Proverbs 15 (IRVA)
1 মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে;কিন্তু কঠোৰ কথাই খং তোলে। 2 জ্ঞানীলোকৰ জিভাই জ্ঞানৰ প্ৰশংসা কৰে;কিন্তু অজ্ঞানীৰ মুখে অজ্ঞানতাৰ কথা কয়। 3 যিহোৱাৰ দৃষ্টি সকলো ঠাইতে থাকে,ভাল আৰু বেয়াৰ ওপৰত তেওঁৰ দৃষ্টি থাকে। 4 সুস্থ জিভা জীৱন বৃক্ষস্বৰূপ;কিন্তু প্রতাৰণাপূৰ্ণ জিভাই আত্মাক গুৰি কৰে। 5 অজ্ঞানী লোকে নিজৰ পিতৃৰ নিয়মানুৱৰ্তিতা অৱজ্ঞা কৰে;কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা লয়, তেওঁ দূৰদৰ্শী। 6 যি সকলে সত্যতাত চলে, তেওঁলোকৰ ভঁৰাল বৃহৎ হয়;কিন্তু দুষ্ট সকলৰ উপাৰ্জনে তেওঁলোকক সমস্যাত পেলায়। 7 জ্ঞানী লোকৰ ওঁঠে জ্ঞানৰ বিষয়ে কয়,কিন্তু অজ্ঞানী লোকৰ হৃদয়ে সেইদৰে নকৰে। 8 দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে;কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়। 9 দুষ্ট লোকৰ পথ যিহোৱাই ঘিণ কৰে;কিন্তু সত্যতাক অনুসৰণ কৰা জনক তেওঁ প্ৰেম কৰে। 10 যিজনে সৎ পথ ত্যাগ কৰে, তেওঁলৈ কঠিন শাস্তি থাকে;আৰু যিজনে অনুযোগ ঘিণ কৰে তেওঁৰ মৃত্যু হ’ব। 11 চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই;তেনেহ’লে কিমান অধিক পৰিমাণে মনুষ্য সন্তান সকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে। 12 নিন্দক লোকে অনুযোগত বিৰক্তি পায়;তেওঁ জ্ঞানী লোকৰ ওচৰলৈ নাযায়। 13 আনন্দিত হৃদয়ে মুখমণ্ডলক প্ৰফুল্লিত কৰে;কিন্তু মানসিক যন্ত্রণাই আত্মা ভাঙি দিয়ে। 14 সুবিবেচকৰ হৃদয়ে জ্ঞান বিচাৰ কৰে;কিন্তু অজ্ঞানী লোকৰ মুখে অজ্ঞানতা গ্রহণ কৰে। 15 নিৰ্যাতিত লোকৰ সকলো দিন কষ্টদায়ক;কিন্তু প্ৰফুল্লিত হৃদয়ৰ ভোজ চিৰস্থায়ী। 16 বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈযিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল। 17 হিংসাৰ সৈতে স্বাস্থ্যৱান গৰুতকৈপ্রেমেৰে সৈতে শাক-পাচলি ভোজন কৰাই ভাল। 18 ক্রোধি লোকে বিতৰ্কৰ সৃষ্টি কৰে;কিন্তু ক্ৰোধত ধীৰ লোকে বিবাদ ক্ষান্ত কৰে। 19 এলেহুৱাৰ পথ কাঁইটৰ বেৰা স্বৰূপ;কিন্তু ন্যায়পৰায়ণৰ পথ ৰাজপথ স্বৰূপ। 20 জ্ঞানৱান পুত্ৰই পিতৃক আনন্দিত কৰে;কিন্তু অজ্ঞানলোকে নিজ মাতৃক অবজ্ঞা কৰে। 21 জ্ঞানশূন্যজনক অজ্ঞান জনে আনন্দ দিয়ে;কিন্তু যি জন বিবেচক, তেওঁ সৰল পথত চলে। 22 পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়;কিন্তু বহু লোকৰ পৰামৰ্শত সেয়ে সিদ্ধ হয়। 23 মানুহে নিজৰ উপযুক্ত উত্তৰত আনন্দ পায়,আৰু উচিত সময়ত কোৱা বাক্য কেনে ভাল। 24 দূৰদৰ্শী লোকৰ বাবে জীৱনৰ পথ উৰ্দ্ধগামী হয়;যাতে তলত থকা চিয়োলৰ পৰা তেওঁ আতৰিব পাৰে। 25 যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে,কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে। 26 যিহোৱাই দুষ্ট লোকৰ কল্পনা ঘিণ কৰে;কিন্তু দয়াশীলৰ বাক্যবোৰ নিৰ্মল। 27 ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে;কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে। 28 সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে;কিন্তু দুষ্টলোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়। 29 যিহোৱা দুষ্টলোকৰ পৰা দূৰত থাকে;কিন্তু সত্যতাত চলাজনৰ প্ৰাৰ্থনা শুনে। 30 চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে;আৰু শুভবাৰ্ত্তাই শৰীৰক স্বাস্থ্যৱান কৰে। 31 যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে আৰু যদি তুমি মনোযোগ দিয়া,তেতিয়া তুমি জ্ঞানীসকলৰ মাজত গণ্য হবা। 32 যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ নিজকে হেয়জ্ঞান কৰে;কিন্তু যি জনে অনুযোগ শুনে, তেওঁ সুবিবেচনা লাভ কৰে। 33 যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে,আৰু নম্ৰতা সন্মানৰ আগত আহে।
In Other Versions
Proverbs 15 in the ANGEFD
Proverbs 15 in the ANTPNG2D
Proverbs 15 in the AS21
Proverbs 15 in the BAGH
Proverbs 15 in the BBPNG
Proverbs 15 in the BBT1E
Proverbs 15 in the BDS
Proverbs 15 in the BEV
Proverbs 15 in the BHAD
Proverbs 15 in the BIB
Proverbs 15 in the BLPT
Proverbs 15 in the BNT
Proverbs 15 in the BNTABOOT
Proverbs 15 in the BNTLV
Proverbs 15 in the BOATCB
Proverbs 15 in the BOATCB2
Proverbs 15 in the BOBCV
Proverbs 15 in the BOCNT
Proverbs 15 in the BOECS
Proverbs 15 in the BOGWICC
Proverbs 15 in the BOHCB
Proverbs 15 in the BOHCV
Proverbs 15 in the BOHLNT
Proverbs 15 in the BOHNTLTAL
Proverbs 15 in the BOICB
Proverbs 15 in the BOILNTAP
Proverbs 15 in the BOITCV
Proverbs 15 in the BOKCV
Proverbs 15 in the BOKCV2
Proverbs 15 in the BOKHWOG
Proverbs 15 in the BOKSSV
Proverbs 15 in the BOLCB
Proverbs 15 in the BOLCB2
Proverbs 15 in the BOMCV
Proverbs 15 in the BONAV
Proverbs 15 in the BONCB
Proverbs 15 in the BONLT
Proverbs 15 in the BONUT2
Proverbs 15 in the BOPLNT
Proverbs 15 in the BOSCB
Proverbs 15 in the BOSNC
Proverbs 15 in the BOTLNT
Proverbs 15 in the BOVCB
Proverbs 15 in the BOYCB
Proverbs 15 in the BPBB
Proverbs 15 in the BPH
Proverbs 15 in the BSB
Proverbs 15 in the CCB
Proverbs 15 in the CUV
Proverbs 15 in the CUVS
Proverbs 15 in the DBT
Proverbs 15 in the DGDNT
Proverbs 15 in the DHNT
Proverbs 15 in the DNT
Proverbs 15 in the ELBE
Proverbs 15 in the EMTV
Proverbs 15 in the ESV
Proverbs 15 in the FBV
Proverbs 15 in the FEB
Proverbs 15 in the GGMNT
Proverbs 15 in the GNT
Proverbs 15 in the HARY
Proverbs 15 in the HNT
Proverbs 15 in the IRVB
Proverbs 15 in the IRVG
Proverbs 15 in the IRVH
Proverbs 15 in the IRVK
Proverbs 15 in the IRVM
Proverbs 15 in the IRVM2
Proverbs 15 in the IRVO
Proverbs 15 in the IRVP
Proverbs 15 in the IRVT
Proverbs 15 in the IRVT2
Proverbs 15 in the IRVU
Proverbs 15 in the ISVN
Proverbs 15 in the JSNT
Proverbs 15 in the KAPI
Proverbs 15 in the KBT1ETNIK
Proverbs 15 in the KBV
Proverbs 15 in the KJV
Proverbs 15 in the KNFD
Proverbs 15 in the LBA
Proverbs 15 in the LBLA
Proverbs 15 in the LNT
Proverbs 15 in the LSV
Proverbs 15 in the MAAL
Proverbs 15 in the MBV
Proverbs 15 in the MBV2
Proverbs 15 in the MHNT
Proverbs 15 in the MKNFD
Proverbs 15 in the MNG
Proverbs 15 in the MNT
Proverbs 15 in the MNT2
Proverbs 15 in the MRS1T
Proverbs 15 in the NAA
Proverbs 15 in the NASB
Proverbs 15 in the NBLA
Proverbs 15 in the NBS
Proverbs 15 in the NBVTP
Proverbs 15 in the NET2
Proverbs 15 in the NIV11
Proverbs 15 in the NNT
Proverbs 15 in the NNT2
Proverbs 15 in the NNT3
Proverbs 15 in the PDDPT
Proverbs 15 in the PFNT
Proverbs 15 in the RMNT
Proverbs 15 in the SBIAS
Proverbs 15 in the SBIBS
Proverbs 15 in the SBIBS2
Proverbs 15 in the SBICS
Proverbs 15 in the SBIDS
Proverbs 15 in the SBIGS
Proverbs 15 in the SBIHS
Proverbs 15 in the SBIIS
Proverbs 15 in the SBIIS2
Proverbs 15 in the SBIIS3
Proverbs 15 in the SBIKS
Proverbs 15 in the SBIKS2
Proverbs 15 in the SBIMS
Proverbs 15 in the SBIOS
Proverbs 15 in the SBIPS
Proverbs 15 in the SBISS
Proverbs 15 in the SBITS
Proverbs 15 in the SBITS2
Proverbs 15 in the SBITS3
Proverbs 15 in the SBITS4
Proverbs 15 in the SBIUS
Proverbs 15 in the SBIVS
Proverbs 15 in the SBT
Proverbs 15 in the SBT1E
Proverbs 15 in the SCHL
Proverbs 15 in the SNT
Proverbs 15 in the SUSU
Proverbs 15 in the SUSU2
Proverbs 15 in the SYNO
Proverbs 15 in the TBIAOTANT
Proverbs 15 in the TBT1E
Proverbs 15 in the TBT1E2
Proverbs 15 in the TFTIP
Proverbs 15 in the TFTU
Proverbs 15 in the TGNTATF3T
Proverbs 15 in the THAI
Proverbs 15 in the TNFD
Proverbs 15 in the TNT
Proverbs 15 in the TNTIK
Proverbs 15 in the TNTIL
Proverbs 15 in the TNTIN
Proverbs 15 in the TNTIP
Proverbs 15 in the TNTIZ
Proverbs 15 in the TOMA
Proverbs 15 in the TTENT
Proverbs 15 in the UBG
Proverbs 15 in the UGV
Proverbs 15 in the UGV2
Proverbs 15 in the UGV3
Proverbs 15 in the VBL
Proverbs 15 in the VDCC
Proverbs 15 in the YALU
Proverbs 15 in the YAPE
Proverbs 15 in the YBVTP
Proverbs 15 in the ZBP