Isaiah 57 (IRVA)
1 ধাৰ্মিক লোক ধ্বংস হৈছে, কিন্তু ইয়াক কোনেও বিবেচনা নকৰে;আৰু বিশ্ৱাসযোগ্য চুক্তিৰ লোকসকল আঁতৰি যায়, কিন্তু কোনেও নুবুজে।সেয়ে ধার্ম্মিকসকল পাপৰ পৰা আতৰি যায়। 2 তেওঁ শান্তিত প্ৰবেশ কৰে;যি সকলে তেওঁলোকৰ সত্যতাত চলে তেওঁলোকে নিজৰ শয্যাত বিশ্ৰাম কৰে। 3 কিন্তু তন্ত্র-মন্ত্র কৰা লোকৰ পুত্রসকল,ব্যভিচাৰী আৰু যি মহিলাই নিজকে বেশ্যা কৰিলে, তেওঁলোকৰ সন্তান সকল ওচৰলৈ আহা। 4 তোমালোকে কাক আনন্দেৰে উপহাস কৰিছা?কাৰ বিৰুদ্ধে মুখ মেলিছা আৰু জিভা উলিয়াইছা? তোমালোক বিদ্রোহী আৰু প্রৱঞ্চকৰ সন্তান নোহোৱানে? 5 তোমালোকে ওক গছ আৰু প্ৰত্যেক জোপা সেউজীয়া গছৰ তলত কামাগ্নিত উত্তেজিত হোৱা,যি তোমালোক, তোমালোকে ওপৰৰ পৰা ওলমি থকা শিলাময়ৰ তলৰ নদীৰ কিনাৰত নিজৰ সন্তান সকলক বধ কৰোঁতা। 6 নদীৰ উপত্যকাৰ মাজৰ মৃসণ বস্তুবোৰ তোমালোকৰ বাবে আৰোপিত। সেইবোৰেই তোমালোকৰ উপাসনাৰ সামগ্রী।সেইবোৰৰ উদ্দেশ্যে তোমালোকে পেয় নৈবেদ্য আৰু শস্যৰ নৈবেদ্য ঢালিছা। 7 ওখ পৰ্ব্বতৰ ওপৰত তুমি তোমাৰ শোৱাপাটি পাৰিলা;আৰু তুমি বলিদান কৰিবলৈ সেই ঠাইত উঠিলা; 8 তুমি দুৱাৰ আৰু দুৱাৰৰ খুটাৰ পাছফালে নিজৰ প্রতীক স্থাপন কৰিলা;তুমি মোক পৰিত্যাগ কৰিলা, নিজে বিৱস্ত্র থ’লো আৰু ওপৰলৈ উঠিলা; তুমি তোমাৰ শোৱাপাটি বহল কৰিলা।তেওঁলোকৰ লগত তুমি এটি নিয়ম কৰিলা, তুমি তেওঁলোকৰ শোৱাপাটিবোৰ ভাল পোৱা; তুমি তেওঁলোকৰ গোপনীয় অংশবোৰ দেখিছা।তুমি তোমাৰ ৰাজদূতক বহু দূৰত পঠোৱা; তুমি চিয়োলৰ তললৈ গৈছা। 9 তুমি তেলেৰে সৈতে মলেক নামৰ দেৱতাৰ ওচৰলৈ গ’লা; আৰু তুমি সুগন্ধি দ্ৰব্য অধিক কৰিলা,তুমি তোমাৰ ৰাজদূতক বহু দূৰলৈ পঠালা, আৰু চিয়োললৈকে নিজকে অৱনত কৰিলা; 10 তোমাৰ দীঘল যাত্রাৰ বাবে তুমি ভাগৰিলা; কিন্তু তুমি কেতিয়াও এই বুলি নকলা, “এইটো আশাহীন।”তুমি তোমাৰ হাতত জীৱন পালা; সেই কাৰণে তুমি দুৰ্ব্বল হোৱা নাই। 11 তুমি কাৰ বিষয়ে চিন্তিত আৰু ভয় কৰিছা যে, তুমি অতি প্রতাৰণাপূৰ্বক কাৰ্য কৰিছা?তুমি মোক সোঁৱৰণ কৰা নাই বা মোৰ বিষয়ে গম্ভীৰভাৱে বিবেচনা কৰা নাই।মই বহুদিনৰ পৰা নিজম দি থকা নাই নে? কিন্তু তথাপিও তুমি মোক গম্ভীৰভাৱে লোৱা নাই। 12 মইয়ে তোমাৰ ধাৰ্মিকতা প্ৰকাশ কৰিম, কিন্তু তোমাৰ কাৰ্যৰ দৰে,তোমাক সেইবোৰে সহায় নকৰিব। 13 যেতিয়া তুমি কাতৰোক্তি কৰা, তেতিয়া তুমি গোটোৱা দেৱতাবোৰে তোমাক উদ্ধাৰ কৰক;কিন্তু সেই আটাইবোৰক বতাহে উৰোৱাই নিব, আৰু এক ফুঁতে সেইবোৰক নিয়া হব।তথাপি যি মানুহে মোত আশ্ৰয় লব, তেওঁ দেশৰ আধিপত্য পাব, আৰু মোৰ পবিত্র পৰ্ব্বতটোত অধিকাৰ কৰিব। 14 তেওঁ ক’ব,“নিৰ্মাণ কৰা, নিৰ্মাণ কৰা! পথ যুগুত কৰা! মোৰ লোকসকলৰ বাবে পথৰ পৰা উজুটি খোৱা মূঢ়া দূৰ কৰা। 15 এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে,“মই উৰ্দ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ,মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ। 16 কাৰণ মই সদায় অভিযোগ নকৰিম, নাইবা চিৰকাললৈকে মই ক্ৰোধ কৰি নাথাকিম;কিয়নো তেনে কৰিলে, মই নিৰ্মাণ কৰা জীৱন, মানুহৰ আত্মা মোৰ আগত মূৰ্চ্ছিত হ’ব। 17 তেওঁৰ হিংসাত্মক কাৰ্যৰ দ্বাৰাই কৰা পাপৰ কাৰণে, মই ক্ৰোধিত হৈছিলো, আৰু তেওঁক দণ্ড দিছিলোঁ; মই মোৰ মুখ লুকুৱাই ক্ৰোধ কৰিলোঁ;কিন্তু তেওঁ বিপথে গৈ নিজৰ মনৰ ইচ্ছামতে চলি থাকিল। 18 মই তেওঁৰ পথ দেখিলোঁ,কিন্তু মই তেওঁক সুস্হ কৰিম; মই তেওঁক চলাম, আৰু শোক কৰাসকলক শান্ত্বনা পুনৰায় দিম। 19 আৰু মই ওঁঠৰ ফল সৃষ্টি কৰোঁ; যিহোৱাই কৈছে, ওচৰত থকা আৰু দূৰত থকা উভয়ৰ মাজত শান্তি হওক, শান্তি হওক; আৰু মই তেওঁলোকক সুস্থ কৰিম। 20 কিন্তু দুষ্টবোৰ চঞ্চল সমুদ্ৰৰ দৰে; যি থিৰে থাকিব নোৱাৰে,আৰু তাৰ জল সমূহে বোকা আৰু মল তোলে; 21 ঈশ্বৰে কৈছে, “দুষ্টবোৰৰ তাত কোনো শান্তি নাই।”
In Other Versions
Isaiah 57 in the ANGEFD
Isaiah 57 in the ANTPNG2D
Isaiah 57 in the AS21
Isaiah 57 in the BAGH
Isaiah 57 in the BBPNG
Isaiah 57 in the BBT1E
Isaiah 57 in the BDS
Isaiah 57 in the BEV
Isaiah 57 in the BHAD
Isaiah 57 in the BIB
Isaiah 57 in the BLPT
Isaiah 57 in the BNT
Isaiah 57 in the BNTABOOT
Isaiah 57 in the BNTLV
Isaiah 57 in the BOATCB
Isaiah 57 in the BOATCB2
Isaiah 57 in the BOBCV
Isaiah 57 in the BOCNT
Isaiah 57 in the BOECS
Isaiah 57 in the BOGWICC
Isaiah 57 in the BOHCB
Isaiah 57 in the BOHCV
Isaiah 57 in the BOHLNT
Isaiah 57 in the BOHNTLTAL
Isaiah 57 in the BOICB
Isaiah 57 in the BOILNTAP
Isaiah 57 in the BOITCV
Isaiah 57 in the BOKCV
Isaiah 57 in the BOKCV2
Isaiah 57 in the BOKHWOG
Isaiah 57 in the BOKSSV
Isaiah 57 in the BOLCB
Isaiah 57 in the BOLCB2
Isaiah 57 in the BOMCV
Isaiah 57 in the BONAV
Isaiah 57 in the BONCB
Isaiah 57 in the BONLT
Isaiah 57 in the BONUT2
Isaiah 57 in the BOPLNT
Isaiah 57 in the BOSCB
Isaiah 57 in the BOSNC
Isaiah 57 in the BOTLNT
Isaiah 57 in the BOVCB
Isaiah 57 in the BOYCB
Isaiah 57 in the BPBB
Isaiah 57 in the BPH
Isaiah 57 in the BSB
Isaiah 57 in the CCB
Isaiah 57 in the CUV
Isaiah 57 in the CUVS
Isaiah 57 in the DBT
Isaiah 57 in the DGDNT
Isaiah 57 in the DHNT
Isaiah 57 in the DNT
Isaiah 57 in the ELBE
Isaiah 57 in the EMTV
Isaiah 57 in the ESV
Isaiah 57 in the FBV
Isaiah 57 in the FEB
Isaiah 57 in the GGMNT
Isaiah 57 in the GNT
Isaiah 57 in the HARY
Isaiah 57 in the HNT
Isaiah 57 in the IRVB
Isaiah 57 in the IRVG
Isaiah 57 in the IRVH
Isaiah 57 in the IRVK
Isaiah 57 in the IRVM
Isaiah 57 in the IRVM2
Isaiah 57 in the IRVO
Isaiah 57 in the IRVP
Isaiah 57 in the IRVT
Isaiah 57 in the IRVT2
Isaiah 57 in the IRVU
Isaiah 57 in the ISVN
Isaiah 57 in the JSNT
Isaiah 57 in the KAPI
Isaiah 57 in the KBT1ETNIK
Isaiah 57 in the KBV
Isaiah 57 in the KJV
Isaiah 57 in the KNFD
Isaiah 57 in the LBA
Isaiah 57 in the LBLA
Isaiah 57 in the LNT
Isaiah 57 in the LSV
Isaiah 57 in the MAAL
Isaiah 57 in the MBV
Isaiah 57 in the MBV2
Isaiah 57 in the MHNT
Isaiah 57 in the MKNFD
Isaiah 57 in the MNG
Isaiah 57 in the MNT
Isaiah 57 in the MNT2
Isaiah 57 in the MRS1T
Isaiah 57 in the NAA
Isaiah 57 in the NASB
Isaiah 57 in the NBLA
Isaiah 57 in the NBS
Isaiah 57 in the NBVTP
Isaiah 57 in the NET2
Isaiah 57 in the NIV11
Isaiah 57 in the NNT
Isaiah 57 in the NNT2
Isaiah 57 in the NNT3
Isaiah 57 in the PDDPT
Isaiah 57 in the PFNT
Isaiah 57 in the RMNT
Isaiah 57 in the SBIAS
Isaiah 57 in the SBIBS
Isaiah 57 in the SBIBS2
Isaiah 57 in the SBICS
Isaiah 57 in the SBIDS
Isaiah 57 in the SBIGS
Isaiah 57 in the SBIHS
Isaiah 57 in the SBIIS
Isaiah 57 in the SBIIS2
Isaiah 57 in the SBIIS3
Isaiah 57 in the SBIKS
Isaiah 57 in the SBIKS2
Isaiah 57 in the SBIMS
Isaiah 57 in the SBIOS
Isaiah 57 in the SBIPS
Isaiah 57 in the SBISS
Isaiah 57 in the SBITS
Isaiah 57 in the SBITS2
Isaiah 57 in the SBITS3
Isaiah 57 in the SBITS4
Isaiah 57 in the SBIUS
Isaiah 57 in the SBIVS
Isaiah 57 in the SBT
Isaiah 57 in the SBT1E
Isaiah 57 in the SCHL
Isaiah 57 in the SNT
Isaiah 57 in the SUSU
Isaiah 57 in the SUSU2
Isaiah 57 in the SYNO
Isaiah 57 in the TBIAOTANT
Isaiah 57 in the TBT1E
Isaiah 57 in the TBT1E2
Isaiah 57 in the TFTIP
Isaiah 57 in the TFTU
Isaiah 57 in the TGNTATF3T
Isaiah 57 in the THAI
Isaiah 57 in the TNFD
Isaiah 57 in the TNT
Isaiah 57 in the TNTIK
Isaiah 57 in the TNTIL
Isaiah 57 in the TNTIN
Isaiah 57 in the TNTIP
Isaiah 57 in the TNTIZ
Isaiah 57 in the TOMA
Isaiah 57 in the TTENT
Isaiah 57 in the UBG
Isaiah 57 in the UGV
Isaiah 57 in the UGV2
Isaiah 57 in the UGV3
Isaiah 57 in the VBL
Isaiah 57 in the VDCC
Isaiah 57 in the YALU
Isaiah 57 in the YAPE
Isaiah 57 in the YBVTP
Isaiah 57 in the ZBP