Isaiah 60 (IRVA)

1 উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে। 2 কাৰণ চোৱা, আন্ধাৰে পৃথিৱী ঢাকিব, আৰু ঘোৰ অন্ধকাৰে লোক সমূহক ঢাকিব;কিন্তু যিহোৱা তোমাৰ ওপৰত উদয় হ’ব, আৰু তোমাৰ ওপৰত তেওঁৰ গৌৰৱ প্ৰকাশিত হ’ব। 3 লোক সমূহ তোমাৰ পোহৰৰ ওচৰলৈ আহিব, আৰু ৰজাসকলে তোমাৰ উদয় হোৱা দীপ্তিৰ ওচৰলৈ আহিব। 4 তুমি চকু ফুৰাই চাৰিওফালে চোৱা; তেওঁলোক সকলোৱে গোট খাই তোমাৰ ওচৰ চাপিছে;তোমাৰ পুত্ৰসকল দূৰৰ পৰা আহিছে আৰু তোমাৰ জীয়েকসকলক বাহুত বুকি অনা হৈছে। 5 সেই কালত তুমি দেখি প্ৰফুল্লিত হ’বা, আৰু তোমাৰ হৃদয় আনন্দেৰে উপচি পৰিব,কাৰণ সমুদ্ৰৰ প্ৰচুৰ ধন তোমাক দিয়া যাব আৰু লোকসকলৰ সম্পত্তি তোমাৰ ওচৰলৈ আহিব। 6 উটসমূহে, মিদিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব;সেই আটাইবোৰ চিবাৰ পৰা আহিব;সেইবোৰে সোণ আৰু কুন্দুৰু বৈ আনিব, আৰু যিহোৱাৰ প্ৰশংসা গীত গাব। 7 কেদৰৰ আটাই মেৰ-ছাগৰ জাক তোমাৰ ওচৰত গোট খাব আৰু নবায়োতৰ মতা মেৰ-ছাগবোৰে তোমাৰ পৰিচৰ্যা কৰিব;সেইবোৰ গ্ৰহণীয় হৈ মোৰ যজ্ঞ-বেদিত উঠিব, আৰু মোৰ গৌৰৱযুক্ত গৃহ মই গৌৰৱান্বিত কৰিম। 8 মেঘৰ দৰে আৰু নিজৰ বাহৰ সোমোৱা বাটলৈ অহা কপৌৰ দৰে উড়ি অহা এওঁলোক কোন? 9 নিশ্চয়ে দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব;তোমাৰ পুত্রসকলক তেওঁলোকৰ ৰূপৰ আৰু সোণৰ সৈতে দূৰৰ পৰা আনিবলৈ,ঈশ্বৰ যিহোৱাই, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে, তৰ্চীচৰ জাহাজ আগ হ’ব। 10 বিদেশী লোকসকলে দেৱাল পুনৰায় নিৰ্মাণ কৰিব, আৰু তেওঁলোকৰ ৰজাসকলে তোমাৰ পৰিচৰ্যা কৰিব;কিয়নো মই যেনেকৈ তোমাক ক্রোধত দণ্ড দিলোঁ, তেনেকৈ অনুগ্ৰহত তোমালৈ দয়াও কৰিলোঁ। 11 লোকসকলে যেন জাতি সমূহৰ ধন-সম্পত্তি আৰু বন্দি কৰি অনাসকলৰ ৰজাসকলক তোমাৰ ভিতৰলৈ আনিব পাৰে,সেই বাবে তোমাৰ দুৱাৰবোৰ সদায় মেলা হৈ থাকিব, দিন বা ৰাতি কেতিয়াও বন্ধ কৰা নহ’ব। 12 কিয়নো যি জাতি আৰু যি ৰাজ্যই তোমাৰ বশ্যতা স্বীকাৰ নকৰিব, সেই উভয়েই সম্পূৰ্ণ বিনষ্ট হ’ব; 13 লিবানোনৰ গৌৰৱ তোমালৈ আহিব; দেৱদাৰু, তিধৰ, আৰু তাচুৰ গছ একেলগে,মোৰ পবিত্ৰ স্থান ভূষিত কৰিবৰ অৰ্থে আহিব; আৰু মই মোৰ চৰণ থোৱা ঠাই প্ৰতাপযুক্ত কৰিম। 14 তেওঁলোক তোমাক প্রণিপাত কৰিবলৈ আহিব, তোমাক কষ্ট দিয়াসকলৰ সন্তানবোৰ মূৰ দোঁৱাই তোমাৰ চৰণত পৰি প্রণিপাত কৰিব,তেওঁলোকে তোমাক যিহোৱাৰ নগৰ, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ চিয়োন বুলি মাতিব। 15 তুমি এনে পৰিত্যক্তা আৰু ঘৃণিতা থ’লো যে, কোনো পথিক তোমাৰ মাজেদি নাজায়;তাৰ সলনি মই তোমাক চিৰকাল থকা প্ৰশংসাৰ, আৰু পুৰুষানুক্ৰমে আনন্দৰ বিষয় কৰিম। 16 আৰু তুমি জাতি সমূহৰ দুগ্ধ পান কৰিবা, আৰু ৰজাসকলৰ স্তন চুহিবা;তাতে মই যিহোৱা যে তোমাৰ ত্ৰাণকৰ্ত্তা, তোমাৰ মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, ইয়াক তুমি জানিবা। 17 মই পিতলৰ সলনি সোণ, লোহাৰ সলনি ৰূপ,কাঠৰ সলনি পিতল, আৰু শিলবোৰৰ সলনি লোহা আনিম; আৰু মই শান্তিক তোমালোকৰ অধ্যক্ষসকলৰ দৰে, আৰু ন্যায়বিচাৰক শাসনকৰ্ত্তাৰ দৰে নিযুক্তি কৰিম। 18 তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব;কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা। 19 দিনত সূৰ্য তোমাৰ দীপ্তি আৰু নহ’ব,আৰু পোহৰৰ অৰ্থে চন্দ্ৰই তোমাক জোনাক নিদিব;কিন্তু যিহোৱায়েই তোমাৰ অনন্তকলীয়া জ্যোতি, আৰু তোমাৰ ঈশ্বৰেই তোমাৰ ভূষণস্বৰূপ হ’ব। 20 তোমাৰ সূৰ্য আৰু অস্ত নাযাব, তোমাৰ চন্দ্ৰও আৰু মাৰ নাযাব,কিয়নো যিহোৱা তোমাৰ অনন্তকলীয়া জ্যোতি হ’ব, আৰু তোমাৰ শোকৰ দিন সমাপ্ত হ’ব। 21 মই গৌৰৱান্বিত হ’বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্মস্বৰূপযি তোমাৰ লোক সকলোৱেই ধাৰ্মিক হ’ব; তেওঁলোকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব। 22 যি সৰু সি হাজাৰ হৈ উঠিব; সৰু জাতি বৃহৎ হ’ব;মই যিহোৱাই উচিত সময়ত ইয়াক সাম্ফল কৰিবলৈ বেগী হম।

In Other Versions

Isaiah 60 in the ANGEFD

Isaiah 60 in the ANTPNG2D

Isaiah 60 in the AS21

Isaiah 60 in the BAGH

Isaiah 60 in the BBPNG

Isaiah 60 in the BBT1E

Isaiah 60 in the BDS

Isaiah 60 in the BEV

Isaiah 60 in the BHAD

Isaiah 60 in the BIB

Isaiah 60 in the BLPT

Isaiah 60 in the BNT

Isaiah 60 in the BNTABOOT

Isaiah 60 in the BNTLV

Isaiah 60 in the BOATCB

Isaiah 60 in the BOATCB2

Isaiah 60 in the BOBCV

Isaiah 60 in the BOCNT

Isaiah 60 in the BOECS

Isaiah 60 in the BOGWICC

Isaiah 60 in the BOHCB

Isaiah 60 in the BOHCV

Isaiah 60 in the BOHLNT

Isaiah 60 in the BOHNTLTAL

Isaiah 60 in the BOICB

Isaiah 60 in the BOILNTAP

Isaiah 60 in the BOITCV

Isaiah 60 in the BOKCV

Isaiah 60 in the BOKCV2

Isaiah 60 in the BOKHWOG

Isaiah 60 in the BOKSSV

Isaiah 60 in the BOLCB

Isaiah 60 in the BOLCB2

Isaiah 60 in the BOMCV

Isaiah 60 in the BONAV

Isaiah 60 in the BONCB

Isaiah 60 in the BONLT

Isaiah 60 in the BONUT2

Isaiah 60 in the BOPLNT

Isaiah 60 in the BOSCB

Isaiah 60 in the BOSNC

Isaiah 60 in the BOTLNT

Isaiah 60 in the BOVCB

Isaiah 60 in the BOYCB

Isaiah 60 in the BPBB

Isaiah 60 in the BPH

Isaiah 60 in the BSB

Isaiah 60 in the CCB

Isaiah 60 in the CUV

Isaiah 60 in the CUVS

Isaiah 60 in the DBT

Isaiah 60 in the DGDNT

Isaiah 60 in the DHNT

Isaiah 60 in the DNT

Isaiah 60 in the ELBE

Isaiah 60 in the EMTV

Isaiah 60 in the ESV

Isaiah 60 in the FBV

Isaiah 60 in the FEB

Isaiah 60 in the GGMNT

Isaiah 60 in the GNT

Isaiah 60 in the HARY

Isaiah 60 in the HNT

Isaiah 60 in the IRVB

Isaiah 60 in the IRVG

Isaiah 60 in the IRVH

Isaiah 60 in the IRVK

Isaiah 60 in the IRVM

Isaiah 60 in the IRVM2

Isaiah 60 in the IRVO

Isaiah 60 in the IRVP

Isaiah 60 in the IRVT

Isaiah 60 in the IRVT2

Isaiah 60 in the IRVU

Isaiah 60 in the ISVN

Isaiah 60 in the JSNT

Isaiah 60 in the KAPI

Isaiah 60 in the KBT1ETNIK

Isaiah 60 in the KBV

Isaiah 60 in the KJV

Isaiah 60 in the KNFD

Isaiah 60 in the LBA

Isaiah 60 in the LBLA

Isaiah 60 in the LNT

Isaiah 60 in the LSV

Isaiah 60 in the MAAL

Isaiah 60 in the MBV

Isaiah 60 in the MBV2

Isaiah 60 in the MHNT

Isaiah 60 in the MKNFD

Isaiah 60 in the MNG

Isaiah 60 in the MNT

Isaiah 60 in the MNT2

Isaiah 60 in the MRS1T

Isaiah 60 in the NAA

Isaiah 60 in the NASB

Isaiah 60 in the NBLA

Isaiah 60 in the NBS

Isaiah 60 in the NBVTP

Isaiah 60 in the NET2

Isaiah 60 in the NIV11

Isaiah 60 in the NNT

Isaiah 60 in the NNT2

Isaiah 60 in the NNT3

Isaiah 60 in the PDDPT

Isaiah 60 in the PFNT

Isaiah 60 in the RMNT

Isaiah 60 in the SBIAS

Isaiah 60 in the SBIBS

Isaiah 60 in the SBIBS2

Isaiah 60 in the SBICS

Isaiah 60 in the SBIDS

Isaiah 60 in the SBIGS

Isaiah 60 in the SBIHS

Isaiah 60 in the SBIIS

Isaiah 60 in the SBIIS2

Isaiah 60 in the SBIIS3

Isaiah 60 in the SBIKS

Isaiah 60 in the SBIKS2

Isaiah 60 in the SBIMS

Isaiah 60 in the SBIOS

Isaiah 60 in the SBIPS

Isaiah 60 in the SBISS

Isaiah 60 in the SBITS

Isaiah 60 in the SBITS2

Isaiah 60 in the SBITS3

Isaiah 60 in the SBITS4

Isaiah 60 in the SBIUS

Isaiah 60 in the SBIVS

Isaiah 60 in the SBT

Isaiah 60 in the SBT1E

Isaiah 60 in the SCHL

Isaiah 60 in the SNT

Isaiah 60 in the SUSU

Isaiah 60 in the SUSU2

Isaiah 60 in the SYNO

Isaiah 60 in the TBIAOTANT

Isaiah 60 in the TBT1E

Isaiah 60 in the TBT1E2

Isaiah 60 in the TFTIP

Isaiah 60 in the TFTU

Isaiah 60 in the TGNTATF3T

Isaiah 60 in the THAI

Isaiah 60 in the TNFD

Isaiah 60 in the TNT

Isaiah 60 in the TNTIK

Isaiah 60 in the TNTIL

Isaiah 60 in the TNTIN

Isaiah 60 in the TNTIP

Isaiah 60 in the TNTIZ

Isaiah 60 in the TOMA

Isaiah 60 in the TTENT

Isaiah 60 in the UBG

Isaiah 60 in the UGV

Isaiah 60 in the UGV2

Isaiah 60 in the UGV3

Isaiah 60 in the VBL

Isaiah 60 in the VDCC

Isaiah 60 in the YALU

Isaiah 60 in the YAPE

Isaiah 60 in the YBVTP

Isaiah 60 in the ZBP