Jeremiah 15 (IRVA)

1 তেতিয়া যিহোৱাই মোক ক’লে, “যদিও মোচি আৰু চমূৱেল মোৰ আগত থিয় হয়, তথাপি মোৰ মন এই জাতিলৈ সদয় নহ’ব; তুমি মোৰ আগৰ পৰা তেওঁলোকক বিদায় কৰা, তেওঁলোক ওলাই গুচি যাওঁক। 2 আৰু আমি ক’লৈ ওলাই যাম বুলি যেতিয়া তেওঁলোকে ক’ব, তেতিয়া তুমি তেওঁলোকক ক’বা, যিহোৱাই এই কথা কৈছে:মৃত্যুলৈ নিৰূপিত লোক মৃত্যুলৈ; তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ।আকাললৈ নিৰূপিত লোক আকাললৈ, বন্দী-অৱস্থালৈ নিৰূপিত লোক বন্দী-অৱস্থালৈ ওলাই যাওঁক।’ 3 আৰু যিহোৱাই কৈছে, মই তেওঁলোকক বধ কৰিবলৈ তৰোৱাল, ছিৰিবলৈ কুকুৰ, খাবলৈ আৰু বিনষ্ট কৰিবলৈ আকাশৰ পক্ষী আৰু পৃথিৱীৰ জন্তু, এই চাৰি বিধক মই তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম। 4 আৰু হিষ্কিয়াৰ পুত্ৰ যিহূদাৰ ৰজা মনচিয়ে যিৰূচালেমত কৰা কাৰ্যৰ কাৰণে, পৃথিৱীৰ আটাই ৰাজ্যৰ মাজত মই তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম। 5 কিয়নো হে যিৰূচালেম, কোনে তোমাক দয়া কৰিব, আৰু তোমাৰ বাবে বিলাপ কৰিব?বা তোমাৰ মঙ্গল সুধিবলৈ কোনে এফলীয়া হৈ যাব? 6 যিহোৱাই কৈছে, তুমি মোক ত্যাগ কৰিলা, তুমি পাছ হুঁহকি গ’লা।এই কাৰণে মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক নষ্ট কৰিলোঁ; মই ক্ষমা কৰি কৰি আমনি পাইছোঁ। 7 মই তেওঁলোকক দেশৰ দুৱাৰবোৰত কুলাৰে জাৰিলোঁ।তেওঁলোকক সন্তানহীন কৰিলোঁ। মোৰ জাতিক বিনষ্ট কৰিলোঁ; তেওঁলোক নিজৰ পথৰ পৰা নুলটিল। 8 মোৰ আগত তেওঁলোকৰ বিধৱাসকল সমুদ্ৰৰ বালিত্কৈয়ো অধিক হৈছে;মই তেওঁলোকৰ মাজৰ ডেকাসকলৰ মাকৰ বিৰুদ্ধে দুপৰবেলাত এজন সংহাৰক আনিলোঁ, তাইলৈ অকস্মাতে দুখ আৰু ত্ৰাস উপস্থিত কৰিলোঁ। 9 সাত পুত্ৰ প্ৰসৱ কৰা মাতৃয়ে ক্ষীণাই প্ৰাণত্যাগ কৰিলে। দিন থাকোঁতেই তাইৰ বেলি মাৰ গ’ল।তাই লাজ পাই বিবৰ্ণ হ’ল, মই তেওঁলোকৰ অৱশিষ্ট ভাগক শত্ৰূ আগত তৰোৱালত সমৰ্পণ কৰিমএইয়েই যিহোৱাৰ ঘোষণা। 10 হায় হায়, হে মোৰ মাতৃ! সমস্ত পৃথিৱীত বিবাদ আৰু কন্দল কৰাকৈ তুমি মোক প্ৰসৱ কৰিলা।মই কাকো সুতলৈ ধাৰ দিয়া নাই, বা মোকো কোনেও সুতলৈ ধাৰ দিয়া নাই; তথাপি সকলোৱে মোক শাও দিয়ে। 11 যিহোৱাই ক’লে: “মই নিশ্চয়ে তোমাক মঙ্গলৰ কাৰণে সবল নকৰিম নে?নিশ্চয়ে সঙ্কটৰ কালত আৰু দুৰ্দ্দশাৰ সময়ত মই শত্ৰূ তোমাৰ আগত নিবেদন কৰাম। 12 কোনো মানুহে জানো লোহাক গুড়ি কৰিব পাৰে? এনে কি, উত্তৰ দেশীয় লোহা, আৰু পিতল ভাঙিব পাৰে? 13 মই তোমাৰ সম্পত্তি আৰু তোমাৰ বহুমুল্য বস্তু বিনামূল্যে লুটদ্ৰব্যস্বৰূপে দিম।এনে কি, তোমাৰ পাপ সমূহৰ কাৰণে তোমাৰ সীমাৰ সকলো ফালে তাক কৰিম। 14 তেতিয়া শত্রুৱে সৈতে তুমি নজনা দেশলৈ সেইবোৰ নিয়াম,কিয়নো মোৰ ক্ৰোধাগ্নি জ্বলিছে, সেয়ে তোমালোকৰ ওপৰত জ্বলি থাকিব। 15 হে যিহোৱা, তুমিয়েই জানি আছা! মোক সোঁৱৰণ কৰা, মোলৈ কৃপা দৃষ্টি কৰা। আৰু মোৰ অৰ্থে মোৰ তাড়ণাকাৰীৰ প্ৰতিকাৰ সাধা।তোমাৰ দীৰ্ঘ সহিষ্ণুতাত মোক বিনষ্ট হব নিদিবা। মই যে তোমাৰ কাৰণে অপমান সহন কৰিলোঁ, তাক তুমি মনত পেলোৱা। 16 মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল,কিয়নো হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত। 17 মই আমোদকাৰী সকলৰ সভাত বহি উল্লাস কৰা নাই।তোমাৰ হাতৰ কাৰণে মই অকলেই বহোঁ, কিয়নো তুমি মোক ক্ৰোধেৰে পৰিপূৰ্ণ কৰিলা। 18 মোৰ বেদনা কিয় চিৰকলীয়া? আৰু মোৰ ঘা কিয় সুস্থ হব নোৱাৰে? সেয়ে ভাল হব নোখোজে?তুমি জানো সচাঁকৈয়ে মোৰ আগত মিছা জুৰি আৰু অস্থায়ী জল স্বৰূপ হবা? 19 এই হেতুকে যিহোৱাই এইদৰে কৈছে: তুমি যদি উলটি আহাঁ, তেন্তে মোৰ আগত থিয় হব পৰাকৈ মই তোমাক আকৌ আনিম।আৰু যদি অধম বস্তুৰ মাজৰ পৰা ৰত্ন বাহিৰ কৰি লোৱা, তেন্তে মোৰ মুখস্থৰূপ হ’বা; তেওঁলোক তোমালৈ ঘুৰি আহিব,কিন্তু তুমি তেওঁলোকলৈ নুঘুৰিবা। 20 মই এই জাতিৰ আগত তোমাক পিতলৰ দৃঢ় গড়স্বৰূপ কৰিম; তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক পৰাজয় কৰিব নোৱাৰিব।কিয়নো, যিহোৱাই কৈছে, তোমাৰ ত্ৰাণ আৰু উদ্ধাৰৰ অৰ্থে মই তোমাৰ লগত আছোঁ। 21 আৰু দুষ্টবোৰৰ হাতৰ পৰা মই তোমাক উদ্ধাৰ কৰিম, আৰু ভয়ানকবোৰৰ হাতৰ পৰা তোমাক মুক্ত কৰিম।”

In Other Versions

Jeremiah 15 in the ANGEFD

Jeremiah 15 in the ANTPNG2D

Jeremiah 15 in the AS21

Jeremiah 15 in the BAGH

Jeremiah 15 in the BBPNG

Jeremiah 15 in the BBT1E

Jeremiah 15 in the BDS

Jeremiah 15 in the BEV

Jeremiah 15 in the BHAD

Jeremiah 15 in the BIB

Jeremiah 15 in the BLPT

Jeremiah 15 in the BNT

Jeremiah 15 in the BNTABOOT

Jeremiah 15 in the BNTLV

Jeremiah 15 in the BOATCB

Jeremiah 15 in the BOATCB2

Jeremiah 15 in the BOBCV

Jeremiah 15 in the BOCNT

Jeremiah 15 in the BOECS

Jeremiah 15 in the BOGWICC

Jeremiah 15 in the BOHCB

Jeremiah 15 in the BOHCV

Jeremiah 15 in the BOHLNT

Jeremiah 15 in the BOHNTLTAL

Jeremiah 15 in the BOICB

Jeremiah 15 in the BOILNTAP

Jeremiah 15 in the BOITCV

Jeremiah 15 in the BOKCV

Jeremiah 15 in the BOKCV2

Jeremiah 15 in the BOKHWOG

Jeremiah 15 in the BOKSSV

Jeremiah 15 in the BOLCB

Jeremiah 15 in the BOLCB2

Jeremiah 15 in the BOMCV

Jeremiah 15 in the BONAV

Jeremiah 15 in the BONCB

Jeremiah 15 in the BONLT

Jeremiah 15 in the BONUT2

Jeremiah 15 in the BOPLNT

Jeremiah 15 in the BOSCB

Jeremiah 15 in the BOSNC

Jeremiah 15 in the BOTLNT

Jeremiah 15 in the BOVCB

Jeremiah 15 in the BOYCB

Jeremiah 15 in the BPBB

Jeremiah 15 in the BPH

Jeremiah 15 in the BSB

Jeremiah 15 in the CCB

Jeremiah 15 in the CUV

Jeremiah 15 in the CUVS

Jeremiah 15 in the DBT

Jeremiah 15 in the DGDNT

Jeremiah 15 in the DHNT

Jeremiah 15 in the DNT

Jeremiah 15 in the ELBE

Jeremiah 15 in the EMTV

Jeremiah 15 in the ESV

Jeremiah 15 in the FBV

Jeremiah 15 in the FEB

Jeremiah 15 in the GGMNT

Jeremiah 15 in the GNT

Jeremiah 15 in the HARY

Jeremiah 15 in the HNT

Jeremiah 15 in the IRVB

Jeremiah 15 in the IRVG

Jeremiah 15 in the IRVH

Jeremiah 15 in the IRVK

Jeremiah 15 in the IRVM

Jeremiah 15 in the IRVM2

Jeremiah 15 in the IRVO

Jeremiah 15 in the IRVP

Jeremiah 15 in the IRVT

Jeremiah 15 in the IRVT2

Jeremiah 15 in the IRVU

Jeremiah 15 in the ISVN

Jeremiah 15 in the JSNT

Jeremiah 15 in the KAPI

Jeremiah 15 in the KBT1ETNIK

Jeremiah 15 in the KBV

Jeremiah 15 in the KJV

Jeremiah 15 in the KNFD

Jeremiah 15 in the LBA

Jeremiah 15 in the LBLA

Jeremiah 15 in the LNT

Jeremiah 15 in the LSV

Jeremiah 15 in the MAAL

Jeremiah 15 in the MBV

Jeremiah 15 in the MBV2

Jeremiah 15 in the MHNT

Jeremiah 15 in the MKNFD

Jeremiah 15 in the MNG

Jeremiah 15 in the MNT

Jeremiah 15 in the MNT2

Jeremiah 15 in the MRS1T

Jeremiah 15 in the NAA

Jeremiah 15 in the NASB

Jeremiah 15 in the NBLA

Jeremiah 15 in the NBS

Jeremiah 15 in the NBVTP

Jeremiah 15 in the NET2

Jeremiah 15 in the NIV11

Jeremiah 15 in the NNT

Jeremiah 15 in the NNT2

Jeremiah 15 in the NNT3

Jeremiah 15 in the PDDPT

Jeremiah 15 in the PFNT

Jeremiah 15 in the RMNT

Jeremiah 15 in the SBIAS

Jeremiah 15 in the SBIBS

Jeremiah 15 in the SBIBS2

Jeremiah 15 in the SBICS

Jeremiah 15 in the SBIDS

Jeremiah 15 in the SBIGS

Jeremiah 15 in the SBIHS

Jeremiah 15 in the SBIIS

Jeremiah 15 in the SBIIS2

Jeremiah 15 in the SBIIS3

Jeremiah 15 in the SBIKS

Jeremiah 15 in the SBIKS2

Jeremiah 15 in the SBIMS

Jeremiah 15 in the SBIOS

Jeremiah 15 in the SBIPS

Jeremiah 15 in the SBISS

Jeremiah 15 in the SBITS

Jeremiah 15 in the SBITS2

Jeremiah 15 in the SBITS3

Jeremiah 15 in the SBITS4

Jeremiah 15 in the SBIUS

Jeremiah 15 in the SBIVS

Jeremiah 15 in the SBT

Jeremiah 15 in the SBT1E

Jeremiah 15 in the SCHL

Jeremiah 15 in the SNT

Jeremiah 15 in the SUSU

Jeremiah 15 in the SUSU2

Jeremiah 15 in the SYNO

Jeremiah 15 in the TBIAOTANT

Jeremiah 15 in the TBT1E

Jeremiah 15 in the TBT1E2

Jeremiah 15 in the TFTIP

Jeremiah 15 in the TFTU

Jeremiah 15 in the TGNTATF3T

Jeremiah 15 in the THAI

Jeremiah 15 in the TNFD

Jeremiah 15 in the TNT

Jeremiah 15 in the TNTIK

Jeremiah 15 in the TNTIL

Jeremiah 15 in the TNTIN

Jeremiah 15 in the TNTIP

Jeremiah 15 in the TNTIZ

Jeremiah 15 in the TOMA

Jeremiah 15 in the TTENT

Jeremiah 15 in the UBG

Jeremiah 15 in the UGV

Jeremiah 15 in the UGV2

Jeremiah 15 in the UGV3

Jeremiah 15 in the VBL

Jeremiah 15 in the VDCC

Jeremiah 15 in the YALU

Jeremiah 15 in the YAPE

Jeremiah 15 in the YBVTP

Jeremiah 15 in the ZBP