Hosea 13 (IRVA)

1 ইফ্ৰয়িমে কথা ক’লে, লোকসকল কঁপে; ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজত তেওঁ মহান হৈছিল।কিন্তু বাল দেৱতাৰ সেৱা উপসনা কৰাৰ দোষত দোষী হৈ তেওঁ মৰিল। 2 এতিয়া তেওঁলোকে অধিককৈ পাপ কৰি আছে;তেওঁলোকে তেওঁলোকৰ ৰূপেৰে নিজৰ কাৰণে সাঁচত ঢলা মূর্তি, অর্থাৎ নিজৰ কলা-কৌশলেৰে প্ৰতিমা সাজিলে;এই সকলোবোৰ শিল্পকাৰৰ কাৰ্য;এই মূর্তিবোৰৰ সম্বন্ধে তেওঁলোকে কয়, “যি সকলে উৎসর্গ কৰে, তেওঁলোকে দামুৰিৰ মূর্তিবোৰক চুমা খাওঁক”। 3 সেই বাবে তেওঁলোক প্ৰভাতৰ কুঁৱলীৰ নিচিনা হ’ব,সোনকালে অদৃশ্য হৈ যোৱা নিয়ৰৰ নিচিনা,মৰণা মৰা মজিয়াৰ পৰা বা’মৰলী বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা,খিড়িকিয়েদি বাহিৰলৈ ওলোৱা ধুঁৱাৰ নিচিনা হ’ব। 4 তথাপি মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা দিনৰে পৰা ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা;মোৰ বাহিৰে তোমালোকৰ আন কোনো ঈশ্বৰ নাই;মোৰ বাহিৰে তোমালোকৰ আন কোনো উদ্ধাৰকৰ্ত্তা নাই। 5 মৰুভূমিত, শুকান দেশত ময়েই তোমালোকক দেখা-শুনা কৰিছিলোঁ। 6 যেতিয়া তোমালোকে চৰণী পালা, তেতিয়া তোমালোক তৃ্প্ত হলা,তোমালোক তৃ্প্ত হোৱাত, তোমালোকৰ মনত গৰ্ব হল,এই নিমিত্তে তমালোকে মোক পাহৰিলা। 7 সেই কাৰণে মই তেওঁলোকৰ ওপৰত সিংহৰ দৰেই হ’ম;নাহৰফুটুকী বাঘৰ নিচিনাকৈ বাটত খাপ দি থাকিম। 8 পোৱালি কাঢ়ি চুৰ কৰি নিয়া ভালুকীৰ দৰে মই তেওঁলোকৰ ওপৰত আক্রমণ কৰি তেওঁলোকৰ হিয়া চিৰা-ছিৰ কৰিম;সিংহিনীৰ নিচিনাকৈ মই তেওঁলোকক সেই ঠাইতে গ্ৰাস কৰিম;বনৰীয়া জন্তুৰ দৰে তেওঁলোকক ছিন্ন ভিন্ন কৰিম। 9 হে ইস্ৰায়েল, তুমি মোৰ বিপক্ষে অর্থাৎ তোমালোকৰ সহায়কাৰীৰ বিপক্ষে থকাৰ কাৰণে মই তোমাক বিনাশ কৰিম, 10 এতিয়া তোমাৰ ৰজা ক’ত আছে, যি জনে সকলো নগৰতে তোমাক ৰক্ষা কৰিব পাৰিব?এতিয়া তোমাৰ শাসনকর্তাসকল ক’ত আছে, যি সকলৰ বিষয়ে তুমি মোক কৈছিলা,“মোক এজন ৰজা আৰু শাসনকর্তাসকলক দিয়া?” 11 সেয়ে মই খং উঠি তোমাক এজন ৰজা দিছিলোঁআৰু মোৰ ক্রোধে তেওঁক আঁতৰাই নিলে। 12 ইফ্ৰয়িমৰ অপৰাধ বান্ধি থোৱা হ’ল;তেওঁৰ পাপবোৰ সাঁচি থোৱা হ’ল। 13 নাৰীৰ প্ৰসৱবেদনাৰ দৰে তেওঁৰ ওপৰলৈ কষ্ট আহিব।কিন্তু তেওঁতো এজন অজ্ঞান পুত্ৰ;জন্মৰ সঠিক সময়ত তেওঁ গর্ভৰ প্ৰসৱ-দুৱাৰৰ মুখলৈ নাহা। 14 চিয়োলৰ শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিম নে?মৃত্যুৰ পৰা মই তেওঁক মুক্ত কৰিম নে?হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক’ত?হে চিয়োল, তোমাৰ সংহাৰ ক’ত?মোৰ চকুৰ পৰা মমতা লুকাই আছে। 15 ইফ্ৰয়িমে তেওঁৰ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও,যিহোৱাৰ পৰা এক প্রৱল পূবৰ বতাহ আহিব,মৰুভূমিৰ পৰা বৈ আহিব;ইফ্রয়িমৰ জুৰিবোৰ শুকাই যাব আৰু কুৱাঁত পানী নোহোৱা হ’ব;শত্ৰুৱে তেওঁৰ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব। 16 চমৰিয়া দোষী হ’ব;কাৰণ তেওঁ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে;তেওঁলোক তৰোৱালৰ দ্বাৰাই মৰিব,তেওঁলোকৰ শিশুসকলক আচাৰি ছিন্ন-ভিন্ন কৰা হ’ব,তেওঁলোকৰ গৰ্ভৱতী নাৰীসকলৰ উদৰ ফালি পেলোৱা হ’ব।

In Other Versions

Hosea 13 in the ANGEFD

Hosea 13 in the ANTPNG2D

Hosea 13 in the AS21

Hosea 13 in the BAGH

Hosea 13 in the BBPNG

Hosea 13 in the BBT1E

Hosea 13 in the BDS

Hosea 13 in the BEV

Hosea 13 in the BHAD

Hosea 13 in the BIB

Hosea 13 in the BLPT

Hosea 13 in the BNT

Hosea 13 in the BNTABOOT

Hosea 13 in the BNTLV

Hosea 13 in the BOATCB

Hosea 13 in the BOATCB2

Hosea 13 in the BOBCV

Hosea 13 in the BOCNT

Hosea 13 in the BOECS

Hosea 13 in the BOGWICC

Hosea 13 in the BOHCB

Hosea 13 in the BOHCV

Hosea 13 in the BOHLNT

Hosea 13 in the BOHNTLTAL

Hosea 13 in the BOICB

Hosea 13 in the BOILNTAP

Hosea 13 in the BOITCV

Hosea 13 in the BOKCV

Hosea 13 in the BOKCV2

Hosea 13 in the BOKHWOG

Hosea 13 in the BOKSSV

Hosea 13 in the BOLCB

Hosea 13 in the BOLCB2

Hosea 13 in the BOMCV

Hosea 13 in the BONAV

Hosea 13 in the BONCB

Hosea 13 in the BONLT

Hosea 13 in the BONUT2

Hosea 13 in the BOPLNT

Hosea 13 in the BOSCB

Hosea 13 in the BOSNC

Hosea 13 in the BOTLNT

Hosea 13 in the BOVCB

Hosea 13 in the BOYCB

Hosea 13 in the BPBB

Hosea 13 in the BPH

Hosea 13 in the BSB

Hosea 13 in the CCB

Hosea 13 in the CUV

Hosea 13 in the CUVS

Hosea 13 in the DBT

Hosea 13 in the DGDNT

Hosea 13 in the DHNT

Hosea 13 in the DNT

Hosea 13 in the ELBE

Hosea 13 in the EMTV

Hosea 13 in the ESV

Hosea 13 in the FBV

Hosea 13 in the FEB

Hosea 13 in the GGMNT

Hosea 13 in the GNT

Hosea 13 in the HARY

Hosea 13 in the HNT

Hosea 13 in the IRVB

Hosea 13 in the IRVG

Hosea 13 in the IRVH

Hosea 13 in the IRVK

Hosea 13 in the IRVM

Hosea 13 in the IRVM2

Hosea 13 in the IRVO

Hosea 13 in the IRVP

Hosea 13 in the IRVT

Hosea 13 in the IRVT2

Hosea 13 in the IRVU

Hosea 13 in the ISVN

Hosea 13 in the JSNT

Hosea 13 in the KAPI

Hosea 13 in the KBT1ETNIK

Hosea 13 in the KBV

Hosea 13 in the KJV

Hosea 13 in the KNFD

Hosea 13 in the LBA

Hosea 13 in the LBLA

Hosea 13 in the LNT

Hosea 13 in the LSV

Hosea 13 in the MAAL

Hosea 13 in the MBV

Hosea 13 in the MBV2

Hosea 13 in the MHNT

Hosea 13 in the MKNFD

Hosea 13 in the MNG

Hosea 13 in the MNT

Hosea 13 in the MNT2

Hosea 13 in the MRS1T

Hosea 13 in the NAA

Hosea 13 in the NASB

Hosea 13 in the NBLA

Hosea 13 in the NBS

Hosea 13 in the NBVTP

Hosea 13 in the NET2

Hosea 13 in the NIV11

Hosea 13 in the NNT

Hosea 13 in the NNT2

Hosea 13 in the NNT3

Hosea 13 in the PDDPT

Hosea 13 in the PFNT

Hosea 13 in the RMNT

Hosea 13 in the SBIAS

Hosea 13 in the SBIBS

Hosea 13 in the SBIBS2

Hosea 13 in the SBICS

Hosea 13 in the SBIDS

Hosea 13 in the SBIGS

Hosea 13 in the SBIHS

Hosea 13 in the SBIIS

Hosea 13 in the SBIIS2

Hosea 13 in the SBIIS3

Hosea 13 in the SBIKS

Hosea 13 in the SBIKS2

Hosea 13 in the SBIMS

Hosea 13 in the SBIOS

Hosea 13 in the SBIPS

Hosea 13 in the SBISS

Hosea 13 in the SBITS

Hosea 13 in the SBITS2

Hosea 13 in the SBITS3

Hosea 13 in the SBITS4

Hosea 13 in the SBIUS

Hosea 13 in the SBIVS

Hosea 13 in the SBT

Hosea 13 in the SBT1E

Hosea 13 in the SCHL

Hosea 13 in the SNT

Hosea 13 in the SUSU

Hosea 13 in the SUSU2

Hosea 13 in the SYNO

Hosea 13 in the TBIAOTANT

Hosea 13 in the TBT1E

Hosea 13 in the TBT1E2

Hosea 13 in the TFTIP

Hosea 13 in the TFTU

Hosea 13 in the TGNTATF3T

Hosea 13 in the THAI

Hosea 13 in the TNFD

Hosea 13 in the TNT

Hosea 13 in the TNTIK

Hosea 13 in the TNTIL

Hosea 13 in the TNTIN

Hosea 13 in the TNTIP

Hosea 13 in the TNTIZ

Hosea 13 in the TOMA

Hosea 13 in the TTENT

Hosea 13 in the UBG

Hosea 13 in the UGV

Hosea 13 in the UGV2

Hosea 13 in the UGV3

Hosea 13 in the VBL

Hosea 13 in the VDCC

Hosea 13 in the YALU

Hosea 13 in the YAPE

Hosea 13 in the YBVTP

Hosea 13 in the ZBP