Proverbs 10 (IRVA)

1 চলোমনৰ নীতি বাক্য।জ্ঞানী পুত্ৰই পিতৃক আনন্দিত কৰে;কিন্তু অজ্ঞানী পুত্ৰই নিজৰ মাতৃৰ মনত দুখ দিয়ে। 2 দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই;কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে। 3 যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে;কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে। 4 এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়,কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে। 5 গ্রীষ্ম কালত বুদ্ধিমান পুত্ৰই শস্য চপায়;কিন্তু শস্য দোৱাৰ সময়ত টোপনিত থকা জন লজ্জাজনক পুত্ৰ। 6 সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ আহে;কিন্তু দুষ্টবোৰৰ মুখ অত্যাচাৰেৰে পৰিপূৰ্ণ। 7 সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ;কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব। 8 যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে;কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়। 9 যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে,কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব। 10 চকুৰে ইঙ্গিত কৰা জনে দুখ দিয়ে;কিন্তু কথকি মুৰ্খলোক পতিত হয়। 11 সত্যতাৰে চলা জনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ;কিন্তু দুষ্টবোৰৰ মুখে অত্যাচাৰ লুকুৱাই ৰাখে। 12 ঘৃণাই বিবাদ জন্মায়;কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে। 13 সুবিবেচক লোকৰ ওঁঠত প্ৰজ্ঞা পোৱা যায়;কিন্তু পিঠিত চেকনী জ্ঞানশূন্য লোকৰ বাবে হয়। 14 জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে;কিন্তু অজ্ঞানৰ মুখে ধ্বংস আনে। 15 ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ;কিন্তু দৰিদ্ৰলোকৰ দৰিদ্ৰতাই তেওঁলোকৰ বিনাশৰ কাৰণ। 16 সত্যতাৰে কাৰ্য কৰা লোকৰ পাৰিশ্ৰমিকে জীৱন দিয়ে;দুষ্ট লোকৰ উপাৰ্জনৰ লাভে পাপলৈ ঠেলি দিয়ে। 17 যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে;কিন্তু যিজনে অনুযোগ অমান্য কৰে, তেওঁ বিপথে যায়। 18 যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক,আৰু যিজনে অপবাদ বিস্তাৰ কৰে, তেওঁ মূৰ্খ হয়। 19 অধিক কথাত অপৰাধৰ অভাৱ নাই;কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী। 20 যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে;দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে। 21 সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে;কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়। 22 যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে,আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে। 23 দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ,কিন্তু প্রজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক। 24 দুষ্ট লোকে যিহলৈ ভয় কৰে, সেয়ে তালৈ ঘটে;কিন্তু ধাৰ্মিকৰ বাঞ্ছা সিদ্ধ হয়। 25 দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়,কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ। 26 দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা,পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা। 27 যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে;কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব। 28 সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক;কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব। 29 যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে।কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ। 30 যিসকলে সৎ কাৰ্য কৰে, তেওঁলোক কেতিয়াও লৰচৰ নহব;কিন্তু দুষ্টলোক দেশত অৱশিষ্ট নাথাকিব। 31 যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকৰ মুখৰ পৰা প্রজ্ঞা ওলায়;কিন্তু উচ্ছৃঙ্খল জিভা কাটি পেলোৱা হ’ব। 32 যিসকল লোক সকলৰ ওঁঠে সৎ কাৰ্য কৰে, তেওঁলোকৰ ওঁঠে গ্ৰহণীয় কি, সেই বিষয়ে জানে;কিন্তু দুষ্টলোকৰ মুখে উচ্ছৃঙ্খলতা কি সেই বিষয়ে জানে।

In Other Versions

Proverbs 10 in the ANGEFD

Proverbs 10 in the ANTPNG2D

Proverbs 10 in the AS21

Proverbs 10 in the BAGH

Proverbs 10 in the BBPNG

Proverbs 10 in the BBT1E

Proverbs 10 in the BDS

Proverbs 10 in the BEV

Proverbs 10 in the BHAD

Proverbs 10 in the BIB

Proverbs 10 in the BLPT

Proverbs 10 in the BNT

Proverbs 10 in the BNTABOOT

Proverbs 10 in the BNTLV

Proverbs 10 in the BOATCB

Proverbs 10 in the BOATCB2

Proverbs 10 in the BOBCV

Proverbs 10 in the BOCNT

Proverbs 10 in the BOECS

Proverbs 10 in the BOGWICC

Proverbs 10 in the BOHCB

Proverbs 10 in the BOHCV

Proverbs 10 in the BOHLNT

Proverbs 10 in the BOHNTLTAL

Proverbs 10 in the BOICB

Proverbs 10 in the BOILNTAP

Proverbs 10 in the BOITCV

Proverbs 10 in the BOKCV

Proverbs 10 in the BOKCV2

Proverbs 10 in the BOKHWOG

Proverbs 10 in the BOKSSV

Proverbs 10 in the BOLCB

Proverbs 10 in the BOLCB2

Proverbs 10 in the BOMCV

Proverbs 10 in the BONAV

Proverbs 10 in the BONCB

Proverbs 10 in the BONLT

Proverbs 10 in the BONUT2

Proverbs 10 in the BOPLNT

Proverbs 10 in the BOSCB

Proverbs 10 in the BOSNC

Proverbs 10 in the BOTLNT

Proverbs 10 in the BOVCB

Proverbs 10 in the BOYCB

Proverbs 10 in the BPBB

Proverbs 10 in the BPH

Proverbs 10 in the BSB

Proverbs 10 in the CCB

Proverbs 10 in the CUV

Proverbs 10 in the CUVS

Proverbs 10 in the DBT

Proverbs 10 in the DGDNT

Proverbs 10 in the DHNT

Proverbs 10 in the DNT

Proverbs 10 in the ELBE

Proverbs 10 in the EMTV

Proverbs 10 in the ESV

Proverbs 10 in the FBV

Proverbs 10 in the FEB

Proverbs 10 in the GGMNT

Proverbs 10 in the GNT

Proverbs 10 in the HARY

Proverbs 10 in the HNT

Proverbs 10 in the IRVB

Proverbs 10 in the IRVG

Proverbs 10 in the IRVH

Proverbs 10 in the IRVK

Proverbs 10 in the IRVM

Proverbs 10 in the IRVM2

Proverbs 10 in the IRVO

Proverbs 10 in the IRVP

Proverbs 10 in the IRVT

Proverbs 10 in the IRVT2

Proverbs 10 in the IRVU

Proverbs 10 in the ISVN

Proverbs 10 in the JSNT

Proverbs 10 in the KAPI

Proverbs 10 in the KBT1ETNIK

Proverbs 10 in the KBV

Proverbs 10 in the KJV

Proverbs 10 in the KNFD

Proverbs 10 in the LBA

Proverbs 10 in the LBLA

Proverbs 10 in the LNT

Proverbs 10 in the LSV

Proverbs 10 in the MAAL

Proverbs 10 in the MBV

Proverbs 10 in the MBV2

Proverbs 10 in the MHNT

Proverbs 10 in the MKNFD

Proverbs 10 in the MNG

Proverbs 10 in the MNT

Proverbs 10 in the MNT2

Proverbs 10 in the MRS1T

Proverbs 10 in the NAA

Proverbs 10 in the NASB

Proverbs 10 in the NBLA

Proverbs 10 in the NBS

Proverbs 10 in the NBVTP

Proverbs 10 in the NET2

Proverbs 10 in the NIV11

Proverbs 10 in the NNT

Proverbs 10 in the NNT2

Proverbs 10 in the NNT3

Proverbs 10 in the PDDPT

Proverbs 10 in the PFNT

Proverbs 10 in the RMNT

Proverbs 10 in the SBIAS

Proverbs 10 in the SBIBS

Proverbs 10 in the SBIBS2

Proverbs 10 in the SBICS

Proverbs 10 in the SBIDS

Proverbs 10 in the SBIGS

Proverbs 10 in the SBIHS

Proverbs 10 in the SBIIS

Proverbs 10 in the SBIIS2

Proverbs 10 in the SBIIS3

Proverbs 10 in the SBIKS

Proverbs 10 in the SBIKS2

Proverbs 10 in the SBIMS

Proverbs 10 in the SBIOS

Proverbs 10 in the SBIPS

Proverbs 10 in the SBISS

Proverbs 10 in the SBITS

Proverbs 10 in the SBITS2

Proverbs 10 in the SBITS3

Proverbs 10 in the SBITS4

Proverbs 10 in the SBIUS

Proverbs 10 in the SBIVS

Proverbs 10 in the SBT

Proverbs 10 in the SBT1E

Proverbs 10 in the SCHL

Proverbs 10 in the SNT

Proverbs 10 in the SUSU

Proverbs 10 in the SUSU2

Proverbs 10 in the SYNO

Proverbs 10 in the TBIAOTANT

Proverbs 10 in the TBT1E

Proverbs 10 in the TBT1E2

Proverbs 10 in the TFTIP

Proverbs 10 in the TFTU

Proverbs 10 in the TGNTATF3T

Proverbs 10 in the THAI

Proverbs 10 in the TNFD

Proverbs 10 in the TNT

Proverbs 10 in the TNTIK

Proverbs 10 in the TNTIL

Proverbs 10 in the TNTIN

Proverbs 10 in the TNTIP

Proverbs 10 in the TNTIZ

Proverbs 10 in the TOMA

Proverbs 10 in the TTENT

Proverbs 10 in the UBG

Proverbs 10 in the UGV

Proverbs 10 in the UGV2

Proverbs 10 in the UGV3

Proverbs 10 in the VBL

Proverbs 10 in the VDCC

Proverbs 10 in the YALU

Proverbs 10 in the YAPE

Proverbs 10 in the YBVTP

Proverbs 10 in the ZBP