Isaiah 26 (IRVA)
1 সেই দিনা যিহূদাৰ দেশত এই গীত গোৱা হ’ব,“আমাৰ এখন দৃঢ় নগৰ আছে; প্রভুৱে পৰিত্ৰাণকেই তাৰ দেৱাল আৰু গড় নিৰূপিত কৰিলে। 2 সত্যক পালন কৰা ধাৰ্মিক দেশবাসী সোমাবলৈ তোমালোকে দুৱাৰবোৰ মেলি দিয়া। 3 যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে। 4 তোমালোকে চিৰকাললৈকে যিহোৱাত ভাৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা। 5 কাৰণ অহঙ্কাৰেৰে জীৱন যাপন কৰা সকলক তেওঁ নত কৰিব;তেওঁ তাক অবনত কৰিব, মাটিৰে সৈতে সমান কৰিলে। তেওঁ ধুলিৰ সমান কৰিব। 6 দৰিদ্রসকলৰ ভৰিয়ে তাক গচকিছে, আৰু অভাৱীসকলেও তাক গচকিছে। 7 ধাৰ্মিকলোকৰ পথ সৰল; আপুনি ধাৰ্মিকসকলৰ পথ সমান কৰিছে। 8 হে যিহোৱা, আপোনাৰ বিচাৰৰ পথত আমি আপোনালৈ অপেক্ষা কৰি আছোঁ;আপোনাৰ নাম আৰু আপোনাৰ স্মৃতিবোৰ আমাৰ আত্মাই হেপাহ কৰিছে। 9 ৰাতি মোৰ প্ৰাণে সৈতে মই আপোনালৈ হাবিয়াহ কৰিলোঁ; এনে কি, মোৰ আত্মাৰে সৈতে যত্নেৰে আপোনাক বিচাৰিম;কিয়নো পৃথিৱীত আপোনাৰ বিচাৰ অহাৰ সময়ত পৃথিৱীৰ নিবাসীসকলে ধাৰ্মিকতা শিকে। 10 দুষ্ট লোকে অনুগ্ৰহ পালেও, ধাৰ্মিকতা নিশিকে; ন্যায়ৰ দেশত তেওঁ অন্যায় কৰে,আৰু যিহোৱাৰ মহিমালৈ দৃষ্টি নকৰে। 11 হে যিহোৱা, আপোনাৰ হাত দঙা আছে, তথাপি তেওঁলোক দৃষ্টি নকৰে;কিন্তু তেওঁলোকে লোকসকলৰ বাবে আপোনাৰ উৎসাহ দেখি লজ্জিত হ’ব; কাৰণ অগ্নিয়ে আপোনাৰ শত্রুবোৰক গ্ৰাস কৰিব। 12 হে যিহোৱা, আপুনি আমালৈ শান্তি নিৰূপন কৰিব; কিয়নো আপুনি আমাৰ বাবে সকলো কাৰ্যকেই সিদ্ধ কৰি আহিছে। 13 হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ বাহিৰে আন প্ৰভুসকলে আমাৰ ওপৰত অধিকাৰ কৰিছিল, কিন্তু আমি কেৱল আপোনাৰ নামৰ স্তুতি কৰিম। 14 সিহঁত মৰা, পুনৰায় নিজীৱ; সিহঁত মৃত, পুনৰায় নুঠিব;আপুনি বিচাৰত আহি সিহঁতক নষ্ট কৰিলে, আৰু সিহঁতৰ সকলো নাম লুপ্ত কৰিলে। 15 আপুনি জাতিটো বৃদ্ধি কৰিলে; আপোনাৰ গৌৰৱ হ’ল, আপুনি দেশৰ আটাই সীমা বহল কৰিলে। 16 হে যিহোৱা, সঙ্কট সময়ত লোকসকল আপোনাৰ দৃষ্টি কৰিছিল; তেওঁলোকৰ ওপৰত আপোনাৰ শাসন থকা সময়ত তেওঁলোকে চয়তানৰ বিৰুদ্ধে মৃদুস্বৰে প্ৰাৰ্থনা কৰিছিল। 17 গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰা সময়ত যেনেকৈ ছটফটাই বেদনাত চিঞৰে,হে যিহোৱা, সেই দৰে আমি আপোনাৰ আগত আছিলোঁ। 18 আমি গৰ্ভৱতী আছিলোঁ, আমি বেদনাত আছিলোঁ, আমি যেন বতাহহে প্ৰসৱ কৰিছিলোঁ; আমাৰ দ্বাৰাই পৃথিৱীত কোনো পৰিত্ৰাণ সিদ্ধ হোৱা নাই,নাইবা পৃথিৱীৰ নিৰ্বাসীসকল পতিত হোৱা নাই। 19 আপোনাৰ মৃত লোকসকল পুনৰায় জীব,আমাৰ মৰা শৱবোৰ আকৌ উঠিব; হে ধুলিত স্থাপিত হোৱা সকল সাৰ পোৱা আৰু গান কৰা;কিয়নো তোমাৰ নিয়ৰ তৃণ আদি সতেজ কৰা সকল নিয়ৰৰ দৰে হ’ব, আৰু পৃথিৱীয়ে মৃতবোৰক উলিয়াব। 20 হে মোৰ লোকসকল যোৱা, তোমালোকৰ কোঁঠালিত সোমোৱা, আৰু চাৰিও ফালে দুৱাৰ বন্ধ কৰা;ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেক মনে মনে লুকাই থাকা। 21 কিযনো চোৱা, পৃথিৱীৰ নিবাসীসকলক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিবলৈ তেওঁ নিজৰ ঠাইৰ পৰা ওলাই আহিছে,পৃথিৱীয়ে তাৰ ৰক্তপাত দেখুৱাই দিব, আৰু নিজৰ হ’ত হোৱা লোকক আৰু ঢাকি নাৰাখিব।”
In Other Versions
Isaiah 26 in the ANGEFD
Isaiah 26 in the ANTPNG2D
Isaiah 26 in the AS21
Isaiah 26 in the BAGH
Isaiah 26 in the BBPNG
Isaiah 26 in the BBT1E
Isaiah 26 in the BDS
Isaiah 26 in the BEV
Isaiah 26 in the BHAD
Isaiah 26 in the BIB
Isaiah 26 in the BLPT
Isaiah 26 in the BNT
Isaiah 26 in the BNTABOOT
Isaiah 26 in the BNTLV
Isaiah 26 in the BOATCB
Isaiah 26 in the BOATCB2
Isaiah 26 in the BOBCV
Isaiah 26 in the BOCNT
Isaiah 26 in the BOECS
Isaiah 26 in the BOGWICC
Isaiah 26 in the BOHCB
Isaiah 26 in the BOHCV
Isaiah 26 in the BOHLNT
Isaiah 26 in the BOHNTLTAL
Isaiah 26 in the BOICB
Isaiah 26 in the BOILNTAP
Isaiah 26 in the BOITCV
Isaiah 26 in the BOKCV
Isaiah 26 in the BOKCV2
Isaiah 26 in the BOKHWOG
Isaiah 26 in the BOKSSV
Isaiah 26 in the BOLCB
Isaiah 26 in the BOLCB2
Isaiah 26 in the BOMCV
Isaiah 26 in the BONAV
Isaiah 26 in the BONCB
Isaiah 26 in the BONLT
Isaiah 26 in the BONUT2
Isaiah 26 in the BOPLNT
Isaiah 26 in the BOSCB
Isaiah 26 in the BOSNC
Isaiah 26 in the BOTLNT
Isaiah 26 in the BOVCB
Isaiah 26 in the BOYCB
Isaiah 26 in the BPBB
Isaiah 26 in the BPH
Isaiah 26 in the BSB
Isaiah 26 in the CCB
Isaiah 26 in the CUV
Isaiah 26 in the CUVS
Isaiah 26 in the DBT
Isaiah 26 in the DGDNT
Isaiah 26 in the DHNT
Isaiah 26 in the DNT
Isaiah 26 in the ELBE
Isaiah 26 in the EMTV
Isaiah 26 in the ESV
Isaiah 26 in the FBV
Isaiah 26 in the FEB
Isaiah 26 in the GGMNT
Isaiah 26 in the GNT
Isaiah 26 in the HARY
Isaiah 26 in the HNT
Isaiah 26 in the IRVB
Isaiah 26 in the IRVG
Isaiah 26 in the IRVH
Isaiah 26 in the IRVK
Isaiah 26 in the IRVM
Isaiah 26 in the IRVM2
Isaiah 26 in the IRVO
Isaiah 26 in the IRVP
Isaiah 26 in the IRVT
Isaiah 26 in the IRVT2
Isaiah 26 in the IRVU
Isaiah 26 in the ISVN
Isaiah 26 in the JSNT
Isaiah 26 in the KAPI
Isaiah 26 in the KBT1ETNIK
Isaiah 26 in the KBV
Isaiah 26 in the KJV
Isaiah 26 in the KNFD
Isaiah 26 in the LBA
Isaiah 26 in the LBLA
Isaiah 26 in the LNT
Isaiah 26 in the LSV
Isaiah 26 in the MAAL
Isaiah 26 in the MBV
Isaiah 26 in the MBV2
Isaiah 26 in the MHNT
Isaiah 26 in the MKNFD
Isaiah 26 in the MNG
Isaiah 26 in the MNT
Isaiah 26 in the MNT2
Isaiah 26 in the MRS1T
Isaiah 26 in the NAA
Isaiah 26 in the NASB
Isaiah 26 in the NBLA
Isaiah 26 in the NBS
Isaiah 26 in the NBVTP
Isaiah 26 in the NET2
Isaiah 26 in the NIV11
Isaiah 26 in the NNT
Isaiah 26 in the NNT2
Isaiah 26 in the NNT3
Isaiah 26 in the PDDPT
Isaiah 26 in the PFNT
Isaiah 26 in the RMNT
Isaiah 26 in the SBIAS
Isaiah 26 in the SBIBS
Isaiah 26 in the SBIBS2
Isaiah 26 in the SBICS
Isaiah 26 in the SBIDS
Isaiah 26 in the SBIGS
Isaiah 26 in the SBIHS
Isaiah 26 in the SBIIS
Isaiah 26 in the SBIIS2
Isaiah 26 in the SBIIS3
Isaiah 26 in the SBIKS
Isaiah 26 in the SBIKS2
Isaiah 26 in the SBIMS
Isaiah 26 in the SBIOS
Isaiah 26 in the SBIPS
Isaiah 26 in the SBISS
Isaiah 26 in the SBITS
Isaiah 26 in the SBITS2
Isaiah 26 in the SBITS3
Isaiah 26 in the SBITS4
Isaiah 26 in the SBIUS
Isaiah 26 in the SBIVS
Isaiah 26 in the SBT
Isaiah 26 in the SBT1E
Isaiah 26 in the SCHL
Isaiah 26 in the SNT
Isaiah 26 in the SUSU
Isaiah 26 in the SUSU2
Isaiah 26 in the SYNO
Isaiah 26 in the TBIAOTANT
Isaiah 26 in the TBT1E
Isaiah 26 in the TBT1E2
Isaiah 26 in the TFTIP
Isaiah 26 in the TFTU
Isaiah 26 in the TGNTATF3T
Isaiah 26 in the THAI
Isaiah 26 in the TNFD
Isaiah 26 in the TNT
Isaiah 26 in the TNTIK
Isaiah 26 in the TNTIL
Isaiah 26 in the TNTIN
Isaiah 26 in the TNTIP
Isaiah 26 in the TNTIZ
Isaiah 26 in the TOMA
Isaiah 26 in the TTENT
Isaiah 26 in the UBG
Isaiah 26 in the UGV
Isaiah 26 in the UGV2
Isaiah 26 in the UGV3
Isaiah 26 in the VBL
Isaiah 26 in the VDCC
Isaiah 26 in the YALU
Isaiah 26 in the YAPE
Isaiah 26 in the YBVTP
Isaiah 26 in the ZBP