Jonah 1 (IRVA)
1 অমিত্তয়ৰ পুত্ৰ যোনালৈ যিহোৱাৰ এই বাক্য আহিল; তেওঁ ক’লে 2 “তুমি উঠা, মহানগৰ নীনবিলৈ গৈ তাৰ বিৰুদ্ধে প্ৰচাৰ কৰা; কিয়নো সিহঁতৰ দুষ্টতা মোৰ ওচৰ আহি পালে। 3 কিন্তু যোনাই যিহোৱাৰ সন্মুখৰ পৰা তৰ্চীচলৈ পলাই যাবৰ কাৰণে যাফোলৈ নামি গ’ল আৰু তাত তৰ্চীচলৈ যোৱা এখন জাহাজ পালে। তেওঁ যিহোৱাৰ সন্মুখৰ পৰা পলাই যাবলৈ জাহাজ খনত ভাড়া দি উঠিল আৰু তর্চীচলৈ যাত্রা কৰিলে। 4 কিন্তু যিহোৱাই সাগৰলৈ প্রবল বতাহ পঠিয়াই দিলে; তাতে সাগৰত ভয়ঙ্কৰ ধুমুহা হ’ল আৰু জাহাজ খন ভাঙি যোৱাৰ উপক্রম হ’ল। 5 তেতিয়া নাবিকসকলৰ অতিশয় ভয় লাগিল আৰু সকলোৱে নিজৰ নিজৰ দেৱতাৰ আগত চিঞঁৰি কাতৰোক্তি কৰিবলৈ ধৰিলে। জাহাজৰ ওজন কমাবলৈ তেওঁলোকে জাহাজত থকা মালবস্তুবোৰ সাগৰত পেলাই দিলে। কিন্তু যোনাই হ’লে জাহাজৰ তলৰ ফালে নামি গৈ অন্তর্ভাগত শুই পৰিল আৰু তেওঁ ঘোৰ টোপনিত আছিল। 6 তেতিয়া জাহাজৰ অধিনায়ক জনে যোনাৰ ওচৰলৈ আহি ক’লে, “হেৰি! কি কৰি আছে, আপুনি টোপনি গৈছে? উঠক, আৰু আপোনাৰ দেৱতাক মাতক! কিজানি আপোনাৰ দেৱতাই আমালৈ মন মেলিব আৰু তেতিয়া হয়তো আমাৰ বিনাশ নহ’ব।” 7 তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “আমালৈ ঘটা এই অমঙ্গলৰ কাৰণে দোষী কোন, সেই বিষয়ে জানিবৰ বাবে আহাঁ আমি চিঠি খেলোহঁক।” এইবুলি তেওঁলোকে চিঠি খেলোতে, যোনাৰ নাম উঠিল। 8 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “কোন জনৰ দোষৰ বাবে আমালৈ এই অমংগল ঘটিছে, এই বিষয়ে আপুনি আমাক দয়া কৰি কওক। আপোনাৰ জীৱিকা কি? আপুনি ক’ৰ পৰা আহিছে? আপুনি কোন দেশৰ আৰু কোন জাতিৰ লোক?” 9 তেতিয়া যোনাই তেওঁলোকক ক’লে, “মই এজন ইব্ৰীয়া; সাগৰ আৰু ভূমিৰ সৃষ্টিকৰ্ত্তা স্বৰ্গৰ ঈশ্বৰ যিহোৱাক মই ভয় কৰোঁ।” 10 যোনাই যে যিহোৱাৰ সন্মুখৰ পৰা পলাই আহিছে, তেতিয়া লোকসকলে সেই বিষয়ে জানিব পাৰিলে; কিয়নো তেওঁ সেই কথা তেওঁলোকক জনালে। তেতিয়া লোকসকলে অধিককৈ ভয় খাই তেওঁক সুধিলে, “আপুনি এয়া কি কৰিলে?” 11 তেতিয়া তেওঁলোকে যোনাক সুধিলে, “এতিয়া আমাৰ বাবে সমুদ্র শান্ত হ’বলৈ আমি আপোনাক লৈ কি কৰিম?” কিয়নো সমুদ্ৰত তেতিয়া ধুমুহা ক্রমে তীব্রতৰ হ’বলৈ ধৰিছিল। 12 তেতিয়া যোনাই তেওঁলোকক ক’লে, “মোক দাঙি সমুদ্ৰত পেলাই দিয়ক, তেতিয়া আপোনালোকৰ বাবে সাগৰ শান্ত হ’ব; কিয়নো মই জানো যে, মোৰ কাৰণেহে আপোনালোকৰ ওপৰলৈ এই প্রবল ধুমুহা আহিছে।” 13 তথাপিও নাবিকসকলে সমুদ্রৰ তীৰ পাবৰ বাবে পুণৰায় বৰকৈ বাই যাবলৈ ধৰিলে, কিন্তু তেওঁলোক সফল নহ’ল। প্রচণ্ড ধুমুহা আৰু উত্তাল সমুদ্রৰ ঢৌ অধিক শক্তিশালী হৈ উঠিব ধৰিলে। 14 এই হেতুকে তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “আমি আপোনাক বিনয় কৰোঁ, হে যিহোৱা, আপোনাক বিনয় কৰোঁ, এই মানুহৰ প্ৰাণৰ কাৰণে আমাক বিনষ্ট হ’বলৈ নিদিব আৰু নিৰ্দ্দোষীৰ ৰক্তপাতৰ কাৰণে আমাক দোষী নকৰিব; কিয়নো হে যিহোৱা, আপুনিও আপোনাৰ ইচ্ছামতে কার্য কৰিছে।” 15 এই বুলি কৈ তেওঁলোকে যোনাক দাঙি নি সাগৰত পেলাই দিলে, তেতিয়া সমুদ্ৰৰ ভয়ানক মূর্তি নাইকিয়া হ’ল। 16 সেই লোকসকলে যিহোৱাক অত্যন্ত ভয় কৰিলে, আৰু তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে এটা বলি উৎসৰ্গ কৰিলে আৰু তেওঁৰ ওচৰত সংকল্প কৰিলে। 17 আনফালে যোনাক গিলি থবৰ কাৰণে যিহোৱাই এটা ডাঙৰ মাছ নিৰূপণ কৰি থৈছিল আৰু সেই মাছৰ পেটত যোনা তিনিদিন তিনিৰাতি থাকিল।
In Other Versions
Jonah 1 in the ANGEFD
Jonah 1 in the ANTPNG2D
Jonah 1 in the AS21
Jonah 1 in the BAGH
Jonah 1 in the BBPNG
Jonah 1 in the BBT1E
Jonah 1 in the BDS
Jonah 1 in the BEV
Jonah 1 in the BHAD
Jonah 1 in the BIB
Jonah 1 in the BLPT
Jonah 1 in the BNT
Jonah 1 in the BNTABOOT
Jonah 1 in the BNTLV
Jonah 1 in the BOATCB
Jonah 1 in the BOATCB2
Jonah 1 in the BOBCV
Jonah 1 in the BOCNT
Jonah 1 in the BOECS
Jonah 1 in the BOGWICC
Jonah 1 in the BOHCB
Jonah 1 in the BOHCV
Jonah 1 in the BOHLNT
Jonah 1 in the BOHNTLTAL
Jonah 1 in the BOICB
Jonah 1 in the BOILNTAP
Jonah 1 in the BOITCV
Jonah 1 in the BOKCV
Jonah 1 in the BOKCV2
Jonah 1 in the BOKHWOG
Jonah 1 in the BOKSSV
Jonah 1 in the BOLCB
Jonah 1 in the BOLCB2
Jonah 1 in the BOMCV
Jonah 1 in the BONAV
Jonah 1 in the BONCB
Jonah 1 in the BONLT
Jonah 1 in the BONUT2
Jonah 1 in the BOPLNT
Jonah 1 in the BOSCB
Jonah 1 in the BOSNC
Jonah 1 in the BOTLNT
Jonah 1 in the BOVCB
Jonah 1 in the BOYCB
Jonah 1 in the BPBB
Jonah 1 in the BPH
Jonah 1 in the BSB
Jonah 1 in the CCB
Jonah 1 in the CUV
Jonah 1 in the CUVS
Jonah 1 in the DBT
Jonah 1 in the DGDNT
Jonah 1 in the DHNT
Jonah 1 in the DNT
Jonah 1 in the ELBE
Jonah 1 in the EMTV
Jonah 1 in the ESV
Jonah 1 in the FBV
Jonah 1 in the FEB
Jonah 1 in the GGMNT
Jonah 1 in the GNT
Jonah 1 in the HARY
Jonah 1 in the HNT
Jonah 1 in the IRVB
Jonah 1 in the IRVG
Jonah 1 in the IRVH
Jonah 1 in the IRVK
Jonah 1 in the IRVM
Jonah 1 in the IRVM2
Jonah 1 in the IRVO
Jonah 1 in the IRVP
Jonah 1 in the IRVT
Jonah 1 in the IRVT2
Jonah 1 in the IRVU
Jonah 1 in the ISVN
Jonah 1 in the JSNT
Jonah 1 in the KAPI
Jonah 1 in the KBT1ETNIK
Jonah 1 in the KBV
Jonah 1 in the KJV
Jonah 1 in the KNFD
Jonah 1 in the LBA
Jonah 1 in the LBLA
Jonah 1 in the LNT
Jonah 1 in the LSV
Jonah 1 in the MAAL
Jonah 1 in the MBV
Jonah 1 in the MBV2
Jonah 1 in the MHNT
Jonah 1 in the MKNFD
Jonah 1 in the MNG
Jonah 1 in the MNT
Jonah 1 in the MNT2
Jonah 1 in the MRS1T
Jonah 1 in the NAA
Jonah 1 in the NASB
Jonah 1 in the NBLA
Jonah 1 in the NBS
Jonah 1 in the NBVTP
Jonah 1 in the NET2
Jonah 1 in the NIV11
Jonah 1 in the NNT
Jonah 1 in the NNT2
Jonah 1 in the NNT3
Jonah 1 in the PDDPT
Jonah 1 in the PFNT
Jonah 1 in the RMNT
Jonah 1 in the SBIAS
Jonah 1 in the SBIBS
Jonah 1 in the SBIBS2
Jonah 1 in the SBICS
Jonah 1 in the SBIDS
Jonah 1 in the SBIGS
Jonah 1 in the SBIHS
Jonah 1 in the SBIIS
Jonah 1 in the SBIIS2
Jonah 1 in the SBIIS3
Jonah 1 in the SBIKS
Jonah 1 in the SBIKS2
Jonah 1 in the SBIMS
Jonah 1 in the SBIOS
Jonah 1 in the SBIPS
Jonah 1 in the SBISS
Jonah 1 in the SBITS
Jonah 1 in the SBITS2
Jonah 1 in the SBITS3
Jonah 1 in the SBITS4
Jonah 1 in the SBIUS
Jonah 1 in the SBIVS
Jonah 1 in the SBT
Jonah 1 in the SBT1E
Jonah 1 in the SCHL
Jonah 1 in the SNT
Jonah 1 in the SUSU
Jonah 1 in the SUSU2
Jonah 1 in the SYNO
Jonah 1 in the TBIAOTANT
Jonah 1 in the TBT1E
Jonah 1 in the TBT1E2
Jonah 1 in the TFTIP
Jonah 1 in the TFTU
Jonah 1 in the TGNTATF3T
Jonah 1 in the THAI
Jonah 1 in the TNFD
Jonah 1 in the TNT
Jonah 1 in the TNTIK
Jonah 1 in the TNTIL
Jonah 1 in the TNTIN
Jonah 1 in the TNTIP
Jonah 1 in the TNTIZ
Jonah 1 in the TOMA
Jonah 1 in the TTENT
Jonah 1 in the UBG
Jonah 1 in the UGV
Jonah 1 in the UGV2
Jonah 1 in the UGV3
Jonah 1 in the VBL
Jonah 1 in the VDCC
Jonah 1 in the YALU
Jonah 1 in the YAPE
Jonah 1 in the YBVTP
Jonah 1 in the ZBP