Isaiah 53 (IRVA)

1 আমি যি শুনিলো সেয়া কোনে বিশ্বাস কৰিলে? আৰু যিহোৱাৰ বাহু কাৰ বাবে প্ৰকাশিত হ’ল? 2 কাৰণ তেওঁ যিহোৱাৰ আগত গছ পুলিৰ দৰে, আৰু শুকান মাটিত অঙ্কুৰিত হোৱা কোমল গজালিৰ দৰে বাঢ়ি উঠিল;তেওঁৰ কোনো বৈশিষ্ট্যপূর্ণ চেহেৰা বা ঐশ্বর্য নাছিল, আমি যেতিয়া তেওঁক চাওঁ তেতিয়া আমাক আকর্ষণ কৰিব পৰা তেওঁৰ কোনো সৌন্দৰ্য নাছিল। 3 তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই প্রত্যাকখাণ কৰা; শোকাতুৰ আৰু যাতনা পৰিচিত ব্যক্তি।যাৰ পৰা মানুহে মুখ লুকাই ৰাখে, তেওঁ তাৰ দৰে; তেওঁক তুচ্ছ জ্ঞান কৰা হল, আৰু আমি তেওঁক বিশেষত্বহীন বুলি বিবেচনা কৰিলোঁ। 4 নিশ্চয়ে তেওঁ আমাৰ যাতনাবোৰ ললে, আমাৰ ৰোগৰ ভাৰ বলে,তথাপি আমি তেওঁক ঈশ্বৰৰ দ্বাৰাই শাস্তি পোৱা, ঈশ্বৰৰ দ্বাৰাই প্ৰহাৰিত, আৰু পীড়িত বুলি ভাবিলো। 5 কিন্তু আমাৰ বিদ্রোহী কার্যবোৰৰ বাবে তেওঁক খোচা হ’ল, আমাৰ পাপবোৰৰ বাবে গুড়ি কৰা হ’ল।আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ’ল, আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হলোঁ। 6 আমি সকলোৱে মেৰ-ছাগৰ দৰে অপথে গৈছিলোঁ; আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘুৰিছিলোঁ,আৰু যিহোৱাই আমাৰ সকলোৰে ঘোৰ অধর্মৰ ভাৰ তেওঁৰ ওপৰত দিলে। 7 তেওঁক অত্যাচাৰ কৰা হৈছিল, তথাপি তেওঁ নিজকে নম্ৰ কৰিলে, আৰু তেওঁ নিজৰ মুখ নেমেলিলে;যেনেকৈ কাটিবলৈ নিয়া মেৰ-ছাগ, আৰু যেনেকৈ নোম কাটোতাৰ আগত মেৰ-ছাগে নিজম দি থকে,সেই দৰে তেওঁ নিজৰ মুখক নেমেলিলে। 8 তেওঁক দমন নীতি আৰু বিচাৰৰ দ্বাৰাই দোষী কৰা হৈছিল; সেই প্রজন্মৰ পৰা কোনে তেওঁৰ বিষয়ে আৰু অধিক চিন্তা কৰিছিল?কিন্তু জীৱিতসকলৰ দেশৰ পৰা তেওঁক বিচ্ছেদ কৰা হৈছিল; আৰু মোৰ লোকসকলৰ দোষৰ কাৰণে তেওঁক শাস্তি দিয়া হৈছিল। 9 তেওঁলোকে অপৰাধীসকলৰ সৈতে তেওঁৰ মৈদাম স্থাপন কৰিবলৈ ইচ্ছা কৰিলে, আৰু মৃত্যুত তেওঁ ধনৱানৰ সৈতে আছিল,তথাপি তেওঁ কোনো অত্যাচাৰ কৰা নাছিল, নাইবা তেওঁৰ মুখত কোনো প্ৰতাৰণাৰ কথা নাছিল। 10 তথাপি যিহোৱাই তেওঁক আঘাতপ্রাপ্ত কৰি গুড়ি কৰিবলৈ ইচ্ছা কৰিলে; কিন্তু তোমালোকে যদি তেওঁৰ জীৱন পাপৰ বাবে উৎসর্গ কৰিব খুজিছা,তেনেহ’লে তুমি নিজৰ সন্তান সকলক দেখিবা, তেওঁৰ আয়ুস দীঘল হ’ব, আৰু যিহোৱাৰ উদ্দেশ্য তেওঁৰ যোগেদি সিদ্ধ কৰিব। 11 তেওঁৰ আত্মাই কষ্ট পোৱাৰ পাছত তেওঁ নিজৰ জ্ঞানৰ দ্বাৰাই নিজকে সন্তুষ্ট হোৱা দেখিব।মোৰ ধাৰ্মিক দাসে অনেকক নির্দোষী প্রমাণ কৰিব, তেৱেঁই তেওঁলোকৰ অপৰাধৰ ভাৰ বহন কৰিব। 12 সেইবাবে অনেক লোকসকলৰ মাজত মই তেওঁৰ অংশ দিম, আৰু তেওঁ বহুতৰ সৈতে লুটদ্ৰব্য ভাগ কৰিব;কাৰণ তেওঁ নিজৰ জীৱন মৃত্যুলৈ প্রকাশিত কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ সৈতে গনিত হ’ল।তেওঁ অনেকৰ পাপৰ ভাৰ বহন কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ কাৰণে মধ্যস্হতা কৰিলে।

In Other Versions

Isaiah 53 in the ANGEFD

Isaiah 53 in the ANTPNG2D

Isaiah 53 in the AS21

Isaiah 53 in the BAGH

Isaiah 53 in the BBPNG

Isaiah 53 in the BBT1E

Isaiah 53 in the BDS

Isaiah 53 in the BEV

Isaiah 53 in the BHAD

Isaiah 53 in the BIB

Isaiah 53 in the BLPT

Isaiah 53 in the BNT

Isaiah 53 in the BNTABOOT

Isaiah 53 in the BNTLV

Isaiah 53 in the BOATCB

Isaiah 53 in the BOATCB2

Isaiah 53 in the BOBCV

Isaiah 53 in the BOCNT

Isaiah 53 in the BOECS

Isaiah 53 in the BOGWICC

Isaiah 53 in the BOHCB

Isaiah 53 in the BOHCV

Isaiah 53 in the BOHLNT

Isaiah 53 in the BOHNTLTAL

Isaiah 53 in the BOICB

Isaiah 53 in the BOILNTAP

Isaiah 53 in the BOITCV

Isaiah 53 in the BOKCV

Isaiah 53 in the BOKCV2

Isaiah 53 in the BOKHWOG

Isaiah 53 in the BOKSSV

Isaiah 53 in the BOLCB

Isaiah 53 in the BOLCB2

Isaiah 53 in the BOMCV

Isaiah 53 in the BONAV

Isaiah 53 in the BONCB

Isaiah 53 in the BONLT

Isaiah 53 in the BONUT2

Isaiah 53 in the BOPLNT

Isaiah 53 in the BOSCB

Isaiah 53 in the BOSNC

Isaiah 53 in the BOTLNT

Isaiah 53 in the BOVCB

Isaiah 53 in the BOYCB

Isaiah 53 in the BPBB

Isaiah 53 in the BPH

Isaiah 53 in the BSB

Isaiah 53 in the CCB

Isaiah 53 in the CUV

Isaiah 53 in the CUVS

Isaiah 53 in the DBT

Isaiah 53 in the DGDNT

Isaiah 53 in the DHNT

Isaiah 53 in the DNT

Isaiah 53 in the ELBE

Isaiah 53 in the EMTV

Isaiah 53 in the ESV

Isaiah 53 in the FBV

Isaiah 53 in the FEB

Isaiah 53 in the GGMNT

Isaiah 53 in the GNT

Isaiah 53 in the HARY

Isaiah 53 in the HNT

Isaiah 53 in the IRVB

Isaiah 53 in the IRVG

Isaiah 53 in the IRVH

Isaiah 53 in the IRVK

Isaiah 53 in the IRVM

Isaiah 53 in the IRVM2

Isaiah 53 in the IRVO

Isaiah 53 in the IRVP

Isaiah 53 in the IRVT

Isaiah 53 in the IRVT2

Isaiah 53 in the IRVU

Isaiah 53 in the ISVN

Isaiah 53 in the JSNT

Isaiah 53 in the KAPI

Isaiah 53 in the KBT1ETNIK

Isaiah 53 in the KBV

Isaiah 53 in the KJV

Isaiah 53 in the KNFD

Isaiah 53 in the LBA

Isaiah 53 in the LBLA

Isaiah 53 in the LNT

Isaiah 53 in the LSV

Isaiah 53 in the MAAL

Isaiah 53 in the MBV

Isaiah 53 in the MBV2

Isaiah 53 in the MHNT

Isaiah 53 in the MKNFD

Isaiah 53 in the MNG

Isaiah 53 in the MNT

Isaiah 53 in the MNT2

Isaiah 53 in the MRS1T

Isaiah 53 in the NAA

Isaiah 53 in the NASB

Isaiah 53 in the NBLA

Isaiah 53 in the NBS

Isaiah 53 in the NBVTP

Isaiah 53 in the NET2

Isaiah 53 in the NIV11

Isaiah 53 in the NNT

Isaiah 53 in the NNT2

Isaiah 53 in the NNT3

Isaiah 53 in the PDDPT

Isaiah 53 in the PFNT

Isaiah 53 in the RMNT

Isaiah 53 in the SBIAS

Isaiah 53 in the SBIBS

Isaiah 53 in the SBIBS2

Isaiah 53 in the SBICS

Isaiah 53 in the SBIDS

Isaiah 53 in the SBIGS

Isaiah 53 in the SBIHS

Isaiah 53 in the SBIIS

Isaiah 53 in the SBIIS2

Isaiah 53 in the SBIIS3

Isaiah 53 in the SBIKS

Isaiah 53 in the SBIKS2

Isaiah 53 in the SBIMS

Isaiah 53 in the SBIOS

Isaiah 53 in the SBIPS

Isaiah 53 in the SBISS

Isaiah 53 in the SBITS

Isaiah 53 in the SBITS2

Isaiah 53 in the SBITS3

Isaiah 53 in the SBITS4

Isaiah 53 in the SBIUS

Isaiah 53 in the SBIVS

Isaiah 53 in the SBT

Isaiah 53 in the SBT1E

Isaiah 53 in the SCHL

Isaiah 53 in the SNT

Isaiah 53 in the SUSU

Isaiah 53 in the SUSU2

Isaiah 53 in the SYNO

Isaiah 53 in the TBIAOTANT

Isaiah 53 in the TBT1E

Isaiah 53 in the TBT1E2

Isaiah 53 in the TFTIP

Isaiah 53 in the TFTU

Isaiah 53 in the TGNTATF3T

Isaiah 53 in the THAI

Isaiah 53 in the TNFD

Isaiah 53 in the TNT

Isaiah 53 in the TNTIK

Isaiah 53 in the TNTIL

Isaiah 53 in the TNTIN

Isaiah 53 in the TNTIP

Isaiah 53 in the TNTIZ

Isaiah 53 in the TOMA

Isaiah 53 in the TTENT

Isaiah 53 in the UBG

Isaiah 53 in the UGV

Isaiah 53 in the UGV2

Isaiah 53 in the UGV3

Isaiah 53 in the VBL

Isaiah 53 in the VDCC

Isaiah 53 in the YALU

Isaiah 53 in the YAPE

Isaiah 53 in the YBVTP

Isaiah 53 in the ZBP