1 Chronicles 18 (IRVA)

1 তাৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্রমণ কৰি পৰাজয় কৰিলে, ফিলিষ্টীয়াসকলৰ অধীনত থকা গাত আৰু তাৰ গাওঁবোৰ তেওঁ কাঢ়ি ল’লে। 2 তাৰ পাছত তেওঁ মোৱাবক পৰাজয় কৰিলে, আৰু মোৱাবীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিবলৈ ধৰিলে। 3 ফৰাৎ নদীৰ ওচৰত হদৰেজৰে নিজৰ শাসন স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে চোবাৰ ৰজা হদদেজৰক হমাতত পৰাজয় কৰিলে। 4 দায়ূদে এক হাজাৰ ৰথ, সাত হাজাৰ অশ্বাৰোহী, আৰু বিশ হাজাৰ পদাতিক সৈন্য বন্দী কৰি ল’লে। আৰু ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছ-ঠেঙৰ সিৰ কাটিলে, কিন্তু তাৰ মাজত এশ ৰথৰ বাবে ঘোঁৰা ৰাখিলে। 5 যেতিয়া দম্মেচকৰ অৰামীয়াসকলে চোবাৰ ৰজা হদদেজৰে সহায় কৰিবলৈ আহিলে, তেতিয়া দায়ূদে বাইশ হাজাৰ অৰামীয়ালোকক বধ কৰিলে। 6 তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত দুৰ্গৰক্ষক সৈন্যৰ দল ভিতৰলৈ সুমুৱালে; আৰু অৰামীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিলে। দায়ূদে যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হবলৈ দিয়ে। 7 দায়ূদে হদদেজৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ আহিল। 8 হদদেজৰ টিভৎ আৰু কূন নগৰৰ পৰা দায়ূদে অতি অধিক পিতল আনিলে। এই পিতলৰ দ্ৱাৰাই চলোমনে পিতলৰ সমুদ্ৰ, দুটা স্তম্ভ, আৰু পিতলৰ পাত্ৰবোৰ নিৰ্ম্মাণ কৰিছিল। 9 যেতিয়া হমাতৰ ৰজা তোয়োৱে শুনিলে যে দায়ূদে চোবাৰ ৰজা হদদেজৰৰ সকলো সৈন্যসকলক পৰাজয় কৰিলে। 10 তেতিয়া তোৱোয়ে নিজৰ পুত্ৰ হদোৰামক দায়ুদ ৰজাক প্রণাম জনাবলৈ আৰু আশীৰ্ব্বাদ কৰিবলৈ তেওঁৰ ওচৰত পঠালে, কাৰণ দায়ূদে হদদেজৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক পৰাজয় কৰিলে, আৰু কাৰণ তোয়োৱৰ বিৰুদ্ধে হদৰেজৰে যুদ্ধ ঘোষণা কৰিছিল। হদোৰাম নিজৰ লগত ৰূপ, সোণ, আৰু পিতল বস্তু লৈ আহিছিল। 11 দায়ুদ ৰজাই ইদোম, মোৱাব, অম্মোন, পলেষ্টীয়া আৰু অমালেক আদি সকলো জাতিৰ পৰা অনা ৰূপ আৰু সোণৰ সৈতে এইবোৰ বস্তুও যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিলে। 12 চৰূয়াৰ পুত্ৰ অবীচয়ে লৱণ উপত্যকাত ওঠৰ হাজাৰ ইদোমীয়ালোকক বধ কৰিলে। 13 তেওঁ ইদোমত দুৰ্গৰক্ষক সৈন্যদল স্থাপন কৰিলে আৰু সকলো ইদোমীয়া লোক দায়ূদৰ দাস হ’ল। দায়ুদ যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিয়ে। 14 দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁ নিজৰ সকলো লোকৰ ন্যায় বিচাৰ আৰু ধৰ্মনিষ্ঠাৰে পৰিচালনা কৰিলে। 15 চৰূয়াৰ পুত্ৰ যোৱাব সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল, আৰু অহীলূদৰ পুত্র যিহোচাফট্‌ বৃত্তান্ত লিখক আছিল। 16 অহীটুবৰ পুত্ৰ চাদোক, আৰু অবিয়াথৰৰ পুত্ৰ অবীমেলক পুৰোহিত আছিল, চবচা ৰাজলিখক আছিল; 17 যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত আছিল; আৰু দায়ূদৰ পুত্ৰসকল ৰজাৰ পৰামৰ্শদাতা আছিল।

In Other Versions

1 Chronicles 18 in the ANGEFD

1 Chronicles 18 in the ANTPNG2D

1 Chronicles 18 in the AS21

1 Chronicles 18 in the BAGH

1 Chronicles 18 in the BBPNG

1 Chronicles 18 in the BBT1E

1 Chronicles 18 in the BDS

1 Chronicles 18 in the BEV

1 Chronicles 18 in the BHAD

1 Chronicles 18 in the BIB

1 Chronicles 18 in the BLPT

1 Chronicles 18 in the BNT

1 Chronicles 18 in the BNTABOOT

1 Chronicles 18 in the BNTLV

1 Chronicles 18 in the BOATCB

1 Chronicles 18 in the BOATCB2

1 Chronicles 18 in the BOBCV

1 Chronicles 18 in the BOCNT

1 Chronicles 18 in the BOECS

1 Chronicles 18 in the BOGWICC

1 Chronicles 18 in the BOHCB

1 Chronicles 18 in the BOHCV

1 Chronicles 18 in the BOHLNT

1 Chronicles 18 in the BOHNTLTAL

1 Chronicles 18 in the BOICB

1 Chronicles 18 in the BOILNTAP

1 Chronicles 18 in the BOITCV

1 Chronicles 18 in the BOKCV

1 Chronicles 18 in the BOKCV2

1 Chronicles 18 in the BOKHWOG

1 Chronicles 18 in the BOKSSV

1 Chronicles 18 in the BOLCB

1 Chronicles 18 in the BOLCB2

1 Chronicles 18 in the BOMCV

1 Chronicles 18 in the BONAV

1 Chronicles 18 in the BONCB

1 Chronicles 18 in the BONLT

1 Chronicles 18 in the BONUT2

1 Chronicles 18 in the BOPLNT

1 Chronicles 18 in the BOSCB

1 Chronicles 18 in the BOSNC

1 Chronicles 18 in the BOTLNT

1 Chronicles 18 in the BOVCB

1 Chronicles 18 in the BOYCB

1 Chronicles 18 in the BPBB

1 Chronicles 18 in the BPH

1 Chronicles 18 in the BSB

1 Chronicles 18 in the CCB

1 Chronicles 18 in the CUV

1 Chronicles 18 in the CUVS

1 Chronicles 18 in the DBT

1 Chronicles 18 in the DGDNT

1 Chronicles 18 in the DHNT

1 Chronicles 18 in the DNT

1 Chronicles 18 in the ELBE

1 Chronicles 18 in the EMTV

1 Chronicles 18 in the ESV

1 Chronicles 18 in the FBV

1 Chronicles 18 in the FEB

1 Chronicles 18 in the GGMNT

1 Chronicles 18 in the GNT

1 Chronicles 18 in the HARY

1 Chronicles 18 in the HNT

1 Chronicles 18 in the IRVB

1 Chronicles 18 in the IRVG

1 Chronicles 18 in the IRVH

1 Chronicles 18 in the IRVK

1 Chronicles 18 in the IRVM

1 Chronicles 18 in the IRVM2

1 Chronicles 18 in the IRVO

1 Chronicles 18 in the IRVP

1 Chronicles 18 in the IRVT

1 Chronicles 18 in the IRVT2

1 Chronicles 18 in the IRVU

1 Chronicles 18 in the ISVN

1 Chronicles 18 in the JSNT

1 Chronicles 18 in the KAPI

1 Chronicles 18 in the KBT1ETNIK

1 Chronicles 18 in the KBV

1 Chronicles 18 in the KJV

1 Chronicles 18 in the KNFD

1 Chronicles 18 in the LBA

1 Chronicles 18 in the LBLA

1 Chronicles 18 in the LNT

1 Chronicles 18 in the LSV

1 Chronicles 18 in the MAAL

1 Chronicles 18 in the MBV

1 Chronicles 18 in the MBV2

1 Chronicles 18 in the MHNT

1 Chronicles 18 in the MKNFD

1 Chronicles 18 in the MNG

1 Chronicles 18 in the MNT

1 Chronicles 18 in the MNT2

1 Chronicles 18 in the MRS1T

1 Chronicles 18 in the NAA

1 Chronicles 18 in the NASB

1 Chronicles 18 in the NBLA

1 Chronicles 18 in the NBS

1 Chronicles 18 in the NBVTP

1 Chronicles 18 in the NET2

1 Chronicles 18 in the NIV11

1 Chronicles 18 in the NNT

1 Chronicles 18 in the NNT2

1 Chronicles 18 in the NNT3

1 Chronicles 18 in the PDDPT

1 Chronicles 18 in the PFNT

1 Chronicles 18 in the RMNT

1 Chronicles 18 in the SBIAS

1 Chronicles 18 in the SBIBS

1 Chronicles 18 in the SBIBS2

1 Chronicles 18 in the SBICS

1 Chronicles 18 in the SBIDS

1 Chronicles 18 in the SBIGS

1 Chronicles 18 in the SBIHS

1 Chronicles 18 in the SBIIS

1 Chronicles 18 in the SBIIS2

1 Chronicles 18 in the SBIIS3

1 Chronicles 18 in the SBIKS

1 Chronicles 18 in the SBIKS2

1 Chronicles 18 in the SBIMS

1 Chronicles 18 in the SBIOS

1 Chronicles 18 in the SBIPS

1 Chronicles 18 in the SBISS

1 Chronicles 18 in the SBITS

1 Chronicles 18 in the SBITS2

1 Chronicles 18 in the SBITS3

1 Chronicles 18 in the SBITS4

1 Chronicles 18 in the SBIUS

1 Chronicles 18 in the SBIVS

1 Chronicles 18 in the SBT

1 Chronicles 18 in the SBT1E

1 Chronicles 18 in the SCHL

1 Chronicles 18 in the SNT

1 Chronicles 18 in the SUSU

1 Chronicles 18 in the SUSU2

1 Chronicles 18 in the SYNO

1 Chronicles 18 in the TBIAOTANT

1 Chronicles 18 in the TBT1E

1 Chronicles 18 in the TBT1E2

1 Chronicles 18 in the TFTIP

1 Chronicles 18 in the TFTU

1 Chronicles 18 in the TGNTATF3T

1 Chronicles 18 in the THAI

1 Chronicles 18 in the TNFD

1 Chronicles 18 in the TNT

1 Chronicles 18 in the TNTIK

1 Chronicles 18 in the TNTIL

1 Chronicles 18 in the TNTIN

1 Chronicles 18 in the TNTIP

1 Chronicles 18 in the TNTIZ

1 Chronicles 18 in the TOMA

1 Chronicles 18 in the TTENT

1 Chronicles 18 in the UBG

1 Chronicles 18 in the UGV

1 Chronicles 18 in the UGV2

1 Chronicles 18 in the UGV3

1 Chronicles 18 in the VBL

1 Chronicles 18 in the VDCC

1 Chronicles 18 in the YALU

1 Chronicles 18 in the YAPE

1 Chronicles 18 in the YBVTP

1 Chronicles 18 in the ZBP