Revelation 22 (IRVA)

1 পাছত সেই দূত জনে মোক জীৱন-জলৰ সেই নদী দেখুৱালে, সেই পানী স্ফটিকৰ নিচিনা উজ্জ্বল৷ ঈশ্বৰ আৰু মেৰ-পোৱালিৰ সেই সিংহাসনৰ পৰা সেই নদী, 2 তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই নদীৰ ইপাৰে-সিপাৰে জীৱন-বৃক্ষ আছিল; সেই বৃক্ষই বাৰ বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে৷ সেই বৃক্ষৰ পাত জাতি সকলক সুস্থ কৰাৰ কাৰণে। 3 তাতে কোনো শাও নহ’ব। সেই নগৰত ঈশ্বৰ আৰু সেই মেৰ-পোৱালিৰ সিংহাসন থাকিব আৰু তেওঁৰ দাস সকলে তেওঁক সেৱা কৰিব৷ 4 তেওঁলোকে তেওঁৰ মুখ দেখা পাব; আৰু তেওঁলোকৰ কপালত তেওঁৰ নাম লিখা থাকিব। 5 তাতে ৰাতিও নহ’ব; আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁলোকৰ প্ৰয়োজন নহব; কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁলোকক দীপ্তি দিব আৰু তেওঁলোকে চিৰকাল ৰাজত্ব কৰিব। 6 পাছত দূত জনে মোক ক’লে, “এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য; ঈশ্ৱৰ, যি জন ভাববাদী সকলৰ আত্মাৰ প্ৰভু, তেওঁ তেওঁৰ দাস সকলক যি যি অলপতে ঘটিব লগা আছে সেই বিষয়ে দেখুৱাবলৈ নিজ দূতক পঠিয়ালে৷” 7 “আৰু চোৱা! মই বেগাই আহি আছোঁ; যি জনে এই পুস্তকৰ ভাববাণীৰ কথাবোৰ পালন কৰে, তেওঁ ধন্য।” 8 মই, যোহনেই এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ; যেতিয়া মই এনে শুনি-দেখি সেই দূত জনক যি জনে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলো। 9 তেতিয়া তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মইয়ো তোমাৰ সহদাস আৰু তোমাৰ ভাই ভাববাদী সকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোঁতা সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা।” 10 পুনৰায় তেওঁ মোক কলে, “এই পুস্তকৰ ভাববাণী কৰা বাক্যবোৰ ছাব মাৰি বন্ধ নকৰিবা, কিয়নো কাল ওচৰ চাপিছে। 11 যি জন অন্যায়কাৰী, তেওঁক পুনৰ অন্যায় কৰি থাকিবলৈ দিয়া; যি জন কলঙ্কী, তেওঁ পুনৰ কলঙ্ক কৰি থাকক; যি জন ধাৰ্মিক, তেওঁ পুনৰ ধৰ্ম আচৰণ কৰক; যি জন পবিত্ৰ লোক, তেওঁ পবিত্ৰ হৈ থাকক।” 12 “চোৱা! মই বেগাই আহি আছোঁ; মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে, যাৰ যেনে কৰ্ম, তেওঁক তেনে প্ৰতিফল দিয়া হব৷ 13 মই আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত। 14 যি সকল জীৱন-বৃক্ষৰ অধিকাৰী আৰু দুৱাৰেদি নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধোৱে, সেই লোক সকল ধন্য৷ 15 কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভীচাৰিবোৰ, নৰবধীবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাক প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে। 16 মই যীচুৱে, মণ্ডলী সমূহৰ কাৰণে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ, মোৰ দূতক পঠালোঁ। মই দায়ুদৰ মূল আৰু বংশ, উজ্জ্বল প্ৰভাতীয় তৰা।” 17 আত্মা আৰু কন্যাই কয় “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা৷” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক। 18 এই পুস্তকৰ ভাববাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছোঁ: কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে, তেনেহলে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেই জনৰ ওপৰত যোগ কৰিব; 19 আৰু কোনোৱে যদি এই ভাববাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায়, তেনেহলে এই পুস্তকত লিখা জীৱন-বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ গুচাব। 20 যি জনে এই কথাৰ সাক্ষ্য দিছে, তেৱেঁ কৈছে, “হয়! মই বেগাই আহি আছোঁ।” আমেন! হে প্ৰভু যীচু, আহক! 21 প্ৰভু যীচুৰ অনুগ্ৰহ সকলোৰে লগত থাকক; আমেন।

In Other Versions

Revelation 22 in the ANGEFD

Revelation 22 in the ANTPNG2D

Revelation 22 in the AS21

Revelation 22 in the BAGH

Revelation 22 in the BBPNG

Revelation 22 in the BBT1E

Revelation 22 in the BDS

Revelation 22 in the BEV

Revelation 22 in the BHAD

Revelation 22 in the BIB

Revelation 22 in the BLPT

Revelation 22 in the BNT

Revelation 22 in the BNTABOOT

Revelation 22 in the BNTLV

Revelation 22 in the BOATCB

Revelation 22 in the BOATCB2

Revelation 22 in the BOBCV

Revelation 22 in the BOCNT

Revelation 22 in the BOECS

Revelation 22 in the BOGWICC

Revelation 22 in the BOHCB

Revelation 22 in the BOHCV

Revelation 22 in the BOHLNT

Revelation 22 in the BOHNTLTAL

Revelation 22 in the BOICB

Revelation 22 in the BOILNTAP

Revelation 22 in the BOITCV

Revelation 22 in the BOKCV

Revelation 22 in the BOKCV2

Revelation 22 in the BOKHWOG

Revelation 22 in the BOKSSV

Revelation 22 in the BOLCB

Revelation 22 in the BOLCB2

Revelation 22 in the BOMCV

Revelation 22 in the BONAV

Revelation 22 in the BONCB

Revelation 22 in the BONLT

Revelation 22 in the BONUT2

Revelation 22 in the BOPLNT

Revelation 22 in the BOSCB

Revelation 22 in the BOSNC

Revelation 22 in the BOTLNT

Revelation 22 in the BOVCB

Revelation 22 in the BOYCB

Revelation 22 in the BPBB

Revelation 22 in the BPH

Revelation 22 in the BSB

Revelation 22 in the CCB

Revelation 22 in the CUV

Revelation 22 in the CUVS

Revelation 22 in the DBT

Revelation 22 in the DGDNT

Revelation 22 in the DHNT

Revelation 22 in the DNT

Revelation 22 in the ELBE

Revelation 22 in the EMTV

Revelation 22 in the ESV

Revelation 22 in the FBV

Revelation 22 in the FEB

Revelation 22 in the GGMNT

Revelation 22 in the GNT

Revelation 22 in the HARY

Revelation 22 in the HNT

Revelation 22 in the IRVB

Revelation 22 in the IRVG

Revelation 22 in the IRVH

Revelation 22 in the IRVK

Revelation 22 in the IRVM

Revelation 22 in the IRVM2

Revelation 22 in the IRVO

Revelation 22 in the IRVP

Revelation 22 in the IRVT

Revelation 22 in the IRVT2

Revelation 22 in the IRVU

Revelation 22 in the ISVN

Revelation 22 in the JSNT

Revelation 22 in the KAPI

Revelation 22 in the KBT1ETNIK

Revelation 22 in the KBV

Revelation 22 in the KJV

Revelation 22 in the KNFD

Revelation 22 in the LBA

Revelation 22 in the LBLA

Revelation 22 in the LNT

Revelation 22 in the LSV

Revelation 22 in the MAAL

Revelation 22 in the MBV

Revelation 22 in the MBV2

Revelation 22 in the MHNT

Revelation 22 in the MKNFD

Revelation 22 in the MNG

Revelation 22 in the MNT

Revelation 22 in the MNT2

Revelation 22 in the MRS1T

Revelation 22 in the NAA

Revelation 22 in the NASB

Revelation 22 in the NBLA

Revelation 22 in the NBS

Revelation 22 in the NBVTP

Revelation 22 in the NET2

Revelation 22 in the NIV11

Revelation 22 in the NNT

Revelation 22 in the NNT2

Revelation 22 in the NNT3

Revelation 22 in the PDDPT

Revelation 22 in the PFNT

Revelation 22 in the RMNT

Revelation 22 in the SBIAS

Revelation 22 in the SBIBS

Revelation 22 in the SBIBS2

Revelation 22 in the SBICS

Revelation 22 in the SBIDS

Revelation 22 in the SBIGS

Revelation 22 in the SBIHS

Revelation 22 in the SBIIS

Revelation 22 in the SBIIS2

Revelation 22 in the SBIIS3

Revelation 22 in the SBIKS

Revelation 22 in the SBIKS2

Revelation 22 in the SBIMS

Revelation 22 in the SBIOS

Revelation 22 in the SBIPS

Revelation 22 in the SBISS

Revelation 22 in the SBITS

Revelation 22 in the SBITS2

Revelation 22 in the SBITS3

Revelation 22 in the SBITS4

Revelation 22 in the SBIUS

Revelation 22 in the SBIVS

Revelation 22 in the SBT

Revelation 22 in the SBT1E

Revelation 22 in the SCHL

Revelation 22 in the SNT

Revelation 22 in the SUSU

Revelation 22 in the SUSU2

Revelation 22 in the SYNO

Revelation 22 in the TBIAOTANT

Revelation 22 in the TBT1E

Revelation 22 in the TBT1E2

Revelation 22 in the TFTIP

Revelation 22 in the TFTU

Revelation 22 in the TGNTATF3T

Revelation 22 in the THAI

Revelation 22 in the TNFD

Revelation 22 in the TNT

Revelation 22 in the TNTIK

Revelation 22 in the TNTIL

Revelation 22 in the TNTIN

Revelation 22 in the TNTIP

Revelation 22 in the TNTIZ

Revelation 22 in the TOMA

Revelation 22 in the TTENT

Revelation 22 in the UBG

Revelation 22 in the UGV

Revelation 22 in the UGV2

Revelation 22 in the UGV3

Revelation 22 in the VBL

Revelation 22 in the VDCC

Revelation 22 in the YALU

Revelation 22 in the YAPE

Revelation 22 in the YBVTP

Revelation 22 in the ZBP