Deuteronomy 27 (IRVA)

1 মোচিয়ে ইস্ৰায়েলৰ বৃদ্ধ নেতাসকলক লগত লৈ লোকসকলক এই আজ্ঞা দিলে, “যি সকলো আজ্ঞা মই আজি আপোনালোকক দিছো, তাক আপোনালোকে পালন কৰিব। 2 আপোনালোকে যি দিনা যৰ্দ্দন নদী পাৰ হৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশলৈ যাব, তেতিয়া কেইটামান ডাঙৰ ডাঙৰ শিল স্থাপন কৰি ল’ব আৰু চূণেৰে সেইবোৰ লিপি দিব। 3 সেইবোৰৰ ওপৰত এই বিধিৰ সকলো কথা লিখিব। আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ওচৰত কৰা তেওঁৰ প্ৰতিজ্ঞাৰ দৰেই গাখীৰ আৰু মৌ বোৱা যি দেশ আপোনালোকক দিব, আপোনালোক তাত যোৱাৰ পাছত, 4 অর্থাৎ যৰ্দ্দন নদী পাৰ হৈ যোৱাৰ পাছত মই আজি আপোনালোকক যি আজ্ঞা কৰিছোঁ, আপোনালোকে সেই সকলো শিল এবাল পাহাৰৰ ওপৰত স্থাপন কৰি তাক চূণেৰে লিপি দিব। 5 আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে আপোনালোকে সেই ঠাইত এটা শিলৰ যজ্ঞবেদী নির্ম্মাণ কৰিব। সেই শিলবোৰৰ ওপৰত আপোনালোকে কোনো লোহাৰ সজুলি ব্যৱহাৰ নকৰিব। 6 আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ এই যজ্ঞবেদীটো আপোনালোকে নকটা-শিলেৰে নিৰ্ম্মাণ কৰি তাৰ ওপৰত ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিব। 7 আপোনালোকে মঙ্গলাৰ্থক বলি উৎসর্গ কৰি তাত ভোজন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আনন্দ কৰিব। 8 সেই শিলবোৰৰ ওপৰত এই নিয়মৰ সকলো কথা অতি স্পষ্টকৈ লিখিব।” 9 পাছত মোচি আৰু লেবীয়া পুৰোহিতসকলে সকলো ইস্ৰায়েলীয়াক ক’লে, “হে ইস্ৰায়েলীয়াসকল, আপোনালোকে মনে মনে থাকি শুনক; আজি আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ প্ৰজা হ’ল। 10 আপোনালোকে সেয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাধ্য হৈ চলিব। আজি মই আপোনালোকক আদেশ কৰা তেওঁৰ আজ্ঞা আৰু বিধিবোৰ আপোনালোকে পালন কৰি চলিব।” 11 সেইদিনা মোচিয়ে লোকসকলক এই আজ্ঞা কৰিলে, 12 “আপোনালোকে যৰ্দ্দন নদী পাৰ হোৱাৰ পাছত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, যোচেফ, আৰু বিন্যামীন এই ফৈদৰ লোকসকল গৰিজ্জীম পৰ্ব্বতত উঠি থিয় হ’ব; 13 ৰূবেণ, গাদ, আচেৰ, জবূলূন, দান আৰু নপ্তালী, ফৈদৰ লোকসকলে শাও দিবলৈ এবাল পৰ্ব্বতত থিয় হ’ব।” 14 লেবীয়াসকলে তেতিয়া ইস্ৰায়েলীয়া সকলো লোকক বৰ মাতেৰে ক’ব: 15 ‘যি লোকে সাঁচত ঢালি নাইবা খোদাই কৰি কোনো মূর্তি নির্মাণ কৰে আৰু গুপুতে তাক স্থাপন কৰে, সেই লোক অভিশপ্ত হওঁক। এই কার্য কাৰিকৰৰ হাতৰ শিল্পকলা মাত্র। এইবোৰ মূর্তি যিহোৱাৰ ঘিণলগীয়া।’ তেতিয়া সকলোৱে ক’ব ‘আমেন।’ 16 যি কোনোৱে নিজ পিতৃ-মাতৃক অমান্য কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে কব ‘আমেন।’ 17 যিকোনোৱে ওচৰ-চুবুৰীয়াৰ মাটিৰ সীমাৰ চিন লৰাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে সেয়ে হওক বুলি ক’ব। 18 যি কোনোৱে অন্ধক ভুল পথে লৈ যায়, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ 19 যি কোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্রতি অন্যায় বিচাৰ হ’বলৈ দিয়ে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ 20 যি কোনোৱে বাপেকৰ ভার্যাৰে সৈতে ব্যভিচাৰ কৰে, তেওঁ বাপেকৰ অধিকাৰ লোৱাৰ কাৰণে অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ 21 যি কোনোৱে পশুৰ সৈতে সহবাস কৰে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ 22 যি কোনোৱে নিজ ভনীয়েক কি বায়েকৰে সৈতে, অৰ্থাৎ নিজ বাপেক-মাকৰ জীয়েকৰ লগত শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ 23 যি কোনোৱে শাহুৱেকেৰে সৈতে শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ 24 যি কোনোৱে চুবুৰীয়াক গুপুতে বধ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ 25 যি কোনোৱে নিৰ্দ্দোষীক বধ কৰিবলৈ ভেঁটি খাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ 26 যি কোনোৱে এই নিয়মৰ কথাবোৰ পালন কৰিবলৈ অস্বীকাৰ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’

In Other Versions

Deuteronomy 27 in the ANGEFD

Deuteronomy 27 in the ANTPNG2D

Deuteronomy 27 in the AS21

Deuteronomy 27 in the BAGH

Deuteronomy 27 in the BBPNG

Deuteronomy 27 in the BBT1E

Deuteronomy 27 in the BDS

Deuteronomy 27 in the BEV

Deuteronomy 27 in the BHAD

Deuteronomy 27 in the BIB

Deuteronomy 27 in the BLPT

Deuteronomy 27 in the BNT

Deuteronomy 27 in the BNTABOOT

Deuteronomy 27 in the BNTLV

Deuteronomy 27 in the BOATCB

Deuteronomy 27 in the BOATCB2

Deuteronomy 27 in the BOBCV

Deuteronomy 27 in the BOCNT

Deuteronomy 27 in the BOECS

Deuteronomy 27 in the BOGWICC

Deuteronomy 27 in the BOHCB

Deuteronomy 27 in the BOHCV

Deuteronomy 27 in the BOHLNT

Deuteronomy 27 in the BOHNTLTAL

Deuteronomy 27 in the BOICB

Deuteronomy 27 in the BOILNTAP

Deuteronomy 27 in the BOITCV

Deuteronomy 27 in the BOKCV

Deuteronomy 27 in the BOKCV2

Deuteronomy 27 in the BOKHWOG

Deuteronomy 27 in the BOKSSV

Deuteronomy 27 in the BOLCB

Deuteronomy 27 in the BOLCB2

Deuteronomy 27 in the BOMCV

Deuteronomy 27 in the BONAV

Deuteronomy 27 in the BONCB

Deuteronomy 27 in the BONLT

Deuteronomy 27 in the BONUT2

Deuteronomy 27 in the BOPLNT

Deuteronomy 27 in the BOSCB

Deuteronomy 27 in the BOSNC

Deuteronomy 27 in the BOTLNT

Deuteronomy 27 in the BOVCB

Deuteronomy 27 in the BOYCB

Deuteronomy 27 in the BPBB

Deuteronomy 27 in the BPH

Deuteronomy 27 in the BSB

Deuteronomy 27 in the CCB

Deuteronomy 27 in the CUV

Deuteronomy 27 in the CUVS

Deuteronomy 27 in the DBT

Deuteronomy 27 in the DGDNT

Deuteronomy 27 in the DHNT

Deuteronomy 27 in the DNT

Deuteronomy 27 in the ELBE

Deuteronomy 27 in the EMTV

Deuteronomy 27 in the ESV

Deuteronomy 27 in the FBV

Deuteronomy 27 in the FEB

Deuteronomy 27 in the GGMNT

Deuteronomy 27 in the GNT

Deuteronomy 27 in the HARY

Deuteronomy 27 in the HNT

Deuteronomy 27 in the IRVB

Deuteronomy 27 in the IRVG

Deuteronomy 27 in the IRVH

Deuteronomy 27 in the IRVK

Deuteronomy 27 in the IRVM

Deuteronomy 27 in the IRVM2

Deuteronomy 27 in the IRVO

Deuteronomy 27 in the IRVP

Deuteronomy 27 in the IRVT

Deuteronomy 27 in the IRVT2

Deuteronomy 27 in the IRVU

Deuteronomy 27 in the ISVN

Deuteronomy 27 in the JSNT

Deuteronomy 27 in the KAPI

Deuteronomy 27 in the KBT1ETNIK

Deuteronomy 27 in the KBV

Deuteronomy 27 in the KJV

Deuteronomy 27 in the KNFD

Deuteronomy 27 in the LBA

Deuteronomy 27 in the LBLA

Deuteronomy 27 in the LNT

Deuteronomy 27 in the LSV

Deuteronomy 27 in the MAAL

Deuteronomy 27 in the MBV

Deuteronomy 27 in the MBV2

Deuteronomy 27 in the MHNT

Deuteronomy 27 in the MKNFD

Deuteronomy 27 in the MNG

Deuteronomy 27 in the MNT

Deuteronomy 27 in the MNT2

Deuteronomy 27 in the MRS1T

Deuteronomy 27 in the NAA

Deuteronomy 27 in the NASB

Deuteronomy 27 in the NBLA

Deuteronomy 27 in the NBS

Deuteronomy 27 in the NBVTP

Deuteronomy 27 in the NET2

Deuteronomy 27 in the NIV11

Deuteronomy 27 in the NNT

Deuteronomy 27 in the NNT2

Deuteronomy 27 in the NNT3

Deuteronomy 27 in the PDDPT

Deuteronomy 27 in the PFNT

Deuteronomy 27 in the RMNT

Deuteronomy 27 in the SBIAS

Deuteronomy 27 in the SBIBS

Deuteronomy 27 in the SBIBS2

Deuteronomy 27 in the SBICS

Deuteronomy 27 in the SBIDS

Deuteronomy 27 in the SBIGS

Deuteronomy 27 in the SBIHS

Deuteronomy 27 in the SBIIS

Deuteronomy 27 in the SBIIS2

Deuteronomy 27 in the SBIIS3

Deuteronomy 27 in the SBIKS

Deuteronomy 27 in the SBIKS2

Deuteronomy 27 in the SBIMS

Deuteronomy 27 in the SBIOS

Deuteronomy 27 in the SBIPS

Deuteronomy 27 in the SBISS

Deuteronomy 27 in the SBITS

Deuteronomy 27 in the SBITS2

Deuteronomy 27 in the SBITS3

Deuteronomy 27 in the SBITS4

Deuteronomy 27 in the SBIUS

Deuteronomy 27 in the SBIVS

Deuteronomy 27 in the SBT

Deuteronomy 27 in the SBT1E

Deuteronomy 27 in the SCHL

Deuteronomy 27 in the SNT

Deuteronomy 27 in the SUSU

Deuteronomy 27 in the SUSU2

Deuteronomy 27 in the SYNO

Deuteronomy 27 in the TBIAOTANT

Deuteronomy 27 in the TBT1E

Deuteronomy 27 in the TBT1E2

Deuteronomy 27 in the TFTIP

Deuteronomy 27 in the TFTU

Deuteronomy 27 in the TGNTATF3T

Deuteronomy 27 in the THAI

Deuteronomy 27 in the TNFD

Deuteronomy 27 in the TNT

Deuteronomy 27 in the TNTIK

Deuteronomy 27 in the TNTIL

Deuteronomy 27 in the TNTIN

Deuteronomy 27 in the TNTIP

Deuteronomy 27 in the TNTIZ

Deuteronomy 27 in the TOMA

Deuteronomy 27 in the TTENT

Deuteronomy 27 in the UBG

Deuteronomy 27 in the UGV

Deuteronomy 27 in the UGV2

Deuteronomy 27 in the UGV3

Deuteronomy 27 in the VBL

Deuteronomy 27 in the VDCC

Deuteronomy 27 in the YALU

Deuteronomy 27 in the YAPE

Deuteronomy 27 in the YBVTP

Deuteronomy 27 in the ZBP