Micah 1 (IRVA)

1 যিহূদাৰ ৰজা যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত চমৰিয়া আৰু যিৰূচালেমৰ বিষয়ে দৰ্শনত পোৱা, মোৰেষ্টিয়া মীখালৈ অহা যিহোৱাৰ বাক্য। 2 হে লোকসকল, সকলোৱে শুনক।হে পৃথিৱী আৰু তাত থকা সকলোৱে শুনক।প্ৰভু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰৰ পৰাআপোনালোকৰ বিৰুদ্ধে সাক্ষী হওক; 3 চাওক, যিহোৱা নিজৰ স্থানৰ পৰা ওলাই আহিছে;তেওঁ নামি আহিব আৰুপৃথিবীত থকা মুৰ্ত্তি পূজা কৰা মন্দিৰবোৰ ধ্বংস কৰিব। 4 জুইৰ তাপত মম গলাৰ দৰে পৰ্ব্বতবোৰ তেওঁৰ আগত পমি যাব,এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ আহে তেনেকৈ তেওঁৰ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব। 5 যাকোবৰ বিদ্ৰোহ,আৰু ইস্ৰায়েল-বংশৰ পাপৰ কাৰণেই এই সকলো হ’ব;যাকোবৰ বিদ্রোহৰ কাৰণ কি আছিল?চমৰিয়া নহয়নে নে? যিহূদাৰ মন্দিৰবোৰৰ কাৰণ কি? যিৰূচালেম নহয় নে? 6 মই পথাৰত চমৰিয়াক দ্ৰাক্ষাবাৰীত গছ ৰোৱা ঠাইৰ দৰে,ধ্বংস স্তূপ কৰিম।মই তেওঁৰ গৃহৰ শিলবোৰ উপত্যকালৈ বগৰাই পেলাম,মই তেওঁৰ ভিত্তিমূল অনাবৃত কৰিম। 7 তেওঁৰ সকলো কটা-মূৰ্ত্তিবোৰ ভাঙি ডোখৰ ডোখৰ কৰা হ’ব,আৰু তেওঁৰ সকলো উপহাৰ জুইৰে পোৰা যাব।তেওঁৰ সকলো প্ৰতিমাবোৰ মই উচ্ছন্ন কৰিম;কাৰণ তেওঁ বেশ্যাবৃত্তিৰ পৰা সেই সকলো উপহাৰৰ গোটাইছিল,আৰু বেশ্যাই পৰিশোধ কৰাৰ দৰে, তেওঁলোকে ঘূৰাই দিব।” 8 এই কাৰণে মই বিলাপ আৰু ক্রন্দন কৰি চিঞৰিম;মই খালি ভৰি আৰু বিবস্ত্র হৈ যাম;মই শিয়ালৰ দৰে চিঞৰিম,আৰু ফেঁচাৰ দৰে শোক প্রকাশ কৰিম। 9 তেওঁৰ ঘাঁবোৰ সুস্থ হ’ব নোৱাৰাৰ কাৰণে;সেইবোৰ যিহূদালৈকে আহিল।সেই ঘাঁবোৰ যিৰূচালেমলৈ মোৰ লোকসকলৰ দুৱাৰলৈ আহি পালে। 10 গাত নগৰত এই বিষয়ে নকবা,আৰু একেবাৰে নাকান্দিবা,বৈৎলি-অফ্ৰাত মই নিজকে ধূলিত বাগৰাম। 11 বিবস্ত্ৰ আৰু লজ্জিত হৈচাফীৰৰ নিবাসী সকলৰ মাজেৰে যোৱা।চাননৰ নিবাসী সকল বাহিৰলৈ ওলাই নাহিল।তেওঁলোকৰ ৰক্ষণাবেক্ষণ বঞ্চিত কৰাৰ বাবেবৈৎ-এচেলে বিলাপ কৰিলে। 12 কাৰণ মাৰোৎ নিবাসী সকলে শুভ সম্বাদৰ বাবে আগ্রহেৰে অপেক্ষা কৰি আছিল,কিন্তু যিৰূচালেমৰ দুৱাৰলৈ,যিহোৱাৰ পৰা দুৰ্যোগ নামি আহিল। 13 লাখীচ নিবাসী সকলৰ ঘোঁৰাৰ দলত ৰথ লগোৱা;চিয়োন জীয়াৰী বাবে লাখীচেই পাপৰ আৰম্ভণ;কিয়নো ইস্ৰায়েলৰ অধৰ্ম কাৰ্যবোৰ তোমাৰ মাজত পোৱা গল। 14 সেয়ে আপুনি মোৰেচৎ-গতক বিদায় উপহাৰ দিব;ইস্ৰায়েলৰ ৰজাসকলক অকজীবৰ নগৰে নিৰাশ কৰিব। 15 মাৰেচা-নিবাসী সকলক মই আপোনাৰ ওচৰলৈ আনিম,তাৰে এজনে আপোনাৰ অধিকাৰ ল’ব;ইস্ৰায়েলৰ মূখ্য লোকসকল অদুল্লমৰ গুহালৈকে যাব। 16 চুলি কাটক,আৰু মূৰ খুৰাওক।যি সন্তান সকলৰ কাৰণে আপুনি আনন্দ কৰে;ঈগল চৰাইৰ দৰে নিজকে টপা কৰক;কাৰণ আপোনাৰ সন্তান সকল আপোনাৰ পৰা বহিষ্কৃত হ’ব।

In Other Versions

Micah 1 in the ANGEFD

Micah 1 in the ANTPNG2D

Micah 1 in the AS21

Micah 1 in the BAGH

Micah 1 in the BBPNG

Micah 1 in the BBT1E

Micah 1 in the BDS

Micah 1 in the BEV

Micah 1 in the BHAD

Micah 1 in the BIB

Micah 1 in the BLPT

Micah 1 in the BNT

Micah 1 in the BNTABOOT

Micah 1 in the BNTLV

Micah 1 in the BOATCB

Micah 1 in the BOATCB2

Micah 1 in the BOBCV

Micah 1 in the BOCNT

Micah 1 in the BOECS

Micah 1 in the BOGWICC

Micah 1 in the BOHCB

Micah 1 in the BOHCV

Micah 1 in the BOHLNT

Micah 1 in the BOHNTLTAL

Micah 1 in the BOICB

Micah 1 in the BOILNTAP

Micah 1 in the BOITCV

Micah 1 in the BOKCV

Micah 1 in the BOKCV2

Micah 1 in the BOKHWOG

Micah 1 in the BOKSSV

Micah 1 in the BOLCB

Micah 1 in the BOLCB2

Micah 1 in the BOMCV

Micah 1 in the BONAV

Micah 1 in the BONCB

Micah 1 in the BONLT

Micah 1 in the BONUT2

Micah 1 in the BOPLNT

Micah 1 in the BOSCB

Micah 1 in the BOSNC

Micah 1 in the BOTLNT

Micah 1 in the BOVCB

Micah 1 in the BOYCB

Micah 1 in the BPBB

Micah 1 in the BPH

Micah 1 in the BSB

Micah 1 in the CCB

Micah 1 in the CUV

Micah 1 in the CUVS

Micah 1 in the DBT

Micah 1 in the DGDNT

Micah 1 in the DHNT

Micah 1 in the DNT

Micah 1 in the ELBE

Micah 1 in the EMTV

Micah 1 in the ESV

Micah 1 in the FBV

Micah 1 in the FEB

Micah 1 in the GGMNT

Micah 1 in the GNT

Micah 1 in the HARY

Micah 1 in the HNT

Micah 1 in the IRVB

Micah 1 in the IRVG

Micah 1 in the IRVH

Micah 1 in the IRVK

Micah 1 in the IRVM

Micah 1 in the IRVM2

Micah 1 in the IRVO

Micah 1 in the IRVP

Micah 1 in the IRVT

Micah 1 in the IRVT2

Micah 1 in the IRVU

Micah 1 in the ISVN

Micah 1 in the JSNT

Micah 1 in the KAPI

Micah 1 in the KBT1ETNIK

Micah 1 in the KBV

Micah 1 in the KJV

Micah 1 in the KNFD

Micah 1 in the LBA

Micah 1 in the LBLA

Micah 1 in the LNT

Micah 1 in the LSV

Micah 1 in the MAAL

Micah 1 in the MBV

Micah 1 in the MBV2

Micah 1 in the MHNT

Micah 1 in the MKNFD

Micah 1 in the MNG

Micah 1 in the MNT

Micah 1 in the MNT2

Micah 1 in the MRS1T

Micah 1 in the NAA

Micah 1 in the NASB

Micah 1 in the NBLA

Micah 1 in the NBS

Micah 1 in the NBVTP

Micah 1 in the NET2

Micah 1 in the NIV11

Micah 1 in the NNT

Micah 1 in the NNT2

Micah 1 in the NNT3

Micah 1 in the PDDPT

Micah 1 in the PFNT

Micah 1 in the RMNT

Micah 1 in the SBIAS

Micah 1 in the SBIBS

Micah 1 in the SBIBS2

Micah 1 in the SBICS

Micah 1 in the SBIDS

Micah 1 in the SBIGS

Micah 1 in the SBIHS

Micah 1 in the SBIIS

Micah 1 in the SBIIS2

Micah 1 in the SBIIS3

Micah 1 in the SBIKS

Micah 1 in the SBIKS2

Micah 1 in the SBIMS

Micah 1 in the SBIOS

Micah 1 in the SBIPS

Micah 1 in the SBISS

Micah 1 in the SBITS

Micah 1 in the SBITS2

Micah 1 in the SBITS3

Micah 1 in the SBITS4

Micah 1 in the SBIUS

Micah 1 in the SBIVS

Micah 1 in the SBT

Micah 1 in the SBT1E

Micah 1 in the SCHL

Micah 1 in the SNT

Micah 1 in the SUSU

Micah 1 in the SUSU2

Micah 1 in the SYNO

Micah 1 in the TBIAOTANT

Micah 1 in the TBT1E

Micah 1 in the TBT1E2

Micah 1 in the TFTIP

Micah 1 in the TFTU

Micah 1 in the TGNTATF3T

Micah 1 in the THAI

Micah 1 in the TNFD

Micah 1 in the TNT

Micah 1 in the TNTIK

Micah 1 in the TNTIL

Micah 1 in the TNTIN

Micah 1 in the TNTIP

Micah 1 in the TNTIZ

Micah 1 in the TOMA

Micah 1 in the TTENT

Micah 1 in the UBG

Micah 1 in the UGV

Micah 1 in the UGV2

Micah 1 in the UGV3

Micah 1 in the VBL

Micah 1 in the VDCC

Micah 1 in the YALU

Micah 1 in the YAPE

Micah 1 in the YBVTP

Micah 1 in the ZBP