Zechariah 8 (IRVA)

1 তেতিয়া বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 2 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে:‘মই চিয়োনৰ অৰ্থে মহা অন্তৰ্জ্বালাৰে জ্বলিছোঁ, মই তাইৰ অৰ্থে মহা ক্ৰোধেৰে জ্বলিছোঁ!’ 3 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে:‘মই চিয়োনলৈ উলটি আহিলোঁ আৰু যিৰূচালেমৰ মাজত বাস কৰিম,কাৰণ যিৰূচালেম সত্যপুৰী বুলি আৰু বাহিনীসকলৰ যিহোৱাৰ পৰ্ব্বতখন পবিত্ৰ বুলি প্ৰখ্যাত হ’ব’!” 4 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে:অতি বুঢ়া হোৱাৰ কাৰণে পুনৰায় যিৰূচালেমৰ চকবোৰত বহিব,প্ৰতিজন বুঢ়া-বুঢ়ীয়ে নিজ নিজ হাতত লাখুটি ল’ব। 5 আৰু ল’ৰা-ছোৱালীবোৰৰ খেল ধেমালিৰে সেই নগৰৰ আলিবাটবোৰ পৰিপূৰ্ণ হ’ব!” 6 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে:“সেই দিনত এই লোকসকলৰ যি অৱশিষ্ট ভাগ থাকিব, সেই লোকসকলৰ দৃষ্টিত সেয়ে আচৰিত বোধ হ’ব;মোৰ দৃষ্টিতো সেয়ে আচৰিত বোধ হ’ব নে?” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে। 7 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে:‘চোৱা, মই পূৱ আৰু পশ্চিম দেশৰ পৰা মোৰ প্ৰজাসকলক নিস্তাৰ কৰি আনিম! 8 কিয়নো যিৰূচালেমত বাস কৰিবলৈ মই তেওঁলোকক ঘূৰাই আনিম,যাতে তেওঁলোক পুনৰায় মোৰ প্ৰজা হ’ব,আৰু সত্যতাত আৰু ধাৰ্মিকতাত মই তেওঁলোকৰ ঈশ্বৰ হ’ম!” 9 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে:‘তোমালোক সাহিয়াল হোৱা, যি কথা বর্তমান শুনি আছাসেই একেই বাক্য ভাববাদীসকলৰ মুখেৰে কোৱা হৈছিল,যেতিয়া তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হৈছিল, তেতিয়াই মন্দিৰ নিৰ্মান কৰা হৈছিল। 10 কিয়নো সেই কালৰ পূৰ্বেকোনো লোকক মজুৰি দিবৰ বাবে বা কোনো পশুক কেৰেয়া ল’বৰ বাবে টকা নাছিল।আৰু বাহিৰলৈ যোৱাজনৰেই হওঁক বা কি ভিতৰলৈ অহা জনৰেই হওঁক শত্রুৰ পৰা কোনো শান্তি নাছিল।কিয়নো মই প্ৰতিজনক নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে উচটাই দিছিলোঁ। 11 কিন্তু এতিয়া মই পূৰ্ব কালৰ দৰে এই লোকসকলৰ অৱশিষ্ট ভাগলৈ ব্যৱহাৰ নকৰিম!’”এইটোৱেই হ’ল বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। 12 “কিয়নো কুশলযুক্ত কঠীয়া সিচাঁ হ’ব। দ্ৰাক্ষালতাই নিজ নিজ ফল ধৰিব,ভূমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু আকাশ-মণ্ডলে নিজৰ নিয়ৰ বৰষাব,কাৰণ মই এই অৱশিষ্ট লোকসকলক সেই সকলোৰে অধিকাৰী কৰিম। 13 জাতিবোৰৰ মাজত তোমালোক যেনেকৈ শাওৰ উদাহৰণস্বৰূপ হৈছিলা,হে যিহূদা বংশ আৰু হে ইস্ৰায়েল বংশ,তেনেকৈ এতিয়া মই তোমালোকক উদ্ধাৰ কৰিম আৰু তোমালোক আশীৰ্ব্বাদৰ বিষয় হ’বা।ভয় নকৰিবা, তোমালোকৰ হাত সবল হওঁক!” 14 কিয়নো বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্ব-পুৰুষসকলে মোৰ ক্ৰোধ তোলা সময়ত মই যেনেকৈ তোমালোকৰ অমঙ্গল কৰিবলৈ সঙ্কল্প কৰিছিলোঁ,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে, ‘আৰু মই মন পালটোৱা নাছিলোঁ, 15 তেনেকৈ আকৌ এই কালত যিৰূচালেমৰ আৰু যিহূদা-বংশৰ মঙ্গল কৰিবলৈ সঙ্কল্প কৰিছোঁ! তোমালোকে ভয় নকৰিবা! 16 তোমালোকে কৰিবলগীয়া কাৰ্য এইবোৰ: প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ সৈতে সত্য আলাপ কৰিবা, তোমালোকে নগৰৰ দুৱাৰত যথাৰ্থ আৰু শান্তিজনক বিচাৰ সিদ্ধ কৰিবা। 17 তোমালোক কোনেও নিজ মনত নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে কু-কল্পনা নকৰিবা আৰু মিছা শপত নিদিবা; কিয়নো এই আটাইবোৰ মই ঘিণ কৰোঁ!” এই কথা যিহোৱাই কৈছে। 18 পাছে বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 19 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চতুৰ্থ, পঞ্চম, সপ্তম আৰু দশম মাহৰ উপবাস যিহূদা-বংশৰ কাৰণে আনন্দ ও উল্লাসৰ বিষয় আৰু সন্তোষজনক উৎসৱ হ’ব! এই হেতুকে তোমালোকে সত্যক আৰু শান্তিক ভাল পোৱা!” 20 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘লোকসকল আকৌ আহিব, আনকি ভিন ভিন নগৰত নিবাস কৰা লোকসকলো আহিব। 21 আৰু এখন নগৰৰ নিবাসীসকলে আন এখন নগৰলৈ গৈ ক’ব, ‘ব’লা, যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আৰু বাহিনীসকলৰ যিহোৱাক বিচাৰিবলৈ আমি বেগাই যাওঁহঁক! ময়ো যাম’! 22 হয়, অনেক দেশৰ লোক আৰু পৰাক্ৰমী জাতি সমূহ যিৰূচালেমত বাহিনীসকলৰ যিহোৱাক বিচাৰিবলৈ আৰু যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আহিব’!” 23 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘সেই দিনা জাতি সমূহৰ মাজৰ আটাই ভাষা ক’ব পৰা দহ জন লোকে এজন যিহুদী লোকৰ কাপোৰৰ আঁচল ধৰি ক’ব, “আমি তোমালোকৰ লগত যাম, কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে!”

In Other Versions

Zechariah 8 in the ANGEFD

Zechariah 8 in the ANTPNG2D

Zechariah 8 in the AS21

Zechariah 8 in the BAGH

Zechariah 8 in the BBPNG

Zechariah 8 in the BBT1E

Zechariah 8 in the BDS

Zechariah 8 in the BEV

Zechariah 8 in the BHAD

Zechariah 8 in the BIB

Zechariah 8 in the BLPT

Zechariah 8 in the BNT

Zechariah 8 in the BNTABOOT

Zechariah 8 in the BNTLV

Zechariah 8 in the BOATCB

Zechariah 8 in the BOATCB2

Zechariah 8 in the BOBCV

Zechariah 8 in the BOCNT

Zechariah 8 in the BOECS

Zechariah 8 in the BOGWICC

Zechariah 8 in the BOHCB

Zechariah 8 in the BOHCV

Zechariah 8 in the BOHLNT

Zechariah 8 in the BOHNTLTAL

Zechariah 8 in the BOICB

Zechariah 8 in the BOILNTAP

Zechariah 8 in the BOITCV

Zechariah 8 in the BOKCV

Zechariah 8 in the BOKCV2

Zechariah 8 in the BOKHWOG

Zechariah 8 in the BOKSSV

Zechariah 8 in the BOLCB

Zechariah 8 in the BOLCB2

Zechariah 8 in the BOMCV

Zechariah 8 in the BONAV

Zechariah 8 in the BONCB

Zechariah 8 in the BONLT

Zechariah 8 in the BONUT2

Zechariah 8 in the BOPLNT

Zechariah 8 in the BOSCB

Zechariah 8 in the BOSNC

Zechariah 8 in the BOTLNT

Zechariah 8 in the BOVCB

Zechariah 8 in the BOYCB

Zechariah 8 in the BPBB

Zechariah 8 in the BPH

Zechariah 8 in the BSB

Zechariah 8 in the CCB

Zechariah 8 in the CUV

Zechariah 8 in the CUVS

Zechariah 8 in the DBT

Zechariah 8 in the DGDNT

Zechariah 8 in the DHNT

Zechariah 8 in the DNT

Zechariah 8 in the ELBE

Zechariah 8 in the EMTV

Zechariah 8 in the ESV

Zechariah 8 in the FBV

Zechariah 8 in the FEB

Zechariah 8 in the GGMNT

Zechariah 8 in the GNT

Zechariah 8 in the HARY

Zechariah 8 in the HNT

Zechariah 8 in the IRVB

Zechariah 8 in the IRVG

Zechariah 8 in the IRVH

Zechariah 8 in the IRVK

Zechariah 8 in the IRVM

Zechariah 8 in the IRVM2

Zechariah 8 in the IRVO

Zechariah 8 in the IRVP

Zechariah 8 in the IRVT

Zechariah 8 in the IRVT2

Zechariah 8 in the IRVU

Zechariah 8 in the ISVN

Zechariah 8 in the JSNT

Zechariah 8 in the KAPI

Zechariah 8 in the KBT1ETNIK

Zechariah 8 in the KBV

Zechariah 8 in the KJV

Zechariah 8 in the KNFD

Zechariah 8 in the LBA

Zechariah 8 in the LBLA

Zechariah 8 in the LNT

Zechariah 8 in the LSV

Zechariah 8 in the MAAL

Zechariah 8 in the MBV

Zechariah 8 in the MBV2

Zechariah 8 in the MHNT

Zechariah 8 in the MKNFD

Zechariah 8 in the MNG

Zechariah 8 in the MNT

Zechariah 8 in the MNT2

Zechariah 8 in the MRS1T

Zechariah 8 in the NAA

Zechariah 8 in the NASB

Zechariah 8 in the NBLA

Zechariah 8 in the NBS

Zechariah 8 in the NBVTP

Zechariah 8 in the NET2

Zechariah 8 in the NIV11

Zechariah 8 in the NNT

Zechariah 8 in the NNT2

Zechariah 8 in the NNT3

Zechariah 8 in the PDDPT

Zechariah 8 in the PFNT

Zechariah 8 in the RMNT

Zechariah 8 in the SBIAS

Zechariah 8 in the SBIBS

Zechariah 8 in the SBIBS2

Zechariah 8 in the SBICS

Zechariah 8 in the SBIDS

Zechariah 8 in the SBIGS

Zechariah 8 in the SBIHS

Zechariah 8 in the SBIIS

Zechariah 8 in the SBIIS2

Zechariah 8 in the SBIIS3

Zechariah 8 in the SBIKS

Zechariah 8 in the SBIKS2

Zechariah 8 in the SBIMS

Zechariah 8 in the SBIOS

Zechariah 8 in the SBIPS

Zechariah 8 in the SBISS

Zechariah 8 in the SBITS

Zechariah 8 in the SBITS2

Zechariah 8 in the SBITS3

Zechariah 8 in the SBITS4

Zechariah 8 in the SBIUS

Zechariah 8 in the SBIVS

Zechariah 8 in the SBT

Zechariah 8 in the SBT1E

Zechariah 8 in the SCHL

Zechariah 8 in the SNT

Zechariah 8 in the SUSU

Zechariah 8 in the SUSU2

Zechariah 8 in the SYNO

Zechariah 8 in the TBIAOTANT

Zechariah 8 in the TBT1E

Zechariah 8 in the TBT1E2

Zechariah 8 in the TFTIP

Zechariah 8 in the TFTU

Zechariah 8 in the TGNTATF3T

Zechariah 8 in the THAI

Zechariah 8 in the TNFD

Zechariah 8 in the TNT

Zechariah 8 in the TNTIK

Zechariah 8 in the TNTIL

Zechariah 8 in the TNTIN

Zechariah 8 in the TNTIP

Zechariah 8 in the TNTIZ

Zechariah 8 in the TOMA

Zechariah 8 in the TTENT

Zechariah 8 in the UBG

Zechariah 8 in the UGV

Zechariah 8 in the UGV2

Zechariah 8 in the UGV3

Zechariah 8 in the VBL

Zechariah 8 in the VDCC

Zechariah 8 in the YALU

Zechariah 8 in the YAPE

Zechariah 8 in the YBVTP

Zechariah 8 in the ZBP