Psalms 44 (IRVA)

1 হে ঈশ্বৰ, আমি আমাৰ নিজৰ কাণেৰে শুনিলোঁ;পূৰ্বকালত আমাৰ পূর্বপুৰুষ সকলৰ দিনত তুমি যি যি কাৰ্য কৰিছিলা,সেই সম্বন্ধে আমাক তেওঁলোকে ক’লে। 2 তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা;সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা।তুমি সেই সকলো লোকক নাশ কৰিলা,কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰিত কৰিলা। 3 তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল,নিজৰ বাহুৰ শক্তিত জয় লাভ কৰা নাছিল;কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল;কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল। 4 তুমিয়েই মোৰ ৰজা, তুমিয়েই মোৰ ঈশ্বৰ; যাকোবৰ জয়ৰ বাবে তুমিয়েই আজ্ঞা কৰা। 5 আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম;আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম। 6 মই নিজৰ ধনুৰ ওপৰত ভাৰসা নকৰোঁ,মোৰ তৰোৱালে মোক ৰক্ষা কৰিব নোৱাৰে। 7 কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা। 8 ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছোঁ;চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম। (চেলা) 9 কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা;আমাৰ সৈন্য সমূহৰ লগত তুমি যাত্রা নকৰা। 10 শত্রুৰ সন্মুখৰ পৰা তুমি আমাক পাছ হুঁহুকি আহিবলৈ বাধ্য কৰিলা;আমাক শত্রুবোৰে আমাক লুট কৰিছে। 11 তুমি আমাক কাটিবলৈ নিয়া মেৰ-ছাগৰ দৰে কৰিলা;জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা। 12 তুমি তোমাৰ লোক সমূহক, বিনামূল্যেই বেচিলা,তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা। 13 ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা;চাৰিওফালৰ লোক সকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা। 14 অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা;লোক সকলৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা। 15 ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে, আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে; 16 মোক নিন্দা আৰু তুচ্ছ জ্ঞান কৰাসকলৰ কথাৰ কাৰণে,শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে, 17 আমালৈ এই সকলো ঘটিল;তথাপি আমি তোমাক পাহৰা নাই,অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই। 18 তোমাৰ পৰা আমাৰ মন ঘূৰা নাই;তোমাৰ পথৰ পৰাও আমাৰ ভৰি আঁতৰি যোৱা নাই। 19 তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা,মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা। 20 আমাৰ ঈশ্বৰক যদি আমি পাহৰিলোঁ,নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো, 21 তেন্তে ঈশ্বৰে জানো তাক নাজানিব?কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে। 22 কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ;আমি বধ কৰিব লগীয়া মেৰ-ছাগৰ নিচিনা গণিত হৈছোঁ। 23 হে যিহোৱা, সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা?জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা! 24 তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা?আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা? 25 আমাৰ প্ৰাণ ধূলিলৈকে নামি হৈছে,আমাৰ শৰীৰ মাটিত লাগি গৈছে। 26 উঠি আহা, আমাক সহায় কৰা;তোমাৰ গভীৰ প্রেম অনুসাৰে তুমি আমাক মুক্ত কৰা।

In Other Versions

Psalms 44 in the ANGEFD

Psalms 44 in the ANTPNG2D

Psalms 44 in the AS21

Psalms 44 in the BAGH

Psalms 44 in the BBPNG

Psalms 44 in the BBT1E

Psalms 44 in the BDS

Psalms 44 in the BEV

Psalms 44 in the BHAD

Psalms 44 in the BIB

Psalms 44 in the BLPT

Psalms 44 in the BNT

Psalms 44 in the BNTABOOT

Psalms 44 in the BNTLV

Psalms 44 in the BOATCB

Psalms 44 in the BOATCB2

Psalms 44 in the BOBCV

Psalms 44 in the BOCNT

Psalms 44 in the BOECS

Psalms 44 in the BOGWICC

Psalms 44 in the BOHCB

Psalms 44 in the BOHCV

Psalms 44 in the BOHLNT

Psalms 44 in the BOHNTLTAL

Psalms 44 in the BOICB

Psalms 44 in the BOILNTAP

Psalms 44 in the BOITCV

Psalms 44 in the BOKCV

Psalms 44 in the BOKCV2

Psalms 44 in the BOKHWOG

Psalms 44 in the BOKSSV

Psalms 44 in the BOLCB

Psalms 44 in the BOLCB2

Psalms 44 in the BOMCV

Psalms 44 in the BONAV

Psalms 44 in the BONCB

Psalms 44 in the BONLT

Psalms 44 in the BONUT2

Psalms 44 in the BOPLNT

Psalms 44 in the BOSCB

Psalms 44 in the BOSNC

Psalms 44 in the BOTLNT

Psalms 44 in the BOVCB

Psalms 44 in the BOYCB

Psalms 44 in the BPBB

Psalms 44 in the BPH

Psalms 44 in the BSB

Psalms 44 in the CCB

Psalms 44 in the CUV

Psalms 44 in the CUVS

Psalms 44 in the DBT

Psalms 44 in the DGDNT

Psalms 44 in the DHNT

Psalms 44 in the DNT

Psalms 44 in the ELBE

Psalms 44 in the EMTV

Psalms 44 in the ESV

Psalms 44 in the FBV

Psalms 44 in the FEB

Psalms 44 in the GGMNT

Psalms 44 in the GNT

Psalms 44 in the HARY

Psalms 44 in the HNT

Psalms 44 in the IRVB

Psalms 44 in the IRVG

Psalms 44 in the IRVH

Psalms 44 in the IRVK

Psalms 44 in the IRVM

Psalms 44 in the IRVM2

Psalms 44 in the IRVO

Psalms 44 in the IRVP

Psalms 44 in the IRVT

Psalms 44 in the IRVT2

Psalms 44 in the IRVU

Psalms 44 in the ISVN

Psalms 44 in the JSNT

Psalms 44 in the KAPI

Psalms 44 in the KBT1ETNIK

Psalms 44 in the KBV

Psalms 44 in the KJV

Psalms 44 in the KNFD

Psalms 44 in the LBA

Psalms 44 in the LBLA

Psalms 44 in the LNT

Psalms 44 in the LSV

Psalms 44 in the MAAL

Psalms 44 in the MBV

Psalms 44 in the MBV2

Psalms 44 in the MHNT

Psalms 44 in the MKNFD

Psalms 44 in the MNG

Psalms 44 in the MNT

Psalms 44 in the MNT2

Psalms 44 in the MRS1T

Psalms 44 in the NAA

Psalms 44 in the NASB

Psalms 44 in the NBLA

Psalms 44 in the NBS

Psalms 44 in the NBVTP

Psalms 44 in the NET2

Psalms 44 in the NIV11

Psalms 44 in the NNT

Psalms 44 in the NNT2

Psalms 44 in the NNT3

Psalms 44 in the PDDPT

Psalms 44 in the PFNT

Psalms 44 in the RMNT

Psalms 44 in the SBIAS

Psalms 44 in the SBIBS

Psalms 44 in the SBIBS2

Psalms 44 in the SBICS

Psalms 44 in the SBIDS

Psalms 44 in the SBIGS

Psalms 44 in the SBIHS

Psalms 44 in the SBIIS

Psalms 44 in the SBIIS2

Psalms 44 in the SBIIS3

Psalms 44 in the SBIKS

Psalms 44 in the SBIKS2

Psalms 44 in the SBIMS

Psalms 44 in the SBIOS

Psalms 44 in the SBIPS

Psalms 44 in the SBISS

Psalms 44 in the SBITS

Psalms 44 in the SBITS2

Psalms 44 in the SBITS3

Psalms 44 in the SBITS4

Psalms 44 in the SBIUS

Psalms 44 in the SBIVS

Psalms 44 in the SBT

Psalms 44 in the SBT1E

Psalms 44 in the SCHL

Psalms 44 in the SNT

Psalms 44 in the SUSU

Psalms 44 in the SUSU2

Psalms 44 in the SYNO

Psalms 44 in the TBIAOTANT

Psalms 44 in the TBT1E

Psalms 44 in the TBT1E2

Psalms 44 in the TFTIP

Psalms 44 in the TFTU

Psalms 44 in the TGNTATF3T

Psalms 44 in the THAI

Psalms 44 in the TNFD

Psalms 44 in the TNT

Psalms 44 in the TNTIK

Psalms 44 in the TNTIL

Psalms 44 in the TNTIN

Psalms 44 in the TNTIP

Psalms 44 in the TNTIZ

Psalms 44 in the TOMA

Psalms 44 in the TTENT

Psalms 44 in the UBG

Psalms 44 in the UGV

Psalms 44 in the UGV2

Psalms 44 in the UGV3

Psalms 44 in the VBL

Psalms 44 in the VDCC

Psalms 44 in the YALU

Psalms 44 in the YAPE

Psalms 44 in the YBVTP

Psalms 44 in the ZBP