Nahum 3 (IRVA)

1 পৰিপূৰ্ণ ৰক্তৰে নগৰীৰ সন্তাপ হওঁক! তাই মিছা কথা আৰু লুন্ঠনৰ সম্পত্তিৰে পৰিপূৰ্ণ; তাইৰ ওচৰত ক্ষতিগ্ৰস্তসকল সদায় থাকে। 2 কিন্তু এতিয়া চাবুকৰ শব্দ, চকাৰ ঘৰ্ঘৰণিৰ শব্দ, জপিয়াই থকা ঘোঁৰা আৰু জপিওৱা ৰথৰ শব্দ শুনা যায়। 3 আক্ৰমণকাৰী অশ্বাৰোহী, চিকমিকোৱা তৰোৱাল, জিলিকা বৰছা, হত হোৱা লোক সমূহ আৰু দ’ম হৈ থকা বৃহৎ মৃত-দেহবোৰ; মৰা শৱবোৰৰ সীমা নাই, তেওঁলোকৰ শৱৰ ওপৰত তেওঁলোকৰ আক্ৰমাণকাৰীসকলে উজুটি খায়। 4 এইবোৰ সংঘটিত হোৱাৰ কাৰণ হ’ল, যি মায়াবিনী সুন্দৰী বেশ্যাই নিজৰ বেশ্যা কৰ্মৰ দ্বাৰাই জাতি সমূহক আৰু নিজৰ মায়াকাৰ্য্যৰ দ্বাৰাই প্রজাসকলক বিক্রী কৰিলে; তাইৰ অধিক বেশ্যাকৰ্মৰ কাৰণে এইবোৰ ঘটিছে। 5 বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমাৰ বিপক্ষে; মই তোমাৰ কাপোৰৰ আঁচল তোমাৰ মুখৰ ওপৰলৈকে দাঙি তোমাক অনাবৃতা কৰিম; মই জাতি সমূহক তোমাৰ বিবস্ত্ৰতা আৰু ৰাজ্যক তোমাৰ লাজ দেখুৱাম। 6 মই তোমাৰ ওপৰত মলিয়ন ঘিণলগীয়া বস্তু পেলাই তোমাক ঘৃণনীয় কৰিম; মই তোমাক মানুহে ঠৰ লাগি চাই থকা বস্তুৰ দৰে স্থাপন কৰিম। 7 তেতিয়া এনে ঘটিব, যে যি জনে তোমালৈ চাব, তেওঁ তোমাৰ পৰা পলাব আৰু ক’ব, ‘নীনবি বিনষ্ট হ’ল; কোনে তাইৰ কাৰণে বিলাপ কৰিব?’ মই ক’ৰ পৰা তোমাৰ কাৰণে শান্ত্বনা দিওঁতা লোক বিচাৰি আনিম?” 8 হে নীনবি, তুমি জানো যি থিব্‌চ (নো-আমোন নগৰ) নীল নদীবোৰৰ মাজত সজা আছিলা, যাৰ চাৰিওফালে জল সমূহ আছিল, যাৰ কোঁঠ সাগৰ আৰু গড় সমুদ্ৰ, সেই থিব্‌চতকৈ তুমি জানো উত্তম? 9 কুচ আৰু মিচৰ তাইৰ ক্ষমতা আছিল আৰু সেয়ে অসংখ্য আছিল; পূটীয়া আৰু লুবীয়া তাইৰ মিত্র আছিল। 10 তথাপি তাইক নিয়া হৈছিল, তাই বন্দী-অৱস্থালৈ গ’ল, তাইৰ আটাই শিশুক আলিৰ মূৰত আছাৰি ডোখৰ ডোখৰ কৰা হ’ল; শত্ৰুবোৰে তাইৰ সম্ভ্ৰান্ত লোকসকলৰ বাবে চিঠি খেলিলে আৰু তাইৰ আটাই বৰ লোকসকলক শিকলিৰে বন্ধা হ’ল। 11 তুমিও মতলীয়া হ’বা; নিজকে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিবা; তুমি শত্ৰুৰ ভয়ত আশ্রয় লবলৈ এটা দুৰ্গ বিচাৰিবা। 12 তোমাৰ আটাই কোঁঠ আগতিয়া গুটি লগা ডিমৰু গছৰ নিচিনা হ’ব; যেতিয়া সেইবোৰত জোকাৰণি লাগে, তেতিয়া সেইবোৰ খাওঁতাৰ মুখত পৰে। 13 চোৱা, তোমাৰ মাজত থকা প্ৰজাসকল মহিলাসকলৰ নিচিনা; তোমাৰ দেশৰ দুৱাৰবোৰ শত্ৰুবোৰৰ কাৰণে বহলকৈ মেলা আছে; অগ্নিয়ে তোমাৰ দুৱাৰবোৰৰ ডাংবোৰ গ্ৰাস কৰিলে। 14 অৱৰোধ কালৰ কাৰণে তুমি পানী তুলি থোৱা; তোমাৰ কোঁঠবোৰ দৃঢ় কৰা, বোকালৈ গৈ বোকা খচা; ইটাৰ ভাটাবোৰ মেৰামতি কৰা। 15 সেই ঠাইতে অগ্নিয়ে তোমাক গ্ৰাস কৰিব আৰু তৰোৱালে তোমাক ছেদন কৰিব। ফৰিঙৰ দৰে তোমাক খাই পেলাব; তুমি ফৰিঙ আৰু কাকতী ফৰিঙৰ নিচিনা বহুসংখ্যক হোৱা। 16 তুমি আকাশৰ তৰাবোৰতকৈ তোমাৰ বণিকসকলক অধিক কৰিলা; কিন্তু তেওঁলোক ফৰিংবোৰৰ নিচিনা: তেওঁলোকে দেশ লুন্ঠণ কৰি তাৰ পাছত উড়ি গুচি যাই। 17 তোমাৰ ৰাজকুমাৰসকল কাকতী ফৰিঙৰ সংখ্যাবোৰৰ নিচিনা আৰু তোমাৰ সেনাপতিসকল এনে ফৰিঙৰ নিচিনা যি ফৰিঙে জাৰৰ দিনা বেৰাত আশ্ৰয় লয় - কিন্তু যেতিয়া বেলি উদয় হয়, তেতিয়া তেওঁলোকে যি ঠাইলৈ উড়ি যায়, সেই ঠাইৰ বিষয়ে কোনেও নাজানে। 18 হে অচূৰৰ ৰজা, তোমাৰ মেৰ-ছাগ ৰখীয়াবোৰ টোপনিত আছে; তোমাৰ প্ৰধান লোকসকলে বিশ্ৰাম কৰি আছে। তোমাৰ প্ৰজাবোৰ পৰ্ব্বতৰ ওপৰত গোট গোট হ’ল, কিন্তু তেওঁলোকক একেলগে গোট খোৱাবলৈ কোনো নাই। 19 তোমাৰ ঘা সুস্থ হ’বলৈ কোনো সম্ভাৱনা নাই। তোমাৰ ঘা অত্যন্ত। তোমাৰ বিষয়ে বাৰ্ত্তা শুনা সকলোৱে তোমালৈ হাত-তালি দিব; কাৰণ কোনে তোমাৰ অনৰ্গল দুষ্কৰ্মৰ পৰা মুক্তি পাইছে?

In Other Versions

Nahum 3 in the ANGEFD

Nahum 3 in the ANTPNG2D

Nahum 3 in the AS21

Nahum 3 in the BAGH

Nahum 3 in the BBPNG

Nahum 3 in the BBT1E

Nahum 3 in the BDS

Nahum 3 in the BEV

Nahum 3 in the BHAD

Nahum 3 in the BIB

Nahum 3 in the BLPT

Nahum 3 in the BNT

Nahum 3 in the BNTABOOT

Nahum 3 in the BNTLV

Nahum 3 in the BOATCB

Nahum 3 in the BOATCB2

Nahum 3 in the BOBCV

Nahum 3 in the BOCNT

Nahum 3 in the BOECS

Nahum 3 in the BOGWICC

Nahum 3 in the BOHCB

Nahum 3 in the BOHCV

Nahum 3 in the BOHLNT

Nahum 3 in the BOHNTLTAL

Nahum 3 in the BOICB

Nahum 3 in the BOILNTAP

Nahum 3 in the BOITCV

Nahum 3 in the BOKCV

Nahum 3 in the BOKCV2

Nahum 3 in the BOKHWOG

Nahum 3 in the BOKSSV

Nahum 3 in the BOLCB

Nahum 3 in the BOLCB2

Nahum 3 in the BOMCV

Nahum 3 in the BONAV

Nahum 3 in the BONCB

Nahum 3 in the BONLT

Nahum 3 in the BONUT2

Nahum 3 in the BOPLNT

Nahum 3 in the BOSCB

Nahum 3 in the BOSNC

Nahum 3 in the BOTLNT

Nahum 3 in the BOVCB

Nahum 3 in the BOYCB

Nahum 3 in the BPBB

Nahum 3 in the BPH

Nahum 3 in the BSB

Nahum 3 in the CCB

Nahum 3 in the CUV

Nahum 3 in the CUVS

Nahum 3 in the DBT

Nahum 3 in the DGDNT

Nahum 3 in the DHNT

Nahum 3 in the DNT

Nahum 3 in the ELBE

Nahum 3 in the EMTV

Nahum 3 in the ESV

Nahum 3 in the FBV

Nahum 3 in the FEB

Nahum 3 in the GGMNT

Nahum 3 in the GNT

Nahum 3 in the HARY

Nahum 3 in the HNT

Nahum 3 in the IRVB

Nahum 3 in the IRVG

Nahum 3 in the IRVH

Nahum 3 in the IRVK

Nahum 3 in the IRVM

Nahum 3 in the IRVM2

Nahum 3 in the IRVO

Nahum 3 in the IRVP

Nahum 3 in the IRVT

Nahum 3 in the IRVT2

Nahum 3 in the IRVU

Nahum 3 in the ISVN

Nahum 3 in the JSNT

Nahum 3 in the KAPI

Nahum 3 in the KBT1ETNIK

Nahum 3 in the KBV

Nahum 3 in the KJV

Nahum 3 in the KNFD

Nahum 3 in the LBA

Nahum 3 in the LBLA

Nahum 3 in the LNT

Nahum 3 in the LSV

Nahum 3 in the MAAL

Nahum 3 in the MBV

Nahum 3 in the MBV2

Nahum 3 in the MHNT

Nahum 3 in the MKNFD

Nahum 3 in the MNG

Nahum 3 in the MNT

Nahum 3 in the MNT2

Nahum 3 in the MRS1T

Nahum 3 in the NAA

Nahum 3 in the NASB

Nahum 3 in the NBLA

Nahum 3 in the NBS

Nahum 3 in the NBVTP

Nahum 3 in the NET2

Nahum 3 in the NIV11

Nahum 3 in the NNT

Nahum 3 in the NNT2

Nahum 3 in the NNT3

Nahum 3 in the PDDPT

Nahum 3 in the PFNT

Nahum 3 in the RMNT

Nahum 3 in the SBIAS

Nahum 3 in the SBIBS

Nahum 3 in the SBIBS2

Nahum 3 in the SBICS

Nahum 3 in the SBIDS

Nahum 3 in the SBIGS

Nahum 3 in the SBIHS

Nahum 3 in the SBIIS

Nahum 3 in the SBIIS2

Nahum 3 in the SBIIS3

Nahum 3 in the SBIKS

Nahum 3 in the SBIKS2

Nahum 3 in the SBIMS

Nahum 3 in the SBIOS

Nahum 3 in the SBIPS

Nahum 3 in the SBISS

Nahum 3 in the SBITS

Nahum 3 in the SBITS2

Nahum 3 in the SBITS3

Nahum 3 in the SBITS4

Nahum 3 in the SBIUS

Nahum 3 in the SBIVS

Nahum 3 in the SBT

Nahum 3 in the SBT1E

Nahum 3 in the SCHL

Nahum 3 in the SNT

Nahum 3 in the SUSU

Nahum 3 in the SUSU2

Nahum 3 in the SYNO

Nahum 3 in the TBIAOTANT

Nahum 3 in the TBT1E

Nahum 3 in the TBT1E2

Nahum 3 in the TFTIP

Nahum 3 in the TFTU

Nahum 3 in the TGNTATF3T

Nahum 3 in the THAI

Nahum 3 in the TNFD

Nahum 3 in the TNT

Nahum 3 in the TNTIK

Nahum 3 in the TNTIL

Nahum 3 in the TNTIN

Nahum 3 in the TNTIP

Nahum 3 in the TNTIZ

Nahum 3 in the TOMA

Nahum 3 in the TTENT

Nahum 3 in the UBG

Nahum 3 in the UGV

Nahum 3 in the UGV2

Nahum 3 in the UGV3

Nahum 3 in the VBL

Nahum 3 in the VDCC

Nahum 3 in the YALU

Nahum 3 in the YAPE

Nahum 3 in the YBVTP

Nahum 3 in the ZBP