Hebrews 8 (IRVA)

1 এতিয়া আমি যি বিষয়ে কবলৈ লৈছোঁ, তাৰ সাৰ কথা হৈছে, আমাৰ এজন মহা-পুৰোহিত আছে যি জন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল ৷ 2 তেওঁ মহা-পবিত্ৰ স্থানত প্ৰকৃত উপাসনা তম্বুৰ পৰিচর্যাকাৰী হৈছে৷ সেই তম্বু কোনো মৰ্ত্ত্যৰ দ্বাৰা স্থাপন কৰা নহয়, কিন্তু প্ৰভুৰ দ্বাৰা স্থাপিত হৈছে৷ 3 প্ৰত্যেক মহা-পুৰোহিতক বলি আৰু উপহাৰ উৎসৰ্গ কৰিবলৈ নিযুক্ত কৰা হয়৷ এতেকে এই মহা-পুৰোহিত সকলেও কিবা বস্তু উৎসৰ্গ কৰিব লাগে। 4 কিন্তু খ্ৰীষ্ট যদি পৃথিৱীত থাকিলহেঁতেন তেওঁ এজন পুৰোহিত হব নোৱাৰিলেহেঁতেন; কিয়নো আগৰ বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰিবলৈ মানুহ আছে; 5 পুৰোহিত সকলৰ এই কাম স্বৰ্গীয় কামৰ এক নমুনা আৰু ছাঁয়া মাথোন৷ কিয়নো মোচিয়ে যেতিয়া সেই উপাসনা তম্বুটো নিৰ্ম্মাণ কৰিবলৈ লৈছিল, তেতিয়া তেওঁক ঈশ্বৰে এই বুলি সতৰ্ক কৰি দিছিল, “চাবা, পাহাৰৰ ওপৰত তোমাক যি নমুনা দেখুওৱা হ’ল, ঠিক সেইদৰে নিৰ্ম্মাণ কৰিবা।” 6 কিন্তু এতিয়া, খ্ৰীষ্টক যি কার্যত নিয়োগ কৰা হৈছে, সেয়া সেই মহা-পুৰোহিত সকলতকৈয়ো অধিক গুণে উত্তম৷ কাৰণ তেওঁ এক উত্তম বিধানৰ মধ্যস্থ হৈছে, যি বিধান আগতকৈ অধিক গুণে শ্ৰেষ্ঠ৷ এই বিধান, শ্ৰেষ্ঠ বিষয়ৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত স্থাপিত হৈছে৷ 7 কিয়নো, সেই প্ৰথম বিধান নিৰ্দোষী হোৱা হ’লে, দ্বিতীয়টোৰ কোনো প্ৰয়োজন নহ’লহেঁতেন। 8 কিন্তু ঈশ্বৰে লোক সকলৰ মাজত দোষ-ক্ৰুটি দেখাত কলে,“‘প্ৰভুৱে কৈছে, চোৱা! সময় আহিছে, মই ইস্ৰায়েলৰ আৰু যিহূদাৰ লোক সকলৰ সৈতে এটা নতুন নিয়ম সম্পন্ন কৰিম, 9 যি সময়ত মই মিচৰ দেশৰ পৰা তেওঁলোকৰ ওপৰ-পুৰুষ সকলক হাতত ধৰি উলিয়াই আনিছিলো, সেই সময়ত তেওঁলোকৰ কাৰণে যি বিধান দিছিলোঁ, এই নতুন বিধান, সেই বিধান অনুসাৰে নহব৷তেওঁলোকে মোৰ সেই বিধানত নচলিল বাবে মই আৰু তেওঁলোকলৈ মনোযোগ নিদিলোঁ৷’ প্ৰভুৱে এই কথা কৈছে৷ 10 প্ৰভুৱে পুনৰ কৈছে, ‘সেই সময়ৰ পাছত, ইস্ৰায়েল-বংশৰ কাৰণে মই এই নিয়ম স্থাপন কৰিম;’‘তেওঁলোকৰ চিত্তত মোৰ বিধান দিম, আৰুতেওঁলোকৰ হৃদয়ত তাক লিখিম;মই তেওঁলোকৰ ঈশ্বৰ হমআৰু তেওঁলোক মোৰ লোক হ’ব।’ 11 “প্ৰভুক জানা” এই বুলি নিজৰ প্ৰতিবেশীক আৰু নিজ নিজ ভায়েকক কোনো লোকে পুনৰ শিক্ষা নিদিব৷কাৰণ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব৷ 12 মই তেওঁলোকৰ প্ৰতি দয়া দেখুৱাই, অধাৰ্মিকতাৰ কাৰ্যবোৰ ক্ষমা কৰিম;তেওঁলোকৰ সকলো পাপ মই পুনৰ সোঁৱৰণ নকৰিম৷” 13 ঈশ্বৰে এই নিয়মক “নতুন” বুলি কৈ প্ৰথমটোক পুৰণি কৰিলে। কিন্তু যিটো পুৰণি, সেয়া জীৰ্ণপ্ৰায় বুলি ঘোষণা কৰিলে আৰু ই শীঘ্ৰেই অদৃশ্য হৈ যাব৷

In Other Versions

Hebrews 8 in the ANGEFD

Hebrews 8 in the ANTPNG2D

Hebrews 8 in the AS21

Hebrews 8 in the BAGH

Hebrews 8 in the BBPNG

Hebrews 8 in the BBT1E

Hebrews 8 in the BDS

Hebrews 8 in the BEV

Hebrews 8 in the BHAD

Hebrews 8 in the BIB

Hebrews 8 in the BLPT

Hebrews 8 in the BNT

Hebrews 8 in the BNTABOOT

Hebrews 8 in the BNTLV

Hebrews 8 in the BOATCB

Hebrews 8 in the BOATCB2

Hebrews 8 in the BOBCV

Hebrews 8 in the BOCNT

Hebrews 8 in the BOECS

Hebrews 8 in the BOGWICC

Hebrews 8 in the BOHCB

Hebrews 8 in the BOHCV

Hebrews 8 in the BOHLNT

Hebrews 8 in the BOHNTLTAL

Hebrews 8 in the BOICB

Hebrews 8 in the BOILNTAP

Hebrews 8 in the BOITCV

Hebrews 8 in the BOKCV

Hebrews 8 in the BOKCV2

Hebrews 8 in the BOKHWOG

Hebrews 8 in the BOKSSV

Hebrews 8 in the BOLCB

Hebrews 8 in the BOLCB2

Hebrews 8 in the BOMCV

Hebrews 8 in the BONAV

Hebrews 8 in the BONCB

Hebrews 8 in the BONLT

Hebrews 8 in the BONUT2

Hebrews 8 in the BOPLNT

Hebrews 8 in the BOSCB

Hebrews 8 in the BOSNC

Hebrews 8 in the BOTLNT

Hebrews 8 in the BOVCB

Hebrews 8 in the BOYCB

Hebrews 8 in the BPBB

Hebrews 8 in the BPH

Hebrews 8 in the BSB

Hebrews 8 in the CCB

Hebrews 8 in the CUV

Hebrews 8 in the CUVS

Hebrews 8 in the DBT

Hebrews 8 in the DGDNT

Hebrews 8 in the DHNT

Hebrews 8 in the DNT

Hebrews 8 in the ELBE

Hebrews 8 in the EMTV

Hebrews 8 in the ESV

Hebrews 8 in the FBV

Hebrews 8 in the FEB

Hebrews 8 in the GGMNT

Hebrews 8 in the GNT

Hebrews 8 in the HARY

Hebrews 8 in the HNT

Hebrews 8 in the IRVB

Hebrews 8 in the IRVG

Hebrews 8 in the IRVH

Hebrews 8 in the IRVK

Hebrews 8 in the IRVM

Hebrews 8 in the IRVM2

Hebrews 8 in the IRVO

Hebrews 8 in the IRVP

Hebrews 8 in the IRVT

Hebrews 8 in the IRVT2

Hebrews 8 in the IRVU

Hebrews 8 in the ISVN

Hebrews 8 in the JSNT

Hebrews 8 in the KAPI

Hebrews 8 in the KBT1ETNIK

Hebrews 8 in the KBV

Hebrews 8 in the KJV

Hebrews 8 in the KNFD

Hebrews 8 in the LBA

Hebrews 8 in the LBLA

Hebrews 8 in the LNT

Hebrews 8 in the LSV

Hebrews 8 in the MAAL

Hebrews 8 in the MBV

Hebrews 8 in the MBV2

Hebrews 8 in the MHNT

Hebrews 8 in the MKNFD

Hebrews 8 in the MNG

Hebrews 8 in the MNT

Hebrews 8 in the MNT2

Hebrews 8 in the MRS1T

Hebrews 8 in the NAA

Hebrews 8 in the NASB

Hebrews 8 in the NBLA

Hebrews 8 in the NBS

Hebrews 8 in the NBVTP

Hebrews 8 in the NET2

Hebrews 8 in the NIV11

Hebrews 8 in the NNT

Hebrews 8 in the NNT2

Hebrews 8 in the NNT3

Hebrews 8 in the PDDPT

Hebrews 8 in the PFNT

Hebrews 8 in the RMNT

Hebrews 8 in the SBIAS

Hebrews 8 in the SBIBS

Hebrews 8 in the SBIBS2

Hebrews 8 in the SBICS

Hebrews 8 in the SBIDS

Hebrews 8 in the SBIGS

Hebrews 8 in the SBIHS

Hebrews 8 in the SBIIS

Hebrews 8 in the SBIIS2

Hebrews 8 in the SBIIS3

Hebrews 8 in the SBIKS

Hebrews 8 in the SBIKS2

Hebrews 8 in the SBIMS

Hebrews 8 in the SBIOS

Hebrews 8 in the SBIPS

Hebrews 8 in the SBISS

Hebrews 8 in the SBITS

Hebrews 8 in the SBITS2

Hebrews 8 in the SBITS3

Hebrews 8 in the SBITS4

Hebrews 8 in the SBIUS

Hebrews 8 in the SBIVS

Hebrews 8 in the SBT

Hebrews 8 in the SBT1E

Hebrews 8 in the SCHL

Hebrews 8 in the SNT

Hebrews 8 in the SUSU

Hebrews 8 in the SUSU2

Hebrews 8 in the SYNO

Hebrews 8 in the TBIAOTANT

Hebrews 8 in the TBT1E

Hebrews 8 in the TBT1E2

Hebrews 8 in the TFTIP

Hebrews 8 in the TFTU

Hebrews 8 in the TGNTATF3T

Hebrews 8 in the THAI

Hebrews 8 in the TNFD

Hebrews 8 in the TNT

Hebrews 8 in the TNTIK

Hebrews 8 in the TNTIL

Hebrews 8 in the TNTIN

Hebrews 8 in the TNTIP

Hebrews 8 in the TNTIZ

Hebrews 8 in the TOMA

Hebrews 8 in the TTENT

Hebrews 8 in the UBG

Hebrews 8 in the UGV

Hebrews 8 in the UGV2

Hebrews 8 in the UGV3

Hebrews 8 in the VBL

Hebrews 8 in the VDCC

Hebrews 8 in the YALU

Hebrews 8 in the YAPE

Hebrews 8 in the YBVTP

Hebrews 8 in the ZBP