BONUT2

Ezekiel 31 in the BOPLNT

Ezekiel 31 in the BOSCB

Ezekiel 31 in the BOSNC

Ezekiel 31 in the BOTLNT

Ezekiel 31 in the BOVCB

Ezekiel 31 in the BOYCB

Ezekiel 31 in the BPBB

Ezekiel 31 in the BPH

Ezekiel 31 in the BSB

Ezekiel 31 in the CCB

Ezekiel 31 in the CUV

Ezekiel 31 in the CUVS

Ezekiel 31 in the DBT

Ezekiel 31 in the DGDNT

Ezekiel 31 in the DHNT

Ezekiel 31 in the DNT

Ezekiel 31 in the ELBE

Ezekiel 31 in the EMTV

Ezekiel 31 in the ESV

Ezekiel 31 in the FBV

Ezekiel 31 in the FEB

Ezekiel 31 in the GGMNT

Ezekiel 31 in the GNT

Ezekiel 31 in the HARY

Ezekiel 31 in the HNT

Ezekiel 31 in the IRVB

Ezekiel 31 in the IRVG

Ezekiel 31 in the IRVH

Ezekiel 31 in the IRVK

Ezekiel 31 in the IRVM

Ezekiel 31 in the IRVM2

Ezekiel 31 in the IRVO

Ezekiel 31 in the IRVP

Ezekiel 31 in the IRVT

Ezekiel 31 in the IRVT2

Ezekiel 31 in the IRVU

Ezekiel 31 in the ISVN

Ezekiel 31 in the JSNT

Ezekiel 31 in the KAPI

Ezekiel 31 in the KBT1ETNIK

Ezekiel 31 in the KBV

Ezekiel 31 in the KJV

Ezekiel 31 in the KNFD

Ezekiel 31 in the LBA

Ezekiel 31 in the LBLA

Ezekiel 31 in the LNT

Ezekiel 31 in the LSV

Ezekiel 31 in the MAAL

Ezekiel 31 in the MBV

Ezekiel 31 in the MBV2

Ezekiel 31 in the MHNT

Ezekiel 31 in the MKNFD

Ezekiel 31 in the MNG

Ezekiel 31 in the MNT

Ezekiel 31 in the MNT2

Ezekiel 31 in the MRS1T

Ezekiel 31 in the NAA

Ezekiel 31 in the NASB

Ezekiel 31 in the NBLA

Ezekiel 31 in the NBS

Ezekiel 31 in the NBVTP

Ezekiel 31 in the NET2

Ezekiel 31 in the NIV11

Ezekiel 31 in the NNT

Ezekiel 31 in the NNT2

Ezekiel 31 in the NNT3

Ezekiel 31 in the PDDPT

Ezekiel 31 in the PFNT

Ezekiel 31 in the RMNT

Ezekiel 31 in the SBIAS

Ezekiel 31 in the SBIBS

Ezekiel 31 in the SBIBS2

Ezekiel 31 in the SBICS

Ezekiel 31 in the SBIDS

Ezekiel 31 in the SBIGS

Ezekiel 31 in the SBIHS

Ezekiel 31 in the SBIIS

Ezekiel 31 in the SBIIS2

Ezekiel 31 in the SBIIS3

Ezekiel 31 in the SBIKS

Ezekiel 31 in the SBIKS2

Ezekiel 31 in the SBIMS

Ezekiel 31 in the SBIOS

Ezekiel 31 in the SBIPS

Ezekiel 31 in the SBISS

Ezekiel 31 in the SBITS

Ezekiel 31 in the SBITS2

Ezekiel 31 in the SBITS3

Ezekiel 31 in the SBITS4

Ezekiel 31 in the SBIUS

Ezekiel 31 in the SBIVS

Ezekiel 31 in the SBT

Ezekiel 31 in the SBT1E

Ezekiel 31 in the SCHL

Ezekiel 31 in the SNT

Ezekiel 31 in the SUSU

Ezekiel 31 in the SUSU2

Ezekiel 31 in the SYNO

Ezekiel 31 in the TBIAOTANT

Ezekiel 31 in the TBT1E

Ezekiel 31 in the TBT1E2

Ezekiel 31 in the TFTIP

Ezekiel 31 in the TFTU

Ezekiel 31 in the TGNTATF3T

Ezekiel 31 in the THAI

Ezekiel 31 in the TNFD

Ezekiel 31 in the TNT

Ezekiel 31 in the TNTIK

Ezekiel 31 in the TNTIL

Ezekiel 31 in the TNTIN

Ezekiel 31 in the TNTIP

Ezekiel 31 in the TNTIZ

Ezekiel 31 in the TOMA

Ezekiel 31 in the TTENT

Ezekiel 31 in the UBG

Ezekiel 31 in the UGV

Ezekiel 31 in the UGV2

Ezekiel 31 in the UGV3

Ezekiel 31 in the VBL

Ezekiel 31 in the VDCC

Ezekiel 31 in the YALU

Ezekiel 31 in the YAPE

Ezekiel 31 in the YBVTP

Ezekiel 31 in the ZBP