Isaiah 29 (IRVA)

1 হে অৰিয়েল, হে অৰিয়েল, দায়ুদে ছাউনি পতা নগৰ!বছৰত বছৰ যোগ দিয়া; উৎসৱৰ পাছত উৎসৱ আহক। 2 কিন্তু মই অৰিয়েলক অৱৰোধ কৰিম; আৰু তেওঁ শোক আৰু বিলাপ কৰিব,আৰু তেওঁ মোৰ পক্ষে অৰীয়েলৰ দৰে হ’ব। 3 মই তোমাৰ বিৰুদ্ধে চাৰিওফালে চাউনি পাতিম,আৰু লোহাৰ বেৰেৰে তোমাক বেৰি ধৰিম, আৰু তোমাৰ বিৰুদ্ধে কাম কৰা গড় তুলিম। 4 তুমি নত হ’বা, ভুমিৰ পৰা কথা কবা; তোমাৰ বাক্য সৰু হৈ ধুলিৰ পৰা ওলাব।তোমাৰ মাত ভূতৰ দৰে ভুমিৰ পৰা ওলাব, আৰু তোমাৰ বাক্যৰ অতি দুৰ্বল হৈ ধুলিৰ পৰা ওলাব। 5 কিন্তু তোমাৰ আক্রমণকাৰীৰ দলসমূহ মিহি ধুলিৰ দৰে হ’ব, আৰু ভয়ানক লোক সমূহ উৰি যোৱা তুঁহৰ দৰে হ’ব;এই সকলো অকস্মাতে, চকুৰ প্ৰচাৰতে ঘটিব। 6 মেঘ-গৰ্জ্জন, ভূমিকম্প, মহাশব্দ, বা’মৰলী বতাহ, ধুমুহা আৰু সংহাৰক অগ্নিশিখাৰে সৈতেবাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই দণ্ড দিয়া যাব। 7 অৰিয়েলৰ বিৰুদ্ধে যি সকলো জাতি সমূহে যুদ্ধ কৰিব,আৰু তেওঁৰ দৃঢ় কোঁঠৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু তেওঁক ক্লেশ দিব,এই সকলো এটা সপোন, আৰু ৰাতিৰ এটা দৰ্শনৰ দৰে হ’ব। 8 যেনেকৈ ক্ষুধাতুৰ মানুহে সপোনত ভোজন কৰে, কিন্তু সাৰ পালে পেট খালী হৈ থাকে,বা যেনেকৈ তৃষ্ণাতুৰ মানুহে সপোনত পান কৰে, কিন্তু সাৰ পালে পিয়াহত দুৰ্ব্বল হয়, আৰু অন্তৰত পিয়াহ লাগে,হয়, তেনেকৈয়ে চিয়োন পৰ্ব্বতৰ বিৰুদ্ধে যুদ্ধ কৰা সকলো দেশ সমূহ হ’ব। 9 নিজকে বিস্মিত কৰা, আৰু বিস্মিত হোৱা! নিজকে অন্ধ কৰা, আৰু অন্ধ হোৱা;মতলীয়া হোৱা, কিন্তু দ্ৰাক্ষাৰসেৰে নহয়; ঢলং পলং হোৱা, কিন্তু যবসুৰাৰে নহয়; 10 কিয়নো যিহোৱাই তোমালোকৰ ওপৰত ঘোৰ নিদ্ৰাজনক আত্মা ঢালি দিলে,তেওঁ তোমালোকৰ ভাববাদীৰূপ চকুবোৰ মুদালে, আৰু তোমালোকৰ দৰ্শকৰ মূৰ ঢাকিলে। 11 সকলো দৰ্শন তোমালোকলৈ চাব মাৰি বন্ধ কৰা এখনি পুথিৰ বাক্যস্বৰূপ; “ইয়াক পাঠ কৰা।” এই বুলি কৈ জ্ঞানী এজনক সেই পুথি খন দিলে তেওঁ কয়, “মই নোৱাৰোঁ, কাৰণ এয়ে চাব মাৰি বন্ধ কৰা।” 12 যদি “ইয়াক পাঠ কৰা,” এই বুলি কৈ অজ্ঞান এজনক পুথিখন দিয়ে, তেওঁ কয়, “মই পঢ়িব নাজানো।” 13 যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰেআৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে।তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা। 14 এই হেতুকে, চোৱা, মই এই লোকসকলৰ মাজত অদ্ভুত ৰূপে, আৰু এটাৰ পাছত এটা আচৰিত কাৰ্য কৰি থাকিম,তেওঁলোকৰ জ্ঞানী লোকসকলৰ জ্ঞান নষ্ট হ’ব, আৰু তেওঁলোকৰ বুদ্ধিমন্ত লোকসকলৰ সুবুদ্ধি লুপ্ত থাকিব। 15 যিহোৱাৰ পৰা নিজৰ কল্পনা গভীৰ ভাৱে লুকুৱাব খোজা জনৰ সন্তাপ হ’ব,আৰু আন্ধাৰত কাৰ্য কৰা জন, তেওঁলোকে কয়, “আমাক কোনে দেখে? আমাক কোনে জানে?” তেওঁলোকৰ সন্তাপ হ’ব। 16 তোমালোকৰ বিষয়সমূহ বিপৰীত দিশে ঘূৰোৱা! কুমাৰ কুমাৰৰ মাটিৰ সমান বিবেচিত হয় নে?“তেওঁ মোক নিৰ্ম্মাণ কৰা নাই,” এই বুলি নিৰ্ম্মিত বস্তুৱে নিৰ্ম্মণকৰ্ত্তাৰ বিষয়ে ক’ব পাৰে নে?“তেওঁ বুজা নাই,” গঠিত বস্তুৱে তাৰ গঠনকাৰীৰ বিষয়ে ক’ব পাৰে নে? 17 অতি অলপ সময়,লিবানোন এটা পথাৰত পৰিণত হ’ব, আৰু সেই পথাৰ জংঘললৈ পৰিণত হ’ব। 18 সেই দিনা কলাসকলে পুস্তকখনৰ বাক্য শুনিব,আৰু অন্ধসকলৰ চকুৱে অন্ধকাৰৰ মাজৰ পৰা দেখিবলৈ পাব। 19 নিপীড়িত লোকসকলে পুনৰ যিহোৱাত আনন্দ কৰিব,আৰু দৰিদ্ৰ লোকসকলৰ মাজত ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাত উল্লাস কৰিব। 20 কিয়নো নিষ্ঠুৰ লোক লোপ হ’ব, আৰু নিন্দক শেষ হৈছে, আৰু পাপ কাৰ্য কৰিবলৈ ভাল পোৱা সকলো লোক নিষ্কাশন হ’ব, 21 যিবোৰে গোচৰত মানুহক অপৰাধী পাতে, নগৰৰ দুৱাৰত প্ৰতিবাদী জনলৈ ফান্দ পাতে,আৰু মিছা কথাৰে ধাৰ্মিকৰ ন্যায় দূৰ কৰে, সেই সকলোকে উচ্ছন্ন কৰা হৈছে। 22 এই হেতুকে অব্ৰাহামৰ মুক্তি দাতা যিহোৱাই যাকোবৰ বংশৰ বিষয়ে এই কথা কৈছে,এতিয়াৰ পৰা যাকোব লজ্জিত নহ’ব, আৰু নাইবা তেওঁৰ মুখ বিবৰ্ণ নহ’ব। 23 কিন্তু যেতিয়া তেওঁ মোৰ হাতৰ কাৰ্য নিজৰ সন্তান সকলক দেখিব, তেতিয়া তেওঁলোকে মোৰ নাম পবিত্ৰ কৰিব;এনে কি, তেওঁলোকে যাকোবৰ পবিত্ৰ জনাক পবিত্ৰ বুলি মানিব, আৰু ইস্ৰায়েলৰ ঈশ্বৰক ভয় কৰিব। 24 ভ্ৰান্ত মনৰ লোকসকলেও বিবেচনা শক্তি পাব, অভিযোগ কৰা সকলে জ্ঞান শিকিব।”

In Other Versions

Isaiah 29 in the ANGEFD

Isaiah 29 in the ANTPNG2D

Isaiah 29 in the AS21

Isaiah 29 in the BAGH

Isaiah 29 in the BBPNG

Isaiah 29 in the BBT1E

Isaiah 29 in the BDS

Isaiah 29 in the BEV

Isaiah 29 in the BHAD

Isaiah 29 in the BIB

Isaiah 29 in the BLPT

Isaiah 29 in the BNT

Isaiah 29 in the BNTABOOT

Isaiah 29 in the BNTLV

Isaiah 29 in the BOATCB

Isaiah 29 in the BOATCB2

Isaiah 29 in the BOBCV

Isaiah 29 in the BOCNT

Isaiah 29 in the BOECS

Isaiah 29 in the BOGWICC

Isaiah 29 in the BOHCB

Isaiah 29 in the BOHCV

Isaiah 29 in the BOHLNT

Isaiah 29 in the BOHNTLTAL

Isaiah 29 in the BOICB

Isaiah 29 in the BOILNTAP

Isaiah 29 in the BOITCV

Isaiah 29 in the BOKCV

Isaiah 29 in the BOKCV2

Isaiah 29 in the BOKHWOG

Isaiah 29 in the BOKSSV

Isaiah 29 in the BOLCB

Isaiah 29 in the BOLCB2

Isaiah 29 in the BOMCV

Isaiah 29 in the BONAV

Isaiah 29 in the BONCB

Isaiah 29 in the BONLT

Isaiah 29 in the BONUT2

Isaiah 29 in the BOPLNT

Isaiah 29 in the BOSCB

Isaiah 29 in the BOSNC

Isaiah 29 in the BOTLNT

Isaiah 29 in the BOVCB

Isaiah 29 in the BOYCB

Isaiah 29 in the BPBB

Isaiah 29 in the BPH

Isaiah 29 in the BSB

Isaiah 29 in the CCB

Isaiah 29 in the CUV

Isaiah 29 in the CUVS

Isaiah 29 in the DBT

Isaiah 29 in the DGDNT

Isaiah 29 in the DHNT

Isaiah 29 in the DNT

Isaiah 29 in the ELBE

Isaiah 29 in the EMTV

Isaiah 29 in the ESV

Isaiah 29 in the FBV

Isaiah 29 in the FEB

Isaiah 29 in the GGMNT

Isaiah 29 in the GNT

Isaiah 29 in the HARY

Isaiah 29 in the HNT

Isaiah 29 in the IRVB

Isaiah 29 in the IRVG

Isaiah 29 in the IRVH

Isaiah 29 in the IRVK

Isaiah 29 in the IRVM

Isaiah 29 in the IRVM2

Isaiah 29 in the IRVO

Isaiah 29 in the IRVP

Isaiah 29 in the IRVT

Isaiah 29 in the IRVT2

Isaiah 29 in the IRVU

Isaiah 29 in the ISVN

Isaiah 29 in the JSNT

Isaiah 29 in the KAPI

Isaiah 29 in the KBT1ETNIK

Isaiah 29 in the KBV

Isaiah 29 in the KJV

Isaiah 29 in the KNFD

Isaiah 29 in the LBA

Isaiah 29 in the LBLA

Isaiah 29 in the LNT

Isaiah 29 in the LSV

Isaiah 29 in the MAAL

Isaiah 29 in the MBV

Isaiah 29 in the MBV2

Isaiah 29 in the MHNT

Isaiah 29 in the MKNFD

Isaiah 29 in the MNG

Isaiah 29 in the MNT

Isaiah 29 in the MNT2

Isaiah 29 in the MRS1T

Isaiah 29 in the NAA

Isaiah 29 in the NASB

Isaiah 29 in the NBLA

Isaiah 29 in the NBS

Isaiah 29 in the NBVTP

Isaiah 29 in the NET2

Isaiah 29 in the NIV11

Isaiah 29 in the NNT

Isaiah 29 in the NNT2

Isaiah 29 in the NNT3

Isaiah 29 in the PDDPT

Isaiah 29 in the PFNT

Isaiah 29 in the RMNT

Isaiah 29 in the SBIAS

Isaiah 29 in the SBIBS

Isaiah 29 in the SBIBS2

Isaiah 29 in the SBICS

Isaiah 29 in the SBIDS

Isaiah 29 in the SBIGS

Isaiah 29 in the SBIHS

Isaiah 29 in the SBIIS

Isaiah 29 in the SBIIS2

Isaiah 29 in the SBIIS3

Isaiah 29 in the SBIKS

Isaiah 29 in the SBIKS2

Isaiah 29 in the SBIMS

Isaiah 29 in the SBIOS

Isaiah 29 in the SBIPS

Isaiah 29 in the SBISS

Isaiah 29 in the SBITS

Isaiah 29 in the SBITS2

Isaiah 29 in the SBITS3

Isaiah 29 in the SBITS4

Isaiah 29 in the SBIUS

Isaiah 29 in the SBIVS

Isaiah 29 in the SBT

Isaiah 29 in the SBT1E

Isaiah 29 in the SCHL

Isaiah 29 in the SNT

Isaiah 29 in the SUSU

Isaiah 29 in the SUSU2

Isaiah 29 in the SYNO

Isaiah 29 in the TBIAOTANT

Isaiah 29 in the TBT1E

Isaiah 29 in the TBT1E2

Isaiah 29 in the TFTIP

Isaiah 29 in the TFTU

Isaiah 29 in the TGNTATF3T

Isaiah 29 in the THAI

Isaiah 29 in the TNFD

Isaiah 29 in the TNT

Isaiah 29 in the TNTIK

Isaiah 29 in the TNTIL

Isaiah 29 in the TNTIN

Isaiah 29 in the TNTIP

Isaiah 29 in the TNTIZ

Isaiah 29 in the TOMA

Isaiah 29 in the TTENT

Isaiah 29 in the UBG

Isaiah 29 in the UGV

Isaiah 29 in the UGV2

Isaiah 29 in the UGV3

Isaiah 29 in the VBL

Isaiah 29 in the VDCC

Isaiah 29 in the YALU

Isaiah 29 in the YAPE

Isaiah 29 in the YBVTP

Isaiah 29 in the ZBP